Scilab/C2/Plotting-2D-graphs/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | প্লটিং 2D গ্ৰাফচ উইথ চাইলেব (Plotting 2D graphs with Scilab) ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial)লৈ স্বাগতম( Welcome) |
00:04 | চাইলেব( Scilab)টো আপোনাৰ কম্পিউটাৰত ইনষ্টল(install) হৈ আছে বুলি ধৰি লৈ, আমি চাইলেব( Scilab)ত প্লটচ( plots) আলোচনা কৰিম |
00:10 | চাইলেবে বিভিন্ন ধৰনৰ 2D আৰু 3D প্লটচ( plots) নিৰ্মান আৰু প্ৰয়োজনুসাৰী( customize) ব্যৱ্হাৰ কৰিবলৈ বহু সুবিধা আগবঢ়াই |
00:15 | চাইলেবে নিৰ্মান কৰিব পৰা বহুতো সাধাৰন তথ্যচিত্ৰ হৈছে : x-y প্লটচ(plots), কন্ট’ৰ প্লটচ( contour plots), 3D প্লটচ( plots), হিষ্ট’গ্ৰামচ (histograms), বাৰ চাৰ্ট(bar charts), ইত্যাদি |
00:24 | এতিয়া আপোনাৰ চাইলেব কনচল উইন্দ’(Scilab console window) খোলক |
00:28 | মই কমান্ড সমূহ কাট( cut) আৰু পেষ্ট( paste) কৰিবলৈ Plotting.sce ফাইলটো ব্যৱ্হাৰ কৰিম |
00:34 | প্লট( Plot) কৰিবলৈ, আমাক বিন্দুৰ সংহতি( set) এটা দৰকাৰ হ্য়.আহক আমি সমান দূৰত থকা বিন্দুৰ এটা ক্ৰম( sequence) নিৰ্মান কৰো |
00:39 | ইয়াক লিনস্পেছ(linspace) কমান্ডেৰে কৰিব পাৰি যি এটা সুসংগত( linearly) ভাবে সমান দূৰত থকা ভেক্তৰ( vector) নিৰ্মান কৰে |
00:45 | উদাহৰণস্বৰূপে |
00:48 | x টো এটা ৰ’ ভেক্তৰ( row vector) যাৰ 1 আৰু 10 ৰ মাজৰ সুসংগত( linearly) ভাবে সমান দূৰত থকা 5টা বিন্দু আছে |
00:57 | একেদৰে y টো এটা ৰ’ ভেক্তৰ( row vector) যাৰ 1 আৰু 20 ৰ মাজৰ সুসংগত( linearly) ভাবে সমান দূৰত থকা 5টা বিন্দু আছে |
01:08 | লিনস্পেছ(linspace)ৰ বিষয়ে অধিক তথ্য হেল্প(Help) দকোমেন্টেচন( documentation)ৰ পৰা পাব পাৰি |
01:14 | আমি এতিয়া প্লট(Plot) ফাংচন(function)টো x আৰু y আৰগুমেন্তচ( arguments) ৰ সৈতে ব্যৱ্হাৰ কৰি গ্ৰাফ এটা অংকণ( Plot) কৰিম |
01:19 | এইটো মেটলেব( matlab)ত ব্যৱ্হাৰ কৰাটোৰ সৈতে একে ধৰণৰ |
01:23 | আপুনি দেখাৰ দৰে প্লট(Plot) x,y এ x বনাম( verses )y ৰ গ্ৰাফ( graph) এটা নিৰ্মান কৰে |
01:31 | লক্ষ্য কৰিব যে গ্ৰাফিক্স উইন্দ’(graphics window) খনক '0' আখ্যা দিয়া হৈছে |
01:36 | আমি xset ফাংচন(function)টো ব্যৱ্হাৰ কৰি আন এখন গ্ৰাফিক উইন্দ’ (graphic window) খুলিম |
01:41 | মই এইটো বন্ধ কৰিম |
01:43 | xset ফাংচন(function)টো কাট( Cut) কৰক, চাইলেবত পেষ্ট( paste) কৰক এন্টাৰ টিপক |
01:50 | আপুনি 1 নং গ্ৰাফিক উইন্দ’(graphic window)খন দেখিব |
01:54 | লক্ষ্য কৰিব যে উইন্দ’ আৰু 1 নামৰ দুটা আৰগুমেন্টচ( arguments) এই ফাংচন( function)টোলৈ প্ৰেৰণ( passed to) কৰা হৈছে |
02:03 | পাছৰ গ্ৰাফ( graph)টো এই উইন্দ’(window) খনত অংকিত(plot) হব |
02:06 | চাইলেবৰ বাবে প্লট(plot) 2d টো হৈছে 2d গ্ৰাফ (graph) অংকিত( plot) কৰিবলৈ ব্যৱ্হৃত স্থানীয়( native) ফাংচন( function) |
02:14 | আপুনি দেখাৰ দৰে প্লট(plot)2d কমান্ড এ xবনাম( verses) y ৰ গ্ৰাফ এটা অংকিত কৰে |
02:26 | লক্ষ্য কৰিব যে তাত ষ্টাইল(style) নামৰ এটা তৃতীয় আৰগুমেন্ত( argument) আছে |
02:31 | ষ্টাইল(Style) আৰগুমেন্ত( argument)টো ঐচ্ছিক ।ইয়াক অংকণ( plot)টোৰ আকাৰ(appearance) প্ৰয়োজনোসাৰী( customize) সলাবলৈ ব্যৱ্হাৰ কৰা হয় |
02:36 | ষ্টাইল(Style)ৰ যোগাত্মক মানৰ বাবে বক্ৰৰেখা ( curve) ডাল এটা বিভিন্ন ৰঙৰ সমতল ( plain) হ্য় যিদৰে আমাৰ ক্ষেত্ৰত 3 ৰ বাবে সেউজীয়া হৈছে |
02:44 | ষ্টাইল(Style)ৰ স্বপ্ৰযোজ্য(default) মান হৈছে 1 |
02:46 | ঋণাত্মক( negative) মানৰ বাবে গ্ৰাফ অংকিত কৰিবলৈ চেষ্টা কৰক আৰু আপুনি নিজে আকাৰ( appearance)ৰ পাৰ্থক্য( difference) চাওঁক |
02:51 | লগতে আমি চতুৰ্থ আৰগুমেন্ত( argument)টো প্ৰেৰণ কৰি x আৰু y অক্ষ( axis)ৰ বাবে আৰম্ভনি আৰু সামৰনি বিন্দু স্থাপন কৰিব পাৰিম |
02:57 | আপুনি দেখাৰ দৰে ইয়াক rect বুলি কোৱা হয় |
03:07 | আমাৰ ওচৰত x অক্ষ 1 ৰ পৰা 10লৈ আৰু y অক্ষ 1 ৰ পৰা 20 লৈ আৰম্ভ হৈছে |
03:14 | Rect কমান্ড( command)ৰ আৰগুমেন্ত( argument)ৰ ক্ৰম হৈছে xmin, ymin, xmax আৰু ymax |
03:24 | আহক আমি এতিয়া টাইটল (Title),এক্সিছ( Axis) আৰু লিজেন্ড(Legends) ৰ বিষয়ে শিকো |
03:28 | অক্ষ( axis)লৈ আখ্যা সমূহক আৰু অংকন( plot)টোলৈ টাইটল( title) টোক সজাবলৈ আমি x label আৰু ylabel নামৰ কমান্ড(command)দুটা ব্যৱ্হাৰ কৰিব পাৰো |
03:38 | মই এই কমান্ড(command)ৰ সংহতি( set)টো কাত কৰিম আৰু কনচল( console)ত পেষ্ট কৰিম । এন্টাৰ টিপক |
03:45 | আপুনি দেখিব যে গ্ৰাফটো x অক্ষ(axis) লৈ x , y অক্ষ(axis)লৈ y আখ্যা দিয়া হৈছে আৰু গ্ৰাফ( graph)টোৰ টাইটল( title)হৈছে মাই টাইটল(my title) |
03:58 | আপুনি বিচাৰিলে টাইটল( title)টো আৰু অংকণ( plot) ৰ অক্ষটো 3 ৰ সলনি এটা একক কমান্ড ( command)ত সজাব পাৰিব |
04:04 | এই উদ্দেশ্যে( purpose) আমি তিনিওটা আৰগুমেন্তচৰ( arguments) সৈতে xtitle কমান্ড (command) টো ব্যৱ্হাৰ কৰিম |
04:11 | মই এই কমান্ড( command)টো কাট( cut) কৰিম আৰু চাইলেবত পেষ্ট( paste)কৰিম এন্টাৰ (enter)টিপক |
04:18 | এতিয়া আপুনি দেখিছে যে x অক্ষৰ(axis) আখ্যাটো X অক্ষ(axis) , Y অক্ষ( axis)আৰু টাইটলটো হৈছে মাই টাইটল(My title) |
04:26 | আপুনি দেখাৰ দৰে মই লিখি থকা clf() ফাংচন (function)টোৱে গ্ৰাফিক উইন্দ’(graphic window) খন খালি কৰিব |
04:36 | একেখন গ্ৰাফিক উইন্দ’(graphic window)তে বিভিন্ন গ্ৰাফ অংকিত( plotting) কৰোতে এইটো ব্যৱ্হাৰযোগ্য( useful) হয় |
04:41 | মই এই উইন্দ’(window)খন বন্ধ কৰিম |
04:44 | মাজেসময়ে আমি একে অংকণ( plot)তে দাতা (data)ৰ দুটা সংহতিক তুলনা কৰিব লাগে,যিটো হৈছে x দাতা(data)ৰ এটা সংহতি( set) আৰু y দাতা(data)ৰ দুটা সংহতি |
04:51 | আহক আমি ইয়াৰ এটা উদাহৰণ চাওঁ মই তললৈ যাম |
04:56 | আমি লিনস্পেছ(linspace) কমান্ড(command) ব্যৱ্হাৰ কৰি x অক্ষ(axis) ৰ বিন্দু( points) সমূহ এটা ৰ’ ভেক্তৰ x (row vector) ত সুচীত( define) কৰিম |
05:03 | আহক আমি ফাংচন( function) এটা সূচীত( define) কৰো |
05:05 | y1 = x ৰ বৰ্গ(square) |
05:07 | Plot(প্লট) x বনাম(verses) y1 |
05:10 | আন এটা ফাংচন( function)সূচীত কৰক y2 = 2x ৰ বৰ্গ(square) |
05:15 | Plot(প্লট) x বনাম(verses) y2 |
05:17 | আমি লগতে আমাৰ গ্ৰাফ( graph)টোক আখ্যা( label) আৰু টাইটল( title)দিম |
05:22 | লক্ষ্য কৰিব যে আমি বক্ৰৰেখা দালৰ আকৃতি সলনি কৰিবলৈ অতিৰিক্ত(additionally) ভাবে ”o-” আৰু ”+ -” কমান্ডদুটা Plot(প্লট) ফাংচন (function) টোলৈ প্ৰেৰণ কৰিছো |
05:33 | এই আৰগুমেন্তচ( arguments) সমূহ প্লট(plot) 2d ফাংচন (function) ৰ অংশ নহয় |
05:37 | সিহঁত মাত্ৰ প্লট(plot) ফাংচন (function)টোৰ সৈতেহে ব্যৱ্হাৰ হয় |
05:41 | মই এই কমান্ড(command)ৰ সংহতি( set)টোক কপি( copy) কৰিম আৰু চাইলেব( scilab) কনচল( console)ত পেষ্ট( paste) কৰিম |
05:49 | আপুনি গ্ৰাফ( graph)টো দেখিছে |
05:51 | কোনডাল বক্ৰৰেখা( curve) কোন ফাংচন( function)ৰ সৈতে জড়িত( associated) হৈ আছে সেইটো জনাত ই উত্তম সহায়ক নহবনে ? |
05:56 | আপুনি দেখাৰ দৰে এইটো লিজেন্দ(legend) কমান্ড(command)ব্যৱ্হাৰ কৰি লাভ কৰিব পাৰি |
06:08 | "o-" বক্ৰ ৰেখাডালে y1=x ৰ বৰ্গ(square) ফাংচনটো আৰু"+-"বক্ৰৰেখাডালে y2=2*x^2 (y2=2x ৰ বৰ্গ(square)) ফাংচনটোক প্ৰকাশ( represents) কৰে |
06:19 | মই এই গ্ৰাফিক (graphic)উইন্দ’(window)খন বন্ধ কৰিম |
06:22 | আমি এতিয়া প্লট(plot)2d দেম’জ(demos)আৰু চাবপ্লট(subplot)ফাংচন(function)ৰ বিষয়ে আলোচনা কৰিম |
06:28 | চাইলেবে ইয়াৰ সকলো মুখ্য ফাংচন(function)ৰ বাবে দেম’জ(demos)প্ৰদান কৰে |
06:31 | প্লট(plot)2d ৰ দেম’জ(demos) দেমনষ্ট্ৰেচন (demonstration)টেব( tab)ৰ দ্বাৰা চাব পাৰি |
06:39 | গ্ৰাফিক্স( Graphics)ত টিপক,2d_3dপ্লটচ( plots) ত টিপক আৰু প্ৰদান কৰা বিভিন্ন দেম’জ( demos)ৰ মাজৰ পৰা এটা দেম’(demo) নিৰ্বাচন কৰক |
06:51 | মই প্লট(plot) 2d ত টিপিম |
06:54 | আপুনি দেম’গ্ৰাফ( demo graph)টো দেখিব ভিউ ক’ড বাটন(view code button)ত টিপিওঁ এই গ্ৰাফৰ বাবে ক’ডটো চাব পাৰি |
07:02 | এই সংযোজন( link)টোৱে উইন্ড’জ(windows) আৰু লিনাক্স(linux)ত কাম কৰে কিন্তু মেক (Mac)OS ত খোল নাখায় |
07:07 | দাইৰেক্তৰি(directory)টোৰ দ্বাৰা মেক(Mac)ত ক’ড( code)টোহে মাত্ৰ চাব পাৰি |
07:12 | আহক আমি টাৰ্মিনেল( terminal)লৈ যাওঁ |
07:15 | দেখুওৱাৰ দৰে বৰ্তমান মই চাইলেব(scilab) 5.2 ৰ দেম’জ দাইৰেক্তৰী(demos directory)ত আছো |
07:21 | এই দাইৰেক্তৰী(directory)টোলৈ সম্পূৰ্ণ পথটো ইয়াত দেখুওৱা হৈছে |
07:27 | আপুনি ইয়াত দেখাৰ দৰে,আমি উপলব্ধ দেম’জ(demos)ৰ তালিকা চাবলৈ ls লিখিম |
07:36 | তাৰপাছত আমি 2d_3d_plots দাইৰেক্তৰী (directory)নিৰ্বাচিত কৰিম আৰু এন্টাৰ টিপিম |
07:46 | sce ফাইল(file)ত উপলব্ধ বিভিন্ন দেম’(demo) ক’ড(code)চাবলৈ পুনৰ ls লিখক |
07:55 | আমি দেম’(demo)টোৰ বাবে ক’ড( code)টো চাম যিটো আমি আগতে দেখিছিলো |
08:00 | more plot2d.dem.sce লিখক আৰু এন্টাৰ টিপক |
08:11 | ইয়াত আপুনি plot2d ফাংচন(function)ৰ দেম’ (demo)গ্ৰাফ(graph)টোৰ বাবে ক’ড(code)টো দেখিব |
08:18 | মই টাৰ্মিনেল( terminal)টো বন্ধ কৰিম |
08:21 | মই দেম’(demo)গ্ৰাফ(graph)টো আৰু দেম’(demo)উইন্ড’(window)খন বন্ধ কৰিম |
08:26 | একেদৰে আপুনি অন্য দেম’জ(demos)ৰ দ্বাৰা যাব পাৰিব আৰু চাইলেব( scilab) খুলিব( explore) পাৰিব |
08:29 | আহক এতিয়া আমি চাবপ্লট ফাংচন( Subplot function)ৰ বিষয়ে আলোচনা কৰো |
08:33 | subplot() ফাংচন( Subplot function)টোৱে গ্ৰাফিক্স উইন্দ’(graphics window)খনক এটা চাব-উইন্দ’জ(sub-windows)ৰ মেত্ৰিক্স(matrix) লৈ বিভক্ত কৰে |
08:37 | এই ফাংচন( function)টো বাখ্যা কৰিবলৈ আমি চাইলেব( scilab)ত 2D গ্ৰাফ(graph) অংকিতকৰণৰ বাবে দেম’জ(demos) ব্যৱ্হাৰ কৰিম |
08:43 | উদাহৰণস্বৰূপে, আপোনাৰ কনচ’লত প্লট(plot) 2d লিখক আৰু এই ফাংচন( function)টোৰ বাবে দেম’(demo)প্লট(plot)টো চাওক |
08:58 | মই এই উইন্ড’(window)খন বন্ধ কৰিম |
09:00 | চাবপ্লট ক’মান্ড( Subplot command)টোৱে গ্ৰাফিক্স উইন্দ’(graphics window)খনক এটা চাব-উইন্দ’জ(sub-windows)ৰ 2 by 2 মেত্ৰিক্স (matrix)লৈ বিভক্ত কৰে যাক চাবপ্লট ক’মান্ড( Subplot command)টোত থকা প্ৰথম দুটা আৰগুমেন্তচ( arguments)ৰে প্ৰকাশিত হয় |
09:10 | তৃতীয় আৰগুমেন্ত( argument)টোৱে বৰ্তমান উইন্দ’ (window)খনক সূচীত কৰে য’ত প্লট( plot)তো অংকিত হ’ব |
09:15 | মই এই সম্পূৰ্ণ কমান্ডসমূহৰ( commands) সংহতিটোক চাইলেব কনচ’ল( scilab console)লৈ ক’পি(copy) কৰি কাৰ্যকৰী কৰিম |
09:24 | আপুনি এটা একক প্লট উইন্দ’(plot window)ত 4টা প্লট( plot ) দেখিব |
09:28 | লাভকৰা Plot(প্লট) তো আপোনাৰ কম্পিউটাৰ( computer)ত এখন চিত্ৰ হিচাবে সংৰক্ষণ কৰিব পাৰি |
09:32 | গ্ৰাফিক উইন্দ’(graphic window)ত টিপক, ফাইল মেনু( File menu)লৈ যাওক এক্সপ’ৰ্ত তু( export to) নিৰ্বাচন কৰক |
09:39 | আপোনাৰ প্লট( plot)তোক এটা উপযুক্ত (suitable) নাম দিয়ক, |
09:50 | আপোনাৰ ফাইল( file)টো সংৰক্ষণ কৰিবলৈ এটা গন্তব্য ফ’লদাৰ( folder) নিৰ্বাচিত কৰক |
09:54 | আপোনাৰ চিত্ৰখন যি ফাইল ফৰ্মেত( file format) ত উদ্ভৱ হোৱাতো বিচাৰে তাক নিৰ্বাচিত কৰক |
09:59 | মই JPEG ফৰ্মেট( format) নিৰ্বাচিত কৰিম আৰু ছেভ( Save) টিপিম |
10:05 | চিত্ৰখন খুলিবলৈ দাইৰেক্তৰী (directory)টোৰ দ্বাৰা ব্ৰ’জ( Browse) কৰক আৰু নিজে নিশ্বিত কৰক যে ই সংৰক্ষিত হ’ল নে নাই |
10:11 | ইয়াৰ দ্বাৰাই আমি এই প্লটিং 2D গ্ৰাফচ উইথ চাইলেব (Plotting 2D graphs with Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )টোৰ শেষ পালোহি |
10:15 | চাইলেব( Scilab)ত আৰু বহুতো আন ফাংচন (function) আছে যাক আন স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)ত সামৰা( covered) হ’ব |
10:20 | চাইলেব( Scilab)ৰ সংযোজনসমূহ চাই থাকিব |
10:22 | স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )সমূহ ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়, আই চি তি(ICT)ৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে |
10:29 | ইয়াৰ বিষয়ে অধিক তথ্য( information) তলত দেখুওৱা সংযোজন(link) ত দেখা পাব |
10:32 | আমাক সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ, শুভবিদায় |