QGIS/C2/Vector-Data-Styling/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | QGIS ত Vector Data Styling ৰ টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - QGIS ত ভেক্তৰ দেতা ল’ড কৰিবলৈ |
| 00:14 | ভেক্তৰ দেতা ষ্টাইল কৰিবলৈ ব্যৱ্হাৰ কৰি, Single symbol ষ্টাইলিং, Categorized ষ্টাইলিং, Graduated ষ্টাইলিং, আৰু |
| 00:25 | লেবেলিং বৈশিষ্ট্যসমূহ |
| 00:28 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18 |
| 00:39 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব |
| 00:46 | যদি নহয় সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
| 00:51 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰিব লাগিব |
| 01:01 | দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক |
| 01:05 | এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত world.shp ফাইলক বিচাৰক |
| 01:11 | মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো |
| 01:19 | code-file ফ’ল্দাৰত দুবাৰ ক্লিক কৰক ইয়াক খুলিবলৈ |
| 01:24 | world.shp ফাইলত ৰাইত-ক্লিক কৰক |
| 01:29 | কনটেকস্ত মেনুৰ পৰা, বাচক Open with QGIS Desktop অপচনক |
| 01:36 | QGIS ইন্তাৰফেচ আহিছে |
| 01:39 | QGIS Tips দাইল’গ-বক্স আহিছে |
| 01:43 | OK বুটামত ক্লিক কৰক দাইল’গ-বক্স বন্ধ কৰিবলৈ |
| 01:49 | পৃথিবীৰ মেপ কেনভাচত ল’ড হৈছে দিফল্ট ষ্টাইলত |
| 01:54 | আপুনি Layers Panel ত world লেয়াৰটো দেখিছে |
| 01:58 | world লেয়াৰত ৰাইত-ক্লিক কৰক |
| 02:01 | কনটেকস্ত মেনুৰ পৰা, বাচক Open Attribute Table |
| 02:06 | এই লেয়াৰৰ বাবে Attribute টেবল আহিছে |
| 02:10 | ইয়াত আমি বিভিন্ন বৈশিষ্ট্যসমূহৰ সকলোখিনি দেতা ৰৌ আৰু ক’লম ফৰ্মেতত থকা দেখিছো |
| 02:18 | দেশৰ নামসমূহ দিয়া হৈছে ADMIN ক’লমত |
| 02:22 | শ্লাইদাৰ দাল টেবলখনৰ তললৈ নিয়ক আৰু POP_EST ক’লমলৈ যাওঁক |
| 02:30 | এই ক’লমত বিভিন্ন দেশৰ বাবে জনসংখ্যা লিষ্টেদ হৈ আছে |
| 02:35 | পাছত, আমি ইয়াত দেখুৱা জনসংখ্যাৰ দেতাক দেখুৱাম, পৃথিবীৰ মেপত বিভিন্ন ষ্টাইলত |
| 02:43 | attribute টেবল বন্ধ কৰক |
| 02:46 | world লেয়াৰত ৰাইত-ক্লিক কৰক |
| 02:49 | context menu ৰ পৰা বাচক Properties অপচনক |
| 02:53 | Layer Properties দাইল’গ-বক্স আহিছে |
| 02:57 | বাওঁফালৰ পানেলত Style টেবত ক্লিক কৰক |
| 03:01 | Style টেবত বিভিন্ন ষ্টাইলিং অপচনচ আছে |
| 03:05 | দাইল’গ-বক্সৰ ওপৰত বাওঁফালে চুকত থকা দ্ৰপ-দাউন বুটামত ক্লিক কৰক |
| 03:11 | আপুনি ইয়াত বিভিন্ন ষ্টাইলিং অপচনচ দেখিব |
| 03:15 | আমি এই টিউট’ৰিয়েলত প্ৰথম তিনিটা চাম |
| 03:19 | Single Symbol অপচনক বাচক |
| 03:22 | এই অপচনে আপোনাক একক ষ্টাইল এটা বাচিবলৈ অনুমতি দিয়ে |
| 03:27 | নিৰ্বাচিত ষ্টাইলটো প্ৰযোজ্য হ’ব লেয়াৰত থকা সকলোখিনি বৈশিষ্ট্যলৈ |
| 03:32 | Fill পানেলৰ ভিতৰত থকা add Symbol layer বুটামত ক্লিক কৰক |
| 03:38 | Symbol layer type ৰ তলত বিভিন্ন ষ্টাইল অপচনচ আহিছে |
| 03:43 | যিহেতু এইটো এটা প’লিগন দেতাচেত, আমাৰ দুটা বেচিক চইচ আছে |
| 03:48 | আপুনি প’লিগনটো ৰঙৰে ভৰাব পাৰে আৰু নিজৰ পচন্দৰ ষ্টাইল দিব পাৰে |
| 03:55 | Outline কালাৰ, ষ্টাইল আৰু বহলতাওঁ লগতে সলাব পাৰি |
| 04:02 | Fill দ্ৰপ-দাউনৰ কাষত থকা দ্ৰপ-দাউন এৰ’ত ক্লিক কৰক |
| 04:06 | ৰঙৰ ত্ৰিভুজ আহিছে |
| 04:09 | ৰঙৰ ত্ৰিভুজটো ঘূৰাওঁক প্ৰয়োজনীয় কালাৰ বাচিবলৈ । মই নীলা কালাৰক বাচিম |
| 04:17 | একেদৰে, বাচক Outline কালাৰ |
| 04:21 | মই বাচিম হালধীয়া |
| 04:25 | Fill style বাচিম Dense1 হিচাবে |
| 04:29 | Outline style, solid line হিচাবে |
| 04:33 | Outline বহলতা, 0.46 মিলিমিটাৰ |
| 04:38 | আন বহুতো ষ্টাইল অপচনচ আছে চাবলৈ |
| 04:43 | আপুনি ষ্টাইলিং সম্পূৰ্ণ কৰাৰ পাছত, Layers Properties দাইল’গ-বক্সৰ তলত বাওঁফালে চুকত থকা OK বুটামত ক্লিক কৰক |
| 04:52 | কেনভাচত, আপুনি দেখিব লেয়াৰত নতুন ষ্টাইলটো প্ৰযোজ্য হৈছে আপুনি বচা ষ্টাইল পেতাৰ্নৰ সৈতে |
| 04:59 | এতিয়া আমি চাম জনসংখ্যাৰ দেতাক কেনেকৈ মেপ কৰা হয় |
| 05:03 | জনসংখ্যাৰ দেতাক মেপিং কৰোতে Single Symbol ষ্টাইলটো অতি সহায়কাৰী নহয় |
| 05:09 | আহক অন্য এটা ষ্টাইলিং অপচনক চাওঁ |
| 05:13 | world লেয়াৰত পুনৰ ৰাইত-ক্লিক কৰক আৰু বাচক Properties অপচনক |
| 05:19 | Layers Properties দাইল’গ-বক্সত, এইবাৰ আমি বাচিম Categorized Style টেবৰ পৰা |
| 05:26 | Categorized মানে, লেয়াৰত থকা বৈশিষ্ট্যসমূহক কালাৰৰ বিভিন্ন পৰিসৰত দেখুৱা হ’ব |
| 05:33 | এই কালাৰৰ পৰিসৰসমূহ হয় attribute fields ত থকা বিশেষ মানসমূহৰ ওপৰত ভিত্তি কৰি |
| 05:39 | যিহেতু আমি জনসংখ্যাৰ দেতাক মেপ কৰিবলৈ চেষ্টা কৰিছো, Column দ্ৰপ-দাউনত আমি বাচিম POP_EST |
| 05:48 | আপোনাৰ পচন্দৰ কালাৰ ৰেম্প এটা বাচক দ্ৰপ-দাউনৰ পৰা । মই বাচিম Blues |
| 05:55 | মাজৰ পানেলৰ তলত থকা Classify বুটামত ক্লিক কৰক |
| 06:00 | মাজৰ পানেলখনে বিভিন্ন ক্লাচসমূহ দেখাই সংগত মানসমূহৰ সৈতে |
| 06:07 | তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক |
| 06:11 | পৃথিবীৰ মেপত, আপুনি দেখিব বিভিন্ন দেশ নীলা ৰঙৰ পৰিসৰত দৰ্শিত হৈছে |
| 06:17 | মাউচৰ মাজৰ বুটামটো তললৈ স্ক্ৰ’ল কৰক মেপখন জুম-ইন আৰু জুম-আউত কৰিবলৈ |
| 06:22 | পাতল ৰঙে দৰ্শাই নিম্ন জনসংখ্যাক |
| 06:26 | ডাঠ ৰঙে দৰ্শাই উচ্চ জনসংখ্যাক |
| 06:31 | পুনৰ এবাৰ খোলক Layers Properties দাইল’গ-বক্সক |
| 06:37 | Style টেবত, দ্ৰপ-দাউন বুটামত ক্লিক কৰক |
| 06:41 | আহক Graduated চিম্ব’ল’জি চাওঁ । বাচক Graduated অপচনক |
| 06:48 | Graduated চিম্ব’ল’জি টাইপে আপোনাক ক’লম এটাত থকা দেতাক বিশেষ ক্লাচলৈ ভাঙিবলৈ অনুমতি দিয়ে |
| 06:55 | আমি এটা পৃথক ষ্টাইল বাচিব পাৰো প্ৰত্যেকটো ক্লাচৰ বাবে |
| 07:00 | Column দ্ৰপ-দাউনৰ পৰা, বাচক POP_EST |
| 07:06 | আমি ভাবিব পাৰো আমাৰ জনসংখ্যাৰ দেতাক তিনিটা ক্লাচত ভগাবলৈ, ল’, মিদিয়াম আৰু হাই |
| 07:13 | গতিকে, Classes দ্ৰপ-দাউনৰ ভিতৰত, বাচক 3 |
| 07:18 | আপুনি দেখিব যে পানেলত তিনিটা ক্লাচ দৰ্শিত হৈছে সংগত মানসমূহৰ সৈতে |
| 07:25 | Classify বুটামত ক্লিক কৰক |
| 07:28 | Mode দ্ৰপ-দাউনত ক্লিক কৰক |
| 07:31 | ইয়াত বহুতো Mode অপচনচ আছে |
| 07:35 | বস্তুখিনি সহজ ৰাখিবলৈ, আহক Quantile মোদক ব্যৱ্হাৰ কৰো |
| 07:40 | এই মোদসমূহে দেতাক পৃথক ক্লাচলৈ ভাঙিবলৈ বিভিন্ন পৰিসংখ্যাগত এলগ’ৰিথম ব্যৱ্হাৰ কৰে |
| 07:47 | লগতে মন কৰিব যে Graduated ষ্টাইলত ব্যৱহৃত এত্ৰিবিউত এটাৰ বাবে, ই সংখ্যাগত ফিল্দ হ’ব লাগিব |
| 07:55 | সংখ্যাগত মানসমূহ হ’ব পাৰে ইন্তিজাৰ বা ৰিয়েল মানসমূহ |
| 08:00 | Attribute ফিল্দ String type ৰ সৈতে ব্যৱ্হাৰ কৰিব নোৱাৰি এই ষ্টাইলিং অপচনৰ সৈতে |
| 08:06 | OK বুটামত ক্লিক কৰক |
| 08:10 | এতিয়া মেপত আপুনি দেশসমূহ দেখিব তিনিটা পৃথক নীলা ৰঙত |
| 08:16 | এই কালাৰৰ পৰিসৰসমূহে দৰ্শাই দেশৰ বাবে জনসংখ্যাৰ দেতাক |
| 08:22 | Layers Panel ত আপুনি তিনিটা ক্লাচ দেখিব এই লেয়াৰৰ বাবে |
| 08:27 | আৰু কিছু ষ্টাইলিং অপচনচ আছে |
| 08:31 | আমি বাচিব পাৰো এটা পৃথক ষ্টাইল আৰু কালাৰ ইয়াৰ প্ৰতিটো ক্লাচৰ বাবে |
| 08:37 | Layer Properties দাইল’গ-বক্স পুনৰ খোলক |
| 08:42 | Classes টেবত, Symbol ক’লমৰ ভিতৰত, ৰঙীন বক্সটোত দুবাৰ ক্লিক কৰক |
| 08:49 | Symbol Selector দাইল’গ-বক্স আহিছে |
| 08:53 | Color দ্ৰপ-দাউন অপচনত, দ্ৰপ-দাউন এৰ’ত ক্লিক কৰক । ৰঙৰ ত্ৰিভুজ আহিছে |
| 09:01 | ৰঙৰ ত্ৰিভুজটো ঘূৰাওঁক প্ৰয়োজনীয় কালাৰ বাচিবলৈ |
| 09:05 | মই ৰঙা কালাৰক বাচিম ল’ জনসংখ্যাক সূচাবলৈ |
| 09:10 | Symbol selector দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক |
| 09:15 | একেদৰে আন দুটা ক্লাচৰ বাবে কালাৰ সলাওঁক |
| 09:19 | মই বাচিম হালধীয়া মিদিয়ামৰ বাবে আৰু সেউজীয়া হাইৰ বাবে |
| 09:35 | Legend ক’লমত থকা প্ৰথম ৰৌত দুবাৰ ক্লিক কৰক । low লিখক প্ৰথম ৰৌটোৰ বাবে |
| 09:42 | Medium লিখক দ্বিতীয় ৰৌটোৰ বাবে আৰু High লিখক তৃতীয় ৰৌটোৰ বাবে |
| 09:48 | Values ক’লমত থকা প্ৰথম ৰৌত দুবাৰ ক্লিক কৰক নিৰ্বাচিত ৰেঞ্জসমূহক এদিত কৰিবলৈ |
| 09:54 | Enter class bounds টেকস্ত বক্স আহিছে । যদি আপুনি বিচাৰে, ল’ৱাৰ ভেলু আৰু আপাৰ ভেলু এদিত কৰিব পাৰে |
| 10:04 | এতিয়াৰ বাবে আমি মানসমূহ নসলোৱাকৈ ৰাখিম । OK বুটামত ক্লিক কৰক |
| 10:10 | Layer Properties দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক |
| 10:15 | পৃথিবীৰ মেপখন চাওঁক |
| 10:17 | এতিয়া আমাৰ তিনিটা পৃথক কালাৰ আছে ল’, মিদিয়াম, হাই জনসংখ্যাক দৰ্শাবলৈ |
| 10:24 | Layers Panel ক মন কৰক |
| 10:27 | তাত স্পষ্টকৈ মাৰ্ক কৰা ক্লাচ নেম আৰু কালাৰচ আছে আমি দিয়া জনসংখ্যাৰ মানসমূহক দৰ্শিত কৰিবলৈ |
| 10:36 | এই ষ্টাইলে এখন অতি দৰকাৰী মেপ দিয়ে আগৰ দুবাৰৰ চেষ্টাতকৈ |
| 10:42 | আহক শিকো ভেক্তৰ ফাইল এটাত কেনেকৈ বিভিন্ন বৈশিষ্ট্যসমূহক লেবেল কৰা হয় |
| 10:47 | ব্যাখ্যাৰ বাবে আহক দেশসমূহৰ নামক লেবেল কৰো |
| 10:52 | Layer Properties দাইল’গ-বক্স পুনৰ খোলক |
| 10:57 | বাওঁফালৰ পানেলত, বাচক Labels টেব |
| 11:01 | প্ৰথম টেকস্ত বক্স দ্ৰপ-দাউনত, বাচক Show labels for this layer |
| 11:08 | এত্ৰিবিউত টেবলৰ ADMIN ক’লমত দেশসমূহৰ নামৰ লিষ্টখন আছে |
| 11:14 | গতিকে Label with দ্ৰপ-দাউনত, বাচক ADMIN. |
| 11:20 | ষ্টাইল মেনুত, বাচক Buffer |
| 11:23 | Draw text buffer চেক বক্সক চেক কৰক |
| 11:27 | টেকস্তৰ চাইজক সলাব পাৰি প্ৰয়োজন অনুসৰি |
| 11:32 | কালাৰ এটা বাচক কালাৰ দ্ৰপ-দাউনৰ পৰা |
| 11:38 | OK বুটামত ক্লিক কৰক |
| 11:40 | পৃথিবীৰ মেপত আমি দেশসমূহৰ নাম দৰ্শিত হোৱা দেখিছো |
| 11:46 | আহক মূলভাব চাওঁ, |
| 11:48 | এই টিউট’ৰিয়েলটোত আমি শিকিলো - QGIS ত ভেক্তৰ দেতা ল’ড কৰিবলৈ |
| 11:55 | ভেক্তৰ দেতা ষ্টাইল কৰিবলৈ ব্যৱ্হাৰ কৰি, Single symbol ষ্টাইলিং, Categorized ষ্টাইলিং, Graduated ষ্টাইলিং, আৰু |
| 12:07 | লেবেলিং বৈশিষ্ট্যসমূহ |
| 12:10 | এটা অনুশিলনী হিচাবে , |
| 12:12 | POP_EST দেতা চেতক পাচটা ক্লাচলৈ শ্ৰেণীবিভক্ত কৰক |
| 12:19 | ব্যৱ্হাৰ কৰক Graduated ষ্টাইলিং পদ্ধতি, Equal Interval মোদ |
| 12:24 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
| 12:29 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
| 12:37 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
| 12:48 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
| 12:53 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
| 13:05 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |