PHP-and-MySQL/C4/Sending-Email-Part-3/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 স্বাগতম । আমি কেনেকৈ এই "'চেন্দমেইল(Sendmail)_ফ্ৰম(from)' নত (not) চেত (set) ইন (in) php দত (dot) ini" এৰ’ৰটো ঠিক কৰিম?
00:11 আমি ইমেইলটো কাৰ পৰা আহিছে নিৰ্ধাৰিত কৰা নাই
00:18 আমি ইমেইলটো পঠাবলৈ এইটো কৰিব লাগিব
00:23 আমি ইয়াত ফ্ৰম ("from") পাৰামিটাৰৰ দৰে কিবা এটা ব্যৱ্হাৰ নকৰো
00:29 আমি নিৰ্দিষ্ট হেদাৰচ (headers)লৈ পঠাব লাগিব
00:32 গতিকে, ইয়াত আমি এটা হেদাৰচ ("$headers") ভেৰিয়েবল বনাম যি "me @me.com"ৰ দৰে কিবা এটাৰ সমান নহয়
00:43 আমি যি কৰিব লাগিব সেইয়া হৈছে, প্ৰমিত (standardized) মেইল হেদাৰ (mail header)টোৰ সৈতে কাম কৰিব লাগিব আৰু সি হৈছে "ফ্ৰম(From):" আৰু এটা ক’লন চেমিক’লন নহয় আৰু তাৰপাছত আমি কওঁ উদাহৰণস্বৰূপে "PHP একাদেমি(Academy)"
00:54 বা আপুনি "এদমিন (admin) @PHP একাদেমি (Academy)"ৰ দৰে কিবা এটা ক’ব পাৰে আৰু ".com" যোগ কৰিব পাৰে, যদি আপুনি বিচাৰে
01:02 মোৰ প্ৰকৃততে সেই দ’মেইন নেম (domain name)টো নাই কিন্তু আমি ইয়াক তেনেদৰে ৰাখিম
01:08 গতিকে "ফ্ৰম(From): এদমিন (admin) @phpacademy.com".
01:11 আৰু এতিয়া, আমাৰ মেইলৰ ভিতৰত আমি আনএটা পাৰামিটাৰ যোগ কৰিব লাগিব যি হৈছে হেদাৰচ ("headers")
01:18 আৰু এতিয়া আমি ইয়ালৈ আহো আৰু আপুনি লিখিব পাৰে এলেক্স ("Alex") আৰু ইয়াত "দিচ (This) ইজ (is) এ (a) টেষ্ট (test)!"
01:24 "চেন্দ (Send) মি (me) দিচ (this)"ত টিপক আৰু আমি আনএটা এৰ’ৰ পাওঁ
01:27 এতিয়া মই মোৰ কম্পিউতাৰত প্ৰকৃততে এটা মেইল চাৰ্ভাৰ চলোৱা নাই
01:33 যদি আপুনি আপোনাৰ কম্পিউতাৰত এটা মেইল চাৰ্ভাৰ চলাব নিবিচাৰে, গুগুল (google) মেইল ফ্ৰি মেইল চাৰ্ভাৰৰ বাবে আৰু ই আপোনাৰ কম্পিউতাৰত এটা মেইল চাৰ্ভাৰ (mail server) ইনস্তল কৰিব আমি বৰ্ত্তমান ল’কেল হ’ষ্ট (local host) এটাত চলাই কৰি থকাৰ দৰে
01:46 গতিকে, আপোনাৰ ল’কেল হ’ষ্ট (local host)ৰ ভিতৰত চলি থকা SMTP মেইল (mail) চাৰ্ভাৰ (server) এটা থাকিব
01:54 এতিয়া, যিহেতু মোৰ এটা মেইল চাৰ্ভাৰ (mail server) নাই, মই মোৰ বিশ্ববিদ্যালয় (university)ৰ ইমেইল চিষ্টেমটো ব্যৱ্হাৰ কৰিম যি হৈছে DNS বা মোৰ বিশ্ববিদ্যালয়ৰ ইমেইলৰ "দ’মেইন (Domain) নেম (Name) চাৰ্ভাৰ (Server)"
02:06 সেই পদ্ধতিটোৰেই মোৰ ইমেইলটো মোৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা পঠোৱা হয়
02:11 যদি আপুনি এটা নিৰ্দিষ্ট DNS চাৰ্ভাৰ জানে, যদি আপোনাৰ ইতিমধ্যে এটা দ’মেইন নেম আছে, যদি আপোনাৰ এটা ওৱেবচাইত আছে আপুনি ইয়াক জানিব বা আপুনি ইয়াক বিচাৰি পাবলৈ সক্ষম হ’ব, কমপক্ষেওঁ
02:22 আপুনি তাৰ দ্বাৰা এটা ইমেইল পঠাবলৈ সক্ষম হ’ব
02:27 মই জানো যে মোৰ বিশ্ববিদ্যালয়ৰ ইমেইলৰ DNS চাৰ্ভাৰটো হৈছে "মেইলহ’ষ্ট (mailhost) দত (dot) চেফ (shef) দত (dot) এচি (ac) দত (dot) uk" কাৰণ মই চেফিল্দ (Sheffield) বিশ্ববিদ্যালয়ত
02:36 গতিকে মই ইয়াক মোৰ "php দত (dot) ini"ত অন্তৰ্ভুক্ত কৰিব লাগিব
02:41 আৰু ইয়াক কৰাৰ উত্তম পদ্ধতিটো হৈছে ইয়ালৈ অহা আৰু আমাৰ ভেৰিয়েবলচ চেতাপ কৰাটো
02:46 ঠিক আছে, আমাক 2 লাগিব, SMTPক "php দত (dot) ini"ত সজাওঁক
02:59 আৰু মোৰ "php দত (dot) ini" ফাইলটো খোলাৰ পৰিবৰ্তে, মই "ini_set()" ফাংচনটো ব্যৱ্হাৰ কৰিম
03:05 আৰু ভেৰিয়েবলৰ নামটো হৈছে "SMTP"
03:12 গতিকে, আমি আমাৰ "php দত (dot) ini" ফাইলৰ ভিতৰত এই শাৰীটো এদিত কৰিছো
03:16 আৰু মই তাত মেইলহ’ষ্ট ("mailhost")টো মান হিচাবে লিখো
03:20 ইয়াত আমি কওঁ একৌ (echo) "get_ini()" যি এটা নিৰ্দিষ্ট মান পায়
03:25 পাছত মই ক’ম "SMTP" আৰু সি তাত স্ক্ৰিপ্তটো শেষ কৰিব পাৰে
03:30 গতিকে, আমি চাব পাৰো ই কেনেদৰে কাম কৰে
03:32 গতিকে, যদি মই কওঁ এলেক্স ("Alex") আৰু তাৰপাছত টেষ্ট ("Test") আৰু "চেন্দ (Send) মি (me) দিচ (this)"ত টিপো
03:40 ক্ষমা কৰিব! মই ইয়াক সম্পূৰ্ণ ভুলকৈ লিখিলো । ডাঙৰ ভুল । সেইটো হৈছে "ini_get()" আৰু আহক তাক ৰিফ্ৰেছ কৰো
03:52 ঠিক আছে, আমি মূলত "SMTP"ক আমাৰ "ini" ফাইলৰ ভিতৰত "মেইল (mail) হ’ষ্ট (host) দত (dot) চেফ (shef) দত (dot) এচি (ac) দত (dot) uk"লৈ সজাইছো
03:59 আৰু তাৰপাছত আমি ইয়াৰ মানটো একৌ (echo) কৰিম
04:03 গতিকে, ই মোক ক’ব যে - তাক "মেইল (mail) হ’ষ্ট (host) দত (dot) চেফ (shef) দত (dot) এচি (ac) দত (dot) uk"লৈ সজোৱা হ’ল
04:10 এই মেইল (mail) হ’ষ্ট (host) চাৰ্ভাৰ (server) বা DNS চাৰ্ভাৰে কাম কৰে বুলি ভাবিলে, তেন্তে ক’ডটোৰ বাকীখিনিয়ে কাম কৰিব
04:17 আমাৰ মেইল পঠোৱাৰ পাছত, মই পৃষ্ঠাটো শেষ কৰিম
04:24 নহয়....মই নকৰো । মই পৃষ্ঠাটো শেষ কৰিম
04:28 আহক ঘূৰি যাওঁ আৰু কওঁ এলেক্স ("Alex") আৰু "দিচ (This) ইজ (is) এ (a) টেষ্ট (test)"
04:36 সকলো ঠিকে আছেনে পৰীক্ষা কৰো । আমি মোৰ তু ("$to") পালো, মোৰ চাবজেক্ট ("$subject"), মোৰ হেদাৰচ ("$headers") কৈ "ফ্ৰম(From):admin@phpacademy.com"
04:45 আৰু আমাৰ ব’দি ($body) ইয়াত আৰু আমি আমাৰ mail() ফাংচন কাৰ্যকৰী কৰিছো
04:51 গতিকে, যেতিয়া মই "চেন্দ (Send) মি (me) দিচ (this)"ত টিপো, একো নহয় । আমি কোনো এৰ’ৰচ পোৱা নাই, গতিকে আমি ভাবিব পাৰো যে সকলোৱে কাম কৰিছে
04:58 যদি মই মোৰ হতমেইল (Hotmail) বা মোৰ ইমেইললৈ আহো আৰু মোৰ ইনবক্স (INBOX)ত টিপো, আপুনি চাব পাৰে যে আমি এতিয়া "এদমিন (admin) @ phpacademy দত (dot) com"ৰ পৰা এটা মেইল পালো
05:09 যদি আমি ইয়াত টিপো, আমাৰ চাবজেক্ট লাইন হিচাবে "ইমেইেল (Email) ফ্ৰম (from) PHPAcademy" আছে যি আমি ইয়াত সজাইছিলো
05:17 আৰু আমাৰ ইমেইল এদ্ৰেচটো আছে যি মই সূচীত কৰিছিলো
05:22 আপুনি ইয়াক ফ্ৰম এলেক্স বা ফ্ৰম 'phpacademy' হিচাবে থ’ব পাৰে
05:27 আৰু তাৰপাছত আমাৰ "দিচ (This) ইজ (is) এন (an) ইমেইল (email) ফ্ৰম (from) এলেক্স (Alex)" আছে যি হৈছে আমি ইয়াত ফৰ্ম (form) খনৰ ভিতৰত দিয়া নামটো
05:35 আৰু তাৰপাছত আমাৰ দুটা লাইন-ব্ৰেকচ আছে যি বৰ্ত্তমান হৈছে, 1 আৰু 2
05:40 আৰু "দিচ (This) ইজ (is) এ (a) টেষ্ট (test)" যি হৈছে মই তাত থোৱা টেকস্তটো
05:46 গতিকে, সি হৈছে এটা মেইল (mail) ফাংচন মোৰ বিশ্ববিদ্যালয়ৰ DNS মেইল চাৰ্ভাৰটো ব্যৱ্হাৰ কৰি
05:50 আপোনাৰ INSPৰ এটা DNS মেইল চাৰ্ভাৰ থাকিব
05:55 ইয়াক হয়তো প্ৰমাণীকৰণ (authentication)ৰ প্ৰয়োজন হয় যাৰ ওপৰত মই সোনকালে টিউট’ৰিয়েলটো সম্পূৰ্ণ কৰিম
06:00 গতিকে, যদি ই আপোনাৰ বাবে কাম নকৰে সেই টিউট’ৰিয়েলটো চাওঁক বা মোক ইমেইল এটা দিব বা মোক মোৰ ইউ-টিউব (you-tube)ৰ দ্বাৰা যোগাযোগ কৰিব
06:09 ঠিক আছে, গতিকে মই আশা কৰো যে সেইটো বহুতো লোকলৈ উপযোগী হ’ল
06:13 অনুগ্ৰহ কৰি চাবস্ক্ৰাইব কৰক যদি আপুনি ইতিমধ্যে কৰা নাই
06:15 ঠিক আছে, দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায়

Contributors and Content Editors

Mausamh9