BASH/C2/Command-Line-arguments-and-Quoting/Assamese

From Script | Spoken-Tutorial
Revision as of 18:30, 24 February 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 কমান্ড লাইন আৰগুমেন্তচ আৰু ক্যৌটিং ইন বেচ( Command line arguments and Quoting in BASH)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:08 এই টিউটৰিয়েলটোত, আমি শিকিম
00:11 * Command line Arguments (কমান্ড লাইন আৰগুমেন্তচ)আৰু
00:13 * Quoting(ক্যৌটিং)
00:15 এই টিউটৰিয়েলটো অনুকৰণ কৰিবলৈ আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে পৰিচিত হব লাগিব ।
00:20 অন্যথা, সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি উল্লেখিত উৱেবচাইত(website) পৰিদৰ্শন কৰক ।
00:26 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:29 *Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System )
00:33 *GNU Bash(বেচ) তাঙৰণ 4.1.10
00:37 GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:43 * চেল স্ক্ৰিপ্ত (Shell script) এ কমান্ড লাইন(command line)ৰ পৰা আৰগুমেন্ত্চ(arguments) গ্ৰহণ কৰিব পাৰে
00:46 * ক’ল (call) কৰা প্ৰোগ্ৰাম এটালৈ আৰগুমেন্ত(argument) এটা গৃহিত (pass) হয়
00:52 *এটা প্ৰোগ্ৰামলৈ যিকোনো সংখ্যাৰ আৰগুমেন্তচ (arguments) গৃহিত( pass) হ'ব পাৰে
00:57 টাৰ্মিনেল (terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl Alt আৰু Tকী টিপক
01:06 মই ইতিমধ্যে ফাইল নাম (file name) arg.shত ক’ড( code)টো লিখি থৈছো
01:12 টাৰ্মিনেল (terminal)ত মই ফাইল( file)টো খুলিবলৈ লিখিম
01:16 gedit space(স্পেছ) arg.sh space(স্পেছ) ampersand sign(এম্পাৰাছেন্দ চিহ্ন)
01:23 আমি প্ৰম্পত (prompt) খালি কৰিবলৈ এম্পাৰাছেন্দ (ampersand) ব্যৱ্হাৰ কৰো
01:27 এতিয়া, এন্টাৰ ( Enter) টিপক
01:30 টেকষ্ট এদিতৰ (text editor)টো খুলিছে
01:33 এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম
01:36 এইটো হইছে চেনবেং (shenbang ) লাইন (line)
01:39 এই লাইন( line)টোৱে যিৰ’থ(Zeroth) আৰগুমেন্ত (argument) ছপা( print) কৰিব
01:43 ইয়াত $0 (দলাৰ যিৰ’) ই চেল স্ক্ৰিপ্তটোৰ নাম ছপা ( print) কৰিব
01:48 ইয়াৰ পৰিবৰ্তে ই বুজায় যে,যিৰোথ আৰগুমেন্তটো(zeroth argument) নিজে প্ৰোগ্ৰাম(program)টোৰ নাম হয়
01:55 আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্য্যকৰী( execute) কৰো আৰু চাওঁ
01:59 টাৰ্মিনেল (terminal)লৈ ঘূৰি আহো
02:01 প্ৰথমে ফাইলটো কাৰ্য্যকৰী (executable) কৰিবলৈ লিখক
02:05 chmod space (স্পেছ) plus(প্লাছ) x space(স্পেছ) arg.sh
02:12 এন্টাৰ (Enter) টিপক
02:14 এতিয়া লিখকdot slash(দত শ্লাচ) arg.sh
02:18 এন্টাৰ (Enter) টিপক
02:19 আউটপুতটো দৰ্শিত থৈছে যে: Zeroth argument(যিৰ’থ আৰগুমেন্ত) is arg.sh
02:26 এতিয়া আমাৰ এদিটৰ ( editor)লৈ ঘূৰি আহক আৰু ইয়াত দেখোৱাৰ দৰে শাৰী(line) তিনিটা লিখক
02:33 $1 (দলাৰ ৱান) এ কমান্ড লাইন ( command line)ৰ পৰা প্ৰোগ্ৰাম (program)লৈ গৃহিত (pass) হোৱা প্ৰথম আৰগুমেন্ত(argument)টো প্ৰতিকৃত( represents) কৰে
02:40 $2(দলাৰ টু) এ প্ৰোগ্ৰাম (program)লৈ গৃহিত (pass) হোৱা দ্বিতীয় আৰগুমেন্ত(argument)টো প্ৰতিকৃত( represents) কৰে
02:44 আৰু $3 (দলাৰ থ্ৰি) এ তৃতীয় আৰগুমেন্ত (argument)টো প্ৰতিকৃত ( represents) কৰে
02:48 এতিয়া ছেভ (Save)ত টিপক
02:49 আহক প্ৰোগ্ৰাম ( program)টো কাৰ্য্যকৰী(execute) কৰো আৰু চাওঁ
02:52 আপ এৰো কী (uparrow key)টো টিপক এন্টাৰ(Enter) টিপক
02:57 আমি দেখিছো যে যিৰ’থ (zeroeth) আৰগুমেন্ত(argument)টো ছপা(print) হৈছে
03:00 কিন্তু প্ৰথম (first) দ্বিতীয়(second) আৰু তৃতীয়( third) আৰগুমেন্ত্চ (arguments) বিলাক খালি(blank) হয়
03:05 এইটো এইকাৰণেই যে কমান্ড লাইন আৰগুমেন্তচ(command line arguments ) বিলাক কাৰ্যকৰণ(execution)ৰ সময়ত দিয়া হৈছে
03:11 গতিকে আপএৰো কী( uparrow key) টিপক আৰু লিখক: sunday monday আৰু tuesday.
03:18 এন্টাৰ(Enter) টিপক
03:21 আপুনি চাব পাৰিব যে প্ৰথম (first) দ্বিতীয়(second) আৰু তৃতীয়( third) আৰগুমেন্তচ( arguments) বিলাক হৈছে Sunday Monday আৰু Tuesday
03:28 এতিয়া আমাৰ এদিতৰ (editor)লৈ ঘূৰি আহক আৰো এন্টাৰ(Enter) টিপক
03:33 এতিয়া ইয়াত দেখোৱাৰ দৰে শাৰী (line)টো লিখক
03:37 $12(দলাৰ টোৱেল্ভ) এ টোৱেল্ভথ( twelveth ) আৰগুমেন্ত(argument)ক প্ৰতিকৃত( represents) কৰে
03:41 9 ত কৈ ডাঙৰ আৰগুমেন্ত(argument)এটা লিখিবলৈ আমি মাজুবন্ধনি(curly brackets)ব্যৱ্হাৰ কৰিব লাগে
03:46 নহলে বেচে (bash) ইন্তিজাৰ( integer)টোৰ দশম স্থান (ten's place)ত কেৱল মাত্ৰ আৰগুমেন্ত(argument)টোহে লব
03:53 আৰু আপুনি আশাকৰা ধৰণে আউটপুট (output) নাপাব
03:57 এতিয়া ছেভ (Save) ত টিপক
03:59 আহক প্ৰোগ্ৰাম (program)টো কাৰ্য্কৰী কৰো
04:01 টাৰ্মিনেললৈ (terminal)ঘূৰি আহক
04:04 মই প্ৰমপ্ত (prompt)খালি কৰিম
04:07 এতিয়া আমি প্ৰোগ্ৰাম (program) টোত 12 বা 13 আৰগুমেন্তচ (arguments) দিব লাগিব
04:12 গতিকে লিখক dot slash (দত শ্লাছ) arg.sh space(স্পেছ) 1 to(টু) 13 এতিয়া এন্টাৰ(enter) টিপক
04:23 আপুনি দেখিবলৈ পাব যে টুৱেল্ভথ (12th) আৰগুমেন্ত ( argument) টো হৈছে 12
04:27 আমাৰ এদিটৰ(editor)লৈ ঘূৰি আহো
04:30 আৰু ইয়াত দেখুওৱাৰ দৰে শাৰী (line)টো লিখক
04:34 $#(দলাৰ হাছ)এ আমি প্ৰোগ্ৰাম এটালৈ গৃহিত(pass)কৰি অহা আৰগুমেন্তচ(arguments)ৰ সম্পূৰ্ণ সংখ্যা দিয়ে
04:40 এতিয়া ছেভ (Save)ত টিপক
04:43 কাৰ্যকৰী কৰো আহক
04:44 টাৰ্মিনেললৈ(terminal)ঘূৰি আহক
04:46 কাৰ্যকৰী কৰো আহক । আপএৰো(uparrow) কী টিপক আৰু এন্টাৰ(Enter) টিপক
04:52 আমি দেখিম যে সম্পূৰ্ণ আৰগুমেন্তচ (arguments)হৈছে 13
04:57 এতিয়া এদিটৰ (editor)লৈ ঘূৰি আহক
05:00 এন্টাৰ (Enter) টিপক আৰু ইয়াত দেখুওৱাৰ দৰে শাৰী বিলাক (lines) লিখক
05:04 $*(দলাৰ এচটেৰিছ)এ এটা একক শাৰী (single line)ত সকলো বিলাক আৰগুমেন্তচ(arguments) ছপা কৰিব
05:10 আমি এটা সৰল(simple) ফৰ( for ) লোপ(loop)ৰ সহায়ত এইটো পৰীক্ষা কৰিম
05:14 আমি কাৰ্যকৰণৰ সময়ত এই ফৰ (for ) লোপ(loop)টো বিশ্লেষণ( analyse) কৰিম
05:18 এতিয়া ছেভ (Save)ত টিপক । টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
05:22 মই প্ৰমপ্ত (prompt) খালি কৰিম
05:26 আহক আমি লিখো, dot slash(দত শ্লাচ) arg.sh space(স্পেছ) sunday monday আৰু tuesday
05:35 এন্টাৰ ( Enter) টিপক
05:38 আপুনি চাব পাৰে যে আৰগুমেন্তচ(arguments)ৰ সম্পূৰ্ণ সংখ্যা হৈছে 3 যি দৰে আমি 3 টা আৰগুমেন্ত্চ (arguments) আমাৰ প্ৰোগ্ৰাম( program)টোলৈ গৃহিত(pass) কৰিছিলো
05:46 আগতে কোৱাৰ দৰে $*(দলাৰ এচটেৰিছ) এ এটা একক শাৰী (single line)ত সকলো বিলাক আৰগুমেন্ত্চ (arguments)ছপা কৰিব
05:54 আৰু এইটো হৈছে ফৰ লোপ (for loop)টোৰ আউটপুট( output)
05:57 আমি দেখিছো যে সকলো বিলাক আৰগুমেন্ত্চ (arguments) একক শাৰী(single line)টোত ছপা(print) হৈছে
06:02 এতিয়া আমাৰ প্ৰোগ্ৰাম(program)টোলৈ ঘূৰি আহো আৰু ইয়াত দেখুওঁৱাৰ দৰে শাৰী(line) বিলাক লিখক
06:09 $@(দলাৰ এত)এ ও সকলো বিলাক আৰগুমেন্তচ (arguments) ছপা(print) কৰিব পাৰিব
06:13 যি কি নহওঁক, এইবাৰ প্ৰত্যেক আৰগুমেন্ত(argument) পৃথক শাৰী(separate line)ত ছপা(print) হব
06:20 এইটো বেলেগ ফৰ (for) লোপ(loop),যিটোৱে প্ৰ্ত্যেক আৰগুমেন্ত(argument)ক এটা পৃথক শাৰী(separate line)ত ছপা(print) কৰিব
06:26 আহক কেনেকৈ চাওঁ । ছেভ (Save) ত টিপক ।
06:29 টাৰ্মিনেল (terminal)লৈ ঘূৰি যাওঁ
06:32 আপএৰো কী ( uparrow key) টিপক
06:34 এন্টাৰ ( Enter) টিপক আপুনি পাৰ্থক্যটো দেখিবলৈ পাব
06:39 এইবিলাক হৈছে $@ৰ দ্বাৰা ছপা (print) হোৱা আৰগুমেন্ত্চ (arguments)
06:43 $@এ প্ৰত্যেক আৰগুমেন্ত্(argument)ক পৃথক শাৰী(separate line)ত ছপা(print) কৰে
06:47 এইটো হৈছে দ্বিতীয় (2nd) ফৰ লোপ(for loop)টোৰ বাবে আউটপুট(output)
06:52 আহক বেচ (BASH) ৰ ক্যৌতিং(quoting) লৈ যাওঁ
06:55 শ্লাইডবোৰ (slides)লৈ যাওঁ
06:57 তাত তিনি ধৰণৰ ক্যৌতচ ( quotes) থাকে
06:59 Double quote(ডাবোল ক্যৌত)
07:00 Single quote(চিংগল ক্যৌত)
07:02 Backslash(বেক শ্লাচ)
07:03 * ডাবল ক্যৌত(Double quote )এ ভেৰিয়েবলচ(variables) আৰু কমান্ডচ(commands)ৰ মানটো পৰিপূৰ্ণ( substitutes) কৰে
07:09 * উদাহৰণ echo “Username is $USER”(এক’ ইউজাৰনেম ইজ দলাৰ ইউজাৰ)
07:13 *ই আপোনাৰ চিষ্টেম( system)ৰ ইউজাৰনেম(username ) দৰ্শিত কৰে
07:17 টাৰ্মিনেল (Terminal)লৈ যাওঁ
07:20 মই প্ৰমপ্ত (prompt) খালি কৰিম
07:23 এতিয়া লিখক echo space(স্পেছ)বৰফলাত দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত Username space(স্পেছ) is dollar USER
07:34 এন্টাৰ (Enter) টিপক
07:35 চিষ্টেম ( system)টোৰ ইউজাৰনেম(username)তো ছপা হৈছে
07:39 আউটপুট ( output)টো আপুনাৰ চিষ্টেম(system)ৰ অনুসৰি বেলেগ হব
07:42 এতিয়া শ্লাইডবোৰ (slides)লৈ ঘূৰি যাওঁ
07:46 *চিংগল ক্যৌত্চ(Single quotes)এ প্ৰদত্ত ষ্ট্ৰিংৰ প্ৰত্যেক কেৰেক্তাৰ( character)ৰ আক্ষৰিক অৰ্থ(literal meaning) সংৰক্ষণ কৰে
07:53 *ইয়াক সকলোবিলাক কেৰেক্তাৰ (characters)ৰ বিশেষ অৰ্থ বন্ধ কৰিবলৈ ব্যৱ্হাৰ কৰা হয়
07:58 টাৰ্মিনেললৈ (Terminal) যাওঁ
08:01 লিখক echo space (স্পেছ) একক উৰ্দ্ধকমাৰ ভিতৰত Username is dollar USER বৰফলাত
08:10 এন্টাৰ (Enter) টিপক
08:12 আউটপুটটো হৈছে Username is $USER
08:16 এই উদাহৰণত, ই একক উৰ্দ্ধকমাৰ ভিতৰত অৱতিৰ্ণ (appear) হোৱা সকলো বিলাক কেৰেক্তাৰ(character) ছপা কৰে
08:23 variable (ভেৰিয়েবল) $USERৰ মানক পৰিবৰ্তন নকৰে
08:28 আমাৰ শ্লাইডবোৰলৈ ( slides) ঘূৰি যাওঁ
08:31 *বেকশ্লাচে (Backslash) এটা একক কেৰেক্তাৰ( character)ৰ পৰা বিশেষ অৰ্থক আতৰ কৰে
08:37 * ই বেচ (BASH)ত এটা এচকেপ কেৰেক্তাৰ( escape character) হিচাবে ব্যৱ্হাৰ হ্য়
08:42 টাৰ্মিনেল (Terminal)লৈ যাওঁ
08:44 এতিয়া লিখকecho space (স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত Username is backslash(বেকশ্লাচ) dollar USER (বৰফলাত)
08:55 যিহেতু আমি দ্বৈত উৰ্দ্ধকমা দিছো, আমি echoকমান্ডে usernameটো দৰ্শিত কৰাতো আশা কৰো
09:02 আহক এই কমান্ড( command) টো চেষ্টা কৰো গতিকে এন্টাৰ(Enter) টিপক
09:06 আউটপুট(output)টো হৈছে Username is $USER
09:10 এই উদাহৰণত বেকশ্লাচে (Backslash) $ (দলাৰ) চিহ্নৰ বিশেষ অৰ্থক আতৰ কৰে
09:16 $USER এ মাত্ৰ কোনো বিশেষ কাৰ্যকাৰিতা (functionality)নথকা এটা ষ্ট্ৰিং( string) হিচাবে আচৰণ কৰে
09:22 ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
09:25 আমাৰ শ্লাইডবোৰলৈ (slides) যাওঁ
09:27 আহক আমি মূলভাৱ চাওঁ
09:28 এই টিউটৰিয়েল(tutorial)ত আমি শিকিলো
09:31 * Command line arguments(কমান্ড লাইন আৰগুমেন্তচ) ।
09:33 *ডাবল ক্যৌত(Double quote),চিংগল ক্যৌত(Single quote) আৰু বেকশ্লাচ(Backslash) ৰ কাৰ্য্কাৰিতা(Functionality)
09:39 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
09:42 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
09:45 আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
09:51 স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
09:56 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
10:00 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
10:07 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
10:10 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে ।এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
10:24 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে
10:30 আৰু মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mausamh9, Mousumi