PHP-and-MySQL/C2/Multi-Dimensional-Arrays/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 এটা মাল্টিদাইমেনচনেল এৰে (multidimensional array) হৈছে এটা এৰে (array) য’ত আপুনি অন্য এৰেজ জমা কৰিব পাৰে
00:06 ই এচ’চিয়েটিভ এৰে (associative array)ৰ সৈতে অতি অনুৰূপ
00:09 যিকিনহওঁক, এই এৰেটোৰ বাবে সহযোগী (associates) বিলাক এৰেবোৰ (arrays) নিজে হয়
00:14 ভালকৈ বুজিবলৈ, আহক আমি প্ৰোগ্ৰামটো আৰম্ভ কৰো
00:19 মই এটা প্ৰোগ্ৰাম নিৰ্মান কৰিম যি আপোনাক ইংৰাজী বৰ্ণমালাত এটা আখৰৰ স্থানটো চাবলৈ দিয়ে
00:26 উদাহৰণস্বৰূপে, যদি মই মান 1 দিওঁ, ই "A" স্থান 1ত আছে বুলি একৌ (echo) কৰিব লাগিব
00:33 যদি মই মান দুই দিওঁ, ই "B" স্থান 2 ত আছে বুলি ক’ব লাগিব
00:38 আৰু তিনিৰ বাবে, ই স্থান 3 ত "C" ক’ব আৰু এনেদৰে
00:43 প্ৰথমে, মই মোৰ নিজা এৰে নিৰ্মান কৰিম
00:53 আৰু সহজ দৰ্শনৰ বাবে, মই ইয়াক তললৈ নমাম
00:58 আপুনি তাক নিজাকৈ কৰিবলৈ স্বাগতম
01:01 আৰু ভিতৰত, মই মোৰ নিজা এৰে (array)টো নিৰ্মান কৰিম যাক মই "ABC" বুলি মাতিম
01:10 সেইটোৱেই হ’ব এৰে (array)টো
01:15 ইয়াত এটা মান থোৱাৰ পৰিবৰ্তে, আমি আগতে কৰাৰ দৰে, ভিতৰত আমাৰ এটা এৰে (array) আছে
01:24 আৰু ইয়াৰ ভিতৰত, মানসমূহ থাকিব । উদাহৰণস্বৰূপে, বৰফলা A, B, C আৰু D
01:32 আৰু এই মানসমূহ ক’মাৰ দ্বাৰা পৃথক হ’ব
01:41 আৰু তাৰপাছত আমি “123” লিখিম আৰু সেইটো এটা এৰে (array)ৰ সমান হ’ব
01:46 এতিয়া আমি 1,2,3,4 পাম, আৰু সেইয়াই
01:53 ইয়াৰ তলত, মই আপোনাক এৰেটোৰ ভিতৰত নিৰ্দিষ্ট দাতা কেনেকৈ একৌ (echo) কৰা হয় দেখুৱাম
01:59 আমি আমাৰ প্ৰধান এৰেটো মাতিম
02:02 আৰু আমি এই এৰেটোও মাতিম
02:05 আৰু তাৰপাছত আপুনি এৰেটোৰ ভিতৰত বিচৰা স্থানটো । গতিকে, এইটো এটা এৰেৰ ভিতৰত এটা এৰে
02:13 গতিকে, মই মাত্ৰ একৌ (echo) লিখিম আৰু তাৰপাছত $alpha(আলফা) যিটো আমাৰ প্ৰধান এৰে
02:19 আৰু তাৰপাছত বৰবন্ধনীৰ ভিতৰত, 'ABC'
02:23 আৰু পাছত, বৰবন্ধনীৰ ভিতৰত, উপাদানটোৰ স্থানটো, যদি আপুনি উদ্ধাৰ কৰিবলৈ বিচাৰিছে
02:30 এতিয়া, উদাহৰণস্বৰূপে, "A" একৌ কৰিব
02:35 আহক তাক এবাৰ ৰান কৰো - আৰু আমি "A" পালো
02:47 এইটো ‘123’লৈ সলাই, আশা কৰাৰ দৰে আমাক "1" দিব
02:54 আপুনি ইয়াত দেখাৰ দৰে
02:57 গতিকে আমি আমাৰ প্ৰধান এৰেটোৰ ভিতৰত দুটা মৌলিক এৰে নিৰ্মান কৰিলো আৰু আমি ইয়াক মাতিবলৈ শিকিলো
03:05 এতিয়া এটা আখৰৰ স্থানটো বিচাৰি উলিয়াবলৈ মই এটা নতুন প্ৰোগ্ৰাম নিৰ্মান কৰিম, ইয়াৰ সংখ্যালৈ সম্পৰ্কিত
03:13 মই ইয়াত postion(পজিচন)= 0 লিখিম যিহেতু 0টো হৈছে আৰম্ভনী
03:30 এতিয়া মই "Letter something is in position something" (লেটাৰ চামথিং ইজ ইন পজি্চন চামথিং) একৌ (echo) কৰিম
03:39 এইটো অলপ সহ্জ হ’ব
03:42 আমি ইয়াত এটা স্থান এন্টাৰ কৰিম, ধৰক 3; যিহেতু বৰ্ণমালাত "C" টো স্থান 3 ত আছে, আমি "C" পাওঁ
03:53 গতিকে, আমাৰ আখৰ একৌ (echo) কৰিবলৈ, যদি মই প্ৰথম খালিটো আলফা ($alpha)ৰে প্রতিস্থাপন কৰো
04:02 'ABC'
04:05 পজ ('$pos')
04:07 যিদৰে পজ ('pos')এ আমাৰ স্থানটো দৰ্শাই
04:11 গতিকে, স্থানটো হ’ব - আলফা ($alpha)... '123'
04:19 আৰু তাৰপাছত স্থানটো পজ ('$pos')
04:23 এই মূহুৰ্তত, স্থানটো 0 ৰ সমান
04:29 আমি লিখো একৌ চামথিং (’echo something’)। গতিকে এইটো হৈছে স্থান শূণ্য
04:36 আভ্যন্তৰীণ এৰে 'ABC'ৰ ভিতৰত স্থান শূণ্য । গতিকে, প্ৰকৃততে আমি কৈছো যে "A" টো স্থান 0ত আছে
04:47 যিটো হৈছে এই এৰে 123 টো আৰু সেইটো স্থান শূণ্য । গতিকে, প্ৰকৃততে আমি কৈছো যে আখৰ "A" টো স্থান একত আছে
04:56 আহঁক ইয়াক চলাওঁ । ঠিক আছে । "A" টো স্থান 1ত আছে । আহক ইয়াক 1 লৈ সলাওঁ
05:05 ৰিফ্ৰেচ (Refresh) । "Letter B is in position 2" (আখৰ B টো স্থান 2 ত আছে) । এতিয়া আমি এই এপ্লিকেচনটো সম্পূর্ণৰূপে কার্যকৰী আৰু সঞ্চালন সহজ কৰিবৰ বাবে যি কৰিম সেইয়া হৈছে, 1 ৰ বাবে শূণ্য (zero) লিখাৰ প্ৰয়োজনীয়তাক এৰি দিম
05:21 গতিকে মই শেষত ‘-1’ দিম আৰু ভাল স্পষ্টতাৰ বাবে 1 ক বন্ধনীৰ ভিতৰত থ’ম
05:28 গতিকে, স্থান এক বিয়োগ এক প্ৰকৃততে হৈছে শূণ্য । গতিকে, 1 লিখিলে 0 লিখাৰ দৰে একেটা ফলাফল দিব । 2 লিখিলে আমাক 1 লিখাৰ দৰে একেটা ফলাফল দিব ... আখৰ "B" স্থান 2 ত আছে
05:43 যদি মই 1 দিওঁ আমি স্থান 1 ত "A" পাওঁ । গতিকে যদি মই ইয়াত শূণ্য দিওঁ, তাত -1 বুলি কোনো স্থান নাই ; গতিকে আমি “Letter is in position” (আখৰটো স্থানত আছে)বুলি পাওঁ । গতিকে আমাৰ আখৰটো বা স্থানটো নাইকীয়া
06:01 গতিকে, মই তাক আৰু অলপ উপভোক্তাৰ সহায়ক বনালো । দৰ্শনৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9