Difference between revisions of "BASH/C3/Advance-topics-in-a-function/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 105: Line 105:
 
|-
 
|-
 
|01:47
 
|01:47
|'''echo(ইক’) '"function machine'''(ফাংচন মেচিন) '''function dot sh "' (ফাংচন দত sh) ফাইলত মতা হৈছে
+
|'''echo(ইক’) '"function machine (ফাংচন মেচিন) is called in function dot sh (ফাংচন দত sh) file(ফাইল)"''''
  
 
|-
 
|-

Revision as of 01:43, 16 May 2015

Time Narration
00:01 মৰমৰ বন্ধুসকল, এদভানচ টপিকচ ইন এ ফাংচন(Advance topics in a function )ৰ স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম
00:08 এই টিউট'ৰিয়েলটোত, আমি শিকিম,
00:11 Source (চৌৰ্চ) কমান্ড
00:12 ফাংচন এটা বেকগ্ৰাউন্দত (background) থ’বলৈ
00:14 কিছু উদাহৰণৰ সহায়ত
00:18 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব
00:24 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://spoken-tutorial.org/What\_is\_a\_Spoken\_Tutorial
00:30 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:32 *Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু
00:36 GNU BASH(বেচ) তাঙৰণ 4.2
00:40 অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:46 Source (চৌৰ্চ) কমান্ডটো চেল (Shell ) স্ক্ৰিপ্তত ফাইল এটা ল’ড কৰিবলৈ ব্যৱ্হাৰ কৰা হয়
00:53 ই ফাইলটোৰ পৰা কমান্ডসমূহ পঢ়ে আৰু কাৰ্যকৰী কৰে
00:58 ই লগতে স্ক্ৰিপ্ৰটোলৈ ক’ড আমদানি কৰে
01:01 এইটো সহায়্কাৰী হয় যেতিয়া বহু সংখ্যক স্ক্ৰিপ্তে এটা সাৰ্বজনীন দাতা বা এটা ফাংচন লাইব্ৰেৰী ব্যৱ্হাৰ কৰে
01:09 Source command (চৌৰ্চ কমান্ড)ৰ বাবে গাঠণিটো তলত দিয়া ধৰণৰ
01:12 source filename (চৌৰ্চ ফাইলনেম)
01:15 source Path_to_file (চৌৰ্চ পাথ টু ফাইল)
01:18 souce filename arguments (চৌৰ্চ ফাইলনেম আৰগুমেন্ত্চ)
01:22 মই এটা ফাইল 'function(ফাংচন) dot(দত) sh' খুলিম
01:26 এইটো হৈছে চিবেং শাৰী (shebang line)
01:29 Source detail dot sh (চৌৰ্চ দিটেইল দত sh) এ detail dot sh (দিটেইল দত sh) ফাইলটো function dot sh (ফাংচন দত sh)ত ল’ড কৰিব
01:37 মই detail dot sh (দিটেইল দত sh) ফাইলটো খুলিম
01:41 মোৰ এটা ফাংচন (function) মেচিন (machin)আছে
01:44 এতিয়া ফাংচনটোৰ ভিতৰত লিখক
01:47 echo(ইক’) '"function machine (ফাংচন মেচিন) is called in function dot sh (ফাংচন দত sh) file(ফাইল)"'
01:52 ছেভ (Save)ত টিপক
01:54 এতিয়া আহক আমি function dot(ফাংচন দত) sh ফাইললৈ ঘূৰি যাওঁ
01:59 ইয়াত লিখক echo(ইক’) “Beginning of program” (বিগিনিং অফ প্ৰোগ্ৰাম)
02:04 ছেভ (Save)ত টিপক
02:06 তাৰপাছত লিখক machine(মেচিন) echo(ইক’) “End of program” (এন্দ অফ প্ৰোগ্ৰাম)
02:12 “Beginning of program” (বিগিনিং অফ প্ৰোগ্ৰাম) বাৰ্তাটো ছপা কৰিব
02:16 machine(মেচিন) হৈছে function call (ফাংচন কল)
02:19 আৰু ই End of program (এন্দ অফ প্ৰোগ্ৰাম) বাৰ্তাটো ছপা কৰিব
02:23 মন কৰিব machine (মেচিন)টো হৈছে function (ফাংচন) যাক আমি detail dot sh (দিটেইল দত sh) ফাইলটোত নিৰ্মান কৰিছিলো
02:29 আৰু আমি ইয়াত function(ফাংচন) dot(দত) sh ফাইলত ফাংচনটো মাতিছো
02:34 এতিয়া ছেভ (Save)ত টিপক
02:36 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
02:41 গতিকে টাৰ্মিনেলত লিখক chmod space(স্পেছ) প্লাচ (+) x space(স্পেছ) function(ফাংচন) dot(দত) sh
02:51 এন্টাৰ (Enter) টিপক
02:53 লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) dot(দত) sh
02:56 এন্টাৰ (Enter) টিপক
02:59 আউতপুতটো দৰ্শিত হৈছে
03:02 এতিয়া আহক background function (বেকগ্ৰাউন্দ ফাংচন)টোলৈ যাওঁ
03:06 বেকগ্ৰাউন্দত এটা প্রক্রিয়া ৰান কৰিবলৈ, আমি এটা function call (ফাংচন কল)ৰ শেষত & (এম্পাৰচেন্দ) ব্যৱহাৰ কৰো
03:13 চেল (shell)টোৱে কমান্ডটো ৰান কৰিবলৈ এটা চাইল্ড প্ৰ্চেছ (child process) ফ’ৰ্কচ( forks) কৰে
03:19 ফ’ৰ্কদ (forked) প্ৰক্ৰিয়া্টোৰ এটা জব নাম্বাৰ (job number) আৰু এটা PID (প্ৰচেছ আইদেন্তিফাইয়াৰ) থাকিব
03:27 আহক আমি এইটো এটা উদাহৰণৰ সহায়ত বুজো । মই background dot sh (বেকগ্ৰাউন্দ দত sh) ফাইলটো খুলিম
03:35 এইটো হৈছে চিবেং শাৰী (shebang line)
03:38 bg underscore(আন্দাৰস্ক’ৰ) function(ফাংচন)এ ফাংচনটোৰ আৰম্ভণীক সূচায়
03:44 echo statement (ইক’ ষ্টেতমেন্ত)টোৱে ইয়াত "Inside(ইনচাইদ) bg_function(ফাংচন)” বাৰ্তাটো দৰ্শিত কৰে
03:50 পাছত, আমি সকলো বিলাক দত mp3 ফাইল বিচাৰিবলৈ find (ফাইন্দ) কমান্ডটো ব্যৱ্হাৰ কৰিম
03:57 এই ষ্টেতমেন্তটোৱে দত mp3 এক্সটেনচনৰ সকলো বিলাক ফাইল বিচাৰিব
04:03 ই বৰ্তমান কাম কৰা দাইৰেক্তৰিত এইদৰে কৰিব
04:07 Hyphen(হাইফেন) iname(আইনেম) ক কেচটো উপেক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়
04:11 আৰু ফলাফলটো myplaylist(মাই প্লে লিষ্ট).txt ত জমা হয়
04:16 এতিয়া লিখক bg underscore(আন্দাৰস্ক’ৰ) function(ফাংচন) এম্পাৰচেন্দ(&) এইটো হৈছে ফাংচন কল(function call) । &(এম্পাৰচেন্দ)এ 'bg_function(ফাংচন)'ক বেকগ্ৰাউন্দত থয়
04:28 এতিয়া ছেভ ( Save) ত টিপক
04:31 আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
04:34 টাৰ্মিনেলটোলৈ ঘূৰি আহক
04:37 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) background(বেকগ্ৰাউন্দ) dot(দত) sh
04:45 এন্টাৰ (Enter) টিপক
04:46 এতিয়া লিখকdot(দত) slash(শ্লাছ) background(বেকগ্ৰাউন্দ) dot(দত) sh
04:51 এন্টাৰ (Enter) টিপক
04:53 খালি আউতপুতে ইঙ্গিত কৰে যে বৰ্তমান দাইৰেক্তৰিত দত mp3 ফাইল নাই
05:02 এতিয়া, আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো
05:05 লিখক echo(ইক’) (হাইফেন) -e "'Process(প্ৰচেছ) running(ৰানিং) in(ইন) background(বেকগ্ৰাউন্দ) are(আৰ) slash(শ্লাচ) n'" আৰু jobs(জবচ) space(স্পেছ) hyphen(হাইফেন) l
05:19 ছেভ ( Save) ত টিপক
05:21 এই ইক’ ষ্টেতমেন্তটোৱে (echo statement) Process(প্ৰচেছ) running(ৰানিং) in(ইন) background(বেকগ্ৰাউন্দ) are(আৰ) বাৰ্তাটো দৰ্শিত কৰিব
05:28 Jobs (জবচ) space(স্পেছ) hyphen(হাইফেন) l এ সকলো background jobs (বেকগ্ৰাউন্দ জবচ)ৰ অৱস্থাটো তালিকাভুক্ত কৰিব
05:34 এতিয়া আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহো
05:38 এতিয়া লিখক dot(দত) slash(শ্লাছ) background(বেকগ্ৰাউন্দ).sh
05:42 এন্টাৰ (Enter) টিপক
05:44 আউতপুতটো দৰ্শিত হৈছে
05:48 ইয়াত, আৰম্ভণী আৰু সামৰণী বৰ বন্ধনীৰ মাজত one(ওৱান)টো হৈছে জব নাম্বাৰ
05:53 3962 টো হৈছে PID
05:57 PID টো সেইমতে পৰিবৰ্তন হ’ব
06:01 যদি ফাংচনটোৱে কাৰ্যকৰী হবলৈ সময় লয়, ই বেকগ্ৰাউন্দত ৰান হ’ব
06:06 আৰু আমি অৱস্থাটো Running (ৰানিং) বুলি দেখিম
06:11 যদি ফাংচনটো স্ক্ৰিপ্তটোৰ আগতেই কাৰ্যকৰী হয়, আমি অৱস্থাটো Done (দান) বুলি দেখিম
06:20 আউতপুতটো মেচিনৰ পৰা মেচিন অনুসৰি পৰিবৰ্তন হয়
06:23 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:28 আহক আমি মূলভাৱ চাওঁ
06:29 এই টিউটৰিয়েলত আমি শিকিলো,
06:32 Source (চৌৰ্চ) কমান্ড
06:34 ফাংচন এটা বেকগ্ৰাউন্দত (background) থ’বলৈ
06:36 কিছু উদাহৰণৰ সহায়ত
06:39 এটা অনুশিলনী হিচাবে:
06:40 এটা ফাংচন add(এদ) লিখক দুটা সংখ্যা যোগ কৰিবলৈ আৰু অন্য ফাইলত ফাংচনটো মাতিবলৈ
06:47 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব http://spoken-tutorial.org/What\_is\_a\_Spoken\_Tutorial
06:51 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
06:55 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
07:00 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:10 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:18 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:22 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:30 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
07:36 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে
07:42 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mausamh9, Mousumi