QGIS/C2/Coordinate-Reference-Systems/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 QGISCoordinate Reference System ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম ,
00:10 QGISprojections লৈ লেয়াৰচ যোগ কৰিবলৈ
00:15 layers ৰ বাবে metadata তথ্য দেখাবলৈ
00:19 এটা layer ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক নতুন layer এটাত ছেভ কৰিবলৈ
00:24 বিভিন্ন projectionsdata layers ক একেলগে পুনৰ প্ৰজেক্ত আৰু অ’ভাৰলেই কৰিবলৈ
00:30 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18
00:42 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপোনাৰ GIS ৰ বিষয়ে মূল জ্ঞান থাকিব লাগিব
00:49 অনুগ্ৰহ কৰি এই চিৰিজৰ আগৰ টিউট’ৰিয়েল চাওঁক
00:54 Coordinate Reference Systems ৰ বিষয়ে,
00:57 Coordinate Reference Systems দুই প্ৰকাৰৰ হয়,

Geographic coordinate system, আৰু Projected Coordinate System

01:06 বেছিকৈ ব্যৱহৃত geographic coordinate system হৈছে WGS 84
01:12 বেছিকৈ ব্যৱহৃত projected coordinate system হৈছে UTM
01:18 ইয়াত মই QGIS ইন্তাৰফেচ খুলিছো
01:23 canvas ত, পৃথিবীৰ মেপখন দেশৰ এদমিনিষ্ট্ৰেচন বাউন্দেৰিচৰ সৈতে দৰ্শিত হৈছে
01:30 মেপখন কেনেকৈ দাউনল’দ আৰু QGIS ত দৰ্শিত কৰা হয় তাৰ ব্যাখ্যা সংগত টিউট’ৰিয়েলত দিয়া হৈছে
01:39 অনুগ্ৰহ কৰি সংগত টিউট’ৰিয়েলটো চাব
01:43 এই ফাইলটো লগতে Code files লিংকৰ পৰা দাউনল’দ কৰিব পাৰি
01:48 canvas ৰ বাওঁফালে, আপুনি Layers Panel দেখিব, পৃথিবীৰ মেপৰ ফাইল নেমটো এটা layer হিচাবে
01:57 দিফল্টভাবে Layers Panel ইয়াত এনাবল হৈছে
02:02 যদি নহয়, আমি Layers Panel ক এনাবল বা দিজেবল কৰিব পাৰো View মেনু ব্যৱ্হাৰ কৰি
02:08 মেনু বাৰত View মেনুত ক্লিক কৰক । তললৈ স্ক্ৰ’ল কৰক আৰু বাচক Panels অপচনক
02:16 চাব-মেনুয়ে panel নামসমূহৰ লিষ্ট এখন দেখাই
02:21 Layer Panel অপচনত ক্লিক কৰক panel খন এনাবল বা দিজেবল কৰিবলৈ
02:27 আমি panel খনৰ চাইজক মিলাব পাৰো বাউন্দেৰিক দ্ৰেগ কৰি
02:32 যদি আপুনি মেপখনৰ কালাৰক সলাব বিচাৰে, Layers Panel ত থকা layer নেমত ৰাইত-ক্লিক কৰিব
02:39 context menu ৰ তললৈ স্ক্ৰ’ল কৰিব আৰু Styles অপচনক বাচিব
02:44 চাব-মেনুয়ে কালাৰ ত্ৰিভুজ এটা দেখাই
02:48 কালাৰটো বাচক কালাৰ ত্ৰিভুজৰ ভাৰটেক্সক ঘূৰাই
02:53 canvas ৰ যিকোনো ঠাইত ক্লিক কৰক কনটেকস্ত মেনু বন্ধ কৰিবলৈ
02:58 তলত বাওঁফালে চুকত, QGIS উইন্দ’ৰ status বাৰত, আপুনি দেখিব লেবেল Coordinate আৰু নাম্বাৰৰ সৈতে টেকস্ত বক্স এটা
03:09 এটা নিৰ্দিষ্ট ল’কেচনৰ বাবে X আৰু Y coordinates ৰ মানসমূহ এই টেকস্ত বক্সত দেখাই
03:17 কাৰ্চৰ দাল মেপখনৰ ওপৰলৈ নিয়ক
03:20 মন কৰিব যে, X আৰু Y coordinates ৰ মানসমূহ কাৰ্চৰ দালৰ ল’কেচনৰ সৈতে সলনি হৈছে
03:28 দিফল্টভাবে Render অপচন status bar ত চেক হৈ আছে । ইয়াক তেনেদৰেই ৰাখক
03:37 status bar ত, তলত সোফালে চুকত, আপুনি আন এটা লেবেল দেখিব, Current CRS
03:44 এই ক’ডে দৰ্শাই বৰ্তমানৰ Projection Coordinate Reference System
03:50 layer’s projection এটা নিৰ্ধাৰিত কৰিবলৈ, আমি metadata ক চাব পাৰো
03:56 Layers Panel ত, layer নেমত ৰাইত-ক্লিক কৰক
04:01 কনটেকস্ত মেনুৰ পৰা, বাচক PropertiesLayer Properties দাইল’গ-বক্স আহিছে
04:09 দাইল’গ-বক্সত, বাওঁফালৰ পানেলত, Metadata অপচনত ক্লিক কৰক
04:15 Properties চেকচনৰ ভিতৰত, শ্লাইদাৰ দাল তললৈ স্ক্ৰ’ল কৰক
04:20 তলত, হেদিংৰ ভিতৰত, Layer Spatial Reference System, ত আপুনি এই প্ৰজেকচনৰ বাবে দেফিনেচনটো দেখিব
04:29 ই দেখাই WGS84 geographic coordinate system হিচাবে
04:35 তলত Ok বুটামত ক্লিক কৰক, দাইল’গ-বক্সটো বন্ধ কৰিবলৈ
04:41 আহক এতিয়া মেপলৈ layers যোগ কৰো আৰু projection টো সলাওঁ
04:47 data layers ৰ বিষয়ে
04:50 সাধাৰণতে geographical data জমা হৈ থাকে GIS ওৱৰ্কস্পেচ এটাত থকা layers
04:57 প্ৰতিটো layerdata জমা হৈ থাকে ইয়াৰ attribute table
05:02 বহুতো layers এ একেটা জিঅ’গ্ৰাফিকেল ল’কেচনৰ data ক দৰ্শিত কৰিব পাৰে
05:08 QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক
05:12 এতিয়া আহক চাওঁ কেনেকৈ আমি layer’s projection ক সলাব পাৰো
05:17 এই অপাৰেচনক কোৱা হয় Re-Projection
05:21 সম্পূৰ্ণ layer টোক ৰি-প্ৰজেক্ত কৰাৰ পৰিবৰ্তে, আমি কিছু বৈশিষ্ট্যক ৰি-প্ৰজেক্ত কৰিম
05:27 টোল বাৰৰ ওপৰৰ সোফালৰ চুকত, Select features by area or single click টোলত ক্লিক কৰক
05:35 এই টোলৰ কাষত থকা ক’লা ত্ৰিভুজটোত ক্লিক কৰক
05:39 দ্ৰপ-দাউনৰ পৰা বাচক Select features
05:44 canvas ত দৰ্শিত হোৱা পৃথিবীৰ মেপত, United States of America বৈশিষ্ট্যত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ
05:52 মন কৰিব যে, United States of America দৰ্শিত হৈছে এটা পৃথক কালাৰত
05:58 আমি এতিয়া এই লেয়াৰৰ projected coordinate system ক সলাম আৰু ছেভ কৰিম
06:04 Layers Panel ত থকা লেয়াৰ নেমত ৰাইত-ক্লিক কৰক
06:08 তললৈ স্ক্ৰ’ল কৰক, Save As অপচনক বাচক
06:12 Save Vector Layer as... দাইল’গ-বক্স আহিছে
06:17 দিফল্ট format অপচন হৈছে ESRI Shapefile । ইয়াক তেনেদৰেই ৰাখক
06:26 File name টেকস্ত বক্সৰ কাষত থকা Browse বুটামত ক্লিক কৰক
06:31 Save layer as... দাইল’গ-বক্স আহিছে । আউতপুত লেয়াৰটোক নাম দিয়ক USA-1.shp হিচাবে
06:41 এটা সহজ ল’কেচন বাচক ছেভ কৰিবলৈ । মই ইয়াক ছেভ কৰিম Desktop
06:48 তলত থকা Save বুটামত ক্লিক কৰক
06:52 Save Vector Layer as.... দাইল’গ-বক্সত, File name টেকস্ত বক্সত file path টো আহিছে
06:59 আমি এই লেয়াৰৰ বাবে নতুন projection ক বাচিম
07:03 CRS দ্ৰপ-দাউন বক্সৰ কাষত থকা, Select CRS বুটামত ক্লিক কৰক
07:10 Coordinate Reference System Selector ত থকা, Filter search box ত, North America এন্টাৰ কৰক
07:17 পৃথিবীৰ Coordinate reference systems ৰ ভিতৰত, হেদিং Projected Coordinate System ৰ ভিতৰত, ফলাফল খিনি স্ক্ৰ’ল কৰক
07:27 বাচক, North_America_Albers_Equal_Area_Conic (EPSG:102008) projection
07:37 তলত থকা OK বুটামত ক্লিক কৰক
07:41 CRS দ্ৰপ-দাউন বক্সত, নতুনকৈ নিৰ্বাচিত কৰা CRS দৰ্শিত হৈছে
07:47 চেক বক্সত ক্লিক কৰক Save only selected features অপচনক চেক কৰিবলৈ
07:53 ই নিশ্বিত কৰিব যে মাত্ৰ নিৰ্বাচিত বৈশিষ্ট্যটোহে যাতে re-project আৰু export হ’বলৈ পাই
08:00 ইয়াত, দিফল্টভাবে, Add saved file to map অপচনটো চেক হৈছে
08:06 যদি নহয়, চেক বক্সত ক্লিক কৰক এই অপচনক চেক কৰিবলৈ
08:11 OK বুটামত ক্লিক কৰক
08:14 re-projected layer ল’ড হৈছে, এটা পৃথক কালাৰত
08:19 এই দুটা লেয়াৰ এতিয়া বেলেগ projections ত আছে
08:24 মন কৰিব যে, Layers Panel ত, আপুনি এতিয়া দুটা এনট্ৰি দেখিছে
08:30 মন কৰিব যে নতুন United States layer টো world map layer ৰ ওপৰত ভালকৈ অ’ভাৰলেই হৈছে
08:38 ইয়াৰ কাৰণ হৈছে QGIS ত এটা বৈশিষ্ট্য আছে On-the-fly CRS transformation নামৰ
08:45 QGIS উইন্দ’ৰ তলত সোফালে চুকত থকা projection টেকস্তত শব্দ OTF আছে, EPSG:4326 ৰ কাষত
08:56 Layers Panel ত থকা United-States লেয়াৰক বাচক ইয়াত ক্লিক কৰি
09:02 status বাৰৰ তলত সোফালে চুকত থকা Current CRS টেকস্ত, EPSG:4326 ত ক্লিক কৰক
09:11 Project Properties CRS দাইল’গ-বক্স আহিছে
09:16 আহক Enable on-the-fly CRS transformation ক বন্ধ কৰো আৰু কি হয় চাওঁ
09:23 Enable on the fly CRS transformation চেক বক্সক আনচেক কৰক, ইয়াত ক্লিক কৰি । তলত থকা OK বুটামত ক্লিক কৰক
09:34 main QGIS উইন্দ’লৈ ঘূৰি যাওঁক, আপুনি দেখিব যে পৃথিবীৰ মেপ নাইকীয়া হৈছে
09:40 আপুনি কেনভাচত মাত্ৰ United States মেপখন দেখিব
09:45 ইয়াৰ কাৰণ হৈছে এই লেয়াৰৰ বাবে Projected CRS টো Albers Projection লৈ সলনি হৈছে
09:52 coordinates আৰু স্কেল এতিয়া বেলেগ হ’ল
09:56 Layers Panel ত থকা United States লেয়াৰত ৰাইত-ক্লিক কৰক
10:01 Zoom to Layer অপচনক বাচক
10:05 এতিয়া আপুনি নিৰ্বাচিত projectionUnited States দেখিব
10:10 পুনৰ, Current CRS টেকস্তত ক্লিক কৰক Project Properties দাইল’গ-বক্সক খুলিবলৈ
10:17 Enable ‘on the fly’ CRS transformation অপচনক আৰম্ভ কৰক
10:23 হেদিং Recently used Coordinate Reference Systems ৰ ভিতৰত, বাচক WGS 84 । তলত, OK বুটামত ক্লিক কৰক
10:35 কেনভাচৰ দিচপ্লে খন পৃথিবীৰ মেপৰ সৈতে ইয়াৰ আগৰ অৱস্থালৈ ঘূৰি আহিব
10:41 dataset ৰ পৰা vector layer টো দিলিত কৰিবলৈ, Layers panel ত থকা নামটোত ৰাইত-ক্লিক কৰক
10:48 context menu ৰ পৰা, Remove অপচনত ক্লিক কৰক
10:52 prompt এটা আহিছে একচনটো কনফাৰ্ম কৰিবলৈ । OK বুটামত ক্লিক কৰক
10:59 মন কৰিব যে dataset ৰ পৰা লেয়াৰটো আতৰোৱা হ’ল
11:04 আহক মূলভাব চাওঁ,
11:07 এই টিউট’ৰিয়েলটোত, আমি শিকিলো - QGISprojections লৈ লেয়াৰচ যোগ কৰিবলৈ
11:15 layers ৰ বাবে metadata তথ্য দেখাবলৈ
11:19 এটা layer ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক নতুন layer এটাত ছেভ কৰিবলৈ
11:24 বিভিন্ন projectionsdata layers ক একেলগে পুনৰ প্ৰজেক্ত আৰু অ’ভাৰলেই কৰিবলৈ
11:30 এটা অনুশিলনী হিচাবে:

United States Project কৰক North_America_Lambert_Conformal_Conic projection ৰ সৈতে আৰু পাৰ্থক্যক লক্ষ্য কৰক

11:43 সম্পূৰ্ণ পৃথিবীৰ মেপৰ layerWorld Mercator projection চিষ্টেমত Re-project কৰক
11:50 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
11:55 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
12:03 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
12:15 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
12:19 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
12:31 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9