Difference between revisions of "Advanced-Cpp/C2/More-On-Inheritance/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(6 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| Border=1
 
{| Border=1
|'''Time'''
+
|Time
| '''Narration'''
+
| Narration
 
|-
 
|-
 
| 00:01  
 
| 00:01  
| নমস্কাৰ দৰ্শক সকল. C++ত '' Multiple'' আৰু Hierarchical Inheritance'' স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.  
+
| নমস্কাৰ দৰ্শক সকল. C++ত Multiple আৰু Hierarchical Inheritance স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.  
  
 
|-
 
|-
Line 12: Line 12:
 
|-
 
|-
 
| 00:09  
 
| 00:09  
| '' 'Multiple Inheritance. ''.  
+
| Multiple Inheritance.  
  
 
|-
 
|-
 
| 00:11  
 
| 00:11  
| '' Hierarchical Inheritance.  
+
| Hierarchical Inheritance.  
  
 
|-
 
|-
Line 27: Line 27:
 
|-
 
|-
 
| 00:20  
 
| 00:20  
| '' 'Ubuntu OS' '' সংস্কৰণ 11.10 আৰু  
+
| Ubuntu OS সংস্কৰণ 11.10 আৰু  
  
 
|-
 
|-
 
| 00:24  
 
| 00:24  
| '' g++ compiler'' ' সংস্কৰণ 4.6.1  
+
| g++ compiler সংস্কৰণ 4.6.1  
  
 
|-
 
|-
Line 38: Line 38:
  
 
|-
 
|-
| 00: 36  
+
| 00:36  
 
| এতিয়া, আমি multiple inheritanceৰ এটা উদাহৰণ চাম.  
 
| এতিয়া, আমি multiple inheritanceৰ এটা উদাহৰণ চাম.  
 
   
 
   
Line 62: Line 62:
 
|-
 
|-
 
| 00:59  
 
| 00:59  
| এইটো '' iostream '' '' ' হিসাবে আমাৰ হেদাৰ ফাইল হয়,
+
| এইটো   iostream   হিসাবে আমাৰ হেদাৰ ফাইল হয়,
 
|-
 
|-
 
| 01:01  
 
| 01:01  
Line 68: Line 68:
  
 
|-
 
|-
| 01: 05  
+
| 01:05  
| তাৰপিছত আমাৰ উচৰত '' class "student" আছে.  
+
| তাৰপিছত আমাৰ উচৰত   class "student" আছে.  
  
 
|-
 
|-
Line 107: Line 107:
 
|-
 
|-
 
| 01:50  
 
| 01:50  
| ই base classes – class student"' আৰু class "exam_inherit" আহৰণ কৰে.
+
| ই base classes – class student" আৰু class "exam_inherit" আহৰণ কৰে.
  
 
|-
 
|-
Line 118: Line 118:
 
|-
 
|-
 
| 02:04  
 
| 02:04  
|  input()
+
|  input(), display(), average(), input_exam()
 
+
|-
+
| 02:05
+
| 'display()
+
 
+
|-
+
| 02:06
+
| 'average()
+
 
+
|-
+
| 02:07
+
| 'input_exam()
+
  
 
|-
 
|-
Line 140: Line 128:
 
|-
 
|-
 
| 02:17  
 
| 02:17  
| তাৰপিছত আমি ছাত্রৰ '' '' roll_no '' '' 'আৰু name 'গ্রহণ কৰিবলৈ input function ব্যবহাৰ কৰো.
+
| তাৰপিছত আমি ছাত্রৰ   roll_no   আৰু name গ্রহণ কৰিবলৈ input function ব্যবহাৰ কৰো.
 
|-
 
|-
 
| 02:24  
 
| 02:24  
Line 150: Line 138:
 
|-
 
|-
 
| 02:31  
 
| 02:31  
| ইয়াত আমি তিনটা বিষয় হিসাবে '' 'sub1, sub2 আৰু sub3ৰ চিহ্ন (mark) গ্রহণ কৰিছো.  
+
| ইয়াত আমি তিনটা বিষয় হিসাবে sub1, sub2 আৰু sub3ৰ চিহ্ন (mark) গ্রহণ কৰিছো.  
  
 
|-
 
|-
 
| 02:37  
 
| 02:37  
| তাৰপিছত '' 'display_exam ফাংশনত' '', আমি তিনটা বিষয়ৰ মোঠ নিৰুপণ কৰো. আৰু মোঠ প্রিন্ট কৰক.  
+
| তাৰপিছত display_exam ফাংশনত , আমি তিনটা বিষয়ৰ মোঠ নিৰুপণ কৰো. আৰু মোঠ প্রিন্ট কৰক.  
  
 
|-
 
|-
 
| 02:44  
 
| 02:44  
| আৰু '' 'function average' '' আমি গড় গণনা কৰো.  
+
| আৰু function average ত আমি গড় গণনা কৰো.  
  
 
|-
 
|-
| 02: 48  
+
| 02:48  
| এইটো আমাৰ '' ''main function হয়.
+
| এইটো আমাৰ main function হয়.
  
 
|-
 
|-
Line 173: Line 161:
 
|-
 
|-
 
| 03:01  
 
| 03:01  
| এইটো '' return statement. '' হয়.  
+
| এইটো return statement. হয়.  
  
 
|-
 
|-
Line 181: Line 169:
 
|-
 
|-
 
| 03:05  
 
| 03:05  
| আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T' কি একলগে টিপি টার্মিনেল উইন্ডো খুলক.  
+
| আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T  কি একলগে টিপি টার্মিনেল উইন্ডো খুলক.  
  
 
|-
 
|-
 
| 03:14  
 
| 03:14  
|কম্পাইল কৰাৰ বাবে লিখক 'g++ স্পেচ multiple dot cpp স্পেচ hyphen o স্পেচ mult. Enter টিপক.
+
|কম্পাইল কৰাৰ বাবে লিখক g++ স্পেচ multiple dot cpp স্পেচ hyphen o স্পেচ mult. Enter টিপক.
  
 
|-
 
|-
 
| 03:24  
 
| 03:24  
| লিখক 'dot slash mult. Enter টিপক.
+
| লিখক dot slash mult. Enter টিপক.
  
 
|-
 
|-
Line 205: Line 193:
 
|-
 
|-
 
| 03:36  
 
| 03:36  
| আমি ''Pratham' হিসাবে  লিখিম.
+
| আমি Pratham হিসাবে  লিখিম.
 
|-
 
|-
 
| 03:39  
 
| 03:39  
| '' '' Subject1ৰ চিহ্ন (marks) লিখক
+
| '"Enter marks of Subject1"'
  
 
|-
 
|-
 
| 03:41  
 
| 03:41  
|আমি লিখিম '' '67' ''
+
|আমি লিখিম 67
  
 
|-
 
|-
Line 222: Line 210:
 
|subject3, 84 হিচাবে
 
|subject3, 84 হিচাবে
 
|-
 
|-
| 03: 48  
+
| 03:48  
 
| আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয়  
 
| আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয়  
  
 
|-
 
|-
 
| 03:51  
 
| 03:51  
| Roll no is: 3
+
| Roll no is: 3, Name is: Pratham, Total is: 229
  
 
|-
 
|-
| 03:52
+
| 03:55
| Name is: Pratham
+
 
+
|-
+
| 03:53
+
|Total is: 229
+
 
+
|-
+
| 03:55  
+
 
|  Average is: 76
 
|  Average is: 76
  
 
|-
 
|-
| 03:58  
+
| 03:58
 
| এইটো multiple inheritance আছিল.
 
| এইটো multiple inheritance আছিল.
  
Line 293: Line 273:
 
|-
 
|-
 
| 04:46  
 
| 04:46  
| ইয়াত আমাৰ উচৰত অন্য এটা class 'show' আছে.
+
| ইয়াত আমাৰ উচৰত অন্য এটা class show আছে.
  
 
|-
 
|-
Line 312: Line 292:
  
 
|-
 
|-
| 05: 02  
+
| 05:02  
 
| function inputত আমি ছাত্রৰ roll_no আৰু name গ্ৰহন কৰিছো.  
 
| function inputত আমি ছাত্রৰ roll_no আৰু name গ্ৰহন কৰিছো.  
  
Line 332: Line 312:
 
|-
 
|-
 
| 05:26  
 
| 05:26  
| দুয়োটা 'ক্লাসে, class "student" আহৰন কৰিছে.  
+
| দুয়োটা ক্লাসে, class "student" আহৰন কৰিছে.  
  
 
|-
 
|-
Line 359: Line 339:
 
|-
 
|-
 
| 05:56  
 
| 05:56  
| ইয়াত আমি st, sw আৰু em হিসাবে তিনটা ক্লাসৰ বাবে 'অবজেক্ট' ''নির্মাণ কৰো.  
+
| ইয়াত আমি st, sw আৰু em হিসাবে তিনটা ক্লাসৰ বাবে অবজেক্ট নির্মাণ কৰো.  
  
 
|-
 
|-
 
| 06:03  
 
| 06:03  
| তাৰপিছত আমি এইবোৰ অবজেক্ট ব্যবহাৰ কৰি সকলো 'functionsক কল কৰো.
+
| তাৰপিছত আমি এইবোৰ অবজেক্ট ব্যবহাৰ কৰি সকলো functionsক কল কৰো.
 
sw.input();  
 
sw.input();  
 
em.input_exam();  
 
em.input_exam();  
Line 390: Line 370:
 
|-
 
|-
 
| 06:36  
 
| 06:36  
| Enter টিপক
+
| Enter টিপক, লিখক ./hier
 
+
|-
+
| 06:37
+
| লিখক ./hier
+
  
 
|-
 
|-
Line 402: Line 378:
 
|-
 
|-
 
| 06:43  
 
| 06:43  
| Enter Roll no.:
+
| Enter Roll no.: আমি   4 দিও
|-
+
| 06:44
+
| আমি '' '' 4 '' দিও
+
  
 
|-
 
|-
 
| 06:46  
 
| 06:46  
| 'Enter Name:
+
| Enter Name: আমি Ashwini হিসাবে দিও
 
+
|-
+
| 06:47
+
| আমি '' 'Ashwini '' হিসাবে দিও
+
  
 
|-
 
|-
Line 420: Line 389:
 
|-
 
|-
 
| 06:52  
 
| 06:52  
| আমি '' '87' '' দিও  
+
| আমি 87 দিও  
  
 
|-
 
|-
 
| 06:54  
 
| 06:54  
| '67' '' হিসাবে '' 'subject2' ''ত আৰু '' 97 '' 'হিসাবে' '' 'subject3' ''
+
| 67 হিসাবে subject2 ত আৰু   97 হিসাবে subject3 ত
  
 
|-
 
|-
Line 432: Line 401:
 
|-
 
|-
 
| 07:02  
 
| 07:02  
| '' Roll no is: 4
+
| Roll no is: 4
  
 
|-
 
|-
Line 440: Line 409:
 
|-
 
|-
 
| 07:06  
 
| 07:06  
| Total is : 251
+
| Total is : 251এই টিউটোৰিয়ালত আমি শেষলৈ আহিলো  
|-
+
| 07:07
+
| এই টিউটোৰিয়ালত আমি শেষলৈ আহিলো  
+
  
 
|-
 
|-
Line 451: Line 417:
 
|-
 
|-
 
| 07:13  
 
| 07:13  
| আমি সংক্ষেপ কৰো  
+
| আমি সংক্ষেপ কৰো, এই টিউটোৰিয়েলত, আমি শিকিছো,  
 
+
|-
+
| 07:14
+
| এই টিউটোৰিয়েলত, আমি শিকিছো,  
+
  
 
|-
 
|-
Line 467: Line 429:
 
|-
 
|-
 
| 07:20  
 
| 07:20  
| এটা নিয়োগ হিসাবে  
+
| এটা নিয়োগ হিসাবে, এটা class area আৰু perimeter তৈয়াৰ কৰক  
|-
+
| 07:21
+
| এটা class area আৰু perimeter তৈয়াৰ কৰক  
+
  
 
|-
 
|-
Line 516: Line 475:
  
 
|-
 
|-
| 08: 07  
+
| 08:07  
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
| 08: 11  
+
| 08:11  
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 17:01, 23 March 2017

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. C++ত Multiple আৰু Hierarchical Inheritance স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 Multiple Inheritance.
00:11 Hierarchical Inheritance.
00:13 আমি উদাহৰণ সাহায্যে এই কাম কৰিম.
00:17 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো,
00:20 Ubuntu OS সংস্কৰণ 11.10 আৰু
00:24 g++ compiler সংস্কৰণ 4.6.1
00:29 multiple inheritanceত derived class এ একাধিক base class আহৰণ কৰে.
00:36 এতিয়া, আমি multiple inheritanceৰ এটা উদাহৰণ চাম.
00:40 আমি ইতিমধ্যে সম্পাদকত কোড টাইপ কৰিছো.
00:42 আমি এইটোক খুলিম.
00:45 আমাৰ ফাইলৰ নাম multiple.cpp হয়
00:49 এই প্রোগ্রামত আমি ছাত্রৰ name, roll no, marks আৰু average প্রদর্শন কৰিম
00:56 আমি কোডটো ব্যাখ্যা কৰো.
00:59 এইটো iostream হিসাবে আমাৰ হেদাৰ ফাইল হয়,
01:01 std namespace.
01:05 তাৰপিছত আমাৰ উচৰত class "student" আছে.
01:07 এইটো base class হয়.
01:09 ইয়াত integer variable হিসাবে roll_no আছে আৰু character variable হিসাবে name আছে.
01:16 ইয়াক protected হিসাবে দিক্লেয়াৰ কৰা হয়.
01:19 তাৰপিছত আমাৰ উচৰত অন্য class "exam_inherit" আছে
01:24 এইটো এটা base class হয় .
01:26 সেয়ে ইয়াত আমাৰ উচৰত দুটা base class আছ - student আৰু exam_inherit.
01:32 ইয়াত আমাৰ উচৰত 3 ভেৰিয়েবল sub1, sub2, sub3, protected হিসাবে আছে .
01:38 ইয়াৰ কাৰন হল যে protected variables, derived classৰ দ্ৱাৰা উপলব্ধ হয়.
01:44 এতিয়া আমাৰ ইয়াত class "grade" আছে যিটো derived class হয়.
01:50 ই base classes – class student" আৰু class "exam_inherit" আহৰণ কৰে.
01:56 ইয়াত আমাৰ উচৰত integer variable হিচাবে avg আছে যি private হিচাবে দিক্লেয়াৰ কৰা হয় .
02:02 তাৰপিছত আমাৰ উচৰত function আছে
02:04 input(), display(), average(), input_exam()
02:08 আৰু public functions হিসাবে display_exam() .
02:11 ইয়ত আমাৰ উচৰত integer variable হিসাবে "total" আছে যি public হিচাবে দিক্লেয়াৰ কৰা হয়.
02:17 তাৰপিছত আমি ছাত্রৰ roll_no আৰু name গ্রহণ কৰিবলৈ input function ব্যবহাৰ কৰো.
02:24 display functionত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰো.
02:28 ইয়াত আমাৰ উচৰত function input_exam আছে .
02:31 ইয়াত আমি তিনটা বিষয় হিসাবে sub1, sub2 আৰু sub3ৰ চিহ্ন (mark) গ্রহণ কৰিছো.
02:37 তাৰপিছত display_exam ফাংশনত , আমি তিনটা বিষয়ৰ মোঠ নিৰুপণ কৰো. আৰু মোঠ প্রিন্ট কৰক.
02:44 আৰু function average ত আমি গড় গণনা কৰো.
02:48 এইটো আমাৰ main function হয়.
02:51 ইয়াত আমি class gradeৰ object এটা তৈয়াৰ কৰো যি gd হিসাবে থকা derived class হয়.
02:57 তাৰপিছত আমি সর্বোপৰি functions কল কৰো.
03:01 এইটো return statement. হয়.
03:03 এতিয়া আমি প্রোগ্রাম চলাও.
03:05 আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T কি একলগে টিপি টার্মিনেল উইন্ডো খুলক.
03:14 কম্পাইল কৰাৰ বাবে লিখক g++ স্পেচ multiple dot cpp স্পেচ hyphen o স্পেচ mult. Enter টিপক.
03:24 লিখক dot slash mult. Enter টিপক.
03:29 ইয়াত আমি দেখু, Enter Roll no.:
03:32 আমি লিখিম 3
03:34 Enter Name:
03:36 আমি Pratham হিসাবে লিখিম.
03:39 '"Enter marks of Subject1"'
03:41 আমি লিখিম 67
03:43 subject2, 78 হিচাবে আৰু
03:46 subject3, 84 হিচাবে
03:48 আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয়
03:51 Roll no is: 3, Name is: Pratham, Total is: 229
03:55 Average is: 76
03:58 এইটো multiple inheritance আছিল.
04:00 এতিয়া আমি hierarchical inheritance চাম .
04:03 আমাৰ প্রোগ্রামেলৈ আহক.
04:05 hierarchical inheritanceত, multiple derived classes এ এটা base classৰ পৰা আহৰণ কৰে.
04:12 মন কৰক যে আমাৰ ফাইলৰ নাম hierarchical dot cpp হয়.
04:16 আমি এতিয়া কোডটো ব্যাখ্যা কৰিম.
04:19 এইটো আমাৰ হেডাৰ ফাইল হিচাবে iostream হয়.
04:22 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
04:25 তাৰপিছত আমাৰ উচৰত class student আছে যি base class হয়.
04:29 ইয়াত integer variable হিচাবে roll_no আছে.
04:34 integer variables হিসাবে Sub1, sub2, sub3 আৰু total হয়.
04:40 তাৰপিছত character variable হিসাবে name হয়.
04:43 এইবোৰ protected বোলি দিক্লেয়াৰ কৰা হয়.
04:46 ইয়াত আমাৰ উচৰত অন্য এটা class show আছে.
04:49 এইটো derived class হয়.
04:51 ই class studentৰ বৈশিষ্ট্য আহৰণ কৰে.
04:54 ইয়াত আমাৰ উচৰত দুটা functions আছে : "input" আৰু "display".
04:59 এইবোৰ public functions হিসাবে দিক্লেয়াৰ কৰা হয়.
05:02 function inputত আমি ছাত্রৰ roll_no আৰু name গ্ৰহন কৰিছো.
05:07 function displayত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰিছো.
05:11 তাৰপিছত আমাৰ উচৰত class exam হিচাবে অন্য এটা derived class আছে .
05:15 এইটোৱে class student আহৰণ কৰে .
05:19 আপোনি দেখে যে তাত দুটা derived class আছে - class exam আৰু class show.
05:26 দুয়োটা ক্লাসে, class "student" আহৰন কৰিছে.
05:30 class examত আমাৰ উচৰত দুটা functions "input_exam" আৰু "total marks"আছে যি public হিচাবে দিক্লেয়াৰ কৰা হয়.
05:38 ইয়াত আমি function "input_exam"ৰ উপলব্ধ পাও.
05:41 ই তিনটা বিষয়বোৰ sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্ৰহন কৰে.
05:46 তাৰপিছত আমাৰ উচৰত "total_marks" function আছে.
05:49 এইটোৱা তিনটা বিষয়ৰ মোঠ হিসাব কৰে আৰু মোঠ প্রিন্ট কৰে.
05:53 এইটো আমাৰ main function হয় .
05:56 ইয়াত আমি st, sw আৰু em হিসাবে তিনটা ক্লাসৰ বাবে অবজেক্ট নির্মাণ কৰো.
06:03 তাৰপিছত আমি এইবোৰ অবজেক্ট ব্যবহাৰ কৰি সকলো functionsক কল কৰো.

sw.input(); em.input_exam(); sw.display(); em.total_marks();

06:15 আৰু এইটো আমাৰ return statement হয়.
06:17 এতিয়া আমি প্রোগ্রামটো চলাও.
06:19 terminal লৈ আহক.
06:21 আমি prompt টো পৰিষ্কাৰ কৰো.
06:24 আমি কম্পাইল কৰো, টাইপ কৰক g++ স্পেচ hierarchical dot cpp স্পেচ hyphen o hier
06:36 Enter টিপক, লিখক ./hier
06:41 Enter টিপক
06:43 Enter Roll no.: আমি 4 দিও
06:46 Enter Name: আমি Ashwini হিসাবে দিও
06:50 Enter marks of subject1
06:52 আমি 87 দিও
06:54 67 হিসাবে subject2 ত আৰু 97 হিসাবে subject3 ত
07:00 আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয়
07:02 Roll no is: 4
07:04 Name is: Ashwini আৰু
07:06 Total is : 251. এই টিউটোৰিয়ালত আমি শেষলৈ আহিলো
07:10 আমাৰ স্লাইডলৈ উভতি আহক.
07:13 আমি সংক্ষেপ কৰো, এই টিউটোৰিয়েলত, আমি শিকিছো,
07:16 Multiple Inheritance.
07:18 Hierarchical Inheritance.
07:20 এটা নিয়োগ হিসাবে, এটা class area আৰু perimeter তৈয়াৰ কৰক
07:25 rectangleৰ area আৰু perimeter উলিয়াওক.
07:29 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
07:32 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:35 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:40 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
07:42 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:45 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:49 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
07:51 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:56 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:01 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:07 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:11 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya