BASH/C3/Advance-topics-in-a-function/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | মৰমৰ বন্ধুসকল, এদভানচ টপিকচ ইন এ ফাংচন(Advance topics in a function )ৰ স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম |
| 00:08 | এই টিউট'ৰিয়েলটোত, আমি শিকিম, |
| 00:11 | Source (চৌৰ্চ) কমান্ড, ফাংচন এটা বেকগ্ৰাউন্দত (background) থ’বলৈ |
| 00:14 | কিছু উদাহৰণৰ সহায়ত |
| 00:18 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব |
| 00:24 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://spoken-tutorial.org/What\_is\_a\_Spoken\_Tutorial |
| 00:30 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
| 00:32 | *Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু |
| 00:36 | GNU BASH(বেচ) তাঙৰণ 4.2 |
| 00:40 | অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
| 00:46 | Source (চৌৰ্চ) কমান্ডটো চেল (Shell ) স্ক্ৰিপ্তত ফাইল এটা ল’ড কৰিবলৈ ব্যৱ্হাৰ কৰা হয় |
| 00:53 | ই ফাইলটোৰ পৰা কমান্ডসমূহ পঢ়ে আৰু কাৰ্যকৰী কৰে |
| 00:58 | ই লগতে স্ক্ৰিপ্ৰটোলৈ ক’ড আমদানি কৰে |
| 01:01 | এইটো সহায়্কাৰী হয় যেতিয়া বহু সংখ্যক স্ক্ৰিপ্তে এটা সাৰ্বজনীন দাতা বা এটা ফাংচন লাইব্ৰেৰী ব্যৱ্হাৰ কৰে |
| 01:09 | Source command (চৌৰ্চ কমান্ড)ৰ বাবে গাঠণিটো তলত দিয়া ধৰণৰ |
| 01:12 | source filename (চৌৰ্চ ফাইলনেম) |
| 01:15 | source Path_to_file (চৌৰ্চ পাথ টু ফাইল) |
| 01:18 | souce filename arguments (চৌৰ্চ ফাইলনেম আৰগুমেন্ত্চ) |
| 01:22 | মই এটা ফাইল 'function(ফাংচন) dot(দত) sh' খুলিম |
| 01:26 | এইটো হৈছে চিবেং শাৰী (shebang line) |
| 01:29 | Source detail dot sh (চৌৰ্চ দিটেইল দত sh) এ detail dot sh (দিটেইল দত sh) ফাইলটো function dot sh (ফাংচন দত sh)ত ল’ড কৰিব |
| 01:37 | মই detail dot sh (দিটেইল দত sh) ফাইলটো খুলিম |
| 01:41 | মোৰ এটা ফাংচন (function) মেচিন (machin)আছে |
| 01:44 | এতিয়া ফাংচনটোৰ ভিতৰত লিখক |
| 01:47 | echo(ইক’) '"function machine (ফাংচন মেচিন) is called in function dot sh (ফাংচন দত sh) file(ফাইল)"' |
| 01:52 | ছেভ (Save)ত টিপক |
| 01:54 | এতিয়া আহক আমি function dot(ফাংচন দত) sh ফাইললৈ ঘূৰি যাওঁ |
| 01:59 | ইয়াত লিখক echo(ইক’) “Beginning of program” (বিগিনিং অফ প্ৰোগ্ৰাম) |
| 02:04 | ছেভ (Save)ত টিপক |
| 02:06 | তাৰপাছত লিখক machine(মেচিন) echo(ইক’) “End of program” (এন্দ অফ প্ৰোগ্ৰাম) |
| 02:12 | ই “Beginning of program” (বিগিনিং অফ প্ৰোগ্ৰাম) বাৰ্তাটো ছপা কৰিব |
| 02:16 | machine(মেচিন) হৈছে function call (ফাংচন কল) |
| 02:19 | আৰু ই End of program (এন্দ অফ প্ৰোগ্ৰাম) বাৰ্তাটো ছপা কৰিব |
| 02:23 | মন কৰিব machine (মেচিন)টো হৈছে function (ফাংচন) যাক আমি detail dot sh (দিটেইল দত sh) ফাইলটোত নিৰ্মান কৰিছিলো |
| 02:29 | আৰু আমি ইয়াত function(ফাংচন) dot(দত) sh ফাইলত ফাংচনটো মাতিছো |
| 02:34 | এতিয়া ছেভ (Save)ত টিপক |
| 02:36 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
| 02:41 | গতিকে টাৰ্মিনেলত লিখক chmod space(স্পেছ) প্লাচ (+) x space(স্পেছ) function(ফাংচন) dot(দত) sh |
| 02:51 | এন্টাৰ (Enter) টিপক |
| 02:53 | লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) dot(দত) sh |
| 02:56 | এন্টাৰ (Enter) টিপক |
| 02:59 | আউতপুতটো দৰ্শিত হৈছে |
| 03:02 | এতিয়া আহক background function (বেকগ্ৰাউন্দ ফাংচন)টোলৈ যাওঁ |
| 03:06 | বেকগ্ৰাউন্দত এটা প্রক্রিয়া ৰান কৰিবলৈ, আমি এটা function call (ফাংচন কল)ৰ শেষত & (এম্পাৰচেন্দ) ব্যৱহাৰ কৰো |
| 03:13 | চেল (shell)টোৱে কমান্ডটো ৰান কৰিবলৈ এটা চাইল্ড প্ৰ্চেছ (child process) ফ’ৰ্কচ( forks) কৰে |
| 03:19 | ফ’ৰ্কদ (forked) প্ৰক্ৰিয়া্টোৰ এটা জব নাম্বাৰ (job number) আৰু এটা PID (প্ৰচেছ আইদেন্তিফাইয়াৰ) থাকিব |
| 03:27 | আহক আমি এইটো এটা উদাহৰণৰ সহায়ত বুজো । মই background dot sh (বেকগ্ৰাউন্দ দত sh) ফাইলটো খুলিম |
| 03:35 | এইটো হৈছে চিবেং শাৰী (shebang line) |
| 03:38 | bg underscore(আন্দাৰস্ক’ৰ) function(ফাংচন)এ ফাংচনটোৰ আৰম্ভণীক সূচায় |
| 03:44 | echo statement (ইক’ ষ্টেতমেন্ত)টোৱে ইয়াত "Inside(ইনচাইদ) bg_function(ফাংচন)” বাৰ্তাটো দৰ্শিত কৰে |
| 03:50 | পাছত, আমি সকলো বিলাক দত mp3 ফাইল বিচাৰিবলৈ find (ফাইন্দ) কমান্ডটো ব্যৱ্হাৰ কৰিম |
| 03:57 | এই ষ্টেতমেন্তটোৱে দত mp3 এক্সটেনচনৰ সকলো বিলাক ফাইল বিচাৰিব |
| 04:03 | ই বৰ্তমান কাম কৰা দাইৰেক্তৰিত এইদৰে কৰিব |
| 04:07 | Hyphen(হাইফেন) iname(আইনেম) ক কেচটো উপেক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয় |
| 04:11 | আৰু ফলাফলটো myplaylist(মাই প্লে লিষ্ট).txt ত জমা হয় |
| 04:16 | এতিয়া লিখক bg underscore(আন্দাৰস্ক’ৰ) function(ফাংচন) এম্পাৰচেন্দ(&) এইটো হৈছে ফাংচন কল(function call) । &(এম্পাৰচেন্দ)এ 'bg_function(ফাংচন)'ক বেকগ্ৰাউন্দত থয় |
| 04:28 | এতিয়া ছেভ ( Save) ত টিপক |
| 04:31 | আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
| 04:34 | টাৰ্মিনেলটোলৈ ঘূৰি আহক |
| 04:37 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) background(বেকগ্ৰাউন্দ) dot(দত) sh |
| 04:45 | এন্টাৰ (Enter) টিপক |
| 04:46 | এতিয়া লিখকdot(দত) slash(শ্লাছ) background(বেকগ্ৰাউন্দ) dot(দত) sh |
| 04:51 | এন্টাৰ (Enter) টিপক |
| 04:53 | খালি আউতপুতে ইঙ্গিত কৰে যে বৰ্তমান দাইৰেক্তৰিত দত mp3 ফাইল নাই |
| 05:02 | এতিয়া, আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো |
| 05:05 | লিখক echo(ইক’) (হাইফেন) -e "'Process(প্ৰচেছ) running(ৰানিং) in(ইন) background(বেকগ্ৰাউন্দ) are(আৰ) slash(শ্লাচ) n'" আৰু jobs(জবচ) space(স্পেছ) hyphen(হাইফেন) l |
| 05:19 | ছেভ ( Save) ত টিপক |
| 05:21 | এই ইক’ ষ্টেতমেন্তটোৱে (echo statement) Process(প্ৰচেছ) running(ৰানিং) in(ইন) background(বেকগ্ৰাউন্দ) are(আৰ) বাৰ্তাটো দৰ্শিত কৰিব |
| 05:28 | Jobs (জবচ) space(স্পেছ) hyphen(হাইফেন) l এ সকলো background jobs (বেকগ্ৰাউন্দ জবচ)ৰ অৱস্থাটো তালিকাভুক্ত কৰিব |
| 05:34 | এতিয়া আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহো |
| 05:38 | এতিয়া লিখক dot(দত) slash(শ্লাছ) background(বেকগ্ৰাউন্দ).sh |
| 05:42 | এন্টাৰ (Enter) টিপক |
| 05:44 | আউতপুতটো দৰ্শিত হৈছে |
| 05:48 | ইয়াত, আৰম্ভণী আৰু সামৰণী বৰ বন্ধনীৰ মাজত one(ওৱান)টো হৈছে জব নাম্বাৰ |
| 05:53 | 3962 টো হৈছে PID |
| 05:57 | PID টো সেইমতে পৰিবৰ্তন হ’ব |
| 06:01 | যদি ফাংচনটোৱে কাৰ্যকৰী হবলৈ সময় লয়, ই বেকগ্ৰাউন্দত ৰান হ’ব |
| 06:06 | আৰু আমি অৱস্থাটো Running (ৰানিং) বুলি দেখিম |
| 06:11 | যদি ফাংচনটো স্ক্ৰিপ্তটোৰ আগতেই কাৰ্যকৰী হয়, আমি অৱস্থাটো Done (দান) বুলি দেখিম |
| 06:20 | আউতপুতটো মেচিনৰ পৰা মেচিন অনুসৰি পৰিবৰ্তন হয় |
| 06:23 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 06:28 | আহক আমি মূলভাৱ চাওঁ |
| 06:29 | এই টিউটৰিয়েলত আমি শিকিলো, |
| 06:32 | Source (চৌৰ্চ) কমান্ড |
| 06:34 | ফাংচন এটা বেকগ্ৰাউন্দত (background) থ’বলৈ |
| 06:36 | কিছু উদাহৰণৰ সহায়ত |
| 06:39 | এটা অনুশিলনী হিচাবে: |
| 06:40 | এটা ফাংচন add(এদ) লিখক দুটা সংখ্যা যোগ কৰিবলৈ আৰু অন্য ফাইলত ফাংচনটো মাতিবলৈ |
| 06:47 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব http://spoken-tutorial.org/What\_is\_a\_Spoken\_Tutorial |
| 06:51 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 06:55 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
| 07:00 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 07:10 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 07:18 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
| 07:22 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 07:30 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
| 07:36 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে |
| 07:42 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ । |