Advanced-Cpp/C2/More-On-Inheritance/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. C++ত Multiple আৰু Hierarchical Inheritance স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম. |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম, |
00:09 | Multiple Inheritance. |
00:11 | Hierarchical Inheritance. |
00:13 | আমি উদাহৰণ সাহায্যে এই কাম কৰিম. |
00:17 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো, |
00:20 | Ubuntu OS সংস্কৰণ 11.10 আৰু |
00:24 | g++ compiler সংস্কৰণ 4.6.1 |
00:29 | multiple inheritanceত derived class এ একাধিক base class আহৰণ কৰে. |
00:36 | এতিয়া, আমি multiple inheritanceৰ এটা উদাহৰণ চাম. |
00:40 | আমি ইতিমধ্যে সম্পাদকত কোড টাইপ কৰিছো. |
00:42 | আমি এইটোক খুলিম. |
00:45 | আমাৰ ফাইলৰ নাম multiple.cpp হয় |
00:49 | এই প্রোগ্রামত আমি ছাত্রৰ name, roll no, marks আৰু average প্রদর্শন কৰিম |
00:56 | আমি কোডটো ব্যাখ্যা কৰো. |
00:59 | এইটো iostream হিসাবে আমাৰ হেদাৰ ফাইল হয়, |
01:01 | std namespace. |
01:05 | তাৰপিছত আমাৰ উচৰত class "student" আছে. |
01:07 | এইটো base class হয়. |
01:09 | ইয়াত integer variable হিসাবে roll_no আছে আৰু character variable হিসাবে name আছে. |
01:16 | ইয়াক protected হিসাবে দিক্লেয়াৰ কৰা হয়. |
01:19 | তাৰপিছত আমাৰ উচৰত অন্য class "exam_inherit" আছে |
01:24 | এইটো এটা base class হয় . |
01:26 | সেয়ে ইয়াত আমাৰ উচৰত দুটা base class আছ - student আৰু exam_inherit. |
01:32 | ইয়াত আমাৰ উচৰত 3 ভেৰিয়েবল sub1, sub2, sub3, protected হিসাবে আছে . |
01:38 | ইয়াৰ কাৰন হল যে protected variables, derived classৰ দ্ৱাৰা উপলব্ধ হয়. |
01:44 | এতিয়া আমাৰ ইয়াত class "grade" আছে যিটো derived class হয়. |
01:50 | ই base classes – class student" আৰু class "exam_inherit" আহৰণ কৰে. |
01:56 | ইয়াত আমাৰ উচৰত integer variable হিচাবে avg আছে যি private হিচাবে দিক্লেয়াৰ কৰা হয় . |
02:02 | তাৰপিছত আমাৰ উচৰত function আছে |
02:04 | input(), display(), average(), input_exam() |
02:08 | আৰু public functions হিসাবে display_exam() . |
02:11 | ইয়ত আমাৰ উচৰত integer variable হিসাবে "total" আছে যি public হিচাবে দিক্লেয়াৰ কৰা হয়. |
02:17 | তাৰপিছত আমি ছাত্রৰ roll_no আৰু name গ্রহণ কৰিবলৈ input function ব্যবহাৰ কৰো. |
02:24 | display functionত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰো. |
02:28 | ইয়াত আমাৰ উচৰত function input_exam আছে . |
02:31 | ইয়াত আমি তিনটা বিষয় হিসাবে sub1, sub2 আৰু sub3ৰ চিহ্ন (mark) গ্রহণ কৰিছো. |
02:37 | তাৰপিছত display_exam ফাংশনত , আমি তিনটা বিষয়ৰ মোঠ নিৰুপণ কৰো. আৰু মোঠ প্রিন্ট কৰক. |
02:44 | আৰু function average ত আমি গড় গণনা কৰো. |
02:48 | এইটো আমাৰ main function হয়. |
02:51 | ইয়াত আমি class gradeৰ object এটা তৈয়াৰ কৰো যি gd হিসাবে থকা derived class হয়. |
02:57 | তাৰপিছত আমি সর্বোপৰি functions কল কৰো. |
03:01 | এইটো return statement. হয়. |
03:03 | এতিয়া আমি প্রোগ্রাম চলাও. |
03:05 | আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T কি একলগে টিপি টার্মিনেল উইন্ডো খুলক. |
03:14 | কম্পাইল কৰাৰ বাবে লিখক g++ স্পেচ multiple dot cpp স্পেচ hyphen o স্পেচ mult. Enter টিপক. |
03:24 | লিখক dot slash mult. Enter টিপক. |
03:29 | ইয়াত আমি দেখু, Enter Roll no.: |
03:32 | আমি লিখিম 3 |
03:34 | Enter Name: |
03:36 | আমি Pratham হিসাবে লিখিম. |
03:39 | '"Enter marks of Subject1"' |
03:41 | আমি লিখিম 67 |
03:43 | subject2, 78 হিচাবে আৰু |
03:46 | subject3, 84 হিচাবে |
03:48 | আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয় |
03:51 | Roll no is: 3, Name is: Pratham, Total is: 229 |
03:55 | Average is: 76 |
03:58 | এইটো multiple inheritance আছিল. |
04:00 | এতিয়া আমি hierarchical inheritance চাম . |
04:03 | আমাৰ প্রোগ্রামেলৈ আহক. |
04:05 | hierarchical inheritanceত, multiple derived classes এ এটা base classৰ পৰা আহৰণ কৰে. |
04:12 | মন কৰক যে আমাৰ ফাইলৰ নাম hierarchical dot cpp হয়. |
04:16 | আমি এতিয়া কোডটো ব্যাখ্যা কৰিম. |
04:19 | এইটো আমাৰ হেডাৰ ফাইল হিচাবে iostream হয়. |
04:22 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
04:25 | তাৰপিছত আমাৰ উচৰত class student আছে যি base class হয়. |
04:29 | ইয়াত integer variable হিচাবে roll_no আছে. |
04:34 | integer variables হিসাবে Sub1, sub2, sub3 আৰু total হয়. |
04:40 | তাৰপিছত character variable হিসাবে name হয়. |
04:43 | এইবোৰ protected বোলি দিক্লেয়াৰ কৰা হয়. |
04:46 | ইয়াত আমাৰ উচৰত অন্য এটা class show আছে. |
04:49 | এইটো derived class হয়. |
04:51 | ই class studentৰ বৈশিষ্ট্য আহৰণ কৰে. |
04:54 | ইয়াত আমাৰ উচৰত দুটা functions আছে : "input" আৰু "display". |
04:59 | এইবোৰ public functions হিসাবে দিক্লেয়াৰ কৰা হয়. |
05:02 | function inputত আমি ছাত্রৰ roll_no আৰু name গ্ৰহন কৰিছো. |
05:07 | function displayত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰিছো. |
05:11 | তাৰপিছত আমাৰ উচৰত class exam হিচাবে অন্য এটা derived class আছে . |
05:15 | এইটোৱে class student আহৰণ কৰে . |
05:19 | আপোনি দেখে যে তাত দুটা derived class আছে - class exam আৰু class show. |
05:26 | দুয়োটা ক্লাসে, class "student" আহৰন কৰিছে. |
05:30 | class examত আমাৰ উচৰত দুটা functions "input_exam" আৰু "total marks"আছে যি public হিচাবে দিক্লেয়াৰ কৰা হয়. |
05:38 | ইয়াত আমি function "input_exam"ৰ উপলব্ধ পাও. |
05:41 | ই তিনটা বিষয়বোৰ sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্ৰহন কৰে. |
05:46 | তাৰপিছত আমাৰ উচৰত "total_marks" function আছে. |
05:49 | এইটোৱা তিনটা বিষয়ৰ মোঠ হিসাব কৰে আৰু মোঠ প্রিন্ট কৰে. |
05:53 | এইটো আমাৰ main function হয় . |
05:56 | ইয়াত আমি st, sw আৰু em হিসাবে তিনটা ক্লাসৰ বাবে অবজেক্ট নির্মাণ কৰো. |
06:03 | তাৰপিছত আমি এইবোৰ অবজেক্ট ব্যবহাৰ কৰি সকলো functionsক কল কৰো.
sw.input(); em.input_exam(); sw.display(); em.total_marks(); |
06:15 | আৰু এইটো আমাৰ return statement হয়. |
06:17 | এতিয়া আমি প্রোগ্রামটো চলাও. |
06:19 | terminal লৈ আহক. |
06:21 | আমি prompt টো পৰিষ্কাৰ কৰো. |
06:24 | আমি কম্পাইল কৰো, টাইপ কৰক g++ স্পেচ hierarchical dot cpp স্পেচ hyphen o hier |
06:36 | Enter টিপক, লিখক ./hier |
06:41 | Enter টিপক |
06:43 | Enter Roll no.: আমি 4 দিও |
06:46 | Enter Name: আমি Ashwini হিসাবে দিও |
06:50 | Enter marks of subject1 |
06:52 | আমি 87 দিও |
06:54 | 67 হিসাবে subject2 ত আৰু 97 হিসাবে subject3 ত |
07:00 | আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় |
07:02 | Roll no is: 4 |
07:04 | Name is: Ashwini আৰু |
07:06 | Total is : 251. এই টিউটোৰিয়ালত আমি শেষলৈ আহিলো |
07:10 | আমাৰ স্লাইডলৈ উভতি আহক. |
07:13 | আমি সংক্ষেপ কৰো, এই টিউটোৰিয়েলত, আমি শিকিছো, |
07:16 | Multiple Inheritance. |
07:18 | Hierarchical Inheritance. |
07:20 | এটা নিয়োগ হিসাবে, এটা class area আৰু perimeter তৈয়াৰ কৰক |
07:25 | rectangleৰ area আৰু perimeter উলিয়াওক. |
07:29 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
07:32 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:35 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:40 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
07:42 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
07:45 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
07:49 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি |
07:51 | contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:56 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:01 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:07 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:11 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |