BASH/C2/Basics-of-Shell-Scripting/Assamese

From Script | Spoken-Tutorial
Revision as of 02:48, 14 February 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 Basics of Shell Scripting(বেচিকচ অফ চেল স্ক্ৰিপতিং)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:05 এই টিউটৰিয়েলটোত,আমি শিকিম
00:09 * System variables(চিষ্টেম ভেৰিয়েবলচ)
00:11 * User defined variables(ইউজাৰ ডিফাইনদ ভেৰিয়েবলচ)আৰু
00:13 *কীবৰ্ড(keyboard)ৰ সহায়ত ইউজাৰ ইনপুত(user input ) গ্ৰহন কৰা
00:16 এই টিউটৰিয়েলটো অনুকৰণ কৰিবলৈ আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে পৰিচিত হব লাগিব ।
00:23 অন্যথা , সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি উল্লেখিত উৱেবচাইত(website) পৰিদৰ্শন কৰক ।
00:29 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:32 * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System ) আৰু
00:35 * GNU Bash(বেচ) তাঙৰণ 4.1.10
00:40 অনুগ্ৰহ কৰি মন কৰিব GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:46 আহক আমি ভেৰিয়েবলৰ(variables) এটা পৰিচয়েৰে আৰম্ভ কৰো
00:49 *বেচ ভেৰিয়েবলে(Bash variables ) তথ্য(information)ৰ বাবে অস্থায়ী ষ্ট’ৰেজ(temporary storage ) প্ৰদান কৰে
00:55 *এই ভেৰিয়েবল(variables) বিলাক প্ৰোগ্ৰাম(program)ৰ লাইফস্পান(lifespan)ৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰি
01:01 *তাত দুই ধৰণৰ ভেৰিয়েবলচ(variable) থাকে
  1. System variables(চিষ্টেম ভেৰিয়েবলচ)
  2. User defined variables (ইউজাৰ ডিফাইন্দ ভেৰিয়েবলচ)
01:07 System variables(চিষ্টেম ভেৰিয়েবলচ),ইহঁত নিজস্বভাবেLinux Bash Shell(লিনাক্স বেচ চেল)ৰ দ্বাৰা নিৰ্মান আৰু পৰিচালিত হয় ।
01:14 সিহঁতক বৰফলা আখৰেৰে সূচিত কৰা হয় ।
01:17 সাধাৰণতে ব্যৱহৃ্ত System variables(চিষ্টেম ভেৰিয়েবলচ)বিলাক হৈছে
01:20 * BASH_VERSION, (বেচ-ভাৰ্চন)
01:21 * HOSTNAME, (হষ্টনেম)
01:23 * HOME etc(হোম)ইত্যাদি
01:25 টাৰ্মিনেল(terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl Alt আৰু Tকী টিপক
01:33 এতিয়া set লিখক আৰু এন্টাৰ(Enter) টিপক
01:38 ই সকলো বিলাক চিষ্টেম ভেৰিয়েবলচ(system variables) দৰ্শিত কৰিব
01:42 সকলো বিলাক চিষ্টেম ভেৰিয়েবলচ(system variables) চাবলৈ উমৈহতিয়া ভাবে আপুনি env বা printenv লিখিব পাৰে ।
01:53 এতিয়া মই প্ৰম্পত(prompt)খালি কৰো
01:55

এতিয়া echospace(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত দলাৰ চিহ্ন(dollar sign )হ‘ষ্ট নেম(HOSTNAME ) লিখক

02:01 আৰু এতিয়া এন্টাৰ(Enter) টিপক
02:04 চিষ্টেম(system)টোৰ হ’ষ্টনেম(hostname )টো দৰ্শিত হ’ব
02:07 এতিয়া হোম দাইৰেক্তৰি(homedirectory)ৰ সম্পূৰ্ণ পাথ(path) বিচাৰি উলিয়াওঁ আহক
02:11 echo space(স্পেছ)দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত দলাৰ চিহ্ন হোম বৰফলাত(dollar sign HOME ) লিখক
02:18 এন্টাৰ(Enter) টিপক
02:21 উপভোক্তাৰ হোম দাইৰেক্তৰি(home directory )ৰ সম্পূৰ্ণ পাথ দৰ্শিত হ’ব
02:26 এতিয়া, লিখক
02:27 echo space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত বৰফলাত হোম(HOME)
02:32 এন্টাৰ(Enter) টিপক
02:34 ই মাত্ৰ হোম(HOME)টো দৰ্শিত কৰিব হোম ভেৰিয়েবল(HOME variable)ৰ মানটো নকৰে
02:39 গতিকে ইয়াৰ মান দৰ্শিত হবলৈ প্ৰতিটো ভেৰিয়েবল(variable)ৰ আৰম্ভনিতে দলাৰ চিহ্ন(dollar sign( '$') ) ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়
02:48 আহক আমাৰ শ্লাইদ(slide)বোৰলৈ ঘূৰি যাওঁ
02:51 ইউজাৰ দিফাইনদ ভেৰিয়েবলচ (User Defined Variables)
02:53 *এই ভেৰিয়েবল (Variable) বিলাক উপভোক্তাৰ দ্বাৰা গঠিত আৰু পৰিচালিত হয়
02:57 *user defined variables(ইউজাৰ দিফাইন্দ ভেৰিয়েবল)ৰ নামৰ কাৰনে uppercase(আপাৰ কেছ) উপেক্ষা কৰাতো এটা ভাল উপায়
03:05 * ই ইউজাৰ দিফাইন্দ(user defined )আৰু চিষ্টেম ভেৰিয়েবল(system variables)ৰ পাৰ্থক্য উলিওৱাত সহায় কৰে
03:12 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি যাওঁ
03:14 লিখকusername(ইউজাৰনেম) সমান চিহ্ন(equal to sign) sunita(চুনিতা)
03:20 অনুগ্ৰহ কৰি মন কৰিব যে username(ইউজাৰনেম), সমান চিহ্ন(equal to sign) আৰু sunita(চুনিতা)ৰ মাজত কোনো ধৰণৰ খালি ঠাই থাকিব নালাগিব
03:29 এতিয়া এন্টাৰ (Enter)টিপক
03:30 username(ইউজাৰনেম)ভেৰিয়েবল(variable)ৰ মান দৰ্শিত হবলৈ
03:33 echo space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰতdollar sign username(ডলাৰ চিহ্ন ইউজাৰনেম) লিখক
03:40 এন্টাৰ(Enter) টিপক
03:42 ই আপোনাৰ টাৰ্মিনেল(terminal)ত sunita(চুনিতা) দৰ্শিত কৰিব
03:46 ভেৰিয়েবল এটাৰ মানটো unset(আনচেট) কৰিব পাৰি
03:50 আহক আমি আমাৰ শ্লাইড(slide)বোৰলৈ ঘূৰি যাওঁ
03:52 unset(আনচেট),ভেৰিয়েবলৰ মানটো unset(আনচেট) কমান্ড ব্যৱহাৰ কৰি unset(আনচেট) কৰিব পাৰি
03:59 ইয়াৰ বাবে গাঠনিটো হৈছে unset(আনচেট) variablename(ভেৰিয়েবলনেম)
04:03 আহক আমি পূৰ্বৰ উদাহৰণটো ব্যৱ্হাৰ কৰো য’ত username (ইউজাৰনেম)টো হৈছে আমাৰ ভেৰিয়েবল(variable)
04:08 টাৰ্মিনেললৈ ঘূৰি যাওঁ । এতিয়া unset(আনচেট) space(স্পেছ) username(ইউজাৰনেম) লিখক আৰু এন্টাৰ(Enter) টিপক
04:18 আহক আমি পৰীক্ষা কৰো echo space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰতdollar sign username(ডলাৰ চিহ্ন ইউজাৰ নেম) লিখক এন্টাৰ টিপক
04:28 টাৰ্মিনেল(terminal)ত একো দৰ্শিত নহব
04:30 ই বুজায় যে variable username(ভেৰিয়েবল ইউজাৰনেম) ৰ মান আতৰ কৰা হৈছে
04:36 এতিয়া আমাৰ শ্লাইড(slide)বোৰলৈ ঘূৰি যাওঁ আহক
04:39 Global(গ্লবেল) আৰু local variables(লোকেল ভেৰিয়েবলচ)
04:42 *Shell (ছেল) স্ক্ৰিপ্ত(script)ত user defined variables(ইউজাৰ ডিফাইন্দ ভেৰিয়েবল) বিলাক globally (গ্ল’বেলি) বা locally(লোকেলি)ডিক্লেয়াৰ(declare)কৰিব পাৰি
04:49 *নিজস্বৰূপে সকলো বিলাক ভেৰিয়েবলচ(variables ) গ্লবেল(global)
04:52 *ই বুজায় যে,সিহঁতৰ মানবিলাক ফাংচন(function)ৰ ভিতৰত আৰু বাহিৰত একে থাকে
04:59 আহক আমি ভেৰিয়েবলচ(variables) কেনেকৈ গ্লবেলি (globally) আৰু লোকেলি(locally) ডিক্লেয়াৰ(declare) কৰা হয় শিকো
05:04 টাৰ্মিনেল(terminal )লৈ ঘূৰি আহো আৰু লিখক
05:07 gedit space(স্পেছ) g_(underscore)(আন্দাৰস্কৰ)variable(ভেৰিয়েবল দত).sh space(স্পেছ) & (এম্পাৰচেন্দ চিহ্ন)
05:16 geditটো টেকষ্ট এদিটৰ(text editor )g_(আন্দাৰস্কৰ)variable(ভেৰিয়েবল দত).sh টো আমাৰ ফাইল নাম
05:23 আৰু প্ৰম্পত মুক্ত কৰিবলৈ & (ampersand)এম্পাৰচেন্দ ব্যৱ্হাৰ কৰা হয়
05:28 এন্টাৰ( Enter) টিপক
05:30 ক’ডটো ইয়াত দেখুৱাৰ দৰে আপোনাৰ g_(আন্দাৰস্কৰ)(underscore)variable(ভেৰিয়েবল দত).sh ফাইলত লিখক
05:35 মই এতিয়া কডটো বৰ্ণনা কৰিম
05:38 hash (হাছ)আৰু exclamation (এক্সক্লেমেচন)চিহ্নৰ সৈতে,প্ৰথম শাৰীটো হৈছে এটা shebang(ছিবেং) বা এটা bang(বেং) শাৰী
05:44 username(ইউজাৰনেম)=sunita(চুনিতা)টো ইউজাৰ দিফাইন্দ ভেৰিয়েবল(userdefined variable)আৰু ইয়াক globally (গ্লবেলি) ডিক্লেয়াৰ(declare) কৰা হয়
05:51 echo টোৱে string(ষ্ট্ৰিং) outside function: (আউতচাইদ ফাংচন) টো দৰ্শিত কৰিব আৰু
05:55 dollar username(দলাৰ ইউজাৰনেম)এ ভেৰিয়েবল ইউজাৰনেম(variable username) টোৰ মান ছপা কৰিব
06:00 এইটোৱেই হৈছে কেনেকৈ আমি BASH (বেছ) স্ক্ৰিপ্তত এটা function(ফাংচন) বৰ্ণনা কৰো
06:04 পাছৰ টিউটৰিয়েলত আমি functions (ফাংচনচ)ৰ বিষয়ে বিতংকৈ আলোচনা কৰিম
06:09 এইটো হৈছে function(ফাংচন)টোৰ বডি(body)
06:12 ইয়াত inside function (ইনচাইদ ফাংচন)ত username(ইউজাৰনেম)ৰ মানৰ সৈতে অন্য এটা বাৰ্তা(message)দৰ্শিত হব
06:19 ইয়াত,আমি function(ফাংচন)টো মাতিছো
06:21 এইটো আমাৰ ক’ড । এতিয়া ইয়াক কাৰ্যকৰী(execute) কৰো আহক
06:23 আমাৰ টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহো
06:26 মই প্ৰম্পত(prompt) খালি কৰো
06:28 প্ৰথমে আমি আমাৰ ফাইলটো executable(এক্সিকিউটেবল)বনাব লাগে
06:31 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) g_(underscore)(আন্দাৰস্ক’ৰ)variable(ভেৰিয়েবল দত).sh এন্টাৰ(Enter) টিপক
06:39 এতিয়া লিখক dot slash(শ্লাচ) g_(Underscore)(আন্দাৰস্ক’ৰ)variable(ভেৰিয়েবল দত).sh
06:45 এন্টাৰ(Enter) টিপক
06:47 আউটপুত(output)টো পৰ্যবেক্ষণ কৰক
06:48 ফাংচন(function)টোৰ বাহিৰত username (ইউজাৰনেম)এ মানটো লয়sunita(চুনিতা)
06:53 লগতে ফাংচন(function)টোৰ ভিতৰত username (ইউজাৰনেম)এ একেতা মান sunita(চুনিতা) লয়
06:59 এইটো এইকাৰণেই যে username(ইউজাৰনেম) টো ফাংচন(function)টোৰ বাহিৰত গ্ল’বেলি(globally ) ডিক্লেয়াৰ হয়
07:04 তাৰ পাছত ,কেনেকৈ এটা ভেৰিয়েবল লোকেলি(locally)ডিক্লেয়াৰ কৰা হয় শিকো আহক
07:09 লিখক gedit space(স্পেছ) l_(আন্দাৰস্ক’ৰ)(Underscore)variable.(ভেৰিয়েবল দত)sh space(স্পেছ) & (এম্পাৰচেন্দ চিহ্ন)
07:18 এন্টাৰ(Enter) টিপক
07:20 আপোনাৰ l_(underscore)(আন্দাৰস্কৰ)variable.(ভেৰিয়েবল দত)sh ফাইলত কডটো ইয়াত দেখোৱাৰ দৰে লিখক
07:25 মই কডটো বৰ্ণনা কৰিম
07:28 কড(code)টো ফাংচন(function)ৰ ভিতৰত এটা অতিৰিক্ত শাৰীৰ কড(code)ৰ বাহিৰে আগৰদৰে একে
07:36 function(ফাংচন)ব্লকৰ ভিতৰত আমাৰ local(লোকেল) space(স্পেছ) username(ইউজাৰনেম) সমান(equals to) jack(জেক)নামৰ এটা শাৰী আছে
07:41 ই ভেৰিয়েবল username locally(ইউজাৰনেম লোকেলি)ৰ বাবে এটা নতুন মান লয়
07:48 এতিয়া টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহো
07:50 আহক ফাইল(file)টো এক্সিকিউটেবল(executable) বনাওঁ
07:52 লিখি chmod space(স্পেছ) plus(প্লাছ) x space(স্পেছ) l_variable(ভেৰিয়েবল).sh
08:00 এন্টাৰ(Enter) টিপক
08:02 লিখক dot slash(শ্লাচ)l_variable(ভেৰিয়েবল).sh
08:07 এন্টাৰ(Enter) টিপক
08:08 আউটপুতটো দৰ্শিত হব
08:10 ফাংচনৰ(function)ৰ বাহিৰত, ইউজাৰনেমে(username ) মানটো লবsunita(চুনিতা)
08:15 যত ফাংচনৰ(function)ৰ ভিতৰত ইউজাৰনেমে(username ) মানটো লবjack(জেক)
08:20 এইটো এইকাৰণেই যে username(ইউজাৰনেম) এ ফাংচনৰ ভিতৰত এই মানটো locally(লোকেলি) সংযুক্ত কৰে
08:26 এতিয়া আহক খৰকৈ চাওঁ কী বৰ্ড(keyboard)ৰ দ্বাৰা ইউজাৰ ইনপুট(user input ) কেনেকৈ পোৱা যায়
08:31 কীবৰ্ড(keyboard)ৰ পৰা ইনপুট(input) গ্ৰহন কৰিবলৈ read(ৰিদ) কমান্ডটো(command) ব্যৱহাৰ কৰা হয়
08:36 লগতে ইয়াক এটা ইউজাৰ দিফাইন্দ ভেৰিয়েবল(user defined variable)ত এটা ইনপুত(input) সংযুক্ত কৰিবলৈ ব্যৱ্হাৰ কৰিব পাৰি
08:41 read(ৰিদ)কমান্ড(command)ৰ গাঠণিটো হৈছে
08:44 read(ৰিদ)space(স্পেছ) hyphen(হাইফেন) p space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত(within double quotes) PROMPT
08:50 অনুগ্ৰহ কৰি মন কৰিব যে PROMPT টো হৈছে মাত্ৰ এটা string(ষ্ট্ৰিং),যি ইউজাৰ ইনপুট(user input)ৰ বাবে অপেক্ষা কৰে
08:55 আপুনি নিজৰ string(ষ্ট্ৰিং)ৰ দ্বাৰা ইয়াক বদলি কৰিব পাৰে
08:58 এতিয়া টাৰ্মিনেল(terminal )লৈ ঘূৰি আহো
09:00 লিখক gedit space(স্পেছ) read.sh space(স্পেছ) & (এম্পাৰ্ছেন্দ চিহ্ন)
09:08 এন্টাৰ(Enter)টিপক
09:09 ক’ডটো দৰ্শিত ধৰণে আপোনাৰ read.sh ফাইলত লিখক
09:14 মই ক’ডটো বৰ্ণনা কৰিম
09:16 এই উদাহৰণত,ইনপুট(input)টো ব্যৱহা্ৰ কৰোতাৰদ্বাৰা কীবৰ্ড(keyboard)ৰ পৰা দিয়া হৈছে
09:21 এইটো হৈছে বেং(bang )শাৰী
09:23 ইয়াত -p এ কোনো ধৰণৰ নতুন শাৰী নোলোৱাকৈ প্ৰম্পত(prompt)টো দৰ্শিত কৰে,আৰু কীবৰ্ড(keyboard)ৰ পৰা ইনপুট লয়
09:31 ইউজাৰ ইনপুট (user input)টো ভেৰিয়েবল ইউজাৰনেম(variable username)ত সংগ্ৰহ হব
09:36 echo কমান্ডে(command)বাৰ্তা(message )টো দৰ্শিত কৰে
09:38 ব্যৱ্হাৰ কৰোতাই কী বৰ্ড(keyboard)ৰ সহায়ত Helloআৰু নামটো এন্টাৰ(entere) কৰিছে
09:43 গতিকে,আহক আমি প্ৰোগ্ৰাম(programme)টো কাৰ্যকৰী (execute)কৰো
09:45 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো
09:49 লিখক chmod space(স্পেছ) plus(প্লাছ) x space(স্পেছ) read.sh
09:55 এন্টাৰ(Enter) টিপক
09:56 লিখক dot slash(দত শ্লাচ) read.sh এন্টাৰ (Enter)টিপক
10:01 ইয়াত এইটো দৰ্শিত হৈছেEnter(এন্টাৰ)username(ইউজাৰনেম):
10:04 মই লিখিম ashwini(অশ্বিনি) এন্টাৰ(Enter)টিপক
10:08 বাৰ্তাটো(message) Hello ashwini(অশ্বিনি)বুলি দৰ্শিত হব
10:13 ashwini(অশ্বিনি) টো ইউজাৰ দিফাইন্দ ভেৰিয়েবল(the user defined variable )username(ইউজাৰনেম)ত ইনপুট মান হিচাবে সংযুক্ত হৈছিল
10:20 আহক আমি আমাৰ শ্লাইডলৈ ঘুৰি যাওঁ আৰু মূলভাৱ চাওঁ
10:23 এই টিউট’ৰিয়েলটোত আমি শিকিলো,
10:26 * System variables চিষ্টেম ভেৰিয়েবলচ)
10:27 * User defined variables(ইউজাৰ ডিফাইন্দ ভেৰিয়েবলচ)
10:29 *কীবৰ্ডৰ দ্বাৰা ইউজাৰ ইনপুট গ্ৰহন(Accepting user input via keyboard)
10:33 এটা অনুশিলনী হিচাবে
10:34 তলৰ চিষ্টেম ভেৰিয়েবলচ(system variables) বিলাক পাবলৈ এটা সৰল Bash(বেচ) প্ৰোগ্ৰাম(program) লিখক
10:38 * pwd আৰু * logname
10:41 এটা সৰল Bash(বেচ) প্ৰোগ্ৰাম(program) লিখক
10:43 *ব্যৱ্হাৰ কৰোতাৰ পৰা ইউজাৰনেম(username )সুধিবলৈ
10:46 *প্ৰোগ্ৰাম(program)টোৰ পৰা বাহিৰ উলাবলৈ,যদি ব্যৱ্হাৰ কৰোতাই 10 ছেকেন্ডৰ ভিতৰত একো এন্টাৰ(enter) নকৰে
10:51 * {সঙ্কেত(Hint): read -(Hyphen)হাইফেন t 10 -(Hyphen)হাইফেন p}
10:56 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
10:59 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
11:02 আপোনাৰ যদি বেন্ডউইথ(bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
11:07 স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
11:16 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
11:23 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
11:27 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
11:34 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ

http://spoken-tutorial.org\NMEICT-Intro

11:40 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলসমূহে অৱ্দান(contributed) দিছে
11:44 মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya