QGIS/C2/Coordinate-Reference-Systems/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | QGIS ত Coordinate Reference System ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম , |
00:10 | QGIS ত projections লৈ লেয়াৰচ যোগ কৰিবলৈ |
00:15 | layers ৰ বাবে metadata তথ্য দেখাবলৈ |
00:19 | এটা layer ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক নতুন layer এটাত ছেভ কৰিবলৈ |
00:24 | বিভিন্ন projections ৰ data layers ক একেলগে পুনৰ প্ৰজেক্ত আৰু অ’ভাৰলেই কৰিবলৈ |
00:30 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18 |
00:42 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপোনাৰ GIS ৰ বিষয়ে মূল জ্ঞান থাকিব লাগিব |
00:49 | অনুগ্ৰহ কৰি এই চিৰিজৰ আগৰ টিউট’ৰিয়েল চাওঁক |
00:54 | Coordinate Reference Systems ৰ বিষয়ে, |
00:57 | Coordinate Reference Systems দুই প্ৰকাৰৰ হয়,
Geographic coordinate system, আৰু Projected Coordinate System |
01:06 | বেছিকৈ ব্যৱহৃত geographic coordinate system হৈছে WGS 84 |
01:12 | বেছিকৈ ব্যৱহৃত projected coordinate system হৈছে UTM |
01:18 | ইয়াত মই QGIS ইন্তাৰফেচ খুলিছো |
01:23 | canvas ত, পৃথিবীৰ মেপখন দেশৰ এদমিনিষ্ট্ৰেচন বাউন্দেৰিচৰ সৈতে দৰ্শিত হৈছে |
01:30 | মেপখন কেনেকৈ দাউনল’দ আৰু QGIS ত দৰ্শিত কৰা হয় তাৰ ব্যাখ্যা সংগত টিউট’ৰিয়েলত দিয়া হৈছে |
01:39 | অনুগ্ৰহ কৰি সংগত টিউট’ৰিয়েলটো চাব |
01:43 | এই ফাইলটো লগতে Code files লিংকৰ পৰা দাউনল’দ কৰিব পাৰি |
01:48 | canvas ৰ বাওঁফালে, আপুনি Layers Panel দেখিব, পৃথিবীৰ মেপৰ ফাইল নেমটো এটা layer হিচাবে |
01:57 | দিফল্টভাবে Layers Panel ইয়াত এনাবল হৈছে |
02:02 | যদি নহয়, আমি Layers Panel ক এনাবল বা দিজেবল কৰিব পাৰো View মেনু ব্যৱ্হাৰ কৰি |
02:08 | মেনু বাৰত View মেনুত ক্লিক কৰক । তললৈ স্ক্ৰ’ল কৰক আৰু বাচক Panels অপচনক |
02:16 | চাব-মেনুয়ে panel নামসমূহৰ লিষ্ট এখন দেখাই |
02:21 | Layer Panel অপচনত ক্লিক কৰক panel খন এনাবল বা দিজেবল কৰিবলৈ |
02:27 | আমি panel খনৰ চাইজক মিলাব পাৰো বাউন্দেৰিক দ্ৰেগ কৰি |
02:32 | যদি আপুনি মেপখনৰ কালাৰক সলাব বিচাৰে, Layers Panel ত থকা layer নেমত ৰাইত-ক্লিক কৰিব |
02:39 | context menu ৰ তললৈ স্ক্ৰ’ল কৰিব আৰু Styles অপচনক বাচিব |
02:44 | চাব-মেনুয়ে কালাৰ ত্ৰিভুজ এটা দেখাই |
02:48 | কালাৰটো বাচক কালাৰ ত্ৰিভুজৰ ভাৰটেক্সক ঘূৰাই |
02:53 | canvas ৰ যিকোনো ঠাইত ক্লিক কৰক কনটেকস্ত মেনু বন্ধ কৰিবলৈ |
02:58 | তলত বাওঁফালে চুকত, QGIS উইন্দ’ৰ status বাৰত, আপুনি দেখিব লেবেল Coordinate আৰু নাম্বাৰৰ সৈতে টেকস্ত বক্স এটা |
03:09 | এটা নিৰ্দিষ্ট ল’কেচনৰ বাবে X আৰু Y coordinates ৰ মানসমূহ এই টেকস্ত বক্সত দেখাই |
03:17 | কাৰ্চৰ দাল মেপখনৰ ওপৰলৈ নিয়ক |
03:20 | মন কৰিব যে, X আৰু Y coordinates ৰ মানসমূহ কাৰ্চৰ দালৰ ল’কেচনৰ সৈতে সলনি হৈছে |
03:28 | দিফল্টভাবে Render অপচন status bar ত চেক হৈ আছে । ইয়াক তেনেদৰেই ৰাখক |
03:37 | status bar ত, তলত সোফালে চুকত, আপুনি আন এটা লেবেল দেখিব, Current CRS |
03:44 | এই ক’ডে দৰ্শাই বৰ্তমানৰ Projection Coordinate Reference System ক |
03:50 | layer’s projection এটা নিৰ্ধাৰিত কৰিবলৈ, আমি metadata ক চাব পাৰো |
03:56 | Layers Panel ত, layer নেমত ৰাইত-ক্লিক কৰক |
04:01 | কনটেকস্ত মেনুৰ পৰা, বাচক Properties । Layer Properties দাইল’গ-বক্স আহিছে |
04:09 | দাইল’গ-বক্সত, বাওঁফালৰ পানেলত, Metadata অপচনত ক্লিক কৰক |
04:15 | Properties চেকচনৰ ভিতৰত, শ্লাইদাৰ দাল তললৈ স্ক্ৰ’ল কৰক |
04:20 | তলত, হেদিংৰ ভিতৰত, Layer Spatial Reference System, ত আপুনি এই প্ৰজেকচনৰ বাবে দেফিনেচনটো দেখিব |
04:29 | ই দেখাই WGS84 ক geographic coordinate system হিচাবে |
04:35 | তলত Ok বুটামত ক্লিক কৰক, দাইল’গ-বক্সটো বন্ধ কৰিবলৈ |
04:41 | আহক এতিয়া মেপলৈ layers যোগ কৰো আৰু projection টো সলাওঁ |
04:47 | data layers ৰ বিষয়ে |
04:50 | সাধাৰণতে geographical data জমা হৈ থাকে GIS ওৱৰ্কস্পেচ এটাত থকা layers ত |
04:57 | প্ৰতিটো layer ত data জমা হৈ থাকে ইয়াৰ attribute table ত |
05:02 | বহুতো layers এ একেটা জিঅ’গ্ৰাফিকেল ল’কেচনৰ data ক দৰ্শিত কৰিব পাৰে |
05:08 | QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
05:12 | এতিয়া আহক চাওঁ কেনেকৈ আমি layer’s projection ক সলাব পাৰো |
05:17 | এই অপাৰেচনক কোৱা হয় Re-Projection |
05:21 | সম্পূৰ্ণ layer টোক ৰি-প্ৰজেক্ত কৰাৰ পৰিবৰ্তে, আমি কিছু বৈশিষ্ট্যক ৰি-প্ৰজেক্ত কৰিম |
05:27 | টোল বাৰৰ ওপৰৰ সোফালৰ চুকত, Select features by area or single click টোলত ক্লিক কৰক |
05:35 | এই টোলৰ কাষত থকা ক’লা ত্ৰিভুজটোত ক্লিক কৰক |
05:39 | দ্ৰপ-দাউনৰ পৰা বাচক Select features |
05:44 | canvas ত দৰ্শিত হোৱা পৃথিবীৰ মেপত, United States of America বৈশিষ্ট্যত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ |
05:52 | মন কৰিব যে, United States of America দৰ্শিত হৈছে এটা পৃথক কালাৰত |
05:58 | আমি এতিয়া এই লেয়াৰৰ projected coordinate system ক সলাম আৰু ছেভ কৰিম |
06:04 | Layers Panel ত থকা লেয়াৰ নেমত ৰাইত-ক্লিক কৰক |
06:08 | তললৈ স্ক্ৰ’ল কৰক, Save As অপচনক বাচক |
06:12 | Save Vector Layer as... দাইল’গ-বক্স আহিছে |
06:17 | দিফল্ট format অপচন হৈছে ESRI Shapefile । ইয়াক তেনেদৰেই ৰাখক |
06:26 | File name টেকস্ত বক্সৰ কাষত থকা Browse বুটামত ক্লিক কৰক |
06:31 | Save layer as... দাইল’গ-বক্স আহিছে । আউতপুত লেয়াৰটোক নাম দিয়ক USA-1.shp হিচাবে |
06:41 | এটা সহজ ল’কেচন বাচক ছেভ কৰিবলৈ । মই ইয়াক ছেভ কৰিম Desktop ত |
06:48 | তলত থকা Save বুটামত ক্লিক কৰক |
06:52 | Save Vector Layer as.... দাইল’গ-বক্সত, File name টেকস্ত বক্সত file path টো আহিছে |
06:59 | আমি এই লেয়াৰৰ বাবে নতুন projection ক বাচিম |
07:03 | CRS দ্ৰপ-দাউন বক্সৰ কাষত থকা, Select CRS বুটামত ক্লিক কৰক |
07:10 | Coordinate Reference System Selector ত থকা, Filter search box ত, North America এন্টাৰ কৰক |
07:17 | পৃথিবীৰ Coordinate reference systems ৰ ভিতৰত, হেদিং Projected Coordinate System ৰ ভিতৰত, ফলাফল খিনি স্ক্ৰ’ল কৰক |
07:27 | বাচক, North_America_Albers_Equal_Area_Conic (EPSG:102008) projection |
07:37 | তলত থকা OK বুটামত ক্লিক কৰক |
07:41 | CRS দ্ৰপ-দাউন বক্সত, নতুনকৈ নিৰ্বাচিত কৰা CRS দৰ্শিত হৈছে |
07:47 | চেক বক্সত ক্লিক কৰক Save only selected features অপচনক চেক কৰিবলৈ |
07:53 | ই নিশ্বিত কৰিব যে মাত্ৰ নিৰ্বাচিত বৈশিষ্ট্যটোহে যাতে re-project আৰু export হ’বলৈ পাই |
08:00 | ইয়াত, দিফল্টভাবে, Add saved file to map অপচনটো চেক হৈছে |
08:06 | যদি নহয়, চেক বক্সত ক্লিক কৰক এই অপচনক চেক কৰিবলৈ |
08:11 | OK বুটামত ক্লিক কৰক |
08:14 | re-projected layer ল’ড হৈছে, এটা পৃথক কালাৰত |
08:19 | এই দুটা লেয়াৰ এতিয়া বেলেগ projections ত আছে |
08:24 | মন কৰিব যে, Layers Panel ত, আপুনি এতিয়া দুটা এনট্ৰি দেখিছে |
08:30 | মন কৰিব যে নতুন United States layer টো world map layer ৰ ওপৰত ভালকৈ অ’ভাৰলেই হৈছে |
08:38 | ইয়াৰ কাৰণ হৈছে QGIS ত এটা বৈশিষ্ট্য আছে On-the-fly CRS transformation নামৰ |
08:45 | QGIS উইন্দ’ৰ তলত সোফালে চুকত থকা projection টেকস্তত শব্দ OTF আছে, EPSG:4326 ৰ কাষত |
08:56 | Layers Panel ত থকা United-States লেয়াৰক বাচক ইয়াত ক্লিক কৰি |
09:02 | status বাৰৰ তলত সোফালে চুকত থকা Current CRS টেকস্ত, EPSG:4326 ত ক্লিক কৰক |
09:11 | Project Properties CRS দাইল’গ-বক্স আহিছে |
09:16 | আহক Enable on-the-fly CRS transformation ক বন্ধ কৰো আৰু কি হয় চাওঁ |
09:23 | Enable on the fly CRS transformation চেক বক্সক আনচেক কৰক, ইয়াত ক্লিক কৰি । তলত থকা OK বুটামত ক্লিক কৰক |
09:34 | main QGIS উইন্দ’লৈ ঘূৰি যাওঁক, আপুনি দেখিব যে পৃথিবীৰ মেপ নাইকীয়া হৈছে |
09:40 | আপুনি কেনভাচত মাত্ৰ United States মেপখন দেখিব |
09:45 | ইয়াৰ কাৰণ হৈছে এই লেয়াৰৰ বাবে Projected CRS টো Albers Projection লৈ সলনি হৈছে |
09:52 | coordinates আৰু স্কেল এতিয়া বেলেগ হ’ল |
09:56 | Layers Panel ত থকা United States লেয়াৰত ৰাইত-ক্লিক কৰক |
10:01 | Zoom to Layer অপচনক বাচক |
10:05 | এতিয়া আপুনি নিৰ্বাচিত projection ত United States দেখিব |
10:10 | পুনৰ, Current CRS টেকস্তত ক্লিক কৰক Project Properties দাইল’গ-বক্সক খুলিবলৈ |
10:17 | Enable ‘on the fly’ CRS transformation অপচনক আৰম্ভ কৰক |
10:23 | হেদিং Recently used Coordinate Reference Systems ৰ ভিতৰত, বাচক WGS 84 । তলত, OK বুটামত ক্লিক কৰক |
10:35 | কেনভাচৰ দিচপ্লে খন পৃথিবীৰ মেপৰ সৈতে ইয়াৰ আগৰ অৱস্থালৈ ঘূৰি আহিব |
10:41 | dataset ৰ পৰা vector layer টো দিলিত কৰিবলৈ, Layers panel ত থকা নামটোত ৰাইত-ক্লিক কৰক |
10:48 | context menu ৰ পৰা, Remove অপচনত ক্লিক কৰক |
10:52 | prompt এটা আহিছে একচনটো কনফাৰ্ম কৰিবলৈ । OK বুটামত ক্লিক কৰক |
10:59 | মন কৰিব যে dataset ৰ পৰা লেয়াৰটো আতৰোৱা হ’ল |
11:04 | আহক মূলভাব চাওঁ, |
11:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো - QGIS ত projections লৈ লেয়াৰচ যোগ কৰিবলৈ |
11:15 | layers ৰ বাবে metadata তথ্য দেখাবলৈ |
11:19 | এটা layer ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক নতুন layer এটাত ছেভ কৰিবলৈ |
11:24 | বিভিন্ন projections ৰ data layers ক একেলগে পুনৰ প্ৰজেক্ত আৰু অ’ভাৰলেই কৰিবলৈ |
11:30 | এটা অনুশিলনী হিচাবে:
United States ক Project কৰক North_America_Lambert_Conformal_Conic projection ৰ সৈতে আৰু পাৰ্থক্যক লক্ষ্য কৰক |
11:43 | সম্পূৰ্ণ পৃথিবীৰ মেপৰ layer ক World Mercator projection চিষ্টেমত Re-project কৰক |
11:50 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
11:55 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
12:03 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
12:15 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
12:19 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
12:31 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |