BASH/C2/Basics-of-Shell-Scripting/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Basics of Shell Scripting(বেচিকচ অফ চেল স্ক্ৰিপতিং)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:05 | এই টিউটৰিয়েলটোত,আমি শিকিম |
| 00:09 | System variables(চিষ্টেম ভেৰিয়েবলচ) |
| 00:11 | User defined variables(ইউজাৰ ডিফাইনদ ভেৰিয়েবলচ)আৰু |
| 00:13 | কীবৰ্ড(keyboard)ৰ সহায়ত ইউজাৰ ইনপুত(user input ) গ্ৰহন কৰা |
| 00:16 | এই টিউটৰিয়েলটো অনুকৰণ কৰিবলৈ আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে পৰিচিত হব লাগিব । |
| 00:23 | অন্যথা , সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি উল্লেখিত উৱেবচাইত(website) পৰিদৰ্শন কৰক । |
| 00:29 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
| 00:32 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System ) আৰু |
| 00:35 | GNU Bash(বেচ) তাঙৰণ 4.1.10 |
| 00:40 | অনুগ্ৰহ কৰি মন কৰিব GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
| 00:46 | আহক আমি ভেৰিয়েবলৰ(variables) এটা পৰিচয়েৰে আৰম্ভ কৰো |
| 00:49 | বেচ ভেৰিয়েবলে(Bash variables ) তথ্য(information)ৰ বাবে অস্থায়ী ষ্ট’ৰেজ(temporary storage ) প্ৰদান কৰে |
| 00:55 | এই ভেৰিয়েবল(variables) বিলাক প্ৰোগ্ৰাম(program)ৰ লাইফস্পান(lifespan)ৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰি |
| 01:01 | তাত দুই ধৰণৰ ভেৰিয়েবলচ(variable) থাকে
System variables(চিষ্টেম ভেৰিয়েবলচ), User defined variables (ইউজাৰ ডিফাইন্দ ভেৰিয়েবলচ) |
| 01:07 | System variables(চিষ্টেম ভেৰিয়েবলচ),ইহঁত নিজস্বভাবেLinux Bash Shell(লিনাক্স বেচ চেল)ৰ দ্বাৰা নিৰ্মান আৰু পৰিচালিত হয় । |
| 01:14 | সিহঁতক বৰফলা আখৰেৰে সূচিত কৰা হয় । |
| 01:17 | সাধাৰণতে ব্যৱহৃ্ত System variables(চিষ্টেম ভেৰিয়েবলচ)বিলাক হৈছে |
| 01:20 | BASH_VERSION, (বেচ-ভাৰ্চন) |
| 01:21 | HOSTNAME, (হষ্টনেম) |
| 01:23 | HOME etc(হোম)ইত্যাদি |
| 01:25 | টাৰ্মিনেল(terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl Alt আৰু Tকী টিপক |
| 01:33 | এতিয়া set লিখক আৰু এন্টাৰ(Enter) টিপক |
| 01:38 | ই সকলো বিলাক চিষ্টেম ভেৰিয়েবলচ(system variables) দৰ্শিত কৰিব |
| 01:42 | সকলো বিলাক চিষ্টেম ভেৰিয়েবলচ(system variables) চাবলৈ উমৈহতিয়া ভাবে আপুনি env বা printenv লিখিব পাৰে । |
| 01:53 | এতিয়া মই প্ৰম্পত(prompt)খালি কৰো |
| 01:55 |
এতিয়া echospace(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত দলাৰ চিহ্ন(dollar sign )হ‘ষ্ট নেম(HOSTNAME ) লিখক |
| 02:01 | আৰু এতিয়া এন্টাৰ(Enter) টিপক |
| 02:04 | চিষ্টেম(system)টোৰ হ’ষ্টনেম(hostname )টো দৰ্শিত হ’ব |
| 02:07 | এতিয়া হোম দাইৰেক্তৰি(homedirectory)ৰ সম্পূৰ্ণ পাথ(path) বিচাৰি উলিয়াওঁ আহক |
| 02:11 | echo space(স্পেছ)দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত দলাৰ চিহ্ন হোম বৰফলাত(dollar sign HOME ) লিখক |
| 02:18 | এন্টাৰ(Enter) টিপক |
| 02:21 | উপভোক্তাৰ হোম দাইৰেক্তৰি(home directory )ৰ সম্পূৰ্ণ পাথ দৰ্শিত হ’ব |
| 02:26 | এতিয়া, লিখক |
| 02:27 | echo space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত বৰফলাত হোম(HOME) |
| 02:32 | এন্টাৰ(Enter) টিপক |
| 02:34 | ই মাত্ৰ হোম(HOME)টো দৰ্শিত কৰিব হোম ভেৰিয়েবল(HOME variable)ৰ মানটো নকৰে |
| 02:39 | গতিকে ইয়াৰ মান দৰ্শিত হবলৈ প্ৰতিটো ভেৰিয়েবল(variable)ৰ আৰম্ভনিতে দলাৰ চিহ্ন(dollar sign( '$') ) ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় |
| 02:48 | আহক আমাৰ শ্লাইদ(slide)বোৰলৈ ঘূৰি যাওঁ |
| 02:51 | ইউজাৰ দিফাইনদ ভেৰিয়েবলচ (User Defined Variables) |
| 02:53 | এই ভেৰিয়েবল (Variable) বিলাক উপভোক্তাৰ দ্বাৰা গঠিত আৰু পৰিচালিত হয় |
| 02:57 | user defined variables(ইউজাৰ দিফাইন্দ ভেৰিয়েবল)ৰ নামৰ কাৰনে uppercase(আপাৰ কেছ) উপেক্ষা কৰাতো এটা ভাল উপায় |
| 03:05 | ই ইউজাৰ দিফাইন্দ(user defined )আৰু চিষ্টেম ভেৰিয়েবল(system variables)ৰ পাৰ্থক্য উলিওৱাত সহায় কৰে |
| 03:12 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি যাওঁ |
| 03:14 | লিখকusername(ইউজাৰনেম) সমান চিহ্ন(equal to sign) sunita(চুনিতা) |
| 03:20 | অনুগ্ৰহ কৰি মন কৰিব যে username(ইউজাৰনেম), সমান চিহ্ন(equal to sign) আৰু sunita(চুনিতা)ৰ মাজত কোনো ধৰণৰ খালি ঠাই থাকিব নালাগিব |
| 03:29 | এতিয়া এন্টাৰ (Enter)টিপক |
| 03:30 | username(ইউজাৰনেম)ভেৰিয়েবল(variable)ৰ মান দৰ্শিত হবলৈ |
| 03:33 | echo space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰতdollar sign username(ডলাৰ চিহ্ন ইউজাৰনেম) লিখক |
| 03:40 | এন্টাৰ(Enter) টিপক |
| 03:42 | ই আপোনাৰ টাৰ্মিনেল(terminal)ত sunita(চুনিতা) দৰ্শিত কৰিব |
| 03:46 | ভেৰিয়েবল এটাৰ মানটো unset(আনচেট) কৰিব পাৰি |
| 03:50 | আহক আমি আমাৰ শ্লাইড(slide)বোৰলৈ ঘূৰি যাওঁ |
| 03:52 | unset(আনচেট),ভেৰিয়েবলৰ মানটো unset(আনচেট) কমান্ড ব্যৱহাৰ কৰি unset(আনচেট) কৰিব পাৰি |
| 03:59 | ইয়াৰ বাবে গাঠনিটো হৈছে unset(আনচেট) variablename(ভেৰিয়েবলনেম) |
| 04:03 | আহক আমি পূৰ্বৰ উদাহৰণটো ব্যৱ্হাৰ কৰো য’ত username (ইউজাৰনেম)টো হৈছে আমাৰ ভেৰিয়েবল(variable) |
| 04:08 | টাৰ্মিনেললৈ ঘূৰি যাওঁ । এতিয়া unset(আনচেট) space(স্পেছ) username(ইউজাৰনেম) লিখক আৰু এন্টাৰ(Enter) টিপক |
| 04:18 | আহক আমি পৰীক্ষা কৰো echo space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰতdollar sign username(ডলাৰ চিহ্ন ইউজাৰ নেম) লিখক এন্টাৰ টিপক |
| 04:28 | টাৰ্মিনেল(terminal)ত একো দৰ্শিত নহব |
| 04:30 | ই বুজায় যে variable username(ভেৰিয়েবল ইউজাৰনেম) ৰ মান আতৰ কৰা হৈছে |
| 04:36 | এতিয়া আমাৰ শ্লাইড(slide)বোৰলৈ ঘূৰি যাওঁ আহক |
| 04:39 | Global(গ্লবেল) আৰু local variables(লোকেল ভেৰিয়েবলচ) |
| 04:42 | Shell (ছেল) স্ক্ৰিপ্ত(script)ত user defined variables(ইউজাৰ ডিফাইন্দ ভেৰিয়েবল) বিলাক globally (গ্ল’বেলি) বা locally(লোকেলি)ডিক্লেয়াৰ(declare)কৰিব পাৰি |
| 04:49 | নিজস্বৰূপে সকলো বিলাক ভেৰিয়েবলচ(variables ) গ্লবেল(global) |
| 04:52 | ই বুজায় যে,সিহঁতৰ মানবিলাক ফাংচন(function)ৰ ভিতৰত আৰু বাহিৰত একে থাকে |
| 04:59 | আহক আমি ভেৰিয়েবলচ(variables) কেনেকৈ গ্লবেলি (globally) আৰু লোকেলি(locally) ডিক্লেয়াৰ(declare) কৰা হয় শিকো |
| 05:04 | টাৰ্মিনেল(terminal )লৈ ঘূৰি আহো আৰু লিখক |
| 05:07 | gedit space(স্পেছ) g_(underscore)(আন্দাৰস্কৰ)variable(ভেৰিয়েবল দত).sh space(স্পেছ) & (এম্পাৰচেন্দ চিহ্ন) |
| 05:16 | geditটো টেকষ্ট এদিটৰ(text editor )g_(আন্দাৰস্কৰ)variable(ভেৰিয়েবল দত).sh টো আমাৰ ফাইল নাম |
| 05:23 | আৰু প্ৰম্পত মুক্ত কৰিবলৈ & (ampersand)এম্পাৰচেন্দ ব্যৱ্হাৰ কৰা হয় |
| 05:28 | এন্টাৰ( Enter) টিপক |
| 05:30 | ক’ডটো ইয়াত দেখুৱাৰ দৰে আপোনাৰ g_(আন্দাৰস্কৰ)(underscore)variable(ভেৰিয়েবল দত).sh ফাইলত লিখক |
| 05:35 | মই এতিয়া কডটো বৰ্ণনা কৰিম |
| 05:38 | hash (হাছ)আৰু exclamation (এক্সক্লেমেচন)চিহ্নৰ সৈতে,প্ৰথম শাৰীটো হৈছে এটা shebang(ছিবেং) বা এটা bang(বেং) শাৰী |
| 05:44 | username(ইউজাৰনেম)=sunita(চুনিতা)টো ইউজাৰ দিফাইন্দ ভেৰিয়েবল(userdefined variable)আৰু ইয়াক globally (গ্লবেলি) ডিক্লেয়াৰ(declare) কৰা হয় |
| 05:51 | echo টোৱে string(ষ্ট্ৰিং) outside function: (আউতচাইদ ফাংচন) টো দৰ্শিত কৰিব আৰু |
| 05:55 | dollar username(দলাৰ ইউজাৰনেম)এ ভেৰিয়েবল ইউজাৰনেম(variable username) টোৰ মান ছপা কৰিব |
| 06:00 | এইটোৱেই হৈছে কেনেকৈ আমি BASH (বেছ) স্ক্ৰিপ্তত এটা function(ফাংচন) বৰ্ণনা কৰো |
| 06:04 | পাছৰ টিউটৰিয়েলত আমি functions (ফাংচনচ)ৰ বিষয়ে বিতংকৈ আলোচনা কৰিম |
| 06:09 | এইটো হৈছে function(ফাংচন)টোৰ বডি(body) |
| 06:12 | ইয়াত inside function (ইনচাইদ ফাংচন)ত username(ইউজাৰনেম)ৰ মানৰ সৈতে অন্য এটা বাৰ্তা(message)দৰ্শিত হব |
| 06:19 | ইয়াত,আমি function(ফাংচন)টো মাতিছো |
| 06:21 | এইটো আমাৰ ক’ড । এতিয়া ইয়াক কাৰ্যকৰী(execute) কৰো আহক |
| 06:23 | আমাৰ টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহো |
| 06:26 | মই প্ৰম্পত(prompt) খালি কৰো |
| 06:28 | প্ৰথমে আমি আমাৰ ফাইলটো executable(এক্সিকিউটেবল)বনাব লাগে |
| 06:31 | লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) g_(underscore)(আন্দাৰস্ক’ৰ)variable(ভেৰিয়েবল দত).sh এন্টাৰ(Enter) টিপক |
| 06:39 | এতিয়া লিখক dot slash(শ্লাচ) g_(Underscore)(আন্দাৰস্ক’ৰ)variable(ভেৰিয়েবল দত).sh |
| 06:45 | এন্টাৰ(Enter) টিপক |
| 06:47 | আউটপুত(output)টো পৰ্যবেক্ষণ কৰক |
| 06:48 | ফাংচন(function)টোৰ বাহিৰত username (ইউজাৰনেম)এ মানটো লয়sunita(চুনিতা) |
| 06:53 | লগতে ফাংচন(function)টোৰ ভিতৰত username (ইউজাৰনেম)এ একেতা মান sunita(চুনিতা) লয় |
| 06:59 | এইটো এইকাৰণেই যে username(ইউজাৰনেম) টো ফাংচন(function)টোৰ বাহিৰত গ্ল’বেলি(globally ) ডিক্লেয়াৰ হয় |
| 07:04 | তাৰ পাছত ,কেনেকৈ এটা ভেৰিয়েবল লোকেলি(locally)ডিক্লেয়াৰ কৰা হয় শিকো আহক |
| 07:09 | লিখক gedit space(স্পেছ) l_(আন্দাৰস্ক’ৰ)(Underscore)variable.(ভেৰিয়েবল দত)sh space(স্পেছ) & (এম্পাৰচেন্দ চিহ্ন) |
| 07:18 | এন্টাৰ(Enter) টিপক |
| 07:20 | আপোনাৰ l_(underscore)(আন্দাৰস্কৰ)variable.(ভেৰিয়েবল দত)sh ফাইলত কডটো ইয়াত দেখোৱাৰ দৰে লিখক |
| 07:25 | মই কডটো বৰ্ণনা কৰিম |
| 07:28 | কড(code)টো ফাংচন(function)ৰ ভিতৰত এটা অতিৰিক্ত শাৰীৰ কড(code)ৰ বাহিৰে আগৰদৰে একে |
| 07:36 | function(ফাংচন)ব্লকৰ ভিতৰত আমাৰ local(লোকেল) space(স্পেছ) username(ইউজাৰনেম) সমান(equals to) jack(জেক)নামৰ এটা শাৰী আছে |
| 07:41 | ই ভেৰিয়েবল username locally(ইউজাৰনেম লোকেলি)ৰ বাবে এটা নতুন মান লয় |
| 07:48 | এতিয়া টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহো |
| 07:50 | আহক ফাইল(file)টো এক্সিকিউটেবল(executable) বনাওঁ |
| 07:52 | লিখি chmod space(স্পেছ) plus(প্লাছ) x space(স্পেছ) l_variable(ভেৰিয়েবল).sh |
| 08:00 | এন্টাৰ(Enter) টিপক |
| 08:02 | লিখক dot slash(শ্লাচ)l_variable(ভেৰিয়েবল).sh |
| 08:07 | এন্টাৰ(Enter) টিপক |
| 08:08 | আউটপুতটো দৰ্শিত হব |
| 08:10 | ফাংচনৰ(function)ৰ বাহিৰত, ইউজাৰনেমে(username ) মানটো লবsunita(চুনিতা) |
| 08:15 | যত ফাংচনৰ(function)ৰ ভিতৰত ইউজাৰনেমে(username ) মানটো লবjack(জেক) |
| 08:20 | এইটো এইকাৰণেই যে username(ইউজাৰনেম) এ ফাংচনৰ ভিতৰত এই মানটো locally(লোকেলি) সংযুক্ত কৰে |
| 08:26 | এতিয়া আহক খৰকৈ চাওঁ কী বৰ্ড(keyboard)ৰ দ্বাৰা ইউজাৰ ইনপুট(user input ) কেনেকৈ পোৱা যায় |
| 08:31 | কীবৰ্ড(keyboard)ৰ পৰা ইনপুট(input) গ্ৰহন কৰিবলৈ read(ৰিদ) কমান্ডটো(command) ব্যৱহাৰ কৰা হয় |
| 08:36 | লগতে ইয়াক এটা ইউজাৰ দিফাইন্দ ভেৰিয়েবল(user defined variable)ত এটা ইনপুত(input) সংযুক্ত কৰিবলৈ ব্যৱ্হাৰ কৰিব পাৰি |
| 08:41 | read(ৰিদ)কমান্ড(command)ৰ গাঠণিটো হৈছে |
| 08:44 | read(ৰিদ)space(স্পেছ) hyphen(হাইফেন) p space(স্পেছ) দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত(within double quotes) PROMPT |
| 08:50 | অনুগ্ৰহ কৰি মন কৰিব যে PROMPT টো হৈছে মাত্ৰ এটা string(ষ্ট্ৰিং),যি ইউজাৰ ইনপুট(user input)ৰ বাবে অপেক্ষা কৰে |
| 08:55 | আপুনি নিজৰ string(ষ্ট্ৰিং)ৰ দ্বাৰা ইয়াক বদলি কৰিব পাৰে |
| 08:58 | এতিয়া টাৰ্মিনেল(terminal )লৈ ঘূৰি আহো |
| 09:00 | লিখক gedit space(স্পেছ) read.sh space(স্পেছ) & (এম্পাৰ্ছেন্দ চিহ্ন) |
| 09:08 | এন্টাৰ(Enter)টিপক. ক’ডটো দৰ্শিত ধৰণে আপোনাৰ read.sh ফাইলত লিখক |
| 09:14 | মই ক’ডটো বৰ্ণনা কৰিম |
| 09:16 | এই উদাহৰণত,ইনপুট(input)টো ব্যৱহা্ৰ কৰোতাৰদ্বাৰা কীবৰ্ড(keyboard)ৰ পৰা দিয়া হৈছে |
| 09:21 | এইটো হৈছে বেং(bang )শাৰী |
| 09:23 | ইয়াত -p এ কোনো ধৰণৰ নতুন শাৰী নোলোৱাকৈ প্ৰম্পত(prompt)টো দৰ্শিত কৰে,আৰু কীবৰ্ড(keyboard)ৰ পৰা ইনপুট লয় |
| 09:31 | ইউজাৰ ইনপুট (user input)টো ভেৰিয়েবল ইউজাৰনেম(variable username)ত সংগ্ৰহ হব |
| 09:36 | echo কমান্ডে(command)বাৰ্তা(message )টো দৰ্শিত কৰে |
| 09:38 | ব্যৱ্হাৰ কৰোতাই কী বৰ্ড(keyboard)ৰ সহায়ত Helloআৰু নামটো এন্টাৰ(entere) কৰিছে |
| 09:43 | গতিকে,আহক আমি প্ৰোগ্ৰাম(programme)টো কাৰ্যকৰী (execute)কৰো |
| 09:45 | আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো |
| 09:49 | লিখক chmod space(স্পেছ) plus(প্লাছ) x space(স্পেছ) read.sh |
| 09:55 | এন্টাৰ(Enter) টিপক |
| 09:56 | লিখক dot slash(দত শ্লাচ) read.sh এন্টাৰ (Enter)টিপক |
| 10:01 | ইয়াত এইটো দৰ্শিত হৈছেEnter(এন্টাৰ)username(ইউজাৰনেম): |
| 10:04 | মই লিখিম ashwini(অশ্বিনি) এন্টাৰ(Enter)টিপক |
| 10:08 | বাৰ্তাটো(message) Hello ashwini(অশ্বিনি)বুলি দৰ্শিত হব |
| 10:13 | ashwini(অশ্বিনি) টো ইউজাৰ দিফাইন্দ ভেৰিয়েবল(the user defined variable )username(ইউজাৰনেম)ত ইনপুট মান হিচাবে সংযুক্ত হৈছিল |
| 10:20 | আহক আমি আমাৰ শ্লাইডলৈ ঘুৰি যাওঁ আৰু মূলভাৱ চাওঁ |
| 10:23 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, |
| 10:26 | System variables চিষ্টেম ভেৰিয়েবলচ) |
| 10:27 | User defined variables(ইউজাৰ ডিফাইন্দ ভেৰিয়েবলচ) |
| 10:29 | কীবৰ্ডৰ দ্বাৰা ইউজাৰ ইনপুট গ্ৰহন(Accepting user input via keyboard) |
| 10:33 | এটা অনুশিলনী হিচাবে, তলৰ চিষ্টেম ভেৰিয়েবলচ(system variables) বিলাক পাবলৈ এটা সৰল Bash(বেচ) প্ৰোগ্ৰাম(program) লিখক |
| 10:38 | pwd আৰু logname |
| 10:41 | এটা সৰল Bash(বেচ) প্ৰোগ্ৰাম(program) লিখক |
| 10:43 | ব্যৱ্হাৰ কৰোতাৰ পৰা ইউজাৰনেম(username )সুধিবলৈ |
| 10:46 | প্ৰোগ্ৰাম(program)টোৰ পৰা বাহিৰ উলাবলৈ,যদি ব্যৱ্হাৰ কৰোতাই 10 ছেকেন্ডৰ ভিতৰত একো এন্টাৰ(enter) নকৰে |
| 10:51 | {সঙ্কেত(Hint): read -(Hyphen)হাইফেন t 10 -(Hyphen)হাইফেন p} |
| 10:56 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 10:59 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 11:02 | আপোনাৰ যদি বেন্ডউইথ(bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
| 11:07 | স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 11:16 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 11:23 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
| 11:27 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 11:34 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
| 11:40 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলসমূহে অৱ্দান(contributed) দিছে |
| 11:44 | মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |