Ruby/C2/Ruby-Methods/Assamese
From Script | Spoken-Tutorial
Time | |
00:01 | নমস্কাৰ দৰ্শক সকল. ৰুবি মেথডৰ স্পোকেন টিটোৰিয়েল লৈ আপোনালোকক আদৰনি জনালো । |
00:05 | এই টিটোৰিয়েল ত আমি শিকিম |
00:07 | মেথড কি? |
00:09 | মেথডৰ চিন্তেক্স আৰু |
00:11 | কিছু উদাহৰণৰ সৈতে । |
00:13 | আমি ইয়াতে উবুন্তু লিনাক্স ভাৰচন ১২.০৪ ৰুবি’ ১.৯.৩ ব্যৱহাৰ কৰিছো । |
00:21 | এই টিটোৰিয়েল টো ভালকে জানিবলৈ আপোনালোকৰ লিনাক্চত টার্মিনেল আৰু টেক্সট্ এদিতৰ বয়ৱহাৰৰ জ্ঞ্যান থকা উছিত । |
00:28 | আহক মেথডৰ পৰিছয়ৰে আৰম্ভ কৰো । |
00:31 | মেথড এটা পৃথক প্রগ্রেম হয় যিয়ে এটা নির্দষ্ট টাস্ক প্ৰৰ্দশন কৰে . |
00:37 | ruby method যিকোনো এটা programming languageত function ৰ সৈতে অনুৰূপ হয় । |
00:42 | মেথডৰ নাম সৰু আখৰেৰে আৰম্ভনি হব লাগিব । |
00:45 | মেথডক কল কৰাৰ আগতে তাক সংজ্ঞায়িত কৰা উছিত হয় । |
00:49 | মেথডৰ চিন্টেক্স সমুহ চাও আহক : |
00:52 | মেথডক def কিৱৰ্দ বয়ৱহাৰ কৰি সংজ্ঞায়িত কৰা হয় যিটো মেথডৰ নামৰ পিছত লিখা হয়। |
00:57 | যিবোৰ আৰগুমেন্টে ভেলু সমুহ মেথডলৈ পঠাই আছিল, সেই বোৰ প্রছেচ কৰিব লাগিব । |
01:02 | ৰুবি কোড শাখাটোই মেথডৰ গঠন বুজাব যিয়ে প্রছেচিং কৰে । |
01:09 | মেথডৰ গঠনটো ওপৰত এইটো সংজ্ঞয়াৰ দ্ৱাৰা সংলগ্ন হৈ অাছে আৰু তলত end শব্দ থাকিব । |
01:16 | ইয়াক মেথৰ আর্গুমেন্ত কোৱা হয় । |
01:19 | মেথডৰ আন এটা চিন্তেক্স হ’ল : |
01:23 | method name ৰ পাছত Def নামৰ কিৱৰ্দ আৰু এটা খালি আর্গুমেন্ত লিস্ত । |
01:28 | ৰুবি কোডৰ এটা অংশই মেথডৰ গঠনক বুজাব । |
01:32 | আৰু end নামৰ শব্দই মেথডৰ শেষাংষক বুজাব । |
01:36 | ইয়াক কোৱা হয় আর্গুমেন্ত নথকা মেথড (method without arguments. ) । |
01:39 | আহক মেথডক কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাক শিকো । |
01:42 | মই আগতেই এটা gedit এদিতৰত প্রগ্রেম লিখি থৈছো । |
01:46 | মই ইয়াক খুলিম। |
01:48 | মন কৰিব যে ফাইল তোৰ নাম হ’ল method hyphen without hyphen argument dot rb |
01:55 | মই ফাইল টো ইতিমধ্যে rubyprogram ফোল্ডাৰ ত সংৰক্ষণ কৰি থৈছো । |
01:59 | এই প্রগ্রেম টোত আমি মেথড ব্যৱহাৰ কৰি দুটা সংখ্যাৰ যোগফল গণনা কৰিম. |
02:03 | এতিয়া আমি প্রগ্রেমৰ সৈতে আগবার্হো । |
02:05 | আমি ইয়াত a নামৰ গ্লোবেল ভেৰিয়েবল এটা declare কৰিছো । |
02:08 | আৰু আমি ৫নং ভেলু বহাই ইয়াক আৰম্ভ কৰিছো । |
02:13 | গ্লোবেল ভেৰিয়েবলৰ নামবোৰ সদাই ডলাৰ চিহ্নৰে আৰম্ভ কৰা হয় । |
02:17 | গ্লোবেল ভেৰিয়েবল সমুহ ৰুবি প্রগ্রেমত যিকোনো থাইৰ পৰা ব্যৱহাৰ কৰিব পাৰি । |
02:25 | ইয়াত আমি কোনো আর্গুমেন্ট নোহোৱাকৈ add নামৰ এটা মেথড declare কৰি দেখুৱাম । |
02:31 | আমি ব্যৱহাৰ কাৰিক ইয়াত এটা দ্বিতীয় সংখ্যা এটা এন্টাৰ কৰিব দিছো । |
02:35 | ব্যৱহাৰ কাৰিয়ে ভেলু টো বহাব । |
02:38 | gets method এ কনচোলৰ পৰা ইনপুত সমুহ পায় কিন্তু স্ট্রিনংগ ফৰমেটত । |
02:44 | সেইকাৰণে আমি ইয়াক to_i মেথড ব্যৱহাৰ কৰি ইন্টেযাৰ লৈ সলনি কৰিব লাগিব. |
02:50 | সলনি কৰা ভেলু সমুহ b ভেৰিয়েবল ত সংৰক্ষন হৈছে . b এটা লোকেল ভেৰিয়েবল হয় । |
02:56 | ই অকল মেথডৰ ভিতৰত হে পোৱা যাব যাক আগতে declare কৰা হৈছে । |
03:01 | আমি ইয়াত গ্লোবেল ভেৰিয়েবল a আৰু ভেৰিয়েবল bৰ মানক যোগ কৰিছো |
03:07 | ঊত্তৰটো পিছত sum নামৰ ভেৰিয়েবলত সংৰক্ষন কৰা হ’ল । |
03:10 | তাৰ পিছত আমি sumক প্রিন্ট কৰিম । |
03:13 | ইয়াৰ পৰা কেনেদৰে ভেৰিয়েবল এটা স্ট্রিংগত সোমাব লাগে দেখিলে । |
03:18 | ইয়াত sum ৰ অংশ সমুহ স্ট্রিংগলৈ ঘুৰাই পঠোৱা হৈছে আৰু ই আউটাৰ স্ট্রিংগত ঠাই লয় । |
03:25 | end এ মেথডৰ শেষ অংশক বুজাব । |
03:28 | মেথড দুই প্রকাৰৰ |
03:31 | ইউজাৰ দিফাইন্ড মেথড – যিতো আমাৰ add মেথড । |
03:35 | প্রি দিফাইন্ড মেথড – যিটো print, gets আৰু to_i মেথড । |
03:42 | ইয়াত আমি ইয়াক add মেথড বুলিম । |
03:45 | যোগ কৰা কামটো কৰা হ’ব আৰু উত্তৰটো প্রিন্ট হব । |
03:50 | এতিয়া আমি চেভ (save) বুটামত ক্লিক কৰিম । |
03:53 | আগতে কোৱাৰ দৰে প্রগ্রেমটো rubi program নামৰ ফোল্ডাৰত সংৰক্ষন কৰা হ’ব । |
03:59 | এতিয়া আমি প্রগ্রেমটো এক্সেকিউট কৰিম । |
04:02 | Ctrl, Alt আৰু T বুটাম কেইটা একেলগে টিপি টার্মিনেল খোলিম । |
04:07 | এখন টার্মিনেল ৱিনডো আপোনালোকৰ স্ক্রিনত দেখা যাব । |
04:11 | প্রগ্রেমটো এক্সেকিউট কৰিবলৈ আমি চাবডাইৰেক্টৰি ৰুবি প্রগ্রেমলৈ যাব লাগিব । |
04:16 | এতিয়া টাইপ কৰক cd স্পেচ Desktop/rubyprogram আৰু টিপক Enter. |
04:26 | এতিয়া টাইপ কৰক ruby স্পেচ method hyphen without hyphen argument dot rb আৰু Enter টিপক । |
04:40 | Enter the second number দেখা পাব । |
04:44 | মই ভেলু 4 লিখিম । টাইপ কৰক 4 আৰু এন্টাৰ কৰক । |
04:48 | এতিয়া আমি আউতপুত পাম - Sum of two numbers 5 and 4 is 9 |
04:53 | এতিয়া আর্গুমেন্টৰ সৈতে মেথডৰ বাবে এটা উদাহৰণ চোৱা যাওঁক । |
04:58 | মই আগতেই gedit এদিটৰত এই প্রগ্রেমটো লিখি থৈছো । আহক ইয়াক খোলো । |
05:03 | মনত ৰাখিব আমাৰ ফাইল টোৰ নাম method hyphen with hyphen argument dot rb হয়. |
05:10 | মই ইয়াক rubiprogram নামৰ ফোল্ডাৰত সংৰক্ষন কৰিছো । |
05:15 | বোলক প্রগ্রেমটোৰ সৈতে যাওঁ । |
05:18 | ইয়াত আমি add নামৰ এটা মেথড দিক্লেয়াৰ কৰিছো । a , b হ’ল add মেথডৰ আর্গুমেন্ট । |
05:26 | ইয়াত a আৰু b ৰ মান দুটা যোগ কৰা হ’ল । |
05:29 | আৰু চাম টো মেথড callলৈ ঘুৰাই পঠোৱা হ’ল । |
05:31 | endএ মেথডৰ শেষাংশক বুজাব । |
05:35 | ইয়াত আমি ব্যৱহাৰকাৰিক ইনপুত খুজিম । |
05:38 | ব্যৱহাৰকাৰিয়ে a আৰু b ৰ মান সমুহ দিব । |
05:41 | মান সমুহ a আৰু b ভেৰিয়েবলত সংৰক্ষন কৰা হ’ব । |
05:46 | ইয়াত আমি add methodক কল কৰিম. |
05:49 | তাৰ পিছত আমি আর্গুমেন্টক a আৰু b হিচাবে পঠাম । |
05:52 | মেথড addএ যি মান ঘুৰাই পঠাইছিল তাক এদিছন অপাৰেছন কৰাৰ পাছত c ত সংৰক্ষন কৰিম |
05:59 | ইয়াত আমি c ত সংৰক্ষন কৰা চামক প্ৰীন্ট কৰো। |
06:03 | আহক এই কোডটো এক্সেকিউত কৰো । টার্মিনেললৈ যাওক. |
06:07 | প্রথমতে টার্মিনেল খন চাফ কৰি লওঁ । টাইপ কৰক clear আৰু টিপক enter |
06:14 | আমাৰ লগত আগৰে পৰা চাবডাইৰেক্টৰি rubyprogram আছে । |
06:17 | এতিয়া আগৰ কমান্ড টো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক । |
06:22 | method hyphen without hyphen arguments dot rb ক method hyphen with hyphen arguments dot rb লৈ সলনি কৰক। |
06:32 | আৰু Enterটিপক. |
06:35 | Enter the values of a and b দেখা পাব । |
06:38 | মই ভৰাম 8 আৰু 9 । |
06:41 | টাইপ কৰক 8 এন্টাৰ টিপক । |
06:43 | টাইপ কৰক 9 এন্টাৰ টিপক । |
06:46 | তেনেহ’লে আমি আউটপুট পাম |
06:47 | Sum of two numbers 8 and 9 is 17. |
06:52 | এতিয়া মই আপোনালোকক ৰুবি মেথডৰ গুৰুত্বপুর্ণ বৈশিষ্ট্য সমুহ দেখুৱাম । |
06:56 | এতিয়া আকৌ টেক্সট্ এদিতৰৰ প্রগ্রেম টোলৈ ঘুৰি যাওঁ । |
06:59 | Return শব্দাংশ অতৰুবাই যাওক । |
07:02 | এতিয়া save বুতামত ক্লিক কৰক । |
07:05 | এতিয়া কোডটো এক্সেকিউত কৰা যাওক । টার্মিনেললৈ যাওক । |
07:09 | এতিয়া আগৰ কমান্ড টো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক । |
07:14 | Enter the values of a and b দেখোৱা হৈছে । |
07:18 | মই বহুৱাম 10 আৰু 15 । |
07:21 | টাইপ কৰক 10, এন্টাৰ টিপক; টাইপ কৰক 15 এন্টাৰ কৰক । |
07:27 | এতিয়া আমি আউতপুত টো পাম এনেধৰনে: |
07:29 | Sum of two numbers 10 and 15 is 25. |
07:33 | Return শব্দাংশ অতৰুৱাৰ পিছতো আমি দেখা পাও যে প্রগ্রেম টো কোনো এৰৰ নোহোৱাকৈ এক্সেকিউত হৈছে । |
07:40 | ইয়াৰ কাৰন হৈছে ৰুবিয়ে স্বংকি্ৰয়ভাবে মেথডত গণনা কৰা মান সমুহ ঘুৰাই পঠাই । |
07:46 | Return শব্দাংশ ৰুবিৰ মেথডত ঐচ্চিক হয় । |
07:50 | ইয়াৰ দ্বাৰা এই স্পোকেন টিউটোৰিয়েল সমাপ্ত হ’ল । |
07:53 | এতিয়া আকৌ স্লাইড সমুহলৈ ঘুৰি যাওঁ । |
07:55 | সাৰাংশ কৰো আহক । |
07:57 | এই টিউটোৰিয়েলত আমি শিকিলো |
07:59 | মেথডৰ বিষয়ে |
08:01 | আর্গুমেন্ট নহোৱাকৈ মেথডৰ চিন্টেক্স |
08:04 | আর্গুমেন্টৰ সৈতে মেথড |
08:06 | মেথডৰ পৰা ভেলু সমুহ ঘুৰাই পঠোৱা । |
08:08 | অনুশীলনৰ বাবে |
08:10 | এটা বর্গৰ বর্গফল উলিয়াবৰ বাবে এটা প্রগ্রেম লিখক । |
08:13 | মেথড ব্যৱহাৰ কৰি আৰু |
08:14 | ব্যৱহাৰকাৰিৰ পৰা ইনপুত লৈ । |
08:17 | তলত দিয়া লিংকত গৈ ভিডিওটো দর্শন কৰক । |
08:20 | এয়াই আছিল স্পোকেন টিউটোৰিয়েল প্রযেক্তৰ সাৰাংশ । |
08:23 | যদি আপোনালোকৰ ভাল বেন্দৱাইথ নাই তেন্তে আপোনালোকে ডাউনলোদ কৰি ভিডিও টো চাব পাৰে । |
08:28 | স্পোকেন টিউটোৰিয়েল প্রযেক্তৰ দলে : |
08:30 | স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি ৱার্কশ্বপ কৰে । |
08:33 | আৰু চার্তিফিকেত প্রদান কৰে যিয়ে অনলাইন পৰীক্ষাত পাছ কৰে । |
08:36 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
08:44 | স্পোকেন টিউটোৰিয়েল প্রযেক্ত Talk to a Teacher প্রযেক্তৰ এটা অংগ। |
08:49 | ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ |
08:55 | অধিক তথ্যৰ বাবে চাওক: স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো । |
09:00 | এই পাঠটি অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |
09:04 | দর্শন কৰাৰ বাবে ধন্যবাদ । |