QGIS/C2/Vector-Data-Styling/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 QGISVector Data Styling ৰ টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম - QGIS ত ভেক্তৰ দেতা ল’ড কৰিবলৈ
00:14 ভেক্তৰ দেতা ষ্টাইল কৰিবলৈ ব্যৱ্হাৰ কৰি, Single symbol ষ্টাইলিং, Categorized ষ্টাইলিং, Graduated ষ্টাইলিং, আৰু
00:25 লেবেলিং বৈশিষ্ট্যসমূহ
00:28 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18
00:39 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব
00:46 যদি নহয় সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:51 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰিব লাগিব
01:01 দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক
01:05 এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত world.shp ফাইলক বিচাৰক
01:11 মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো
01:19 code-file ফ’ল্দাৰত দুবাৰ ক্লিক কৰক ইয়াক খুলিবলৈ
01:24 world.shp ফাইলত ৰাইত-ক্লিক কৰক
01:29 কনটেকস্ত মেনুৰ পৰা, বাচক Open with QGIS Desktop অপচনক
01:36 QGIS ইন্তাৰফেচ আহিছে
01:39 QGIS Tips দাইল’গ-বক্স আহিছে
01:43 OK বুটামত ক্লিক কৰক দাইল’গ-বক্স বন্ধ কৰিবলৈ
01:49 পৃথিবীৰ মেপ কেনভাচত ল’ড হৈছে দিফল্ট ষ্টাইলত
01:54 আপুনি Layers Panelworld লেয়াৰটো দেখিছে
01:58 world লেয়াৰত ৰাইত-ক্লিক কৰক
02:01 কনটেকস্ত মেনুৰ পৰা, বাচক Open Attribute Table
02:06 এই লেয়াৰৰ বাবে Attribute টেবল আহিছে
02:10 ইয়াত আমি বিভিন্ন বৈশিষ্ট্যসমূহৰ সকলোখিনি দেতা ৰৌ আৰু ক’লম ফৰ্মেতত থকা দেখিছো
02:18 দেশৰ নামসমূহ দিয়া হৈছে ADMIN ক’লমত
02:22 শ্লাইদাৰ দাল টেবলখনৰ তললৈ নিয়ক আৰু POP_EST ক’লমলৈ যাওঁক
02:30 এই ক’লমত বিভিন্ন দেশৰ বাবে জনসংখ্যা লিষ্টেদ হৈ আছে
02:35 পাছত, আমি ইয়াত দেখুৱা জনসংখ্যাৰ দেতাক দেখুৱাম, পৃথিবীৰ মেপত বিভিন্ন ষ্টাইলত
02:43 attribute টেবল বন্ধ কৰক
02:46 world লেয়াৰত ৰাইত-ক্লিক কৰক
02:49 context menu ৰ পৰা বাচক Properties অপচনক
02:53 Layer Properties দাইল’গ-বক্স আহিছে
02:57 বাওঁফালৰ পানেলত Style টেবত ক্লিক কৰক
03:01 Style টেবত বিভিন্ন ষ্টাইলিং অপচনচ আছে
03:05 দাইল’গ-বক্সৰ ওপৰত বাওঁফালে চুকত থকা দ্ৰপ-দাউন বুটামত ক্লিক কৰক
03:11 আপুনি ইয়াত বিভিন্ন ষ্টাইলিং অপচনচ দেখিব
03:15 আমি এই টিউট’ৰিয়েলত প্ৰথম তিনিটা চাম
03:19 Single Symbol অপচনক বাচক
03:22 এই অপচনে আপোনাক একক ষ্টাইল এটা বাচিবলৈ অনুমতি দিয়ে
03:27 নিৰ্বাচিত ষ্টাইলটো প্ৰযোজ্য হ’ব লেয়াৰত থকা সকলোখিনি বৈশিষ্ট্যলৈ
03:32 Fill পানেলৰ ভিতৰত থকা add Symbol layer বুটামত ক্লিক কৰক
03:38 Symbol layer type ৰ তলত বিভিন্ন ষ্টাইল অপচনচ আহিছে
03:43 যিহেতু এইটো এটা প’লিগন দেতাচেত, আমাৰ দুটা বেচিক চইচ আছে
03:48 আপুনি প’লিগনটো ৰঙৰে ভৰাব পাৰে আৰু নিজৰ পচন্দৰ ষ্টাইল দিব পাৰে
03:55 Outline কালাৰ, ষ্টাইল আৰু বহলতাওঁ লগতে সলাব পাৰি
04:02 Fill দ্ৰপ-দাউনৰ কাষত থকা দ্ৰপ-দাউন এৰ’ত ক্লিক কৰক
04:06 ৰঙৰ ত্ৰিভুজ আহিছে
04:09 ৰঙৰ ত্ৰিভুজটো ঘূৰাওঁক প্ৰয়োজনীয় কালাৰ বাচিবলৈ । মই নীলা কালাৰক বাচিম
04:17 একেদৰে, বাচক Outline কালাৰ
04:21 মই বাচিম হালধীয়া
04:25 Fill style বাচিম Dense1 হিচাবে
04:29 Outline style, solid line হিচাবে
04:33 Outline বহলতা, 0.46 মিলিমিটাৰ
04:38 আন বহুতো ষ্টাইল অপচনচ আছে চাবলৈ
04:43 আপুনি ষ্টাইলিং সম্পূৰ্ণ কৰাৰ পাছত, Layers Properties দাইল’গ-বক্সৰ তলত বাওঁফালে চুকত থকা OK বুটামত ক্লিক কৰক
04:52 কেনভাচত, আপুনি দেখিব লেয়াৰত নতুন ষ্টাইলটো প্ৰযোজ্য হৈছে আপুনি বচা ষ্টাইল পেতাৰ্নৰ সৈতে
04:59 এতিয়া আমি চাম জনসংখ্যাৰ দেতাক কেনেকৈ মেপ কৰা হয়
05:03 জনসংখ্যাৰ দেতাক মেপিং কৰোতে Single Symbol ষ্টাইলটো অতি সহায়কাৰী নহয়
05:09 আহক অন্য এটা ষ্টাইলিং অপচনক চাওঁ
05:13 world লেয়াৰত পুনৰ ৰাইত-ক্লিক কৰক আৰু বাচক Properties অপচনক
05:19 Layers Properties দাইল’গ-বক্সত, এইবাৰ আমি বাচিম Categorized Style টেবৰ পৰা
05:26 Categorized মানে, লেয়াৰত থকা বৈশিষ্ট্যসমূহক কালাৰৰ বিভিন্ন পৰিসৰত দেখুৱা হ’ব
05:33 এই কালাৰৰ পৰিসৰসমূহ হয় attribute fields ত থকা বিশেষ মানসমূহৰ ওপৰত ভিত্তি কৰি
05:39 যিহেতু আমি জনসংখ্যাৰ দেতাক মেপ কৰিবলৈ চেষ্টা কৰিছো, Column দ্ৰপ-দাউনত আমি বাচিম POP_EST
05:48 আপোনাৰ পচন্দৰ কালাৰ ৰেম্প এটা বাচক দ্ৰপ-দাউনৰ পৰা । মই বাচিম Blues
05:55 মাজৰ পানেলৰ তলত থকা Classify বুটামত ক্লিক কৰক
06:00 মাজৰ পানেলখনে বিভিন্ন ক্লাচসমূহ দেখাই সংগত মানসমূহৰ সৈতে
06:07 তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক
06:11 পৃথিবীৰ মেপত, আপুনি দেখিব বিভিন্ন দেশ নীলা ৰঙৰ পৰিসৰত দৰ্শিত হৈছে
06:17 মাউচৰ মাজৰ বুটামটো তললৈ স্ক্ৰ’ল কৰক মেপখন জুম-ইন আৰু জুম-আউত কৰিবলৈ
06:22 পাতল ৰঙে দৰ্শাই নিম্ন জনসংখ্যাক
06:26 ডাঠ ৰঙে দৰ্শাই উচ্চ জনসংখ্যাক
06:31 পুনৰ এবাৰ খোলক Layers Properties দাইল’গ-বক্সক
06:37 Style টেবত, দ্ৰপ-দাউন বুটামত ক্লিক কৰক
06:41 আহক Graduated চিম্ব’ল’জি চাওঁ । বাচক Graduated অপচনক
06:48 Graduated চিম্ব’ল’জি টাইপে আপোনাক ক’লম এটাত থকা দেতাক বিশেষ ক্লাচলৈ ভাঙিবলৈ অনুমতি দিয়ে
06:55 আমি এটা পৃথক ষ্টাইল বাচিব পাৰো প্ৰত্যেকটো ক্লাচৰ বাবে
07:00 Column দ্ৰপ-দাউনৰ পৰা, বাচক POP_EST
07:06 আমি ভাবিব পাৰো আমাৰ জনসংখ্যাৰ দেতাক তিনিটা ক্লাচত ভগাবলৈ, ল’, মিদিয়াম আৰু হাই
07:13 গতিকে, Classes দ্ৰপ-দাউনৰ ভিতৰত, বাচক 3
07:18 আপুনি দেখিব যে পানেলত তিনিটা ক্লাচ দৰ্শিত হৈছে সংগত মানসমূহৰ সৈতে
07:25 Classify বুটামত ক্লিক কৰক
07:28 Mode দ্ৰপ-দাউনত ক্লিক কৰক
07:31 ইয়াত বহুতো Mode অপচনচ আছে
07:35 বস্তুখিনি সহজ ৰাখিবলৈ, আহক Quantile মোদক ব্যৱ্হাৰ কৰো
07:40 এই মোদসমূহে দেতাক পৃথক ক্লাচলৈ ভাঙিবলৈ বিভিন্ন পৰিসংখ্যাগত এলগ’ৰিথম ব্যৱ্হাৰ কৰে
07:47 লগতে মন কৰিব যে Graduated ষ্টাইলত ব্যৱহৃত এত্ৰিবিউত এটাৰ বাবে, ই সংখ্যাগত ফিল্দ হ’ব লাগিব
07:55 সংখ্যাগত মানসমূহ হ’ব পাৰে ইন্তিজাৰ বা ৰিয়েল মানসমূহ
08:00 Attribute ফিল্দ String type ৰ সৈতে ব্যৱ্হাৰ কৰিব নোৱাৰি এই ষ্টাইলিং অপচনৰ সৈতে
08:06 OK বুটামত ক্লিক কৰক
08:10 এতিয়া মেপত আপুনি দেশসমূহ দেখিব তিনিটা পৃথক নীলা ৰঙত
08:16 এই কালাৰৰ পৰিসৰসমূহে দৰ্শাই দেশৰ বাবে জনসংখ্যাৰ দেতাক
08:22 Layers Panel ত আপুনি তিনিটা ক্লাচ দেখিব এই লেয়াৰৰ বাবে
08:27 আৰু কিছু ষ্টাইলিং অপচনচ আছে
08:31 আমি বাচিব পাৰো এটা পৃথক ষ্টাইল আৰু কালাৰ ইয়াৰ প্ৰতিটো ক্লাচৰ বাবে
08:37 Layer Properties দাইল’গ-বক্স পুনৰ খোলক
08:42 Classes টেবত, Symbol ক’লমৰ ভিতৰত, ৰঙীন বক্সটোত দুবাৰ ক্লিক কৰক
08:49 Symbol Selector দাইল’গ-বক্স আহিছে
08:53 Color দ্ৰপ-দাউন অপচনত, দ্ৰপ-দাউন এৰ’ত ক্লিক কৰক । ৰঙৰ ত্ৰিভুজ আহিছে
09:01 ৰঙৰ ত্ৰিভুজটো ঘূৰাওঁক প্ৰয়োজনীয় কালাৰ বাচিবলৈ
09:05 মই ৰঙা কালাৰক বাচিম ল’ জনসংখ্যাক সূচাবলৈ
09:10 Symbol selector দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক
09:15 একেদৰে আন দুটা ক্লাচৰ বাবে কালাৰ সলাওঁক
09:19 মই বাচিম হালধীয়া মিদিয়ামৰ বাবে আৰু সেউজীয়া হাইৰ বাবে
09:35 Legend ক’লমত থকা প্ৰথম ৰৌত দুবাৰ ক্লিক কৰক । low লিখক প্ৰথম ৰৌটোৰ বাবে
09:42 Medium লিখক দ্বিতীয় ৰৌটোৰ বাবে আৰু High লিখক তৃতীয় ৰৌটোৰ বাবে
09:48 Values ক’লমত থকা প্ৰথম ৰৌত দুবাৰ ক্লিক কৰক নিৰ্বাচিত ৰেঞ্জসমূহক এদিত কৰিবলৈ
09:54 Enter class bounds টেকস্ত বক্স আহিছে । যদি আপুনি বিচাৰে, ল’ৱাৰ ভেলু আৰু আপাৰ ভেলু এদিত কৰিব পাৰে
10:04 এতিয়াৰ বাবে আমি মানসমূহ নসলোৱাকৈ ৰাখিম । OK বুটামত ক্লিক কৰক
10:10 Layer Properties দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক
10:15 পৃথিবীৰ মেপখন চাওঁক
10:17 এতিয়া আমাৰ তিনিটা পৃথক কালাৰ আছে ল’, মিদিয়াম, হাই জনসংখ্যাক দৰ্শাবলৈ
10:24 Layers Panel ক মন কৰক
10:27 তাত স্পষ্টকৈ মাৰ্ক কৰা ক্লাচ নেম আৰু কালাৰচ আছে আমি দিয়া জনসংখ্যাৰ মানসমূহক দৰ্শিত কৰিবলৈ
10:36 এই ষ্টাইলে এখন অতি দৰকাৰী মেপ দিয়ে আগৰ দুবাৰৰ চেষ্টাতকৈ
10:42 আহক শিকো ভেক্তৰ ফাইল এটাত কেনেকৈ বিভিন্ন বৈশিষ্ট্যসমূহক লেবেল কৰা হয়
10:47 ব্যাখ্যাৰ বাবে আহক দেশসমূহৰ নামক লেবেল কৰো
10:52 Layer Properties দাইল’গ-বক্স পুনৰ খোলক
10:57 বাওঁফালৰ পানেলত, বাচক Labels টেব
11:01 প্ৰথম টেকস্ত বক্স দ্ৰপ-দাউনত, বাচক Show labels for this layer
11:08 এত্ৰিবিউত টেবলৰ ADMIN ক’লমত দেশসমূহৰ নামৰ লিষ্টখন আছে
11:14 গতিকে Label with দ্ৰপ-দাউনত, বাচক ADMIN.
11:20 ষ্টাইল মেনুত, বাচক Buffer
11:23 Draw text buffer চেক বক্সক চেক কৰক
11:27 টেকস্তৰ চাইজক সলাব পাৰি প্ৰয়োজন অনুসৰি
11:32 কালাৰ এটা বাচক কালাৰ দ্ৰপ-দাউনৰ পৰা
11:38 OK বুটামত ক্লিক কৰক
11:40 পৃথিবীৰ মেপত আমি দেশসমূহৰ নাম দৰ্শিত হোৱা দেখিছো
11:46 আহক মূলভাব চাওঁ,
11:48 এই টিউট’ৰিয়েলটোত আমি শিকিলো - QGIS ত ভেক্তৰ দেতা ল’ড কৰিবলৈ
11:55 ভেক্তৰ দেতা ষ্টাইল কৰিবলৈ ব্যৱ্হাৰ কৰি, Single symbol ষ্টাইলিং, Categorized ষ্টাইলিং, Graduated ষ্টাইলিং, আৰু
12:07 লেবেলিং বৈশিষ্ট্যসমূহ
12:10 এটা অনুশিলনী হিচাবে ,
12:12 POP_EST দেতা চেতক পাচটা ক্লাচলৈ শ্ৰেণীবিভক্ত কৰক
12:19 ব্যৱ্হাৰ কৰক Graduated ষ্টাইলিং পদ্ধতি, Equal Interval মোদ
12:24 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
12:29 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
12:37 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
12:48 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
12:53 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
13:05 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9