Scilab/C2/Plotting-2D-graphs/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 প্লটিং 2D গ্ৰাফচ উইথ চাইলেব (Plotting 2D graphs with Scilab) ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial)লৈ স্বাগতম( Welcome)
00:04 চাইলেব( Scilab)টো আপোনাৰ কম্পিউটাৰত ইনষ্টল(install) হৈ আছে বুলি ধৰি লৈ, আমি চাইলেব( Scilab)ত প্লটচ( plots) আলোচনা কৰিম
00:10 চাইলেবে বিভিন্ন ধৰনৰ 2D আৰু 3D প্লটচ( plots) নিৰ্মান আৰু প্ৰয়োজনুসাৰী( customize) ব্যৱ্হাৰ কৰিবলৈ বহু সুবিধা আগবঢ়াই
00:15 চাইলেবে নিৰ্মান কৰিব পৰা বহুতো সাধাৰন তথ্যচিত্ৰ হৈছে : x-y প্লটচ(plots), কন্ট’ৰ প্লটচ( contour plots), 3D প্লটচ( plots), হিষ্ট’গ্ৰামচ (histograms), বাৰ চাৰ্ট(bar charts), ইত্যাদি
00:24 এতিয়া আপোনাৰ চাইলেব কনচল উইন্দ’(Scilab console window) খোলক
00:28 মই কমান্ড সমূহ কাট( cut) আৰু পেষ্ট( paste) কৰিবলৈ Plotting.sce ফাইলটো ব্যৱ্হাৰ কৰিম
00:34 প্লট( Plot) কৰিবলৈ, আমাক বিন্দুৰ সংহতি( set) এটা দৰকাৰ হ্য়.আহক আমি সমান দূৰত থকা বিন্দুৰ এটা ক্ৰম( sequence) নিৰ্মান কৰো
00:39 ইয়াক লিনস্পেছ(linspace) কমান্ডেৰে কৰিব পাৰি যি এটা সুসংগত( linearly) ভাবে সমান দূৰত থকা ভেক্তৰ( vector) নিৰ্মান কৰে
00:45 উদাহৰণস্বৰূপে
00:48 x টো এটা ৰ’ ভেক্তৰ( row vector) যাৰ 1 আৰু 10 ৰ মাজৰ সুসংগত( linearly) ভাবে সমান দূৰত থকা 5টা বিন্দু আছে
00:57 একেদৰে y টো এটা ৰ’ ভেক্তৰ( row vector) যাৰ 1 আৰু 20 ৰ মাজৰ সুসংগত( linearly) ভাবে সমান দূৰত থকা 5টা বিন্দু আছে
01:08 লিনস্পেছ(linspace)ৰ বিষয়ে অধিক তথ্য হেল্প(Help) দকোমেন্টেচন( documentation)ৰ পৰা পাব পাৰি
01:14 আমি এতিয়া প্লট(Plot) ফাংচন(function)টো x আৰু y আৰগুমেন্তচ( arguments) ৰ সৈতে ব্যৱ্হাৰ কৰি গ্ৰাফ এটা অংকণ( Plot) কৰিম
01:19 এইটো মেটলেব( matlab)ত ব্যৱ্হাৰ কৰাটোৰ সৈতে একে ধৰণৰ
01:23 আপুনি দেখাৰ দৰে প্লট(Plot) x,y এ x বনাম( verses )y ৰ গ্ৰাফ( graph) এটা নিৰ্মান কৰে
01:31 লক্ষ্য কৰিব যে গ্ৰাফিক্স উইন্দ’(graphics window) খনক '0' আখ্যা দিয়া হৈছে
01:36 আমি xset ফাংচন(function)টো ব্যৱ্হাৰ কৰি আন এখন গ্ৰাফিক উইন্দ’ (graphic window) খুলিম
01:41 মই এইটো বন্ধ কৰিম
01:43 xset ফাংচন(function)টো কাট( Cut) কৰক, চাইলেবত পেষ্ট( paste) কৰক এন্টাৰ টিপক
01:50 আপুনি 1 নং গ্ৰাফিক উইন্দ’(graphic window)খন দেখিব
01:54 লক্ষ্য কৰিব যে উইন্দ’ আৰু 1 নামৰ দুটা আৰগুমেন্টচ( arguments) এই ফাংচন( function)টোলৈ প্ৰেৰণ( passed to) কৰা হৈছে
02:03 পাছৰ গ্ৰাফ( graph)টো এই উইন্দ’(window) খনত অংকিত(plot) হব
02:06 চাইলেবৰ বাবে প্লট(plot) 2d টো হৈছে 2d গ্ৰাফ (graph) অংকিত( plot) কৰিবলৈ ব্যৱ্হৃত স্থানীয়( native) ফাংচন( function)
02:14 আপুনি দেখাৰ দৰে প্লট(plot)2d কমান্ড এ xবনাম( verses) y ৰ গ্ৰাফ এটা অংকিত কৰে
02:26 লক্ষ্য কৰিব যে তাত ষ্টাইল(style) নামৰ এটা তৃতীয় আৰগুমেন্ত( argument) আছে
02:31 ষ্টাইল(Style) আৰগুমেন্ত( argument)টো ঐচ্ছিক ।ইয়াক অংকণ( plot)টোৰ আকাৰ(appearance) প্ৰয়োজনোসাৰী( customize) সলাবলৈ ব্যৱ্হাৰ কৰা হয়
02:36 ষ্টাইল(Style)ৰ যোগাত্মক মানৰ বাবে বক্ৰৰেখা ( curve) ডাল এটা বিভিন্ন ৰঙৰ সমতল ( plain) হ্য় যিদৰে আমাৰ ক্ষেত্ৰত 3 ৰ বাবে সেউজীয়া হৈছে
02:44 ষ্টাইল(Style)ৰ স্বপ্ৰযোজ্য(default) মান হৈছে 1
02:46 ঋণাত্মক( negative) মানৰ বাবে গ্ৰাফ অংকিত কৰিবলৈ চেষ্টা কৰক আৰু আপুনি নিজে আকাৰ( appearance)ৰ পাৰ্থক্য( difference) চাওঁক
02:51 লগতে আমি চতুৰ্থ আৰগুমেন্ত( argument)টো প্ৰেৰণ কৰি x আৰু y অক্ষ( axis)ৰ বাবে আৰম্ভনি আৰু সামৰনি বিন্দু স্থাপন কৰিব পাৰিম
02:57 আপুনি দেখাৰ দৰে ইয়াক rect বুলি কোৱা হয়
03:07 আমাৰ ওচৰত x অক্ষ 1 ৰ পৰা 10লৈ আৰু y অক্ষ 1 ৰ পৰা 20 লৈ আৰম্ভ হৈছে
03:14 Rect কমান্ড( command)ৰ আৰগুমেন্ত( argument)ৰ ক্ৰম হৈছে xmin, ymin, xmax আৰু ymax
03:24 আহক আমি এতিয়া টাইটল (Title),এক্সিছ( Axis) আৰু লিজেন্ড(Legends) ৰ বিষয়ে শিকো
03:28 অক্ষ( axis)লৈ আখ্যা সমূহক আৰু অংকন( plot)টোলৈ টাইটল( title) টোক সজাবলৈ আমি x label আৰু ylabel নামৰ কমান্ড(command)দুটা ব্যৱ্হাৰ কৰিব পাৰো
03:38 মই এই কমান্ড(command)ৰ সংহতি( set)টো কাত কৰিম আৰু কনচল( console)ত পেষ্ট কৰিম । এন্টাৰ টিপক
03:45 আপুনি দেখিব যে গ্ৰাফটো x অক্ষ(axis) লৈ x , y অক্ষ(axis)লৈ y আখ্যা দিয়া হৈছে আৰু গ্ৰাফ( graph)টোৰ টাইটল( title)হৈছে মাই টাইটল(my title)
03:58 আপুনি বিচাৰিলে টাইটল( title)টো আৰু অংকণ( plot) ৰ অক্ষটো 3 ৰ সলনি এটা একক কমান্ড ( command)ত সজাব পাৰিব
04:04 এই উদ্দেশ্যে( purpose) আমি তিনিওটা আৰগুমেন্তচৰ( arguments) সৈতে xtitle কমান্ড (command) টো ব্যৱ্হাৰ কৰিম
04:11 মই এই কমান্ড( command)টো কাট( cut) কৰিম আৰু চাইলেবত পেষ্ট( paste)কৰিম এন্টাৰ (enter)টিপক
04:18 এতিয়া আপুনি দেখিছে যে x অক্ষৰ(axis) আখ্যাটো X অক্ষ(axis) , Y অক্ষ( axis)আৰু টাইটলটো হৈছে মাই টাইটল(My title)
04:26 আপুনি দেখাৰ দৰে মই লিখি থকা clf() ফাংচন (function)টোৱে গ্ৰাফিক উইন্দ’(graphic window) খন খালি কৰিব
04:36 একেখন গ্ৰাফিক উইন্দ’(graphic window)তে বিভিন্ন গ্ৰাফ অংকিত( plotting) কৰোতে এইটো ব্যৱ্হাৰযোগ্য( useful) হয়
04:41 মই এই উইন্দ’(window)খন বন্ধ কৰিম
04:44 মাজেসময়ে আমি একে অংকণ( plot)তে দাতা (data)ৰ দুটা সংহতিক তুলনা কৰিব লাগে,যিটো হৈছে x দাতা(data)ৰ এটা সংহতি( set) আৰু y দাতা(data)ৰ দুটা সংহতি
04:51 আহক আমি ইয়াৰ এটা উদাহৰণ চাওঁ মই তললৈ যাম
04:56 আমি লিনস্পেছ(linspace) কমান্ড(command) ব্যৱ্হাৰ কৰি x অক্ষ(axis) ৰ বিন্দু( points) সমূহ এটা ৰ’ ভেক্তৰ x (row vector) ত সুচীত( define) কৰিম
05:03 আহক আমি ফাংচন( function) এটা সূচীত( define) কৰো
05:05 y1 = x ৰ বৰ্গ(square)
05:07 Plot(প্লট) x বনাম(verses) y1
05:10 আন এটা ফাংচন( function)সূচীত কৰক y2 = 2x ৰ বৰ্গ(square)
05:15 Plot(প্লট) x বনাম(verses) y2
05:17 আমি লগতে আমাৰ গ্ৰাফ( graph)টোক আখ্যা( label) আৰু টাইটল( title)দিম
05:22 লক্ষ্য কৰিব যে আমি বক্ৰৰেখা দালৰ আকৃতি সলনি কৰিবলৈ অতিৰিক্ত(additionally) ভাবে ”o-” আৰু ”+ -” কমান্ডদুটা Plot(প্লট) ফাংচন (function) টোলৈ প্ৰেৰণ কৰিছো
05:33 এই আৰগুমেন্তচ( arguments) সমূহ প্লট(plot) 2d ফাংচন (function) ৰ অংশ নহয়
05:37 সিহঁত মাত্ৰ প্লট(plot) ফাংচন (function)টোৰ সৈতেহে ব্যৱ্হাৰ হয়
05:41 মই এই কমান্ড(command)ৰ সংহতি( set)টোক কপি( copy) কৰিম আৰু চাইলেব( scilab) কনচল( console)ত পেষ্ট( paste) কৰিম
05:49 আপুনি গ্ৰাফ( graph)টো দেখিছে
05:51 কোনডাল বক্ৰৰেখা( curve) কোন ফাংচন( function)ৰ সৈতে জড়িত( associated) হৈ আছে সেইটো জনাত ই উত্তম সহায়ক নহবনে ?
05:56 আপুনি দেখাৰ দৰে এইটো লিজেন্দ(legend) কমান্ড(command)ব্যৱ্হাৰ কৰি লাভ কৰিব পাৰি
06:08 "o-" বক্ৰ ৰেখাডালে y1=x ৰ বৰ্গ(square) ফাংচনটো আৰু"+-"বক্ৰৰেখাডালে y2=2*x^2 (y2=2x ৰ বৰ্গ(square)) ফাংচনটোক প্ৰকাশ( represents) কৰে
06:19 মই এই গ্ৰাফিক (graphic)উইন্দ’(window)খন বন্ধ কৰিম
06:22 আমি এতিয়া প্লট(plot)2d দেম’জ(demos)আৰু চাবপ্লট(subplot)ফাংচন(function)ৰ বিষয়ে আলোচনা কৰিম
06:28 চাইলেবে ইয়াৰ সকলো মুখ্য ফাংচন(function)ৰ বাবে দেম’জ(demos)প্ৰদান কৰে
06:31 প্লট(plot)2d ৰ দেম’জ(demos) দেমনষ্ট্ৰেচন (demonstration)টেব( tab)ৰ দ্বাৰা চাব পাৰি
06:39 গ্ৰাফিক্স( Graphics)ত টিপক,2d_3dপ্লটচ( plots) ত টিপক আৰু প্ৰদান কৰা বিভিন্ন দেম’জ( demos)ৰ মাজৰ পৰা এটা দেম’(demo) নিৰ্বাচন কৰক
06:51 মই প্লট(plot) 2d ত টিপিম
06:54 আপুনি দেম’গ্ৰাফ( demo graph)টো দেখিব ভিউ ক’ড বাটন(view code button)ত টিপিওঁ এই গ্ৰাফৰ বাবে ক’ডটো চাব পাৰি
07:02 এই সংযোজন( link)টোৱে উইন্ড’জ(windows) আৰু লিনাক্স(linux)ত কাম কৰে কিন্তু মেক (Mac)OS ত খোল নাখায়
07:07 দাইৰেক্তৰি(directory)টোৰ দ্বাৰা মেক(Mac)ত ক’ড( code)টোহে মাত্ৰ চাব পাৰি
07:12 আহক আমি টাৰ্মিনেল( terminal)লৈ যাওঁ
07:15 দেখুওৱাৰ দৰে বৰ্তমান মই চাইলেব(scilab) 5.2 ৰ দেম’জ দাইৰেক্তৰী(demos directory)ত আছো
07:21 এই দাইৰেক্তৰী(directory)টোলৈ সম্পূৰ্ণ পথটো ইয়াত দেখুওৱা হৈছে
07:27 আপুনি ইয়াত দেখাৰ দৰে,আমি উপলব্ধ দেম’জ(demos)ৰ তালিকা চাবলৈ ls লিখিম
07:36 তাৰপাছত আমি 2d_3d_plots দাইৰেক্তৰী (directory)নিৰ্বাচিত কৰিম আৰু এন্টাৰ টিপিম
07:46 sce ফাইল(file)ত উপলব্ধ বিভিন্ন দেম’(demo) ক’ড(code)চাবলৈ পুনৰ ls লিখক
07:55 আমি দেম’(demo)টোৰ বাবে ক’ড( code)টো চাম যিটো আমি আগতে দেখিছিলো
08:00 more plot2d.dem.sce লিখক আৰু এন্টাৰ টিপক
08:11 ইয়াত আপুনি plot2d ফাংচন(function)ৰ দেম’ (demo)গ্ৰাফ(graph)টোৰ বাবে ক’ড(code)টো দেখিব
08:18 মই টাৰ্মিনেল( terminal)টো বন্ধ কৰিম
08:21 মই দেম’(demo)গ্ৰাফ(graph)টো আৰু দেম’(demo)উইন্ড’(window)খন বন্ধ কৰিম
08:26 একেদৰে আপুনি অন্য দেম’জ(demos)ৰ দ্বাৰা যাব পাৰিব আৰু চাইলেব( scilab) খুলিব( explore) পাৰিব
08:29 আহক এতিয়া আমি চাবপ্লট ফাংচন( Subplot function)ৰ বিষয়ে আলোচনা কৰো
08:33 subplot() ফাংচন( Subplot function)টোৱে গ্ৰাফিক্স উইন্দ’(graphics window)খনক এটা চাব-উইন্দ’জ(sub-windows)ৰ মেত্ৰিক্স(matrix) লৈ বিভক্ত কৰে
08:37 এই ফাংচন( function)টো বাখ্যা কৰিবলৈ আমি চাইলেব( scilab)ত 2D গ্ৰাফ(graph) অংকিতকৰণৰ বাবে দেম’জ(demos) ব্যৱ্হাৰ কৰিম
08:43 উদাহৰণস্বৰূপে, আপোনাৰ কনচ’লত প্লট(plot) 2d লিখক আৰু এই ফাংচন( function)টোৰ বাবে দেম’(demo)প্লট(plot)টো চাওক
08:58 মই এই উইন্ড’(window)খন বন্ধ কৰিম
09:00 চাবপ্লট ক’মান্ড( Subplot command)টোৱে গ্ৰাফিক্স উইন্দ’(graphics window)খনক এটা চাব-উইন্দ’জ(sub-windows)ৰ 2 by 2 মেত্ৰিক্স (matrix)লৈ বিভক্ত কৰে যাক চাবপ্লট ক’মান্ড( Subplot command)টোত থকা প্ৰথম দুটা আৰগুমেন্তচ( arguments)ৰে প্ৰকাশিত হয়
09:10 তৃতীয় আৰগুমেন্ত( argument)টোৱে বৰ্তমান উইন্দ’ (window)খনক সূচীত কৰে য’ত প্লট( plot)তো অংকিত হ’ব
09:15 মই এই সম্পূৰ্ণ কমান্ডসমূহৰ( commands) সংহতিটোক চাইলেব কনচ’ল( scilab console)লৈ ক’পি(copy) কৰি কাৰ্যকৰী কৰিম
09:24 আপুনি এটা একক প্লট উইন্দ’(plot window)ত 4টা প্লট( plot ) দেখিব
09:28 লাভকৰা Plot(প্লট) তো আপোনাৰ কম্পিউটাৰ( computer)ত এখন চিত্ৰ হিচাবে সংৰক্ষণ কৰিব পাৰি
09:32 গ্ৰাফিক উইন্দ’(graphic window)ত টিপক, ফাইল মেনু( File menu)লৈ যাওক এক্সপ’ৰ্ত তু( export to) নিৰ্বাচন কৰক
09:39 আপোনাৰ প্লট( plot)তোক এটা উপযুক্ত (suitable) নাম দিয়ক,
09:50 আপোনাৰ ফাইল( file)টো সংৰক্ষণ কৰিবলৈ এটা গন্তব্য ফ’লদাৰ( folder) নিৰ্বাচিত কৰক
09:54 আপোনাৰ চিত্ৰখন যি ফাইল ফৰ্মেত( file format) ত উদ্ভৱ হোৱাতো বিচাৰে তাক নিৰ্বাচিত কৰক
09:59 মই JPEG ফৰ্মেট( format) নিৰ্বাচিত কৰিম আৰু ছেভ( Save) টিপিম
10:05 চিত্ৰখন খুলিবলৈ দাইৰেক্তৰী (directory)টোৰ দ্বাৰা ব্ৰ’জ( Browse) কৰক আৰু নিজে নিশ্বিত কৰক যে ই সংৰক্ষিত হ’ল নে নাই
10:11 ইয়াৰ দ্বাৰাই আমি এই প্লটিং 2D গ্ৰাফচ উইথ চাইলেব (Plotting 2D graphs with Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )টোৰ শেষ পালোহি
10:15 চাইলেব( Scilab)ত আৰু বহুতো আন ফাংচন (function) আছে যাক আন স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)ত সামৰা( covered) হ’ব
10:20 চাইলেব( Scilab)ৰ সংযোজনসমূহ চাই থাকিব
10:22 স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )সমূহ ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়, আই চি তি(ICT)ৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে
10:29 ইয়াৰ বিষয়ে অধিক তথ্য( information) তলত দেখুওৱা সংযোজন(link) ত দেখা পাব
10:32 আমাক সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ, শুভবিদায়

Contributors and Content Editors

Mausamh9, Pratik kamble