BASH/C2/Command-Line-arguments-and-Quoting/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | কমান্ড লাইন আৰগুমেন্তচ আৰু ক্যৌটিং ইন বেচ( Command line arguments and Quoting in BASH)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:08 | এই টিউটৰিয়েলটোত, আমি শিকিম |
| 00:11 | Command line Arguments (কমান্ড লাইন আৰগুমেন্তচ)আৰু |
| 00:13 | Quoting(ক্যৌটিং) |
| 00:15 | এই টিউটৰিয়েলটো অনুকৰণ কৰিবলৈ আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে পৰিচিত হব লাগিব । |
| 00:20 | অন্যথা, সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি উল্লেখিত উৱেবচাইত(website) পৰিদৰ্শন কৰক । |
| 00:26 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
| 00:29 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System ) |
| 00:33 | GNU Bash(বেচ) তাঙৰণ 4.1.10 |
| 00:37 | GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
| 00:43 | চেল স্ক্ৰিপ্ত (Shell script) এ কমান্ড লাইন(command line)ৰ পৰা আৰগুমেন্ত্চ(arguments) গ্ৰহণ কৰিব পাৰে |
| 00:46 | ক’ল (call) কৰা প্ৰোগ্ৰাম এটালৈ আৰগুমেন্ত(argument) এটা গৃহিত (pass) হয় |
| 00:52 | এটা প্ৰোগ্ৰামলৈ যিকোনো সংখ্যাৰ আৰগুমেন্তচ (arguments) গৃহিত( pass) হ'ব পাৰে |
| 00:57 | টাৰ্মিনেল (terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl Alt আৰু Tকী টিপক |
| 01:06 | মই ইতিমধ্যে ফাইল নাম (file name) arg.shত ক’ড( code)টো লিখি থৈছো |
| 01:12 | টাৰ্মিনেল (terminal)ত মই ফাইল( file)টো খুলিবলৈ লিখিম |
| 01:16 | gedit space(স্পেছ) arg.sh space(স্পেছ) ampersand sign(এম্পাৰাছেন্দ চিহ্ন) |
| 01:23 | আমি প্ৰম্পত (prompt) খালি কৰিবলৈ এম্পাৰাছেন্দ (ampersand) ব্যৱ্হাৰ কৰো |
| 01:27 | এতিয়া, এন্টাৰ ( Enter) টিপক |
| 01:30 | টেকষ্ট এদিতৰ (text editor)টো খুলিছে |
| 01:33 | এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম |
| 01:36 | এইটো হইছে চেনবেং (shenbang ) লাইন (line) |
| 01:39 | এই লাইন( line)টোৱে যিৰ’থ(Zeroth) আৰগুমেন্ত (argument) ছপা( print) কৰিব |
| 01:43 | ইয়াত $0 (দলাৰ যিৰ’) ই চেল স্ক্ৰিপ্তটোৰ নাম ছপা ( print) কৰিব |
| 01:48 | ইয়াৰ পৰিবৰ্তে ই বুজায় যে,যিৰোথ আৰগুমেন্তটো(zeroth argument) নিজে প্ৰোগ্ৰাম(program)টোৰ নাম হয় |
| 01:55 | আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্য্যকৰী( execute) কৰো আৰু চাওঁ |
| 01:59 | টাৰ্মিনেল (terminal)লৈ ঘূৰি আহো |
| 02:01 | প্ৰথমে ফাইলটো কাৰ্য্যকৰী (executable) কৰিবলৈ লিখক |
| 02:05 | chmod space (স্পেছ) plus(প্লাছ) x space(স্পেছ) arg.sh |
| 02:12 | এন্টাৰ (Enter) টিপক |
| 02:14 | এতিয়া লিখকdot slash(দত শ্লাচ) arg.sh |
| 02:18 | এন্টাৰ (Enter) টিপক |
| 02:19 | আউটপুতটো দৰ্শিত থৈছে যে: Zeroth argument(যিৰ’থ আৰগুমেন্ত) is arg.sh |
| 02:26 | এতিয়া আমাৰ এদিটৰ ( editor)লৈ ঘূৰি আহক আৰু ইয়াত দেখোৱাৰ দৰে শাৰী(line) তিনিটা লিখক |
| 02:33 | $1 (দলাৰ ৱান) এ কমান্ড লাইন ( command line)ৰ পৰা প্ৰোগ্ৰাম (program)লৈ গৃহিত (pass) হোৱা প্ৰথম আৰগুমেন্ত(argument)টো প্ৰতিকৃত( represents) কৰে |
| 02:40 | $2(দলাৰ টু) এ প্ৰোগ্ৰাম (program)লৈ গৃহিত (pass) হোৱা দ্বিতীয় আৰগুমেন্ত(argument)টো প্ৰতিকৃত( represents) কৰে |
| 02:44 | আৰু $3 (দলাৰ থ্ৰি) এ তৃতীয় আৰগুমেন্ত (argument)টো প্ৰতিকৃত ( represents) কৰে |
| 02:48 | এতিয়া ছেভ (Save)ত টিপক |
| 02:49 | আহক প্ৰোগ্ৰাম ( program)টো কাৰ্য্যকৰী(execute) কৰো আৰু চাওঁ |
| 02:52 | আপ এৰো কী (uparrow key)টো টিপক এন্টাৰ(Enter) টিপক |
| 02:57 | আমি দেখিছো যে যিৰ’থ (zeroeth) আৰগুমেন্ত(argument)টো ছপা(print) হৈছে |
| 03:00 | কিন্তু প্ৰথম (first) দ্বিতীয়(second) আৰু তৃতীয়( third) আৰগুমেন্ত্চ (arguments) বিলাক খালি(blank) হয় |
| 03:05 | এইটো এইকাৰণেই যে কমান্ড লাইন আৰগুমেন্তচ(command line arguments ) বিলাক কাৰ্যকৰণ(execution)ৰ সময়ত দিয়া হৈছে |
| 03:11 | গতিকে আপএৰো কী( uparrow key) টিপক আৰু লিখক: sunday monday আৰু tuesday. |
| 03:18 | এন্টাৰ(Enter) টিপক |
| 03:21 | আপুনি চাব পাৰিব যে প্ৰথম (first) দ্বিতীয়(second) আৰু তৃতীয়( third) আৰগুমেন্তচ( arguments) বিলাক হৈছে Sunday Monday আৰু Tuesday |
| 03:28 | এতিয়া আমাৰ এদিতৰ (editor)লৈ ঘূৰি আহক আৰো এন্টাৰ(Enter) টিপক |
| 03:33 | এতিয়া ইয়াত দেখোৱাৰ দৰে শাৰী (line)টো লিখক |
| 03:37 | $12(দলাৰ টোৱেল্ভ) এ টোৱেল্ভথ( twelveth ) আৰগুমেন্ত(argument)ক প্ৰতিকৃত( represents) কৰে |
| 03:41 | 9 ত কৈ ডাঙৰ আৰগুমেন্ত(argument)এটা লিখিবলৈ আমি মাজুবন্ধনি(curly brackets)ব্যৱ্হাৰ কৰিব লাগে |
| 03:46 | নহলে বেচে (bash) ইন্তিজাৰ( integer)টোৰ দশম স্থান (ten's place)ত কেৱল মাত্ৰ আৰগুমেন্ত(argument)টোহে লব |
| 03:53 | আৰু আপুনি আশাকৰা ধৰণে আউটপুট (output) নাপাব |
| 03:57 | এতিয়া ছেভ (Save) ত টিপক |
| 03:59 | আহক প্ৰোগ্ৰাম (program)টো কাৰ্য্কৰী কৰো |
| 04:01 | টাৰ্মিনেললৈ (terminal)ঘূৰি আহক |
| 04:04 | মই প্ৰমপ্ত (prompt)খালি কৰিম |
| 04:07 | এতিয়া আমি প্ৰোগ্ৰাম (program) টোত 12 বা 13 আৰগুমেন্তচ (arguments) দিব লাগিব |
| 04:12 | গতিকে লিখক dot slash (দত শ্লাছ) arg.sh space(স্পেছ) 1 to(টু) 13 এতিয়া এন্টাৰ(enter) টিপক |
| 04:23 | আপুনি দেখিবলৈ পাব যে টুৱেল্ভথ (12th) আৰগুমেন্ত ( argument) টো হৈছে 12 |
| 04:27 | আমাৰ এদিটৰ(editor)লৈ ঘূৰি আহো |
| 04:30 | আৰু ইয়াত দেখুওৱাৰ দৰে শাৰী (line)টো লিখক |
| 04:34 | $#(দলাৰ হাছ)এ আমি প্ৰোগ্ৰাম এটালৈ গৃহিত(pass)কৰি অহা আৰগুমেন্তচ(arguments)ৰ সম্পূৰ্ণ সংখ্যা দিয়ে |
| 04:40 | এতিয়া ছেভ (Save)ত টিপক |
| 04:43 | কাৰ্যকৰী কৰো আহক |
| 04:44 | টাৰ্মিনেললৈ(terminal)ঘূৰি আহক |
| 04:46 | কাৰ্যকৰী কৰো আহক । আপএৰো(uparrow) কী টিপক আৰু এন্টাৰ(Enter) টিপক |
| 04:52 | আমি দেখিম যে সম্পূৰ্ণ আৰগুমেন্তচ (arguments)হৈছে 13 |
| 04:57 | এতিয়া এদিটৰ (editor)লৈ ঘূৰি আহক |
| 05:00 | এন্টাৰ (Enter) টিপক আৰু ইয়াত দেখুওৱাৰ দৰে শাৰী বিলাক (lines) লিখক |
| 05:04 | $(দলাৰ এচটেৰিছ)এ এটা একক শাৰী (single line)ত সকলো বিলাক আৰগুমেন্তচ(arguments) ছপা কৰিব |
| 05:10 | আমি এটা সৰল(simple) ফৰ( for ) লোপ(loop)ৰ সহায়ত এইটো পৰীক্ষা কৰিম |
| 05:14 | আমি কাৰ্যকৰণৰ সময়ত এই ফৰ (for ) লোপ(loop)টো বিশ্লেষণ( analyse) কৰিম |
| 05:18 | এতিয়া ছেভ (Save)ত টিপক । টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
| 05:22 | মই প্ৰমপ্ত (prompt) খালি কৰিম |
| 05:26 | আহক আমি লিখো, dot slash(দত শ্লাচ) arg.sh space(স্পেছ) sunday monday আৰু tuesday |
| 05:35 | এন্টাৰ ( Enter) টিপক |
| 05:38 | আপুনি চাব পাৰে যে আৰগুমেন্তচ(arguments)ৰ সম্পূৰ্ণ সংখ্যা হৈছে 3 যি দৰে আমি 3 টা আৰগুমেন্ত্চ (arguments) আমাৰ প্ৰোগ্ৰাম( program)টোলৈ গৃহিত(pass) কৰিছিলো |
| 05:46 | আগতে কোৱাৰ দৰে $(দলাৰ এচটেৰিছ) এ এটা একক শাৰী (single line)ত সকলো বিলাক আৰগুমেন্ত্চ (arguments)ছপা কৰিব |
| 05:54 | আৰু এইটো হৈছে ফৰ লোপ (for loop)টোৰ আউটপুট( output) |
| 05:57 | আমি দেখিছো যে সকলো বিলাক আৰগুমেন্ত্চ (arguments) একক শাৰী(single line)টোত ছপা(print) হৈছে |
| 06:02 | এতিয়া আমাৰ প্ৰোগ্ৰাম(program)টোলৈ ঘূৰি আহো আৰু ইয়াত দেখুওঁৱাৰ দৰে শাৰী(line) বিলাক লিখক |
| 06:09 | $@(দলাৰ এত)এ ও সকলো বিলাক আৰগুমেন্তচ (arguments) ছপা(print) কৰিব পাৰিব |
| 06:13 | যি কি নহওঁক, এইবাৰ প্ৰত্যেক আৰগুমেন্ত(argument) পৃথক শাৰী(separate line)ত ছপা(print) হব |
| 06:20 | এইটো বেলেগ ফৰ (for) লোপ(loop),যিটোৱে প্ৰ্ত্যেক আৰগুমেন্ত(argument)ক এটা পৃথক শাৰী(separate line)ত ছপা(print) কৰিব |
| 06:26 | আহক কেনেকৈ চাওঁ । ছেভ (Save) ত টিপক । |
| 06:29 | টাৰ্মিনেল (terminal)লৈ ঘূৰি যাওঁ |
| 06:32 | আপএৰো কী ( uparrow key) টিপক |
| 06:34 | এন্টাৰ ( Enter) টিপক আপুনি পাৰ্থক্যটো দেখিবলৈ পাব |
| 06:39 | এইবিলাক হৈছে $@ৰ দ্বাৰা ছপা (print) হোৱা আৰগুমেন্ত্চ (arguments) |
| 06:43 | $@এ প্ৰত্যেক আৰগুমেন্ত্(argument)ক পৃথক শাৰী(separate line)ত ছপা(print) কৰে |
| 06:47 | এইটো হৈছে দ্বিতীয় (2nd) ফৰ লোপ(for loop)টোৰ বাবে আউটপুট(output) |
| 06:52 | আহক বেচ (BASH) ৰ ক্যৌতিং(quoting) লৈ যাওঁ |
| 06:55 | শ্লাইডবোৰ (slides)লৈ যাওঁ |
| 06:57 | তাত তিনি ধৰণৰ ক্যৌতচ ( quotes) থাকে |
| 06:59 | Double quote(ডাবোল ক্যৌত) |
| 07:00 | Single quote(চিংগল ক্যৌত) |
| 07:02 | Backslash(বেক শ্লাচ) |
| 07:03 | ডাবল ক্যৌত(Double quote )এ ভেৰিয়েবলচ(variables) আৰু কমান্ডচ(commands)ৰ মানটো পৰিপূৰ্ণ( substitutes) কৰে |
| 07:09 | উদাহৰণ echo “Username is $USER”(এক’ ইউজাৰনেম ইজ দলাৰ ইউজাৰ) |
| 07:13 | ই আপোনাৰ চিষ্টেম( system)ৰ ইউজাৰনেম(username ) দৰ্শিত কৰে |
| 07:17 | টাৰ্মিনেল (Terminal)লৈ যাওঁ |
| 07:20 | মই প্ৰমপ্ত (prompt) খালি কৰিম |
| 07:23 | এতিয়া লিখক echo space(স্পেছ)বৰফলাত দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত Username space(স্পেছ) is dollar USER |
| 07:34 | এন্টাৰ (Enter) টিপক |
| 07:35 | চিষ্টেম ( system)টোৰ ইউজাৰনেম(username)তো ছপা হৈছে |
| 07:39 | আউটপুট ( output)টো আপুনাৰ চিষ্টেম(system)ৰ অনুসৰি বেলেগ হব |
| 07:42 | এতিয়া শ্লাইডবোৰ (slides)লৈ ঘূৰি যাওঁ |
| 07:46 | চিংগল ক্যৌত্চ(Single quotes)এ প্ৰদত্ত ষ্ট্ৰিংৰ প্ৰত্যেক কেৰেক্তাৰ( character)ৰ আক্ষৰিক অৰ্থ(literal meaning) সংৰক্ষণ কৰে |
| 07:53 | ইয়াক সকলোবিলাক কেৰেক্তাৰ (characters)ৰ বিশেষ অৰ্থ বন্ধ কৰিবলৈ ব্যৱ্হাৰ কৰা হয় |
| 07:58 | টাৰ্মিনেললৈ (Terminal) যাওঁ |
| 08:01 | লিখক echo space (স্পেছ) একক উৰ্দ্ধকমাৰ ভিতৰত Username is dollar USER বৰফলাত |
| 08:10 | এন্টাৰ (Enter) টিপক |
| 08:12 | আউটপুটটো হৈছে Username is $USER |
| 08:16 | এই উদাহৰণত, ই একক উৰ্দ্ধকমাৰ ভিতৰত অৱতিৰ্ণ (appear) হোৱা সকলো বিলাক কেৰেক্তাৰ(character) ছপা কৰে |
| 08:23 | ই variable (ভেৰিয়েবল) $USERৰ মানক পৰিবৰ্তন নকৰে |
| 08:28 | আমাৰ শ্লাইডবোৰলৈ ( slides) ঘূৰি যাওঁ |
| 08:31 | বেকশ্লাচে (Backslash) এটা একক কেৰেক্তাৰ( character)ৰ পৰা বিশেষ অৰ্থক আতৰ কৰে |
| 08:37 | ই বেচ (BASH)ত এটা এচকেপ কেৰেক্তাৰ( escape character) হিচাবে ব্যৱ্হাৰ হ্য় |
| 08:42 | টাৰ্মিনেল (Terminal)লৈ যাওঁ |
| 08:44 | এতিয়া লিখকecho space (স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত Username is backslash(বেকশ্লাচ) dollar USER (বৰফলাত) |
| 08:55 | যিহেতু আমি দ্বৈত উৰ্দ্ধকমা দিছো, আমি echoকমান্ডে usernameটো দৰ্শিত কৰাতো আশা কৰো |
| 09:02 | আহক এই কমান্ড( command) টো চেষ্টা কৰো গতিকে এন্টাৰ(Enter) টিপক |
| 09:06 | আউটপুট(output)টো হৈছে Username is $USER |
| 09:10 | এই উদাহৰণত বেকশ্লাচে (Backslash) $ (দলাৰ) চিহ্নৰ বিশেষ অৰ্থক আতৰ কৰে |
| 09:16 | $USER এ মাত্ৰ কোনো বিশেষ কাৰ্যকাৰিতা (functionality)নথকা এটা ষ্ট্ৰিং( string) হিচাবে আচৰণ কৰে |
| 09:22 | ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 09:25 | আমাৰ শ্লাইডবোৰলৈ (slides) যাওঁ |
| 09:27 | আহক আমি মূলভাৱ চাওঁ |
| 09:28 | এই টিউটৰিয়েল(tutorial)ত আমি শিকিলো |
| 09:31 | Command line arguments(কমান্ড লাইন আৰগুমেন্তচ) । |
| 09:33 | ডাবল ক্যৌত(Double quote),চিংগল ক্যৌত(Single quote) আৰু বেকশ্লাচ(Backslash) ৰ কাৰ্য্কাৰিতা(Functionality) |
| 09:39 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 09:42 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 09:45 | আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
| 09:51 | স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 09:56 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 10:00 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 10:07 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
| 10:10 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে ।এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
| 10:24 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে |
| 10:30 | আৰু মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ । |