PHP-and-MySQL/C4/User-Registration-Part-3/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ তৃতীয় অংশলৈ স্বাগতম |
00:04 | এই অংশত আমি সকলোৰে অৱস্থিতিক পৰীক্ষা কৰিম যাক শেষৰ অংশটোত আলোচনা কৰা হৈছিল |
00:10 | আহক আমি শেষৰ অংশটোত কি কৰা হৈছিল সোনকালে চাওঁ |
00:14 | আমি আমাৰ ফুলনেম ("fullname") আৰু ইউজাৰনেম ("username")ৰ টেগচক ভগ্নিত কৰিলো |
00:19 | আমি আমাৰ পাচৱৰ্দ ("password") ভগ্নিত আৰু এনক্ৰিপ্তেদ কৰিলো |
00:23 | ফাংচনচৰ বাবে এই ক্ৰমক মনত ৰাখিব, যাতে আমি আমাৰ এনক্ৰিপ্তেদ মানক ভগ্নিত নকৰো |
00:30 | ইয়াত আমি আমাৰ পঞ্জীয়ণ প্ৰক্ৰিয়া আৰম্ভ কৰিম |
00:34 | মই এই সকলোৰে অৱস্থিতিক পৰীক্ষা কৰিম |
00:38 | মই তাক কৰাৰ আগতে দেত ("date")টো সজাম |
00:43 | এতিয়া, ই দেত ফাংচনটো ব্যৱহাৰ কৰিছে |
00:47 | ভিতৰত আমাৰ "Y" বছৰৰ বাবে, "m" মাহৰ বাবে আৰু "d" তাৰিখৰ বাবে আছে |
00:55 | এইটো বৰফলা "Y" 4-দিজতৰ বছৰৰ বাবে । যদি আমি এটা সৰু "y" ব্যৱ্হাৰ কৰো, ই এটা 2-দিজতৰ বছৰ হ’ব |
01:02 | গতিকে, মোৰ দাতাবেচত, এই মূহুৰ্ত্তত, প্ৰথমে মোৰ বছৰটো আছে, তাৰপাছত মোৰ মাহ আৰু মোৰ দিন আৰু ইহত হাইফেনৰ দ্বাৰা পৃথক হৈছে |
01:15 | আপুনি ইয়াক চাব পাৰে যেতিয়া আমি ইয়াত দাতাবেচত সোমাওঁ আৰু ইউজাৰচ ("users")ত মান এটা ভৰ্ত্তি কৰো |
01:22 | আমি দেখিছো যে দেত ("date")টো এটা নিৰ্দিষ্ট ফৰ্মেতত আছে, যদি আমি ইয়াত এই ধৰণৰ ফাংচন ব্যৱ্হাৰ কৰো |
01:29 | যেতিয়া মই তুদেত টিপো, আপুনি ইয়াত দেখিছে যে আমি বছৰটো এটা 4-দিজত ফৰ্মেতত পালো আৰু আমাৰ মাহ আৰু দিন ইয়াত, হাইফেনৰ দ্বাৰা পৃথক হৈছে |
01:40 | ই মোৰ দাতাবেচত সেই গাঠণিত মিলিছে |
01:45 | ঠিক আছে, গতিকে ইফ চাবমিত ("if submit"), তাৰপাছত আমি অৱস্থিতিৰ বাবে চাব লাগিব |
01:51 | মই এটা কমেন্ত যোগ কৰিম ইয়াত "চেক (check) ফৰ (for) এক্সিচটেঞ্চ (existence)" |
01:55 | এতিয়া, এইটো সচাকৈ সহজ |
01:58 | আমি কৰিব বিচৰাটো হৈছে আমি ক’ম ইফ ("if") ষ্টেতমেন্ত আৰু এটা ব্লক তাৰপাছত ক’ডটো |
02:05 | চৰ্তটো হ’ব "যদি ফুলনেম, ইউজাৰনেম, পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দ উপলদ্ধ", আমাৰ প্ৰমাণটো ইয়াত আছে.... আমি ক’ম "ইফ (if) ইউজাৰনেম (username)" এন্দ ("and")ৰ সৈতে, গতিকে দুটা এম্পাৰচেন্দ চিহ্ন |
02:24 | তাৰপাছত আমি ক’ম পাচৱৰ্দ ("password") আৰু তাৰপাছত আমি ক’ম.... |
02:28 | মই ফুলনেম ("fullname")টো ইয়াত পাহৰিলো, গতিকে ইয়াক তাত যোগ কৰিম |
02:33 | ইহতক দুটা এম্পাৰচেন্দ চিহ্নৰে পৃথক কৰি |
02:38 | শেষৰটো হৈছে ৰিপিত পাচৱৰ্দ ("repeat password") গতিকে তাক লিখো |
02:42 | আমাক এই সকলোবোৰ লাগিব |
02:46 | অন্যথা, আমি ক’ম - একৌ "প্লিজ (Please) ফিল (fill) ইন (in)" আৰু ব’ল্দত, "অল (all) ফিল্দচ (fields)" |
02:57 | আমি তাৰ পাছত এটা পাৰাগ্ৰাফ ব্ৰেক দিম |
03:01 | লগতে মই ফৰ্মখনৰ আগতে এটা পাৰাগ্ৰাফ ব্ৰেক দিম যাতে আমি দিয়া প্ৰতিটো এৰ’ৰ বাৰ্তালৈ ইয়াক যোগ কৰিব নালাগে |
03:10 | গতিকে সেইয়াই । আহক ইয়াক চেষ্টা কৰো |
03:13 | মই মোৰ ৰেজিষ্টাৰ ("register") পৃষ্ঠালৈ ঘূৰি যাম |
03:17 | আমি ইয়াক পালো ইয়াত । আহক ৰেজিষ্টাৰত টিপো |
03:20 | "প্লিজ (Please) ফিল (fill) ইন (in) অল (all) ফিল্দচ (fields)" |
03:22 | ইয়াত কিছু ফিল্দচ লিখো |
03:25 | আমাৰ পাচৱৰ্দ এটা নিৰ্বাচিত কৰো |
03:27 | আমি পাচৱৰ্দটো ৰিপিত নকৰো |
03:30 | ৰেজিষ্টাৰ । ৰিপিত পাচৱৰ্দ.... |
03:42 | ৰিপিত পাচৱৰ্দ |
03:45 | এই মূহুৰ্ত্তত ই কাম নকৰাৰ কাৰণটো হৈছে, একো নোহোৱা "md5" মান এটা সমান হৈছে টেকস্তৰ "md5" ষ্ট্ৰিংগ এটাৰ |
03:56 | টেকস্তৰ এনক্ৰিপ্তেদ ষ্ট্ৰিংগ এটা |
04:00 | গতিকে, মই ভাবো আমি ইয়াত "md5" ফাংচনটো উঠাই ল’ব লাগিব |
04:06 | আপুনি শেষৰ বন্ধনী আতৰ কৰাতো নিশ্বিত কৰক । মই তললৈ আহিম ইয়াত আৰু সকলো দাতাৰ বাবে চাম |
04:14 | গতিকে, মই ঘূৰি যাম আৰু ইয়াক পুনৰ চেষ্টা কৰিম |
04:17 | মনত ৰাখিব ই আগতে কাম কৰা নাছিলে যেতিয়া আমি এটা ৰিপিত পাচৱৰ্দ ("repeat password") লোৱা নাছিলো |
04:23 | গতিকে যদি মই এটা ৰিপিত বা এটা পাচৱৰ্দ নিৰ্বাচিত নকৰো আমি এৰ’ৰ পাওঁ |
04:30 | যদি মই পুনৰ ৰিপিত পাচৱৰ্দটোৰ বাহিৰে মান এটা নিৰ্বাচিত কৰো, আমি তথাপিওঁ এই এৰ’ৰ পাওঁ |
04:37 | সেইটোৱেই সমস্যা । আমি ক’ব লাগিব - যদি সকলোবস্তু উপলদ্ধ তেন্তে আমি পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দ পৰিবৰ্ত্তন কৰিব পাৰো |
04:46 | গতিকে মই ক’ম পাচৱৰ্দ ("password") সমান পাচৱৰ্দৰ "md5" |
04:53 | ই আমাৰ আচল ভেৰিয়েবল মানক এনক্ৰিপ্ত কৰিব আৰু একেটা ভেৰিয়েবলত নতুন পাচৱৰ্দ ক’ড এটা জমা কৰিব |
05:00 | আমি লগতে ক’ব লাগিব ৰিপিত পাচৱৰ্দ ("repeat password") সমান "md5" আৰু ৰিপিত পাচৱৰ্দ ("repeat password") |
05:08 | ইয়াত ইয়াক এনক্ৰিপ্ত পাচৱৰ্দ ("encrypt password") হিচাবে কমেন্ত কৰক । আমি পাচৱৰ্দ এনক্ৰিপ্তেদ কৰিলো |
05:15 | এতিয়া আমি দাতাবেচত আমাৰ সকলো দাতা যোগ কৰিম |
05:21 | মই ইয়াক কৰিম । কাৰণ আমি পঞ্জীয়ণলৈ যোৱা আমাৰ দাতা পালো, আমি প্ৰতিটো দাতাৰ বাবে এটা উচ্চতম সীমা সজাম যি ইনপুত হয় |
05:39 | এতিয়া আমি কওঁ আমাৰ ফুলনেম, ইউজাৰনেম, পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দৰ বাবে 25 কেৰেক্তাৰচ । গতিকে উচ্চতম মানটো হৈছে 25 |
05:50 | গতিকে মই ক’ম - যদি ইউজাৰনেমৰ ষ্ট্ৰিংগ লেনথটো ডাঙৰ বা বৃহৎ হয় 25তকৈ.... বা.... |
06:05 | ফুলনেমৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয় |
06:15 | আহক ইহতক পৃথককৈ চাওঁ আৰু কওঁ যদি আপোনাৰ ইউজাৰনেম বা ফুলনেমৰ লেনথটো অতি দীঘল |
06:24 | মই ইয়াক শুদ্ধকৈ দিম |
06:27 | যদি এই মানসমূহৰ প্ৰত্যেকেই 25তকৈ ডাঙৰ বা 25তকৈ বৃহৎ হয় |
06:34 | আমি এই মানসমূহ একৌ কৰিম |
06:40 | কৈ ইউজাৰনেম ("username") বা......... নহয়.... |
06:48 | মই কওঁ "মেক্স (Max) লিমিত (limit) ফৰ (for) ইউজাৰনেম (username) অৰ (or) ফুলনেম (fullname) আৰ (are) 25 কেৰেক্তাৰচ (characters)" |
06:55 | অন্যথা মই মোৰ পাচৱৰ্দ লেনথ পৰীক্ষা কৰিম |
07:01 | এতিয়া মই এইটো কৰিবলৈ সিদ্ধান্ত কৰিলো - "চেক (check) পাচৱৰ্দ (password) লেনথ (length)" কাৰণ মই ইয়াৰ বাবে এটা নিৰ্দিষ্ট পৰীক্ষা বিচাৰো |
07:12 | যদি মোৰ পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়.... বা....ষ্ট্ৰিংগ লেনথ..... |
07:30 | নহয়... ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ, এলচ ("else") আতৰাওঁ |
07:36 | প্ৰথম পৰীক্ষাটো মই মোৰ পাচৱৰ্দচ সদৃশ হয়নে চাবলৈ কৰিব বিচাৰো |
07:41 | মই কওঁ "ইফ পাচৱৰ্দ সমান সমান ৰিপিত পাচৱৰ্দ" তেন্তে ক’ডৰ ডাঙৰ ব্লকটো কৰক |
07:53 | অন্যথা উপভোক্তালৈ একৌ কৰক "ইয়’ৰ (Your) পাচৱৰ্দচ (passwords) দু (do) নট (not) মেতচ (match)" |
08:00 | ঠিক আছে? |
08:03 | গতিকে, আপুনি ইয়াত লিখিব পাৰে আৰু আমি কেৰেক্তাৰ লেনথ পৰীক্ষা কৰিব পাৰো |
08:09 | এতিয়া ইউজাৰনেম ("username") আৰু ফুলনেম ("fullname")ৰ কেৰেক্তাৰ লেনথ পৰীক্ষা কৰিবলৈ |
08:14 | গতিকে, "চেক (check) কেৰেক্তাৰ (character) লেনথ (length) অফ (of) ইউজাৰনেম (username) এন্দ (and) ফুলনেম (fullname)" |
08:18 | আৰু সেইটো হ’ব যি আমি আগতে কৈছিলো, "ইফ ইউজাৰনেম ডাঙৰ হয় 25তকৈ" |
08:25 | নতুবা যদি এই ফাংচনটোত ব্যৱ্হাৰ কৰা ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়... |
08.31 | বা ফুলনেমৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়, তেন্তে আমি একৌ কৰো "লেনথ (Length) অফ (of) ইউজাৰনেম (username) অৰ (or) ফুলনেম (fullname) ইজ (is) তু (too) লংগ (long)!" |
08:43 | গতিকে, ইয়াক সৰলকৈ ৰাখিবলৈ আৰু অন্যথা আমি ক’ম |
08:51 | "চেক (check) পাচৱৰ্দ (password) লেনথ (length)" |
08:57 | ইয়াত মই সূচীত কৰিম বা কওঁ ইফ ("if")... এতিয়া মনত ৰাখিব আমাৰ পাচৱৰ্দচ সদৃশ হয়... |
09:04 | গতিকে আমি ইয়াক পাচৱৰ্দ ভেৰিয়েবল এটাত পৰীক্ষা কৰিব লাগিব |
09:09 | ইয়াত মই ক’ম - যদি পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয় বা আমাৰ পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 6 কেৰেক্তাৰতকৈ সৰু হয়.... |
09:23 | ...তেন্তে আমি এৰ’ৰ এটা একৌ কৰিম কৈ "পাচৱৰ্দ (Password) মাষ্ট (must) বি (be) বিতওইন (between) 6 এন্দ (and) 25 কেৰেক্তাৰচ (characters)" |
09:35 | ই নিশ্বয় কাম কৰিব |
09:37 | আমি এই আলোচনা পাছৰ টিউট’ৰিয়েলটোত পুনৰ কৰিম |
09:41 | তাৰ আগতে মই ইয়াত এটা এলচ ("else") ষ্টেতমেন্ত দিম |
09:46 | গতিকে, অন্যথা আমি ক’ম "ৰেজিষ্টাৰ (register) দ (the) ইউজাৰ (user)" |
09:51 | উপভোক্তাক পঞ্জীয়ণ কৰিবলৈ ক’ডটো ইয়ালৈ যাব |
09:56 | পাছৰ টিউট’ৰিয়েলটোত আমি ইয়াক পৰীক্ষা কৰিম আৰু শিকিম কেনেকৈ উপভোক্তাক পঞ্জীয়ণ কৰা হয় আৰু আমি ক’ড ইয়াত থ’ম |
10:06 | ই মূলত আমাৰ পাচৱৰ্দত এটা নিম্নতম বা উচ্চতম সীমা পৰীক্ষা কৰিবলৈ আৰু ইয়াত এই ক’ডৰ ব্লকটো আমাৰ যাদুকৰী "ৰেজিষ্টাৰ (register) দ (the) ইউজাৰ (user)" ক’ডৰ টুকুৰা হ’ব |
10:17 | গতিকে পাছৰ অংশটোত লগ পাম । বিদায় । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |