PHP-and-MySQL/C4/Sending-Email-Part-3/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | স্বাগতম । আমি কেনেকৈ এই "'চেন্দমেইল(Sendmail)_ফ্ৰম(from)' নত (not) চেত (set) ইন (in) php দত (dot) ini" এৰ’ৰটো ঠিক কৰিম? |
00:11 | আমি ইমেইলটো কাৰ পৰা আহিছে নিৰ্ধাৰিত কৰা নাই |
00:18 | আমি ইমেইলটো পঠাবলৈ এইটো কৰিব লাগিব |
00:23 | আমি ইয়াত ফ্ৰম ("from") পাৰামিটাৰৰ দৰে কিবা এটা ব্যৱ্হাৰ নকৰো |
00:29 | আমি নিৰ্দিষ্ট হেদাৰচ (headers)লৈ পঠাব লাগিব |
00:32 | গতিকে, ইয়াত আমি এটা হেদাৰচ ("$headers") ভেৰিয়েবল বনাম যি "me @me.com"ৰ দৰে কিবা এটাৰ সমান নহয় |
00:43 | আমি যি কৰিব লাগিব সেইয়া হৈছে, প্ৰমিত (standardized) মেইল হেদাৰ (mail header)টোৰ সৈতে কাম কৰিব লাগিব আৰু সি হৈছে "ফ্ৰম(From):" আৰু এটা ক’লন চেমিক’লন নহয় আৰু তাৰপাছত আমি কওঁ উদাহৰণস্বৰূপে "PHP একাদেমি(Academy)" |
00:54 | বা আপুনি "এদমিন (admin) @PHP একাদেমি (Academy)"ৰ দৰে কিবা এটা ক’ব পাৰে আৰু ".com" যোগ কৰিব পাৰে, যদি আপুনি বিচাৰে |
01:02 | মোৰ প্ৰকৃততে সেই দ’মেইন নেম (domain name)টো নাই কিন্তু আমি ইয়াক তেনেদৰে ৰাখিম |
01:08 | গতিকে "ফ্ৰম(From): এদমিন (admin) @phpacademy.com". |
01:11 | আৰু এতিয়া, আমাৰ মেইলৰ ভিতৰত আমি আনএটা পাৰামিটাৰ যোগ কৰিব লাগিব যি হৈছে হেদাৰচ ("headers") |
01:18 | আৰু এতিয়া আমি ইয়ালৈ আহো আৰু আপুনি লিখিব পাৰে এলেক্স ("Alex") আৰু ইয়াত "দিচ (This) ইজ (is) এ (a) টেষ্ট (test)!" |
01:24 | "চেন্দ (Send) মি (me) দিচ (this)"ত টিপক আৰু আমি আনএটা এৰ’ৰ পাওঁ |
01:27 | এতিয়া মই মোৰ কম্পিউতাৰত প্ৰকৃততে এটা মেইল চাৰ্ভাৰ চলোৱা নাই |
01:33 | যদি আপুনি আপোনাৰ কম্পিউতাৰত এটা মেইল চাৰ্ভাৰ চলাব নিবিচাৰে, গুগুল (google) মেইল ফ্ৰি মেইল চাৰ্ভাৰৰ বাবে আৰু ই আপোনাৰ কম্পিউতাৰত এটা মেইল চাৰ্ভাৰ (mail server) ইনস্তল কৰিব আমি বৰ্ত্তমান ল’কেল হ’ষ্ট (local host) এটাত চলাই কৰি থকাৰ দৰে |
01:46 | গতিকে, আপোনাৰ ল’কেল হ’ষ্ট (local host)ৰ ভিতৰত চলি থকা SMTP মেইল (mail) চাৰ্ভাৰ (server) এটা থাকিব |
01:54 | এতিয়া, যিহেতু মোৰ এটা মেইল চাৰ্ভাৰ (mail server) নাই, মই মোৰ বিশ্ববিদ্যালয় (university)ৰ ইমেইল চিষ্টেমটো ব্যৱ্হাৰ কৰিম যি হৈছে DNS বা মোৰ বিশ্ববিদ্যালয়ৰ ইমেইলৰ "দ’মেইন (Domain) নেম (Name) চাৰ্ভাৰ (Server)" |
02:06 | সেই পদ্ধতিটোৰেই মোৰ ইমেইলটো মোৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা পঠোৱা হয় |
02:11 | যদি আপুনি এটা নিৰ্দিষ্ট DNS চাৰ্ভাৰ জানে, যদি আপোনাৰ ইতিমধ্যে এটা দ’মেইন নেম আছে, যদি আপোনাৰ এটা ওৱেবচাইত আছে আপুনি ইয়াক জানিব বা আপুনি ইয়াক বিচাৰি পাবলৈ সক্ষম হ’ব, কমপক্ষেওঁ |
02:22 | আপুনি তাৰ দ্বাৰা এটা ইমেইল পঠাবলৈ সক্ষম হ’ব |
02:27 | মই জানো যে মোৰ বিশ্ববিদ্যালয়ৰ ইমেইলৰ DNS চাৰ্ভাৰটো হৈছে "মেইলহ’ষ্ট (mailhost) দত (dot) চেফ (shef) দত (dot) এচি (ac) দত (dot) uk" কাৰণ মই চেফিল্দ (Sheffield) বিশ্ববিদ্যালয়ত |
02:36 | গতিকে মই ইয়াক মোৰ "php দত (dot) ini"ত অন্তৰ্ভুক্ত কৰিব লাগিব |
02:41 | আৰু ইয়াক কৰাৰ উত্তম পদ্ধতিটো হৈছে ইয়ালৈ অহা আৰু আমাৰ ভেৰিয়েবলচ চেতাপ কৰাটো |
02:46 | ঠিক আছে, আমাক 2 লাগিব, SMTPক "php দত (dot) ini"ত সজাওঁক |
02:59 | আৰু মোৰ "php দত (dot) ini" ফাইলটো খোলাৰ পৰিবৰ্তে, মই "ini_set()" ফাংচনটো ব্যৱ্হাৰ কৰিম |
03:05 | আৰু ভেৰিয়েবলৰ নামটো হৈছে "SMTP" |
03:12 | গতিকে, আমি আমাৰ "php দত (dot) ini" ফাইলৰ ভিতৰত এই শাৰীটো এদিত কৰিছো |
03:16 | আৰু মই তাত মেইলহ’ষ্ট ("mailhost")টো মান হিচাবে লিখো |
03:20 | ইয়াত আমি কওঁ একৌ (echo) "get_ini()" যি এটা নিৰ্দিষ্ট মান পায় |
03:25 | পাছত মই ক’ম "SMTP" আৰু সি তাত স্ক্ৰিপ্তটো শেষ কৰিব পাৰে |
03:30 | গতিকে, আমি চাব পাৰো ই কেনেদৰে কাম কৰে |
03:32 | গতিকে, যদি মই কওঁ এলেক্স ("Alex") আৰু তাৰপাছত টেষ্ট ("Test") আৰু "চেন্দ (Send) মি (me) দিচ (this)"ত টিপো |
03:40 | ক্ষমা কৰিব! মই ইয়াক সম্পূৰ্ণ ভুলকৈ লিখিলো । ডাঙৰ ভুল । সেইটো হৈছে "ini_get()" আৰু আহক তাক ৰিফ্ৰেছ কৰো |
03:52 | ঠিক আছে, আমি মূলত "SMTP"ক আমাৰ "ini" ফাইলৰ ভিতৰত "মেইল (mail) হ’ষ্ট (host) দত (dot) চেফ (shef) দত (dot) এচি (ac) দত (dot) uk"লৈ সজাইছো |
03:59 | আৰু তাৰপাছত আমি ইয়াৰ মানটো একৌ (echo) কৰিম |
04:03 | গতিকে, ই মোক ক’ব যে - তাক "মেইল (mail) হ’ষ্ট (host) দত (dot) চেফ (shef) দত (dot) এচি (ac) দত (dot) uk"লৈ সজোৱা হ’ল |
04:10 | এই মেইল (mail) হ’ষ্ট (host) চাৰ্ভাৰ (server) বা DNS চাৰ্ভাৰে কাম কৰে বুলি ভাবিলে, তেন্তে ক’ডটোৰ বাকীখিনিয়ে কাম কৰিব |
04:17 | আমাৰ মেইল পঠোৱাৰ পাছত, মই পৃষ্ঠাটো শেষ কৰিম |
04:24 | নহয়....মই নকৰো । মই পৃষ্ঠাটো শেষ কৰিম |
04:28 | আহক ঘূৰি যাওঁ আৰু কওঁ এলেক্স ("Alex") আৰু "দিচ (This) ইজ (is) এ (a) টেষ্ট (test)" |
04:36 | সকলো ঠিকে আছেনে পৰীক্ষা কৰো । আমি মোৰ তু ("$to") পালো, মোৰ চাবজেক্ট ("$subject"), মোৰ হেদাৰচ ("$headers") কৈ "ফ্ৰম(From):admin@phpacademy.com" |
04:45 | আৰু আমাৰ ব’দি ($body) ইয়াত আৰু আমি আমাৰ mail() ফাংচন কাৰ্যকৰী কৰিছো |
04:51 | গতিকে, যেতিয়া মই "চেন্দ (Send) মি (me) দিচ (this)"ত টিপো, একো নহয় । আমি কোনো এৰ’ৰচ পোৱা নাই, গতিকে আমি ভাবিব পাৰো যে সকলোৱে কাম কৰিছে |
04:58 | যদি মই মোৰ হতমেইল (Hotmail) বা মোৰ ইমেইললৈ আহো আৰু মোৰ ইনবক্স (INBOX)ত টিপো, আপুনি চাব পাৰে যে আমি এতিয়া "এদমিন (admin) @ phpacademy দত (dot) com"ৰ পৰা এটা মেইল পালো |
05:09 | যদি আমি ইয়াত টিপো, আমাৰ চাবজেক্ট লাইন হিচাবে "ইমেইেল (Email) ফ্ৰম (from) PHPAcademy" আছে যি আমি ইয়াত সজাইছিলো |
05:17 | আৰু আমাৰ ইমেইল এদ্ৰেচটো আছে যি মই সূচীত কৰিছিলো |
05:22 | আপুনি ইয়াক ফ্ৰম এলেক্স বা ফ্ৰম 'phpacademy' হিচাবে থ’ব পাৰে |
05:27 | আৰু তাৰপাছত আমাৰ "দিচ (This) ইজ (is) এন (an) ইমেইল (email) ফ্ৰম (from) এলেক্স (Alex)" আছে যি হৈছে আমি ইয়াত ফৰ্ম (form) খনৰ ভিতৰত দিয়া নামটো |
05:35 | আৰু তাৰপাছত আমাৰ দুটা লাইন-ব্ৰেকচ আছে যি বৰ্ত্তমান হৈছে, 1 আৰু 2 |
05:40 | আৰু "দিচ (This) ইজ (is) এ (a) টেষ্ট (test)" যি হৈছে মই তাত থোৱা টেকস্তটো |
05:46 | গতিকে, সি হৈছে এটা মেইল (mail) ফাংচন মোৰ বিশ্ববিদ্যালয়ৰ DNS মেইল চাৰ্ভাৰটো ব্যৱ্হাৰ কৰি |
05:50 | আপোনাৰ INSPৰ এটা DNS মেইল চাৰ্ভাৰ থাকিব |
05:55 | ইয়াক হয়তো প্ৰমাণীকৰণ (authentication)ৰ প্ৰয়োজন হয় যাৰ ওপৰত মই সোনকালে টিউট’ৰিয়েলটো সম্পূৰ্ণ কৰিম |
06:00 | গতিকে, যদি ই আপোনাৰ বাবে কাম নকৰে সেই টিউট’ৰিয়েলটো চাওঁক বা মোক ইমেইল এটা দিব বা মোক মোৰ ইউ-টিউব (you-tube)ৰ দ্বাৰা যোগাযোগ কৰিব |
06:09 | ঠিক আছে, গতিকে মই আশা কৰো যে সেইটো বহুতো লোকলৈ উপযোগী হ’ল |
06:13 | অনুগ্ৰহ কৰি চাবস্ক্ৰাইব কৰক যদি আপুনি ইতিমধ্যে কৰা নাই |
06:15 | ঠিক আছে, দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায় |