QGIS/C4/Create-Contour-Lines/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 QGISCreate Contour Lines ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম,
00:11 DEM ত এৰিয়াটো ক্লিপ কৰিবলৈ Clipper টোল ব্যৱ্হাৰ কৰি
00:16 contour লাইনচ দেখুৱা DEM টোৰ বাবে
00:20 আৰু উচ্চতম এলিভেতেদ এৰিয়াক মাৰ্ক কৰা contour মেপখনত
00:26 ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:32 QGIS ভাৰ্চন 2.18
00:36 আৰু এটা কামকৰা ইন্টাৰনেত কানেকচন
00:40 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
00:46 এই চিৰিজৰ সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:53 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ লগা DEM দেতাক Code files লিংকত দিয়া হৈছে
01:00 অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ফ’ল্দাৰৰ উপাদানক এক্সত্ৰেক্ত কৰক
01:05 মই এই ফ’ল্দাৰটো Desktop ত ছেভ কৰিছো
01:09 ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক খুলিবলৈ
01:13 srtm.tif ফাইলত ৰাইত-ক্লিক কৰক আৰু বাচক Open with QGIS Desktop
01:22 স্ক্ৰিণত মেপখন আহিছে
01:25 আপুনি লগতে tif ফাইলটো খুলিব পাৰে Layer মেনুত থকা Add Raster Layer অপচনক ব্যৱ্হাৰ কৰি
01:33 কেনভাচত আপুনি টেৰিনৰ DEM ক দেখিব
01:38 এই DEM ৰ বাবে Contour lines জেনেৰেত কৰিব পাৰি Raster menu ত থকা Contour tool ব্যৱ্হাৰ কৰি
01:46 Contour lines ৰ বিষয়ে
01:49 ই হৈছে মেপ এখনত থকা লাইন এদাল যিয়ে সাগৰৰ লেভেলতকৈ ওপৰত বা তলত থকা সমান উচ্চতাৰ পইন্তসমূহক জইন কৰে
01:57 কনট’ৰ লাইনচে আমাক সহায় কৰে মেপখনত থকা উচ্চতম আৰু কম এলিভেটেদ এৰিয়াসমূহক নিৰ্দ্ধাৰিত কৰিবলৈ
02:04 আমি কনট’ৰ লাইনচ আকিব পাৰো এই মেপখনত নিৰ্বাচিত এৰিয়াৰ বাবে
02:10 আমি Raster মেনুত থকা Clipper টোল ব্যৱ্হাৰ কৰিম এৰিয়াক ক্লিপ কৰিবলৈ
02:16 Raster মেনুত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা ক্লিক কৰক Extraction
02:23 Clipper ত ক্লিক কৰক
02:26 Clipper দাইল’গ-বক্স আহিছে
02:29 Input file বাচক DEM লেয়াৰ হিচাবে
02:33 ইয়াত, দিফল্টভাবে এই লেয়াৰটো ইতিমধ্যে নিৰ্বাচিত হৈছে
02:38 Select বুটামত ক্লিক কৰক Output file ৰ বাবে
02:42 Select the raster file to save the results to দাইল’গ-বক্স আহিছে
02:48 দাইল’গ-বক্সত, ফাইলটোৰ নাম দিয়ক Clip-DEM.tif হিচাবে
02:56 তলত সোফালৰ চুকত Save বুটামত ক্লিক কৰক
03:01 Clipper দাইল’গ-বক্সত, চেক বক্সটো চেক কৰক No data value ৰ বাবে । ভেলুটো জিৰ’ হৈ থাকিব দিয়ক
03:10 হেদিং Clipping mode ৰ ভিতৰত, Extent ৰেডিঅ’ বুটামত ক্লিক কৰক
03:16 QGIS উইন্দ’লৈ যাওঁক
03:19 কাৰ্চৰদাল এতিয়া দেখা গৈছে plus(+) চিহ্ন হিচাবে
03:23 আপোনাৰ মাউচৰ বাওঁফালৰ বুটামটো টিপি থাকক আৰু পচন্দৰ এৰিয়াখিনি সামৰাকৈ ৰেক্তেংগল এটা আকক
03:30 এই ব্যাখ্যাৰ বাবে মই বাচিম মুম্বাই অঞ্চলক
03:35 Clipper দাইল’গ-বক্সত, Load into canvas when finished ৰ কাষত থকা চেক বক্সটো চেক কৰক
03:42 আন দিফল্ট চেতিংগচক তেনেদৰেই ৰাখক
03:46 তলত সোফালৰ চুকত OK বুটামত ক্লিক কৰক
03:51 প্ৰচেচটো এবাৰ সম্পূৰ্ণ হ’লে, প’প-আপ উইন্দ’চ বন্ধ কৰক OK বুটামত ক্লিক কৰি
03:58 তলত সোফালৰ চুকত Clipper দাইল’গ-বক্সত থকা Close বুটামত ক্লিক কৰক
04:05 কেনভাচত আপুনি নতুন লেয়াৰ এটা ল’ড হোৱা দেখিব
04:10 Layers Panel ত থকা সকলো লেয়াৰচক দিজেবল কৰক, মাত্ৰ Clip-DEM লেয়াৰক এৰি
04:16 এতিয়া আমি এই মেপখনৰ বাবে কনট’ৰ লাইনচ জেনেৰেত কৰিবলৈ সাজু Contour টোল ব্যৱ্হাৰ কৰি
04:23 Raster মেনুত ক্লিক কৰক
04:26 তললৈ স্ক্ৰ’ল কৰক Extraction লৈ
04:29 চাব-মেনুৰ পৰা, Contour ত ক্লিক কৰক
04:34 Contour দাইল’গ-বক্স আহিছে । Input file দ্ৰপ-দাউনৰ পৰা, বাচক Clip-DEM লেয়াৰ
04:43 Select বুটামত ক্লিক কৰক Output file টোৰ বাবে । দাইল’গ-বক্স আহিছে
04:51 দাইল’গ-বক্সটোত, ফাইলটোৰ নাম দিয়ক Contour.shp হিচাবে । Save বুটামত ক্লিক কৰক
05:00 Contour দাইল’গ-বক্সটোত, বাচক Interval between contour lines 50 হিচাবে
05:07 ই কনট’ৰ লাইনচ জেনেৰেত কৰিব 50 মিটাৰ ইন্তাৰভেলচৰ বাবে
05:12 Attribute name ৰ কাষত থকা চেক-বক্সটোত ক্লিক কৰক
05:17 প্ৰতিদাল কনট’ৰ লাইনৰ বাবে এলিভেচন ভেলু ৰেকৰ্ড হ’ব এটা এত্ৰিবিউত E L E V হিচাবে
05:24 Load into canvas when finished ৰ কাষত থকা বক্সটো চেক কৰক
05:29 কনট’ৰ দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক
05:36 প্ৰচেচটো এবাৰ সম্পূৰ্ণ হ’লে, প’প-আপ উইন্দ’চ বন্ধ কৰক OK বুটামত ক্লিক কৰি
05:43 Close বুটামত ক্লিক কৰক Contour দাইল’গ-বক্সক বন্ধ কৰিবলৈ
05:48 এটা নতুন লেয়াৰ Contour যোগ কৰা হ’ল Layers panel
05:53 আহক কনট’ৰ লাইনচৰ কালাৰটো সলাওঁ
05:57 Contour লেয়াৰত ৰাইত-ক্লিক কৰক । বাচক Styles
06:03 ত্ৰিভুজটো ঘূৰাওঁক কালাৰটো সলাবলৈ
06:07 আপোনাৰ পচন্দৰ কালাৰক বাচক
06:11 আন লেয়াৰচক লুকুৱাওঁক Layers panel ত থকা চেক-বক্সসমূহক আনচেক কৰি
06:17 Attribute table খন খোলক Contour লেয়াৰৰ বাবে
06:21 এত্ৰিবিউত টেবলত, প্ৰতিটো লাইনৰ বৈশিষ্ট্যৰ এটা এত্ৰিবিউত আছে E L E V নামৰ
06:28 এই ক’লমত দিয়া ভেলুটো হৈছে সেই কনট’ৰ লাইনৰ বাবে উচ্চতাটো মিটাৰচত
06:35 ক’লম হেদাৰত কেইবাৰ মান ক্লিক কৰক মানসমূহক নিম্নক্ৰমত সজাবলৈ
06:42 প্ৰথম ৰৌটোৱে দৰ্শাই আমাৰ দেতাত থকা উচ্চতম এলিভেচনক
06:47 টেবলখনৰ তললৈ স্ক্ৰ’ল কৰক, অন্তিম ৰৌটোৱে দৰ্শাই নিম্নতম এলিভেচনক
06:54 ওপৰলৈ স্ক্ৰ’ল কৰক আৰু প্ৰথম ৰৌটোত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ
06:59 টোলবাৰত থকা Zoom map to the selected rows বুটামত ক্লিক কৰক
07:06 QGIS উইন্দ’লৈ যাওঁক
07:09 আপুনি নিৰ্বাচিত কনট’ৰ লাইনদাল হালধীয়া ৰঙত অতিৰঞ্জিত হোৱা দেখিব
07:14 এইটোৱেই হৈছে এই data-set টোত থকা উচ্চতম এলিভেচনৰ এৰিয়া
07:20 এই প্ৰজেক্তক ছেভ কৰক
07:23 টোলবাৰত “Save As” টোলত ক্লিক কৰক
07:27 এটা উপযুক্ত নাম দিয়ক
07:30 ইয়াক এটা সহজ ল’কেচনত ছেভ কৰক । Save বুটামত ক্লিক কৰক
07:37 আহক মূলভাব চাওঁ,
07:39 এই টিউট’ৰিয়েলটোত, আমি শিকিলো
07:42 DEM ত এৰিয়াটো ক্লিপ কৰিবলৈ Clipper টোল ব্যৱ্হাৰ কৰি
07:47 contour লাইনচ দেখুৱা DEM টোৰ বাবে
07:51 উচ্চতম এলিভেতেদ এৰিয়াক মাৰ্ক কৰা contour মেপখনত
07:56 এইটো হৈছে অনুশিলনীটো
07:59 DEM ত থকা আপোনাৰ পচন্দৰ এৰিয়াৰ বাবে contour লাইনচ বনাওঁক । এৰিয়াখিনিৰ বাবে উচ্চতম এলিভেচনক বিচাৰক
08:09 এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
08:16 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
08:26 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
08:30 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে
08:38 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9