PHP-and-MySQL/C3/MySQL-Part-6/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ ! পূৰ্বৰ টিউট’ৰিয়েলটোত, আমি দাতা নিৰ্বাচিত কৰিলো আৰু সফলভাবে দাতা আমাৰ পৃষ্ঠাটোলৈ দৰ্শিত কৰিলো |
00:09 | আহক আমি ইয়াত এই পৃষ্ঠাটোলৈ ঘূৰি যাওঁ । আমি চাব পাৰো যে সকলো ঠিকে কাম কৰি আছে |
00:15 | ইয়াত আমাৰ সকলো দাতা আছে |
00:17 | আমি শিকিবলগীয়া পাছৰ বস্তুটো হৈছে কেনেকৈ কোনোঠাইত নিৰ্ধাৰণ কৰিব পাৰি যাতে উপভোক্তাসকলে নিজে দাতা (data) ভৰ্ত্তি আৰু নিৰ্ধাৰিত কৰিব পাৰে |
00:23 | এইটো কৰিবলৈ, মই মোৰ পৃষ্ঠাটোত "কানেক্ট ইনক্লোড" ("connect include")ৰ বাহিৰে সকলো ক’ড নাইকীয়া কৰিম |
00:29 | যদি মই মোৰ দাতাবেচলৈ সংযোগ নকৰো, ই কাম নকৰিব |
00:33 | তাত বহুতো নিস্কাষিত আৰু কিছু অন্য বস্তু পোৱা যাব |
00:42 | মই ফাৰ্ষ্টনেম (firstname), লাষ্টনেম (lastname), দেত অফ বাৰ্থ (date of birth) আৰু জেন্দাৰ (gender) - ফিমেল বা মে’ল ৰাখিম |
00:53 | ইয়াৰ তলত, মই এখন ফৰ্ম (form) নিৰ্মান কৰিম |
00:55 | এইখন এখন html ফৰ্ম(form) হ’ব, গতিকে আমি আমাৰ টেগচ (tags) আৰম্ভ আৰু শেষ কৰিব লাগিব |
01:03 | আমাৰ একচন (action)টো "mysql dot(দত) php" হ’ব আৰু আমাৰ মেথদ (method)টো হ’ব প’ষ্ট ("POST") |
01:13 | ইয়াত আমি এখন ফৰ্ম নিৰ্মান কৰিম য’ত উপভোক্তাই এটা নাম নিৰ্ধাৰিত কৰিব পাৰিব |
01:18 | নেম (name)ৰ বাবে আমি আমাৰ চাৰনেম ("surname") ব্যৱহাৰ কৰিম |
01:22 | আপুনি সিহঁতৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে । উদাহৰণস্বৰূপে, আপোনাৰ জন্মৰ তাৰিখ বা জেন্দাৰ বিচাৰিবলৈ |
01:28 | এইটো আপোনাৰ পচন্দ |
01:30 | আপুনি আনকি বিচাৰিবলৈ 2 ফিল্ডচ (fields) ব্যৱহাৰ কৰিব পাৰে |
01:33 | এতিয়া মই আপোনাক কেনেকৈ 2 ফিল্ডচ (fields) ব্যৱহাৰ কৰা হয় দেখুৱাম যাতে আপুনি জানে যে ই অধিক জটিল নহয় কিন্তু সহজ |
01:40 | ইয়াত মই ফাৰ্ষ্টনেম ("Firstname") লিখিম আৰু মই টেক্সত ("text") টাইপ (type)ৰ এটা ইনপুট (input) বক্স নিৰ্মান কৰিম আৰু ইয়াৰ নেম (name)টো হ’ব ফাৰ্ষ্টনেম ("Firstname") |
01:51 | আমি ইয়াত এটা ব্ৰেক (break) নিৰ্মান কৰিম আৰু লাষ্টনেম ("Lastname") লিখিম |
01:55 | পাছত আমি আগৰ শাৰীটো কপি কৰি আৰু ইয়াত পেষ্ট কৰি আন এটা ইনপুট বক্স নিৰ্মান কৰিম |
02:03 | গতিকে, এই শাৰীটো একেবাৰে একে কিন্তু ফাৰ্ষ্টনেম ("Firstname")ৰ পৰিবৰ্তে, আমি লাষ্টনেম ("Lastname") লিখো |
02:11 | আমি লিখিম ইনপুট টাইপ (input type) সমান ছাবমিত ("submit") আৰু তাৰ মানটো গেত দাতা ("Get data") হ’ব |
02:21 | গতিকে আমি ফাৰ্ষ্টনেম ("Firstname") আৰু লাষ্টনেম ("Lastname") আৰু ছাবমিত ("submit") বুটামটো লৈছো |
02:25 | যদি মই ইয়াক ৰিফ্ৰেছ কৰো, আমি চাব পাৰো ফাৰ্ষ্টনেম ("Firstname") আৰু লাষ্টনেম ("Lastname") দৰ্শিত হৈছে |
02:29 | মই ইয়াক এতিয়াৰ বাবে নাইকীয়া কৰিম আৰু ইয়াক কৰিবলৈ, মই পৰীক্ষা কৰিম যে ছাবমিত ("submit") বুটামটো টিপা হৈছে নেকি |
02:37 | এইটো কৰিবলৈ, মই প্ৰথমে ছাবমিত ("submit") বুটামটো ছাবমিত ("submit") হিচাবে নাম দিম |
02:41 | তাৰপাছত মই এটা ইফ (if) ষ্টেতমেন্ত লিখিম - ইফ (if) দলাৰ (dollar) আন্দাৰস্ক’ৰ (underscore) প'ষ্ট (POST) ছাবমিত ('submit') |
02:51 | যদি ছাবমিত ("submit") বুটামটো টিপা হৈছে, ব্লকটো আৰম্ভ কৰক |
02:55 | এইটো হৈছে কাৰ্যকৰী হ’ব লগা ক’ডৰ ব্লক আৰু আমি য’ত এইটো শেষ হোৱাটো বিচাৰো তাত আমাৰ ব্লকটো শেষ কৰিম |
03:02 | এইটো ইয়াত এই মাজুবন্ধনীৰ পাছত কাৰণ সেইটো ইয়াত আমাৰ হোৱাইল (while) ষ্টেতমেন্তৰ এটা অংশ |
03:07 | ইয়াৰ বাবে আমাক প্ৰকৃততে হোৱাইল (while) ষ্টেতমেন্ত নালাগে । কিন্তু মই ইয়াৰ নিমিত্তে এতিয়াও ইয়াক ৰাখিম |
03:22 | মই এতিয়া লিখিম "গ্ৰেব (grab) প'ষ্ট (POST) দাতা (data)" আৰু দলাৰ (dollar) ফাৰ্ষ্টনেম (firstname) |
03:29 | গতিকে এইটো দলাৰ (dollar) আন্দাৰস্ক’ৰ (underscore) প'ষ্ট (POST) ফাৰ্ষ্টনেম ('firstname') আৰু তাৰপাছত মই লাষ্টনেম ('lastname') লিখিম |
03:35 | মই ফাৰ্ষ্টনেম ('firstname') কপি কৰিম আৰু ইয়াত পেষ্ট কৰিম আৰু ইয়াক লাষ্টনেম ('lastname')লৈ সলাম |
03:43 | গতিকে আমি আমাৰ ফাৰ্ষ্টনেম ('firstname') আৰু লাষ্টনেম ('lastname') পালো |
03:49 | মই লিখিম : একৌ (echo) আৰু এই বাৰ্তা ৰেকৰ্ড (Record) ফৰ (for) ফাৰ্ষ্টনেম ($firstname) । দ্বিতীয়তে, এই মূহুৰ্তত আমি এইটো নকৰো |
04:02 | মই পোনতে ইয়াত মোৰ কোৱেৰী (query)লৈ যাম |
04:05 | যদি আপোনাৰ মনত আছে, মই উল্লেখ কৰিছিলো যে আপুনি নিৰ্দিষ্টকৈ যি দাতা বিচাৰে তাক নিৰ্ধাৰিত কৰিব পাৰে |
04:10 | ইয়াৰ বাবে, মই লিখিম ছিলেক্ট (SELECT) ষ্টাৰ (star) ফ্ৰম (FROM) পিপ'ল (people) হোৱেৰ (WHERE) ফাৰ্ষ্টনেম (firstname) সমান (equals) এলেক্স ('Alex') আৰু লাষ্টনেম (lastname) সমান (equals) গেৰেট ('Garrett') |
04:29 | মই ইয়াক এই কোৱেৰী অংশটোৰ ভিতৰত দৰ্শোৱা নাই য'ত আমি নিৰ্বাচিত কৰিছো |
04:39 | মই ইয়াক আপদেতত দৰ্শাইছো য’ত আমি আপদেত কৰিব পাৰো য’ত ফাৰ্ষ্টনেম (firstname)টো সমান এলেক্স ("Alex") আৰু লাষ্টনেম (lastname)টো সমান গেৰেট ("Garrett") হয় |
04:48 | এতিয়া আমি ইয়াত আমাৰ টেবলৰ পৰা প্ৰয়োজনীয় সকলো নিৰ্বাচিত কৰিম আৰু আমি ক'ম - সকলো খিনি নিৰ্বাচিত কৰক য’ত আমাৰ ফাৰ্ষ্টনেম (firstname)টো এলেক্স ('Alex') লাষ্টনেম (lastname)টো গেৰেট ('Garrett') হয় |
04:57 | যদি আমি ইয়াত আমাৰ দাতাবেচটো চাওঁ, আমি আমাৰ ফাৰ্ষ্টনেম (firstname) বিচাৰিম আৰু ইয়াক এলেক্স ("Alex")লৈ মিলাম, চাৰনেমটো বিচাৰিম আৰু ইয়াক গেৰেট ("Garrett")লৈ মিলাম |
05:07 | আমি ইয়াত এই দাতাৰ সমষ্ট শাৰীটো নিৰ্বাচিত কৰিছো যি এই মূহুৰ্তত গুলপীয়াকৈ জিলিকি আছে আৰু আমি মাত্ৰ ইয়াৰ পৰা সকলো দাতা নিৰ্বাচিত কৰিছো |
05:15 | দেত অফ বাৰ্থ (date of birth)ৰ পৰা জেন্দাৰ (gender)লৈ, মোৰ id ৰ পৰা ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname)লৈ |
05:19 | গতিকে আমি বুজিলো যে ই এই সময়ত মাত্ৰ এটা ৰেকৰ্ড (record) নিৰ্বাচিত কৰিব, সেইবাবে আমি "id" ৰ দ্বাৰা ক্ৰম কৰিব নালাগে |
05:27 | কিন্তু মই ইয়াক যিকোনো প্ৰকাৰে তেনেদৰে ৰাখিম, যিহেতু তাত মাত্ৰ এটা ৰেকৰ্ড আছে |
05:31 | ক্ৰম কৰাটো এটা উদ্দেশ্য নহয়, গতিকে আমি তাক তেনেদৰে এৰিব পাৰো |
05:35 | ঠিক আছে, গতিকে আমি আমাৰ লোপ চলাইছো, আমি ইয়াত দাতাৰ প্ৰত্যেক অংশক নিৰ্বাচিত কৰিছো আৰু আমি আমাৰ মে’লক মে’ল ("Male")লৈ আৰু ফিমেলক ফিমেল ("Female")লৈ সলাইছো |
05:43 | একৌ হৈ ওলোৱা দাতা এই কোৱেৰীৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ এই দাতাৰ ওপৰত নিৰ্ভৰ কৰা কোৱেৰীটো মোৰ ফাৰ্ষ্ট আৰু চাৰনেমলৈ নিৰ্দিষ্ট |
05:52 | তাৰপাছত আমি ইয়াত ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname) একৌ (echo) কৰিম যিটো পোৱা গৈছে যি মোৰ ফাৰ্ষ্ট আৰু লাষ্টনেম হয় কিন্তু ইয়াত এলেক্স ("Alex")ক ফাৰ্ষ্টনেমলৈ সলনি কৰি যিটো ইয়াত আছে |
06:04 | এতিয়া সেইটো এটা পুনৰাবৃত্তি । ইয়াত এইটো এটা দ্বৈত ভেৰিয়েবল |
06:08 | আমাৰ ফাৰ্ষ্টনেম ("firstname")টো আছে আৰু গতিকে ইয়াত, মই ইয়াক নাম দিম "ফাৰ্ষ্টনেম($firstname) আন্দাৰস্ক’ৰ (underscore) ফৰ্ম (form)" আৰু "লাষ্টনেম ($lastname) আন্দাৰস্ক’ৰ (underscore) ফৰ্ম (form)" |
06:15 | আমি নিৰ্বাচিত কৰিম য’ত ফাৰ্ষ্টনেমটো ইয়াৰ সমান ভাবে প’ষ্ট হৈছে আৰু লাষ্টনেমটো যি আমি লাষ্টনেম_ফৰ্ম (lastname_form)ৰ সমানকৈ প’ষ্ট কৰিছো |
06:26 | গতিকে, এইটোৱেই হৈছে দাতা যি আমাৰ ফৰ্ম (form)ৰ পৰা আহিছে |
06:29 | গতিকে, যদি মই মোৰ html ফৰ্ম(form)ত এলেক্স গেৰেট ("Alex Garrett") লিখো আৰু ইয়াক জমা কৰো তেন্তে এইটো এলেক্স ('Alex')ৰ আৰু এইটো গেৰেট ('Garrett')ৰ সমান হ’ব |
06:38 | আমাৰ কোৱেৰীয়ে মাত্ৰ এটা ফলাফল ঘূৰাই দিব কাৰণ এই মূহুৰ্তত এলেক্স গেৰেট ("Alex Garrett") নামৰ মাত্ৰ এজন লোক আছে |
06:44 | গতিকে, ই এলেক্স গেৰেট ("Alex Garrett")ৰ বাবে সকলো দাতা ল’ব আৰু ফিমেল ('Female') বা মেল ('Male')ৰ বাবে পৰীক্ষা কৰিব আৰু তাৰ পাছত এই নিৰ্দিষ্ট বাৰ্তাটো একৌ (echo) কৰিব |
06:51 | গতিকে, যদি মই ইয়ালৈ আহো আৰু ৰিফ্ৰেছ (refresh) কৰো, এই মূহুৰ্তত একো নাইকীয়া কাৰণ ইয়াত এই ফৰ্ম (form) ভেৰিয়েবল বোৰত কোনো দাতা নিৰ্ধাৰিত কৰা হোৱা নাই |
07:01 | আহক মই আপোনাক দেখুৱাওঁ । এইবোৰ খালী । গতিকে আমি পিপ'ল (people)ৰ পৰা ষ্টাৰ চিলেক্ত কৰিছো এই চৰ্তত হোৱেৰ (WHERE) নেম (name)টো কাৰো সমান নহয় আৰু লাষ্টনেম (lastname)টো কাৰো সমান নহয় |
07:12 | এই মূহুৰ্তত সি কোনো দাতা ঘূৰাই দিয়া নাই কাৰণ আমি আমাৰ ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname)ত যি পাইছিলো সেইয়া প্ৰকৃত লোকৰ নাম |
07:24 | যিকিনহওঁক, এতিয়া মই মাত্ৰ এটা সম্পূৰ্ণ সাধাৰণ নাম লিখিম |
07:28 | গতিকে আহক কওঁ দেভিড গ্ৰীণ ("David Green") আৰু গেত দাতা (Get data)ত টিপক আৰু একো নহ’ল, ঠিক আছে? |
07:36 | যদি ইয়াত শেষত আমাৰ এটা ভূল বাৰ্তা থাকে, এইটো ইয়াত আমাৰ কোৱেৰী লিখা আছে, মই ক’ব পাৰো "অৰ (or) দাই (die) mysql এৰ’ৰ (error)" |
07:49 | মই ইয়ালৈ ঘূৰি যাওঁ আৰু কওঁ দেভিড গ্ৰীণ ("David Green") আৰু গেত দাতা (Get data)ত টিপো আৰু আমাৰ কোনো এৰ’ৰ নাই! |
07:57 | হয়!! তাৰ কাৰণটো হৈছে sql ক’ড (code)টোৰ গাঠনিটো শুদ্ধ আৰু সেইবাবে আমি কোনো এৰ'ৰ নাপাওঁ |
08:03 | মই মাত্ৰ সেইটো পৰীক্ষা কৰি আছিলো |
08:05 | এতিয়া আহক ধৰো যে আমাৰ এটা নাম আছে যি আমাৰ দাতাবেচত আছে |
08:10 | আহক কওঁ এলেক্স গেৰেট ("Alex Garrett") আৰু আমি গেত দাতা ("Get data")ত টিপিম |
08:13 | আমি ইয়াত "এলেক্স গেৰেট (Alex Garrett) জন্ম হৈছিল ইত্যাদি ইত্যাদি আৰু মে’ল" ৰ সৈতে প্ৰদৰ্শিত হৈছে |
08:20 | আহক লিখো দেল গেৰেট ("Dale Garrett") আৰু গেত দাতা ("Get data" )ত টিপো আৰু আমি দাতাবেচৰ পৰা সেই তথ্য পাওঁ |
08:26 | গতিকে, আপুনি চাব পাৰে যে আমাৰ দাতাত ফৰ্মচ (forms) অন্তৰ্ভুক্ত কৰিবলৈ এইটো অতি দৰকাৰী |
08:32 | মই ইয়াত ৰ’ম আৰু পাছৰ অংশটোলৈ যাম য’ত মই এই পদ্ধতিটো ব্যৱহাৰ কৰি কেনেকৈ ৰেকৰ্ডচ (records) আপদেত কৰা হয় ক’ম |
08:40 | আপোনালোকৰ বহুতে এতিয়া সেইটো নিজে কৰিব পাৰিব কিন্তু মই আপোনাক যিকোনো প্ৰকাৰে অন্য কিছু প্ৰয়োজনীয় বস্তুৰ সৈতে লৈ যাম |
08:48 | ঠিক আছে, সোনকালে দেখা হ’ম । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |