Ruby/C2/Ruby-Methods/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
00:01 নমস্কাৰ দৰ্শক সকল. ৰুবি মেথডৰ স্পোকেন টিটোৰিয়েল লৈ আপোনালোকক আদৰনি জনালো ।
00:05 এই টিটোৰিয়েল ত আমি শিকিম
00:07 মেথড কি?
00:09 মেথডৰ চিন্তেক্স আৰু
00:11 কিছু উদাহৰণৰ সৈতে ।
00:13 আমি ইয়াতে উবুন্তু লিনাক্স ভাৰচন ১২.০৪ ৰুবি’ ১.৯.৩ ব্যৱহাৰ কৰিছো ।
00:21 এই টিটোৰিয়েল টো ভালকে জানিবলৈ আপোনালোকৰ লিনাক্চত  টার্মিনেল আৰু টেক্সট্ এদিতৰ বয়ৱহাৰৰ জ্ঞ্যান থকা উছিত ।
00:28 আহক মেথডৰ পৰিছয়ৰে আৰম্ভ কৰো ।
00:31 মেথড এটা পৃথক প্রগ্রেম হয় যিয়ে এটা নির্দষ্ট টাস্ক প্ৰৰ্দশন কৰে .
00:37 ruby method  যিকোনো এটা programming languageত function ৰ সৈতে অনুৰূপ হয় ।
00:42 মেথডৰ নাম সৰু আখৰেৰে আৰম্ভনি হব লাগিব ।
00:45 মেথডক কল কৰাৰ আগতে তাক সংজ্ঞায়িত কৰা উছিত হয় ।
00:49 মেথডৰ চিন্টেক্স সমুহ চাও আহক :
00:52 মেথডক def কিৱৰ্দ বয়ৱহাৰ কৰি  সংজ্ঞায়িত কৰা হয় যিটো মেথডৰ নামৰ পিছত লিখা হয়।
00:57 যিবোৰ আৰগুমেন্টে ভেলু সমুহ মেথডলৈ পঠাই আছিল, সেই বোৰ প্রছেচ কৰিব লাগিব ।
01:02 ৰুবি কোড শাখাটোই মেথডৰ গঠন বুজাব যিয়ে প্রছেচিং কৰে ।
01:09 মেথডৰ গঠনটো ওপৰত এইটো সংজ্ঞয়াৰ দ্ৱাৰা সংলগ্ন হৈ অাছে আৰু  তলত  end শব্দ থাকিব ।
01:16 ইয়াক  মেথৰ আর্গুমেন্ত  কোৱা হয় ।
01:19 মেথডৰ আন এটা চিন্তেক্স হ’ল :
01:23 method name ৰ পাছত Def নামৰ কিৱৰ্দ আৰু এটা খালি আর্গুমেন্ত লিস্ত ।
01:28 ৰুবি কোডৰ এটা অংশই মেথডৰ গঠনক বুজাব ।
01:32 আৰু end নামৰ শব্দই মেথডৰ শেষাংষক বুজাব ।
01:36 ইয়াক কোৱা হয় আর্গুমেন্ত নথকা মেথড (method without arguments. ) । 
01:39 আহক মেথডক কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাক শিকো ।
01:42 মই আগতেই এটা gedit এদিতৰত প্রগ্রেম লিখি থৈছো ।
01:46 মই  ইয়াক খুলিম।
01:48 মন কৰিব যে ফাইল তোৰ নাম হ’ল method hyphen without hyphen argument dot rb
01:55 মই ফাইল টো ইতিমধ্যে rubyprogram ফোল্ডাৰ ত সংৰক্ষণ কৰি থৈছো ।
01:59 এই প্রগ্রেম টোত আমি মেথড ব্যৱহাৰ কৰি দুটা সংখ্যাৰ যোগফল গণনা কৰিম.
02:03 এতিয়া আমি প্রগ্রেমৰ সৈতে আগবার্হো ।
02:05 আমি ইয়াত a নামৰ গ্লোবেল ভেৰিয়েবল এটা declare কৰিছো ।
02:08 আৰু আমি ৫নং ভেলু বহাই ইয়াক আৰম্ভ কৰিছো ।
02:13 গ্লোবেল ভেৰিয়েবলৰ নামবোৰ সদাই ডলাৰ চিহ্নৰে আৰম্ভ কৰা হয় ।
02:17 গ্লোবেল ভেৰিয়েবল সমুহ ৰুবি প্রগ্রেমত যিকোনো থাইৰ পৰা ব্যৱহাৰ কৰিব পাৰি ।
02:25 ইয়াত আমি কোনো আর্গুমেন্ট নোহোৱাকৈ add নামৰ এটা মেথড declare কৰি দেখুৱাম ।
02:31 আমি ব্যৱহাৰ কাৰিক ইয়াত এটা দ্বিতীয় সংখ্যা এটা এন্টাৰ কৰিব দিছো ।
02:35 ব্যৱহাৰ কাৰিয়ে ভেলু টো বহাব ।
02:38 gets method এ কনচোলৰ পৰা ইনপুত সমুহ পায় কিন্তু স্ট্রিনংগ ফৰমেটত ।
02:44 সেইকাৰণে আমি ইয়াক to_i মেথড ব্যৱহাৰ কৰি ইন্টেযাৰ লৈ সলনি কৰিব লাগিব.
02:50 সলনি কৰা ভেলু সমুহ b ভেৰিয়েবল ত সংৰক্ষন হৈছে . b এটা লোকেল ভেৰিয়েবল হয় ।
02:56 ই অকল মেথডৰ ভিতৰত হে পোৱা যাব যাক আগতে declare কৰা হৈছে ।
03:01 আমি ইয়াত গ্লোবেল ভেৰিয়েবল a আৰু ভেৰিয়েবল bৰ মানক যোগ কৰিছো
03:07 ঊত্তৰটো পিছত sum  নামৰ ভেৰিয়েবলত সংৰক্ষন কৰা হ’ল ।
03:10 তাৰ পিছত আমি sumক প্রিন্ট কৰিম ।
03:13 ইয়াৰ পৰা কেনেদৰে ভেৰিয়েবল এটা স্ট্রিংগত সোমাব লাগে দেখিলে ।
03:18 ইয়াত sum ৰ অংশ সমুহ স্ট্রিংগলৈ ঘুৰাই পঠোৱা হৈছে আৰু ই আউটাৰ স্ট্রিংগত ঠাই লয় ।
03:25 end এ মেথডৰ শেষ অংশক বুজাব ।
03:28 মেথড দুই প্রকাৰৰ 
03:31 ইউজাৰ দিফাইন্ড মেথড – যিতো আমাৰ add মেথড ।
03:35 প্রি দিফাইন্ড মেথড – যিটো print, gets আৰু to_i মেথড ।
03:42 ইয়াত আমি ইয়াক add  মেথড বুলিম ।
03:45 যোগ কৰা কামটো কৰা হ’ব আৰু উত্তৰটো প্রিন্ট হব ।
03:50 এতিয়া আমি চেভ (save) বুটামত ক্লিক কৰিম ।
03:53 আগতে কোৱাৰ দৰে প্রগ্রেমটো  rubi program নামৰ ফোল্ডাৰত  সংৰক্ষন কৰা হ’ব  ।
03:59 এতিয়া আমি প্রগ্রেমটো এক্সেকিউট কৰিম ।
04:02 Ctrl, Alt আৰু T বুটাম কেইটা একেলগে টিপি টার্মিনেল খোলিম ।
04:07 এখন টার্মিনেল ৱিনডো আপোনালোকৰ স্ক্রিনত দেখা যাব ।
04:11 প্রগ্রেমটো এক্সেকিউট কৰিবলৈ আমি চাবডাইৰেক্টৰি ৰুবি প্রগ্রেমলৈ যাব লাগিব ।
04:16 এতিয়া টাইপ কৰক cd স্পেচ Desktop/rubyprogram আৰু টিপক Enter.
04:26 এতিয়া টাইপ কৰক ruby স্পেচ method hyphen without hyphen argument dot rb আৰু Enter টিপক ।
04:40 Enter the second number দেখা পাব ।
04:44 মই ভেলু 4 লিখিম । টাইপ কৰক 4   আৰু এন্টাৰ কৰক ।
04:48 এতিয়া আমি আউতপুত পাম - Sum of two numbers 5 and 4 is 9
04:53 এতিয়া আর্গুমেন্টৰ সৈতে মেথডৰ বাবে এটা উদাহৰণ চোৱা যাওঁক ।
04:58 মই আগতেই gedit এদিটৰত এই প্রগ্রেমটো লিখি থৈছো । আহক ইয়াক খোলো ।
05:03 মনত ৰাখিব আমাৰ ফাইল টোৰ নাম method hyphen with hyphen argument dot rb হয়.
05:10 মই ইয়াক  rubiprogram নামৰ ফোল্ডাৰত  সংৰক্ষন কৰিছো ।
05:15 বোলক প্রগ্রেমটোৰ সৈতে যাওঁ ।
05:18 ইয়াত আমি add নামৰ এটা মেথড দিক্লেয়াৰ  কৰিছো । a , b হ’ল add মেথডৰ আর্গুমেন্ট ।
05:26 ইয়াত a আৰু b ৰ মান দুটা যোগ কৰা হ’ল ।
05:29 আৰু চাম টো মেথড callলৈ ঘুৰাই পঠোৱা হ’ল ।
05:31 endএ মেথডৰ শেষাংশক বুজাব ।
05:35 ইয়াত আমি ব্যৱহাৰকাৰিক ইনপুত খুজিম ।
05:38 ব্যৱহাৰকাৰিয়ে a আৰু b ৰ মান সমুহ দিব ।
05:41 মান সমুহ  a আৰু b ভেৰিয়েবলত সংৰক্ষন কৰা হ’ব ।
05:46 ইয়াত আমি add methodক কল কৰিম.
05:49 তাৰ পিছত আমি আর্গুমেন্টক a আৰু b হিচাবে পঠাম  ।
05:52 মেথড addএ  যি মান ঘুৰাই পঠাইছিল তাক এদিছন অপাৰেছন কৰাৰ পাছত c ত সংৰক্ষন কৰিম
05:59 ইয়াত  আমি c ত সংৰক্ষন কৰা  চামক প্ৰীন্ট কৰো।
06:03 আহক এই কোডটো এক্সেকিউত কৰো । টার্মিনেললৈ যাওক.
06:07 প্রথমতে টার্মিনেল খন চাফ কৰি লওঁ । টাইপ কৰক clear আৰু টিপক enter
06:14 আমাৰ লগত আগৰে পৰা চাবডাইৰেক্টৰি rubyprogram আছে ।
06:17 এতিয়া আগৰ কমান্ড টো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক ।
06:22 method hyphen without hyphen arguments dot rb ক  method hyphen with hyphen arguments dot rb লৈ সলনি কৰক।
06:32 আৰু Enterটিপক.
06:35 Enter the values of a and b দেখা পাব ।
06:38 মই ভৰাম 8   আৰু 9  ।
06:41 টাইপ কৰক 8   এন্টাৰ টিপক ।
06:43 টাইপ কৰক 9   এন্টাৰ টিপক ।
06:46 তেনেহ’লে আমি আউটপুট পাম
06:47 Sum of two numbers 8 and 9 is 17.
06:52 এতিয়া মই আপোনালোকক ৰুবি মেথডৰ গুৰুত্বপুর্ণ বৈশিষ্ট্য সমুহ দেখুৱাম ।
06:56 এতিয়া আকৌ টেক্সট্ এদিতৰৰ প্রগ্রেম টোলৈ ঘুৰি যাওঁ ।
06:59 Return শব্দাংশ অতৰুবাই যাওক ।
07:02 এতিয়া save বুতামত ক্লিক কৰক ।
07:05 এতিয়া কোডটো এক্সেকিউত কৰা যাওক । টার্মিনেললৈ যাওক ।
07:09 এতিয়া আগৰ কমান্ড টো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক  ।
07:14 Enter the values of a and b দেখোৱা হৈছে ।
07:18 মই বহুৱাম 10 আৰু 15 ।
07:21 টাইপ কৰক 10, এন্টাৰ টিপক; টাইপ কৰক 15 এন্টাৰ কৰক ।
07:27 এতিয়া আমি আউতপুত টো পাম এনেধৰনে:
07:29 Sum of two numbers 10 and 15 is 25.
07:33 Return শব্দাংশ অতৰুৱাৰ  পিছতো আমি দেখা পাও যে প্রগ্রেম টো কোনো এৰৰ নোহোৱাকৈ এক্সেকিউত হৈছে ।
07:40 ইয়াৰ কাৰন হৈছে ৰুবিয়ে স্বংকি্ৰয়ভাবে মেথডত গণনা কৰা মান সমুহ ঘুৰাই পঠাই ।
07:46 Return শব্দাংশ ৰুবিৰ মেথডত ঐচ্চিক হয় ।
07:50 ইয়াৰ দ্বাৰা এই  স্পোকেন টিউটোৰিয়েল সমাপ্ত হ’ল ।
07:53 এতিয়া আকৌ স্লাইড সমুহলৈ ঘুৰি যাওঁ ।
07:55 সাৰাংশ কৰো আহক ।
07:57 এই টিউটোৰিয়েলত আমি শিকিলো
07:59 মেথডৰ বিষয়ে
08:01 আর্গুমেন্ট নহোৱাকৈ মেথডৰ চিন্টেক্স
08:04 আর্গুমেন্টৰ সৈতে মেথড
08:06 মেথডৰ পৰা ভেলু সমুহ ঘুৰাই পঠোৱা ।
08:08 অনুশীলনৰ বাবে
08:10 এটা বর্গৰ বর্গফল উলিয়াবৰ বাবে এটা প্রগ্রেম লিখক ।
08:13 মেথড ব্যৱহাৰ কৰি আৰু
08:14 ব্যৱহাৰকাৰিৰ পৰা ইনপুত লৈ ।
08:17 তলত দিয়া লিংকত গৈ ভিডিওটো দর্শন কৰক ।
08:20 এয়াই আছিল স্পোকেন টিউটোৰিয়েল প্রযেক্তৰ সাৰাংশ ।
08:23 যদি আপোনালোকৰ ভাল বেন্দৱাইথ নাই তেন্তে আপোনালোকে ডাউনলোদ কৰি ভিডিও টো চাব পাৰে ।
08:28 স্পোকেন টিউটোৰিয়েল প্রযেক্তৰ দলে :
08:30 স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি ৱার্কশ্বপ কৰে ।
08:33 আৰু চার্তিফিকেত প্রদান কৰে যিয়ে অনলাইন পৰীক্ষাত পাছ কৰে ।
08:36 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
08:44 স্পোকেন টিউটোৰিয়েল প্রযেক্ত Talk to a Teacher প্রযেক্তৰ এটা অংগ।
08:49 ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ
08:55 অধিক তথ্যৰ বাবে চাওক: স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো ।
09:00 এই পাঠটি অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো.
09:04 দর্শন কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mousumi