PHP-and-MySQL/C4/User-Registration-Part-3/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ তৃতীয় অংশলৈ স্বাগতম
00:04 এই অংশত আমি সকলোৰে অৱস্থিতিক পৰীক্ষা কৰিম যাক শেষৰ অংশটোত আলোচনা কৰা হৈছিল
00:10 আহক আমি শেষৰ অংশটোত কি কৰা হৈছিল সোনকালে চাওঁ
00:14 আমি আমাৰ ফুলনেম ("fullname") আৰু ইউজাৰনেম ("username")ৰ টেগচক ভগ্নিত কৰিলো
00:19 আমি আমাৰ পাচৱৰ্দ ("password") ভগ্নিত আৰু এনক্ৰিপ্তেদ কৰিলো
00:23 ফাংচনচৰ বাবে এই ক্ৰমক মনত ৰাখিব, যাতে আমি আমাৰ এনক্ৰিপ্তেদ মানক ভগ্নিত নকৰো
00:30 ইয়াত আমি আমাৰ পঞ্জীয়ণ প্ৰক্ৰিয়া আৰম্ভ কৰিম
00:34 মই এই সকলোৰে অৱস্থিতিক পৰীক্ষা কৰিম
00:38 মই তাক কৰাৰ আগতে দেত ("date")টো সজাম
00:43 এতিয়া, ই দেত ফাংচনটো ব্যৱহাৰ কৰিছে
00:47 ভিতৰত আমাৰ "Y" বছৰৰ বাবে, "m" মাহৰ বাবে আৰু "d" তাৰিখৰ বাবে আছে
00:55 এইটো বৰফলা "Y" 4-দিজতৰ বছৰৰ বাবে । যদি আমি এটা সৰু "y" ব্যৱ্হাৰ কৰো, ই এটা 2-দিজতৰ বছৰ হ’ব
01:02 গতিকে, মোৰ দাতাবেচত, এই মূহুৰ্ত্তত, প্ৰথমে মোৰ বছৰটো আছে, তাৰপাছত মোৰ মাহ আৰু মোৰ দিন আৰু ইহত হাইফেনৰ দ্বাৰা পৃথক হৈছে
01:15 আপুনি ইয়াক চাব পাৰে যেতিয়া আমি ইয়াত দাতাবেচত সোমাওঁ আৰু ইউজাৰচ ("users")ত মান এটা ভৰ্ত্তি কৰো
01:22 আমি দেখিছো যে দেত ("date")টো এটা নিৰ্দিষ্ট ফৰ্মেতত আছে, যদি আমি ইয়াত এই ধৰণৰ ফাংচন ব্যৱ্হাৰ কৰো
01:29 যেতিয়া মই তুদেত টিপো, আপুনি ইয়াত দেখিছে যে আমি বছৰটো এটা 4-দিজত ফৰ্মেতত পালো আৰু আমাৰ মাহ আৰু দিন ইয়াত, হাইফেনৰ দ্বাৰা পৃথক হৈছে
01:40 ই মোৰ দাতাবেচত সেই গাঠণিত মিলিছে
01:45 ঠিক আছে, গতিকে ইফ চাবমিত ("if submit"), তাৰপাছত আমি অৱস্থিতিৰ বাবে চাব লাগিব
01:51 মই এটা কমেন্ত যোগ কৰিম ইয়াত "চেক (check) ফৰ (for) এক্সিচটেঞ্চ (existence)"
01:55 এতিয়া, এইটো সচাকৈ সহজ
01:58 আমি কৰিব বিচৰাটো হৈছে আমি ক’ম ইফ ("if") ষ্টেতমেন্ত আৰু এটা ব্লক তাৰপাছত ক’ডটো
02:05 চৰ্তটো হ’ব "যদি ফুলনেম, ইউজাৰনেম, পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দ উপলদ্ধ", আমাৰ প্ৰমাণটো ইয়াত আছে.... আমি ক’ম "ইফ (if) ইউজাৰনেম (username)" এন্দ ("and")ৰ সৈতে, গতিকে দুটা এম্পাৰচেন্দ চিহ্ন
02:24 তাৰপাছত আমি ক’ম পাচৱৰ্দ ("password") আৰু তাৰপাছত আমি ক’ম....
02:28 মই ফুলনেম ("fullname")টো ইয়াত পাহৰিলো, গতিকে ইয়াক তাত যোগ কৰিম
02:33 ইহতক দুটা এম্পাৰচেন্দ চিহ্নৰে পৃথক কৰি
02:38 শেষৰটো হৈছে ৰিপিত পাচৱৰ্দ ("repeat password") গতিকে তাক লিখো
02:42 আমাক এই সকলোবোৰ লাগিব
02:46 অন্যথা, আমি ক’ম - একৌ "প্লিজ (Please) ফিল (fill) ইন (in)" আৰু ব’ল্দত, "অল (all) ফিল্দচ (fields)"
02:57 আমি তাৰ পাছত এটা পাৰাগ্ৰাফ ব্ৰেক দিম
03:01 লগতে মই ফৰ্মখনৰ আগতে এটা পাৰাগ্ৰাফ ব্ৰেক দিম যাতে আমি দিয়া প্ৰতিটো এৰ’ৰ বাৰ্তালৈ ইয়াক যোগ কৰিব নালাগে
03:10 গতিকে সেইয়াই । আহক ইয়াক চেষ্টা কৰো
03:13 মই মোৰ ৰেজিষ্টাৰ ("register") পৃষ্ঠালৈ ঘূৰি যাম
03:17 আমি ইয়াক পালো ইয়াত । আহক ৰেজিষ্টাৰত টিপো
03:20 "প্লিজ (Please) ফিল (fill) ইন (in) অল (all) ফিল্দচ (fields)"
03:22 ইয়াত কিছু ফিল্দচ লিখো
03:25 আমাৰ পাচৱৰ্দ এটা নিৰ্বাচিত কৰো
03:27 আমি পাচৱৰ্দটো ৰিপিত নকৰো
03:30 ৰেজিষ্টাৰ । ৰিপিত পাচৱৰ্দ....
03:42 ৰিপিত পাচৱৰ্দ
03:45 এই মূহুৰ্ত্তত ই কাম নকৰাৰ কাৰণটো হৈছে, একো নোহোৱা "md5" মান এটা সমান হৈছে টেকস্তৰ "md5" ষ্ট্ৰিংগ এটাৰ
03:56 টেকস্তৰ এনক্ৰিপ্তেদ ষ্ট্ৰিংগ এটা
04:00 গতিকে, মই ভাবো আমি ইয়াত "md5" ফাংচনটো উঠাই ল’ব লাগিব
04:06 আপুনি শেষৰ বন্ধনী আতৰ কৰাতো নিশ্বিত কৰক । মই তললৈ আহিম ইয়াত আৰু সকলো দাতাৰ বাবে চাম
04:14 গতিকে, মই ঘূৰি যাম আৰু ইয়াক পুনৰ চেষ্টা কৰিম
04:17 মনত ৰাখিব ই আগতে কাম কৰা নাছিলে যেতিয়া আমি এটা ৰিপিত পাচৱৰ্দ ("repeat password") লোৱা নাছিলো
04:23 গতিকে যদি মই এটা ৰিপিত বা এটা পাচৱৰ্দ নিৰ্বাচিত নকৰো আমি এৰ’ৰ পাওঁ
04:30 যদি মই পুনৰ ৰিপিত পাচৱৰ্দটোৰ বাহিৰে মান এটা নিৰ্বাচিত কৰো, আমি তথাপিওঁ এই এৰ’ৰ পাওঁ
04:37 সেইটোৱেই সমস্যা । আমি ক’ব লাগিব - যদি সকলোবস্তু উপলদ্ধ তেন্তে আমি পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দ পৰিবৰ্ত্তন কৰিব পাৰো
04:46 গতিকে মই ক’ম পাচৱৰ্দ ("password") সমান পাচৱৰ্দৰ "md5"
04:53 ই আমাৰ আচল ভেৰিয়েবল মানক এনক্ৰিপ্ত কৰিব আৰু একেটা ভেৰিয়েবলত নতুন পাচৱৰ্দ ক’ড এটা জমা কৰিব
05:00 আমি লগতে ক’ব লাগিব ৰিপিত পাচৱৰ্দ ("repeat password") সমান "md5" আৰু ৰিপিত পাচৱৰ্দ ("repeat password")
05:08 ইয়াত ইয়াক এনক্ৰিপ্ত পাচৱৰ্দ ("encrypt password") হিচাবে কমেন্ত কৰক । আমি পাচৱৰ্দ এনক্ৰিপ্তেদ কৰিলো
05:15 এতিয়া আমি দাতাবেচত আমাৰ সকলো দাতা যোগ কৰিম
05:21 মই ইয়াক কৰিম । কাৰণ আমি পঞ্জীয়ণলৈ যোৱা আমাৰ দাতা পালো, আমি প্ৰতিটো দাতাৰ বাবে এটা উচ্চতম সীমা সজাম যি ইনপুত হয়
05:39 এতিয়া আমি কওঁ আমাৰ ফুলনেম, ইউজাৰনেম, পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দৰ বাবে 25 কেৰেক্তাৰচ । গতিকে উচ্চতম মানটো হৈছে 25
05:50 গতিকে মই ক’ম - যদি ইউজাৰনেমৰ ষ্ট্ৰিংগ লেনথটো ডাঙৰ বা বৃহৎ হয় 25তকৈ.... বা....
06:05 ফুলনেমৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়
06:15 আহক ইহতক পৃথককৈ চাওঁ আৰু কওঁ যদি আপোনাৰ ইউজাৰনেম বা ফুলনেমৰ লেনথটো অতি দীঘল
06:24 মই ইয়াক শুদ্ধকৈ দিম
06:27 যদি এই মানসমূহৰ প্ৰত্যেকেই 25তকৈ ডাঙৰ বা 25তকৈ বৃহৎ হয়
06:34 আমি এই মানসমূহ একৌ কৰিম
06:40 কৈ ইউজাৰনেম ("username") বা......... নহয়....
06:48 মই কওঁ "মেক্স (Max) লিমিত (limit) ফৰ (for) ইউজাৰনেম (username) অৰ (or) ফুলনেম (fullname) আৰ (are) 25 কেৰেক্তাৰচ (characters)"
06:55 অন্যথা মই মোৰ পাচৱৰ্দ লেনথ পৰীক্ষা কৰিম
07:01 এতিয়া মই এইটো কৰিবলৈ সিদ্ধান্ত কৰিলো - "চেক (check) পাচৱৰ্দ (password) লেনথ (length)" কাৰণ মই ইয়াৰ বাবে এটা নিৰ্দিষ্ট পৰীক্ষা বিচাৰো
07:12 যদি মোৰ পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়.... বা....ষ্ট্ৰিংগ লেনথ.....
07:30 নহয়... ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ, এলচ ("else") আতৰাওঁ
07:36 প্ৰথম পৰীক্ষাটো মই মোৰ পাচৱৰ্দচ সদৃশ হয়নে চাবলৈ কৰিব বিচাৰো
07:41 মই কওঁ "ইফ পাচৱৰ্দ সমান সমান ৰিপিত পাচৱৰ্দ" তেন্তে ক’ডৰ ডাঙৰ ব্লকটো কৰক
07:53 অন্যথা উপভোক্তালৈ একৌ কৰক "ইয়’ৰ (Your) পাচৱৰ্দচ (passwords) দু (do) নট (not) মেতচ (match)"
08:00 ঠিক আছে?
08:03 গতিকে, আপুনি ইয়াত লিখিব পাৰে আৰু আমি কেৰেক্তাৰ লেনথ পৰীক্ষা কৰিব পাৰো
08:09 এতিয়া ইউজাৰনেম ("username") আৰু ফুলনেম ("fullname")ৰ কেৰেক্তাৰ লেনথ পৰীক্ষা কৰিবলৈ
08:14 গতিকে, "চেক (check) কেৰেক্তাৰ (character) লেনথ (length) অফ (of) ইউজাৰনেম (username) এন্দ (and) ফুলনেম (fullname)"
08:18 আৰু সেইটো হ’ব যি আমি আগতে কৈছিলো, "ইফ ইউজাৰনেম ডাঙৰ হয় 25তকৈ"
08:25 নতুবা যদি এই ফাংচনটোত ব্যৱ্হাৰ কৰা ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়...
08.31 বা ফুলনেমৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়, তেন্তে আমি একৌ কৰো "লেনথ (Length) অফ (of) ইউজাৰনেম (username) অৰ (or) ফুলনেম (fullname) ইজ (is) তু (too) লংগ (long)!"
08:43 গতিকে, ইয়াক সৰলকৈ ৰাখিবলৈ আৰু অন্যথা আমি ক’ম
08:51 "চেক (check) পাচৱৰ্দ (password) লেনথ (length)"
08:57 ইয়াত মই সূচীত কৰিম বা কওঁ ইফ ("if")... এতিয়া মনত ৰাখিব আমাৰ পাচৱৰ্দচ সদৃশ হয়...
09:04 গতিকে আমি ইয়াক পাচৱৰ্দ ভেৰিয়েবল এটাত পৰীক্ষা কৰিব লাগিব
09:09 ইয়াত মই ক’ম - যদি পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয় বা আমাৰ পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 6 কেৰেক্তাৰতকৈ সৰু হয়....
09:23 ...তেন্তে আমি এৰ’ৰ এটা একৌ কৰিম কৈ "পাচৱৰ্দ (Password) মাষ্ট (must) বি (be) বিতওইন (between) 6 এন্দ (and) 25 কেৰেক্তাৰচ (characters)"
09:35 ই নিশ্বয় কাম কৰিব
09:37 আমি এই আলোচনা পাছৰ টিউট’ৰিয়েলটোত পুনৰ কৰিম
09:41 তাৰ আগতে মই ইয়াত এটা এলচ ("else") ষ্টেতমেন্ত দিম
09:46 গতিকে, অন্যথা আমি ক’ম "ৰেজিষ্টাৰ (register) দ (the) ইউজাৰ (user)"
09:51 উপভোক্তাক পঞ্জীয়ণ কৰিবলৈ ক’ডটো ইয়ালৈ যাব
09:56 পাছৰ টিউট’ৰিয়েলটোত আমি ইয়াক পৰীক্ষা কৰিম আৰু শিকিম কেনেকৈ উপভোক্তাক পঞ্জীয়ণ কৰা হয় আৰু আমি ক’ড ইয়াত থ’ম
10:06 ই মূলত আমাৰ পাচৱৰ্দত এটা নিম্নতম বা উচ্চতম সীমা পৰীক্ষা কৰিবলৈ আৰু ইয়াত এই ক’ডৰ ব্লকটো আমাৰ যাদুকৰী "ৰেজিষ্টাৰ (register) দ (the) ইউজাৰ (user)" ক’ডৰ টুকুৰা হ’ব
10:17 গতিকে পাছৰ অংশটোত লগ পাম । বিদায় । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9