Arduino/C2/Arduino-components-and-IDE/Assamese

From Script | Spoken-Tutorial
Revision as of 14:13, 25 January 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Arduino উপাদানসমূহ আৰু IDE স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino আৰু কম্পিউটাৰৰ মাজত কেনেকৈ ফিজিকেল কানেকচন এটা চেতাপ কৰা হয়,
00:16 Arduino হাৰ্দৱেৰ আৰু Arduino প্ৰোগ্ৰামিং লেংগুৱেজ
00:21 ইয়াত, মই ব্যৱ্হাৰ কৰিছো:

Arduino UNO Board,

উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE

00:31 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিক্সৰ,

Arduino UNO Board, USB power cable আৰু এটা কম্পিউটাৰৰ

00:43 প্ৰথমে, আমি ইয়াত দেখুৱা ধৰণে USB কেবল ব্যৱ্হাৰ কৰি Arduino board ক কম্পিউটাৰলৈ কানেক্ত কৰিব লাগিব
00:51 সেউজীয়া power LED ON হৈছে । ই সূচাই যে কানেকচনটোৱে কাম কৰিছে
00:59 এতিয়া, আহক বিভিন্ন উপাদানসমূহ চাওঁ যি উপলদ্ধ হয় Arduino হাৰ্দৱেৰত
01:06 অতিশয় গুৰূত্বপূৰ্ণ উপাদানটো হৈছে ATMEGA 328 microcontroller chip
01:13 ই হৈছে Arduino ৰ হাৰ্ট য’ত আপুনি ইয়াক প্ৰোগ্ৰাম কৰিব পাৰে বিভিন্ন কাম কৰিবলৈ
01:20 এই microcontroller ত থাকে ইন্তাৰনেল ROM, RAM আৰু লগতে এটা Arduino BootLoader
01:29 Arduino BootLoader এটা কি হয়?

ই হৈছে প্ৰথম প্ৰোগ্ৰাম যি এক্সিকিউত হয় যেতিয়া দিভাইচটো এটা পাৱাৰ চাপ্লাইৰ সৈতে সংযুক্ত হয়

01:40 এইবোৰ হৈছে digital pins । ইয়াৰ প্ৰত্যেককে প্ৰোগ্ৰাম কৰিব পাৰি হয়তো এটা input বা output হিচাবে
01:49 Digital এ বুজায় সিহঁত হ’ব পাৰে ON বা OFF, উচ্চ বা নিম্ন
01:55 উদাহৰণস্বৰূপে, LED এটা দিম কৰিবলৈ, audio signals জেনেৰেত কৰিবলৈ ইত্যাদি
02:02 pin নাম্বাৰ 0 আৰু 1 ব্যৱ্হাৰ কৰিব পাৰি আন দিভাইচৰ সৈতে serial communication কৰিবলৈ
02:10 ইয়াত, 0-RX হৈছে ৰিচিভ কৰিবৰ বাবে,

1-TX হৈছে প্ৰেৰণ কৰিবৰ বাবে

02:20 এইবোৰ হৈছে Analog pins যাক মাৰ্ক কৰা হৈছে A0 ৰ পৰা A5 লৈকে । এইবোৰ মাত্ৰ ইনপুতচৰ বাবে ব্যৱহৃত হয়
02:31 সিহঁতে analog signals লয় আৰু তাক digital signals লৈ কনভাৰ্ত কৰে যাক কম্পিউটাৰে বুজিব পাৰে
02:40 এইবোৰ হৈছে প্ৰেৰণ আৰু ৰিচিভৰ বাবে ব’ৰ্ডখনত স্থাপন কৰা LED s ।

এইবোৰে ব্লিংক কৰিব যেতিয়াই আমি দেতা পঠিয়াওঁ বা ৰিচিভ কৰো

02:51 ই অতিশয় সহায়ক হয় troubleshooting ৰ বাবে
02:55 যেতিয়া আপুনি এই reset বুটামক টিপে, প্ৰোগ্ৰামটো বন্ধ হয় আৰু ৰিষ্টাৰ্ত হয়
03:03 board ৰ একো বস্তুকে ইৰেজ নকৰে
03:08 এইটো হৈছে ইনপুত ভল্টেজ Arduino board লৈ যেতিয়া ইয়াক এটা এক্সতাৰনেল পাৱাৰ চৌৰ্চৰে ব্যৱ্হাৰ কৰা হয়
03:16 এইবোৰ হৈছে Ground pins যিয়ে board ত নিম্ন ভল্টেজলৈ এক্সেচ দিয়ে
03:23 USB interface ব্যৱ্হাৰ কৰিব পাৰি board খন প্ৰোগ্ৰামিং কৰিবলৈ ।

আৰু, লগতে ব্যৱ্হাৰ কৰিব পাৰি board আৰু কম্পিউটাৰৰ মাজত চিৰিয়েল কমিউনিকেচন কৰিবলৈ

03:35 আমাৰ এই এক্সতাৰনেল power adapter আছে board ক পাৱাৰ আপ কৰিবলৈ
03:41 পাছত, আমি Arduino প্ৰোগ্ৰামিং লেংগুৱেজৰ বিষয়ে চাম
03:46 Arduino প্ৰোগ্ৰামচক তিনিটা প্ৰধান অংশত ভগাব পাৰি ।

Control Structure statements , Operators, variables আৰু constants,

03:57 আৰু, Functions
04:00 কনট্ৰ’ল ষ্টেতমেন্তচ হৈছে: if, if..else, for, while, do..while, switch case ইত্যাদি
04:11 এইবোৰ একে হয় আন যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে
04:16 পাছত, আমাৰ আছে এৰিথমেতিক অপাৰেতৰ্চ, কম্পাৰিজন অপাৰেতৰ্চ আৰু boolean operators
04:24 আমাৰ ভেৰিয়েবলচ আৰু কনষ্টেন্তচ আছে আন প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে
04:31 এইবোৰ হৈছে built-in functions যেনে pinMode(), digitalWrite(), digitalRead(), delay(), analogRead(), analogWrite() ইত্যাদি
04:46 এইবোৰ হৈছে দৰকাৰী functions যি বেছিকৈ ব্যৱহৃত হয় Arduino প্ৰজেক্তসমূহত
04:52 মই আপোনাক দেখুৱাম Arduino IDE ৰ এই প্ৰোগ্ৰামিং লেংগুৱেজক কেনেকৈ উল্লেখ কৰা হয়
04:58 আহক Arduino IDE খুলো
05:01 Arduino IDEHelp মেনুত ক্লিক কৰক । তেতিয়া Reference ক্লিক কৰক
05:08 ই আপোনাৰ ব্ৰাউজাৰত এটা offline page খুলিব
05:12 উদাহৰণস্বৰূপে, যদি আপুনি 'digitalWrite()' built-in ফাংচনক উল্লেখ কৰিব বিচাৰে, মাত্ৰ ফাংচন নেমত ক্লিক কৰক
05:22 ইয়াত আপুনি দেখিছে বিৱৰণ, গাঠণি আৰু এটা সৰল প্ৰোগ্ৰাম digitalWrite() ফাংচনৰ
05:31 আৰু বহুতো built-in functions আছে আৰু আমি এই মেনুৱেলক উল্লেখ কৰিব পাৰো আমাৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি
05:39 আমি পাছৰ টিউট’ৰিয়েলচত কিছুমান দৰকাৰী built-in functions ৰ বিষয়ে শিকিম
05:47 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
05:52 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Arduino আৰু কম্পিউটাৰৰ মাজত কেনেকৈ ফিজিকেল কানেকচন এটা চেতাপ কৰা হয়,
06:00 Arduino হাৰ্দৱেৰ, Arduino প্ৰোগ্ৰামিং লেংগুৱেজ
06:05 এটা অনুশিলনী হিচাবে- Arduino IDE ক খোলক
06:09 Help মেনুত ক্লিক কৰক আৰু Reference বাচক
06:14 built-in functions ৰ দ্বাৰা যাওঁক যেনে delay(), pinMode() আৰু digitalRead() ইত্যাদি
06:22 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
06:30 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে ।

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক

06:42 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?

অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক

06:47 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।

আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব

06:57 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:07 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9