QGIS/C4/Create-Contour-Lines/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | QGIS ত Create Contour Lines ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম, |
00:11 | DEM ত এৰিয়াটো ক্লিপ কৰিবলৈ Clipper টোল ব্যৱ্হাৰ কৰি |
00:16 | contour লাইনচ দেখুৱা DEM টোৰ বাবে |
00:20 | আৰু উচ্চতম এলিভেতেদ এৰিয়াক মাৰ্ক কৰা contour মেপখনত |
00:26 | ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:32 | QGIS ভাৰ্চন 2.18 |
00:36 | আৰু এটা কামকৰা ইন্টাৰনেত কানেকচন |
00:40 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:46 | এই চিৰিজৰ সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
00:53 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ লগা DEM দেতাক Code files লিংকত দিয়া হৈছে |
01:00 | অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ফ’ল্দাৰৰ উপাদানক এক্সত্ৰেক্ত কৰক |
01:05 | মই এই ফ’ল্দাৰটো Desktop ত ছেভ কৰিছো |
01:09 | ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক খুলিবলৈ |
01:13 | srtm.tif ফাইলত ৰাইত-ক্লিক কৰক আৰু বাচক Open with QGIS Desktop |
01:22 | স্ক্ৰিণত মেপখন আহিছে |
01:25 | আপুনি লগতে tif ফাইলটো খুলিব পাৰে Layer মেনুত থকা Add Raster Layer অপচনক ব্যৱ্হাৰ কৰি |
01:33 | কেনভাচত আপুনি টেৰিনৰ DEM ক দেখিব |
01:38 | এই DEM ৰ বাবে Contour lines জেনেৰেত কৰিব পাৰি Raster menu ত থকা Contour tool ব্যৱ্হাৰ কৰি |
01:46 | Contour lines ৰ বিষয়ে |
01:49 | ই হৈছে মেপ এখনত থকা লাইন এদাল যিয়ে সাগৰৰ লেভেলতকৈ ওপৰত বা তলত থকা সমান উচ্চতাৰ পইন্তসমূহক জইন কৰে |
01:57 | কনট’ৰ লাইনচে আমাক সহায় কৰে মেপখনত থকা উচ্চতম আৰু কম এলিভেটেদ এৰিয়াসমূহক নিৰ্দ্ধাৰিত কৰিবলৈ |
02:04 | আমি কনট’ৰ লাইনচ আকিব পাৰো এই মেপখনত নিৰ্বাচিত এৰিয়াৰ বাবে |
02:10 | আমি Raster মেনুত থকা Clipper টোল ব্যৱ্হাৰ কৰিম এৰিয়াক ক্লিপ কৰিবলৈ |
02:16 | Raster মেনুত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা ক্লিক কৰক Extraction |
02:23 | Clipper ত ক্লিক কৰক |
02:26 | Clipper দাইল’গ-বক্স আহিছে |
02:29 | Input file বাচক DEM লেয়াৰ হিচাবে |
02:33 | ইয়াত, দিফল্টভাবে এই লেয়াৰটো ইতিমধ্যে নিৰ্বাচিত হৈছে |
02:38 | Select বুটামত ক্লিক কৰক Output file ৰ বাবে |
02:42 | Select the raster file to save the results to দাইল’গ-বক্স আহিছে |
02:48 | দাইল’গ-বক্সত, ফাইলটোৰ নাম দিয়ক Clip-DEM.tif হিচাবে |
02:56 | তলত সোফালৰ চুকত Save বুটামত ক্লিক কৰক |
03:01 | Clipper দাইল’গ-বক্সত, চেক বক্সটো চেক কৰক No data value ৰ বাবে । ভেলুটো জিৰ’ হৈ থাকিব দিয়ক |
03:10 | হেদিং Clipping mode ৰ ভিতৰত, Extent ৰেডিঅ’ বুটামত ক্লিক কৰক |
03:16 | QGIS উইন্দ’লৈ যাওঁক |
03:19 | কাৰ্চৰদাল এতিয়া দেখা গৈছে plus(+) চিহ্ন হিচাবে |
03:23 | আপোনাৰ মাউচৰ বাওঁফালৰ বুটামটো টিপি থাকক আৰু পচন্দৰ এৰিয়াখিনি সামৰাকৈ ৰেক্তেংগল এটা আকক |
03:30 | এই ব্যাখ্যাৰ বাবে মই বাচিম মুম্বাই অঞ্চলক |
03:35 | Clipper দাইল’গ-বক্সত, Load into canvas when finished ৰ কাষত থকা চেক বক্সটো চেক কৰক |
03:42 | আন দিফল্ট চেতিংগচক তেনেদৰেই ৰাখক |
03:46 | তলত সোফালৰ চুকত OK বুটামত ক্লিক কৰক |
03:51 | প্ৰচেচটো এবাৰ সম্পূৰ্ণ হ’লে, প’প-আপ উইন্দ’চ বন্ধ কৰক OK বুটামত ক্লিক কৰি |
03:58 | তলত সোফালৰ চুকত Clipper দাইল’গ-বক্সত থকা Close বুটামত ক্লিক কৰক |
04:05 | কেনভাচত আপুনি নতুন লেয়াৰ এটা ল’ড হোৱা দেখিব |
04:10 | Layers Panel ত থকা সকলো লেয়াৰচক দিজেবল কৰক, মাত্ৰ Clip-DEM লেয়াৰক এৰি |
04:16 | এতিয়া আমি এই মেপখনৰ বাবে কনট’ৰ লাইনচ জেনেৰেত কৰিবলৈ সাজু Contour টোল ব্যৱ্হাৰ কৰি |
04:23 | Raster মেনুত ক্লিক কৰক |
04:26 | তললৈ স্ক্ৰ’ল কৰক Extraction লৈ |
04:29 | চাব-মেনুৰ পৰা, Contour ত ক্লিক কৰক |
04:34 | Contour দাইল’গ-বক্স আহিছে । Input file দ্ৰপ-দাউনৰ পৰা, বাচক Clip-DEM লেয়াৰ |
04:43 | Select বুটামত ক্লিক কৰক Output file টোৰ বাবে । দাইল’গ-বক্স আহিছে |
04:51 | দাইল’গ-বক্সটোত, ফাইলটোৰ নাম দিয়ক Contour.shp হিচাবে । Save বুটামত ক্লিক কৰক |
05:00 | Contour দাইল’গ-বক্সটোত, বাচক Interval between contour lines 50 হিচাবে |
05:07 | ই কনট’ৰ লাইনচ জেনেৰেত কৰিব 50 মিটাৰ ইন্তাৰভেলচৰ বাবে |
05:12 | Attribute name ৰ কাষত থকা চেক-বক্সটোত ক্লিক কৰক |
05:17 | প্ৰতিদাল কনট’ৰ লাইনৰ বাবে এলিভেচন ভেলু ৰেকৰ্ড হ’ব এটা এত্ৰিবিউত E L E V হিচাবে |
05:24 | Load into canvas when finished ৰ কাষত থকা বক্সটো চেক কৰক |
05:29 | কনট’ৰ দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক |
05:36 | প্ৰচেচটো এবাৰ সম্পূৰ্ণ হ’লে, প’প-আপ উইন্দ’চ বন্ধ কৰক OK বুটামত ক্লিক কৰি |
05:43 | Close বুটামত ক্লিক কৰক Contour দাইল’গ-বক্সক বন্ধ কৰিবলৈ |
05:48 | এটা নতুন লেয়াৰ Contour যোগ কৰা হ’ল Layers panel ত |
05:53 | আহক কনট’ৰ লাইনচৰ কালাৰটো সলাওঁ |
05:57 | Contour লেয়াৰত ৰাইত-ক্লিক কৰক । বাচক Styles |
06:03 | ত্ৰিভুজটো ঘূৰাওঁক কালাৰটো সলাবলৈ |
06:07 | আপোনাৰ পচন্দৰ কালাৰক বাচক |
06:11 | আন লেয়াৰচক লুকুৱাওঁক Layers panel ত থকা চেক-বক্সসমূহক আনচেক কৰি |
06:17 | Attribute table খন খোলক Contour লেয়াৰৰ বাবে |
06:21 | এত্ৰিবিউত টেবলত, প্ৰতিটো লাইনৰ বৈশিষ্ট্যৰ এটা এত্ৰিবিউত আছে E L E V নামৰ |
06:28 | এই ক’লমত দিয়া ভেলুটো হৈছে সেই কনট’ৰ লাইনৰ বাবে উচ্চতাটো মিটাৰচত |
06:35 | ক’লম হেদাৰত কেইবাৰ মান ক্লিক কৰক মানসমূহক নিম্নক্ৰমত সজাবলৈ |
06:42 | প্ৰথম ৰৌটোৱে দৰ্শাই আমাৰ দেতাত থকা উচ্চতম এলিভেচনক |
06:47 | টেবলখনৰ তললৈ স্ক্ৰ’ল কৰক, অন্তিম ৰৌটোৱে দৰ্শাই নিম্নতম এলিভেচনক |
06:54 | ওপৰলৈ স্ক্ৰ’ল কৰক আৰু প্ৰথম ৰৌটোত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ |
06:59 | টোলবাৰত থকা Zoom map to the selected rows বুটামত ক্লিক কৰক |
07:06 | QGIS উইন্দ’লৈ যাওঁক |
07:09 | আপুনি নিৰ্বাচিত কনট’ৰ লাইনদাল হালধীয়া ৰঙত অতিৰঞ্জিত হোৱা দেখিব |
07:14 | এইটোৱেই হৈছে এই data-set টোত থকা উচ্চতম এলিভেচনৰ এৰিয়া |
07:20 | এই প্ৰজেক্তক ছেভ কৰক |
07:23 | টোলবাৰত “Save As” টোলত ক্লিক কৰক |
07:27 | এটা উপযুক্ত নাম দিয়ক |
07:30 | ইয়াক এটা সহজ ল’কেচনত ছেভ কৰক । Save বুটামত ক্লিক কৰক |
07:37 | আহক মূলভাব চাওঁ, |
07:39 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো |
07:42 | DEM ত এৰিয়াটো ক্লিপ কৰিবলৈ Clipper টোল ব্যৱ্হাৰ কৰি |
07:47 | contour লাইনচ দেখুৱা DEM টোৰ বাবে |
07:51 | উচ্চতম এলিভেতেদ এৰিয়াক মাৰ্ক কৰা contour মেপখনত |
07:56 | এইটো হৈছে অনুশিলনীটো |
07:59 | DEM ত থকা আপোনাৰ পচন্দৰ এৰিয়াৰ বাবে contour লাইনচ বনাওঁক । এৰিয়াখিনিৰ বাবে উচ্চতম এলিভেচনক বিচাৰক |
08:09 | এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
08:16 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
08:26 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
08:30 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
08:38 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |