PHP-and-MySQL/C2/Multi-Dimensional-Arrays/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | এটা মাল্টিদাইমেনচনেল এৰে (multidimensional array) হৈছে এটা এৰে (array) য’ত আপুনি অন্য এৰেজ জমা কৰিব পাৰে |
00:06 | ই এচ’চিয়েটিভ এৰে (associative array)ৰ সৈতে অতি অনুৰূপ |
00:09 | যিকিনহওঁক, এই এৰেটোৰ বাবে সহযোগী (associates) বিলাক এৰেবোৰ (arrays) নিজে হয় |
00:14 | ভালকৈ বুজিবলৈ, আহক আমি প্ৰোগ্ৰামটো আৰম্ভ কৰো |
00:19 | মই এটা প্ৰোগ্ৰাম নিৰ্মান কৰিম যি আপোনাক ইংৰাজী বৰ্ণমালাত এটা আখৰৰ স্থানটো চাবলৈ দিয়ে |
00:26 | উদাহৰণস্বৰূপে, যদি মই মান 1 দিওঁ, ই "A" স্থান 1ত আছে বুলি একৌ (echo) কৰিব লাগিব |
00:33 | যদি মই মান দুই দিওঁ, ই "B" স্থান 2 ত আছে বুলি ক’ব লাগিব |
00:38 | আৰু তিনিৰ বাবে, ই স্থান 3 ত "C" ক’ব আৰু এনেদৰে |
00:43 | প্ৰথমে, মই মোৰ নিজা এৰে নিৰ্মান কৰিম |
00:53 | আৰু সহজ দৰ্শনৰ বাবে, মই ইয়াক তললৈ নমাম |
00:58 | আপুনি তাক নিজাকৈ কৰিবলৈ স্বাগতম |
01:01 | আৰু ভিতৰত, মই মোৰ নিজা এৰে (array)টো নিৰ্মান কৰিম যাক মই "ABC" বুলি মাতিম |
01:10 | সেইটোৱেই হ’ব এৰে (array)টো |
01:15 | ইয়াত এটা মান থোৱাৰ পৰিবৰ্তে, আমি আগতে কৰাৰ দৰে, ভিতৰত আমাৰ এটা এৰে (array) আছে |
01:24 | আৰু ইয়াৰ ভিতৰত, মানসমূহ থাকিব । উদাহৰণস্বৰূপে, বৰফলা A, B, C আৰু D |
01:32 | আৰু এই মানসমূহ ক’মাৰ দ্বাৰা পৃথক হ’ব |
01:41 | আৰু তাৰপাছত আমি “123” লিখিম আৰু সেইটো এটা এৰে (array)ৰ সমান হ’ব |
01:46 | এতিয়া আমি 1,2,3,4 পাম, আৰু সেইয়াই |
01:53 | ইয়াৰ তলত, মই আপোনাক এৰেটোৰ ভিতৰত নিৰ্দিষ্ট দাতা কেনেকৈ একৌ (echo) কৰা হয় দেখুৱাম |
01:59 | আমি আমাৰ প্ৰধান এৰেটো মাতিম |
02:02 | আৰু আমি এই এৰেটোও মাতিম |
02:05 | আৰু তাৰপাছত আপুনি এৰেটোৰ ভিতৰত বিচৰা স্থানটো । গতিকে, এইটো এটা এৰেৰ ভিতৰত এটা এৰে |
02:13 | গতিকে, মই মাত্ৰ একৌ (echo) লিখিম আৰু তাৰপাছত $alpha(আলফা) যিটো আমাৰ প্ৰধান এৰে |
02:19 | আৰু তাৰপাছত বৰবন্ধনীৰ ভিতৰত, 'ABC' |
02:23 | আৰু পাছত, বৰবন্ধনীৰ ভিতৰত, উপাদানটোৰ স্থানটো, যদি আপুনি উদ্ধাৰ কৰিবলৈ বিচাৰিছে |
02:30 | এতিয়া, উদাহৰণস্বৰূপে, "A" একৌ কৰিব |
02:35 | আহক তাক এবাৰ ৰান কৰো - আৰু আমি "A" পালো |
02:47 | এইটো ‘123’লৈ সলাই, আশা কৰাৰ দৰে আমাক "1" দিব |
02:54 | আপুনি ইয়াত দেখাৰ দৰে |
02:57 | গতিকে আমি আমাৰ প্ৰধান এৰেটোৰ ভিতৰত দুটা মৌলিক এৰে নিৰ্মান কৰিলো আৰু আমি ইয়াক মাতিবলৈ শিকিলো |
03:05 | এতিয়া এটা আখৰৰ স্থানটো বিচাৰি উলিয়াবলৈ মই এটা নতুন প্ৰোগ্ৰাম নিৰ্মান কৰিম, ইয়াৰ সংখ্যালৈ সম্পৰ্কিত |
03:13 | মই ইয়াত postion(পজিচন)= 0 লিখিম যিহেতু 0টো হৈছে আৰম্ভনী |
03:30 | এতিয়া মই "Letter something is in position something" (লেটাৰ চামথিং ইজ ইন পজি্চন চামথিং) একৌ (echo) কৰিম |
03:39 | এইটো অলপ সহ্জ হ’ব |
03:42 | আমি ইয়াত এটা স্থান এন্টাৰ কৰিম, ধৰক 3; যিহেতু বৰ্ণমালাত "C" টো স্থান 3 ত আছে, আমি "C" পাওঁ |
03:53 | গতিকে, আমাৰ আখৰ একৌ (echo) কৰিবলৈ, যদি মই প্ৰথম খালিটো আলফা ($alpha)ৰে প্রতিস্থাপন কৰো |
04:02 | 'ABC' |
04:05 | পজ ('$pos') |
04:07 | যিদৰে পজ ('pos')এ আমাৰ স্থানটো দৰ্শাই |
04:11 | গতিকে, স্থানটো হ’ব - আলফা ($alpha)... '123' |
04:19 | আৰু তাৰপাছত স্থানটো পজ ('$pos') |
04:23 | এই মূহুৰ্তত, স্থানটো 0 ৰ সমান |
04:29 | আমি লিখো একৌ চামথিং (’echo something’)। গতিকে এইটো হৈছে স্থান শূণ্য |
04:36 | আভ্যন্তৰীণ এৰে 'ABC'ৰ ভিতৰত স্থান শূণ্য । গতিকে, প্ৰকৃততে আমি কৈছো যে "A" টো স্থান 0ত আছে |
04:47 | যিটো হৈছে এই এৰে 123 টো আৰু সেইটো স্থান শূণ্য । গতিকে, প্ৰকৃততে আমি কৈছো যে আখৰ "A" টো স্থান একত আছে |
04:56 | আহঁক ইয়াক চলাওঁ । ঠিক আছে । "A" টো স্থান 1ত আছে । আহক ইয়াক 1 লৈ সলাওঁ |
05:05 | ৰিফ্ৰেচ (Refresh) । "Letter B is in position 2" (আখৰ B টো স্থান 2 ত আছে) । এতিয়া আমি এই এপ্লিকেচনটো সম্পূর্ণৰূপে কার্যকৰী আৰু সঞ্চালন সহজ কৰিবৰ বাবে যি কৰিম সেইয়া হৈছে, 1 ৰ বাবে শূণ্য (zero) লিখাৰ প্ৰয়োজনীয়তাক এৰি দিম |
05:21 | গতিকে মই শেষত ‘-1’ দিম আৰু ভাল স্পষ্টতাৰ বাবে 1 ক বন্ধনীৰ ভিতৰত থ’ম |
05:28 | গতিকে, স্থান এক বিয়োগ এক প্ৰকৃততে হৈছে শূণ্য । গতিকে, 1 লিখিলে 0 লিখাৰ দৰে একেটা ফলাফল দিব । 2 লিখিলে আমাক 1 লিখাৰ দৰে একেটা ফলাফল দিব ... আখৰ "B" স্থান 2 ত আছে |
05:43 | যদি মই 1 দিওঁ আমি স্থান 1 ত "A" পাওঁ । গতিকে যদি মই ইয়াত শূণ্য দিওঁ, তাত -1 বুলি কোনো স্থান নাই ; গতিকে আমি “Letter is in position” (আখৰটো স্থানত আছে)বুলি পাওঁ । গতিকে আমাৰ আখৰটো বা স্থানটো নাইকীয়া |
06:01 | গতিকে, মই তাক আৰু অলপ উপভোক্তাৰ সহায়ক বনালো । দৰ্শনৰ বাবে ধন্যবাদ |