Ruby/C2/Control-Statements/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00:06 | এই টিউটৰিয়েলত আমি শিকিম |
00:08 | if statement '" else if statement |
00:11 | else' case statements' |
00:14 | ইয়াত আমি ব্যৱহাৰ কৰিছো ‘‘উবুন্টু ভাৰ্চন 12.04 |
00:18 | Ruby 1.9.3 |
00:21 | এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব । |
00:24 | “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
00:30 | অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
00:34 | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰো । |
00:38 | এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ । |
00:41 | তাৰ পাছত “ruby hyphen tutorial control hyphen statements” |
00:47 | যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । |
00:52 | “Ruby”ত “if statement”ৰ চিন্টেক্স এই দৰে হয় - |
00:56 | if “condition” |
00:58 | ruby code end |
01:01 | উদাহৰণ এটা চাওঁ আহক । |
01:03 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
01:08 | নাম ৰাখক if hyphen statement dot rb |
01:12 | মোৰ লগত if statementৰ উদাহৰণ এটা আছে । |
01:15 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
01:19 | মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো । |
01:23 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম। |
01:31 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
01:34 | “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
01:39 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
01:43 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
01:47 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
01:51 | ruby space if hyphen statement dot rb |
01:57 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0” |
02:02 | এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" true হল । |
02:07 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে । |
02:12 | এতিয়া if-else statement চাওঁ আহক । |
02:16 | “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় - |
02:18 | ' if “condition” ' ruby code |
02:20 | 'else'ruby code |
02:22 | end |
02:24 | উদাহৰণ এটা চাওঁ আহক । |
02:26 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
02:30 | নাম ৰাখক if hyphen else hyphen statement dot rb |
02:37 | মোৰ লগত if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে । |
02:40 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
02:44 | মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো । |
02:48 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম। |
02:55 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
02:58 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
03:03 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
03:06 | অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব । |
03:10 | আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
03:13 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
03:18 | ruby space if hyphen else hyphen statement dot rb |
03:26 | আৰু আওতপুত চাওঁক ।আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is lesser than 0” |
03:32 | এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল । |
03:35 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে । |
03:41 | এতিয়া if-else if statement চাওঁ আহক । |
03:45 | “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল - |
03:48 | if “condition” ruby code |
03:50 | elseif “condition” ruby code |
03:52 | else ruby code |
03:54 | end |
03:55 | উদাহৰণ এটা চাওঁ আহক । |
03:58 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
04:01 | নাম ৰাখক if hyphen elseif hyphen statement dot rb |
04:07 | মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে । |
04:10 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
04:14 | মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । |
04:19 | ইয়াটেই মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো। |
04:25 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
04:28 | “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
04:32 | যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
04:35 | অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব । |
04:39 | এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । |
04:43 | যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
04:46 | যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব। |
04:54 | কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় । |
05:00 | আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব । |
05:03 | এতিয়া টাৰমিনেললৈ যাওঁ আহক। টাইপ কৰক |
05:07 | ruby space if hyphen elsif hyphen statement dot rb |
05:15 | আৰু আওতপুতলৈ লক্ষয় কৰক । |
05:17 | আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0” |
05:23 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_num ৰ মান ৫লৈ সলনি কৰো আহক । |
05:29 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
05:35 | এতিয়া ই if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে । |
05:42 | my_numৰ মান 0 টকৈ ডাঙৰ হয় । |
05:45 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_numৰ মান -5লৈ সলনি কৰো আহক । |
05:50 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
05:55 | এই ক্ষেত্ৰত ই else কন্দিচন পৰিপূৰ্ণ কৰে আৰু else ব্লকৰ ভিতৰত থকা puts বাক্য শাৰী এক্সেকিউত কৰে । |
06:03 | এতিয়া Rubyত আপুনি নিজেই if- elseif ষ্টেটমেন্ট লিখিব পাৰিব । |
06:08 | ইয়াৰ পাছত case statement চাওঁ আহক । |
06:12 | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি case statement হৈছে এটা control flow statement। |
06:17 | ওপৰৰ বাক্য শাৰী বুজিবলৈ case statementৰ চিনটেক্স চাওঁ আহক । |
06:22 | case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে |
06:24 | case variable |
06:26 | when “value 1” |
06:28 | 'ruby code ' when “value 2” |
06:30 | ruby code else |
06:32 | ruby code |
06:34 | endএটা উদাহৰণ চাওঁ আহক । |
06:37 | Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । |
06:41 | case hyphen statement dot rb বুলি নামাকৰণ কৰক । |
06:44 | case statementৰ এটা উদাহৰণ আছে । |
06:48 | এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । |
06:52 | এই উদাহৰণত মই এটা case statement বৰ্ণনা কৰিছো । |
06:55 | ইয়াত মোৰ এটা print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । |
07:01 | এতিয়া মই এটা gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । |
07:09 | chomp ব্যৱহাৰ কৰি যিকোনো new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো । |
07:15 | domain বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । |
07:18 | এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । |
07:22 | তাৰ ভিতৰত মই এটা when statement বৰ্ণনা কৰিম । |
07:25 | ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই । |
07:30 | প্ৰথমে ই চেক কৰিব যদি domainৰ মান “UP” হয় । |
07:34 | যদি বিচৰা ধৰণে পায়, ই Uttar Pradesh বুলি প্ৰীন্ট কৰিব আৰু case statementৰ পৰা বাহিৰ হ'ব. |
07:39 | যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় । |
07:44 | যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । |
07:48 | যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব । |
07:53 | এই খিনিতে ‘‘else statement এনকাউন্টাৰ কৰিব । |
07:56 | যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । |
07:59 | ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি একজিকিউত কৰিব । |
08:03 | আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । |
08:07 | ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক । |
08:11 | ruby স্পেচ case hyphen statement dot rb. |
08:18 | টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” |
08:22 | “UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক । |
08:25 | আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । |
08:28 | এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক । |
08:31 | এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক । |
08:36 | ই “Kerala” প্ৰীন্ট কৰিব । |
08:38 | আকৌ এবাৰ ফাইল খন একজিকিউত কৰক । |
08:41 | এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক । |
08:47 | ই “Unknown” প্ৰীন্ট কৰিব । |
08:50 | ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় । |
08:58 | ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে । |
09:03 | এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো । |
09:07 | সাৰাংশ বৰ্ণনা কৰো আহক ।এই টিওটৰিয়েলত আমি শিকিলো- |
09:10 | if statement |
09:12 | else construct‘‘if-elseif আৰু |
09:15 | case statements |
09:17 | এটা কাৰ্য্য হিচাপে : এটা ‘‘Ruby প্ৰগ্ৰেম লিখক : |
09:20 | যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব |
09:23 | তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ |
09:26 | নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । |
09:29 | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” |
09:35 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি |
09:38 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
09:43 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি |
09:47 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4” |
09:51 | যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” |
09:56 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
10:00 | Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে । |
10:03 | যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
10:07 | স্পেকন টিউটৰীয়েল প্ৰজেক্টৰ দলটিয়ে |
10:09 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
10:13 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10:16 | অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । |
10:21 | ‘‘Spoken Tutorial প্ৰজেক্ট ‘‘‘Talk to a Teacher প্ৰজেক্টৰ এটা অংগ । |
10:26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
10:32 | এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10:41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |