PERL/C3/Special-Variables-in-PERL/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | Special variables in Perlৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:04 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Global special variables Special command line variables Global special constantsৰ বিষয়ে |
| 00:13 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে |
| 00:27 | আগতীয়াকৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব |
| 00:32 | যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক |
| 00:38 | স্পেচিয়েল ভেৰিয়েবলচ (special variables) কি হয়? |
| 00:41 | Special variables হৈছে পূৰ্বেসূচীত ভেৰিয়েবলচ যাৰ পাৰ্লত এটা বিশেষ অৰ্থ আছে |
| 00:46 | ইহতক ব্যৱ্হাৰ কৰাৰ আগতে ইনিচিয়ালাইজ কৰিব নালাগে |
| 00:50 | ইহত চাৰ্চৰ ফলাফল ধৰি ৰাখিবলৈ ব্যৱহৃত হয়, environment variables আৰু ফ্লেগচ (flags) দিবাগিংক (debugging) নিয়্ন্ত্ৰণ কৰিবলৈ |
| 00:58 | প্ৰথমে, আমি Global special variables ৰ বিষয়ে শিকিম |
| 01:02 | '$_': (Dollar Underscore) । এইটো এটা বহলভাবে ব্যৱহৃত বিশেষ ভেৰিয়েবল |
| 01:06 | $_ - ডলাৰ আন্দাৰস্ক’ৰ হৈছে দিফল্ট পাৰামিতাৰ বহুতো ফাংচন আৰু পেতাৰ্ন চাৰ্চিং ষ্ট্ৰিংগচৰ বাবে |
| 01:14 | আহক আমি '$_' (ডলাৰ আন্দাৰস্ক’ৰৰ) ব্যৱ্হাৰক এটা চেম্প’ল প্ৰোগ্ৰাম ব্যৱ্হাৰ কৰি বুজো |
| 01:20 | মই special dot pl ফাইলটো খুলিম যাক মই আগতে বনাইছিলো |
| 01:26 | টাৰ্মিনেলটোলৈ যাওঁক আৰু লিখক: gedit special dot pl ampersand আৰু এন্টাৰ (Enter) টিপক |
| 01:32 | special dot pl ফাইলটো এতিয়া geditত খুলিছে । পৰ্দাত দৰ্শিত ধৰণে ক’ডটো লিখক । মই এতিয়া ক’ডটো বৰ্ণনা কৰিম |
| 01:42 | ইয়াত দুটা foreach লোপ আছে । এই দুয়োটা foreach লোপে একেটা ফলাফলক এক্সিকিউত কৰিব |
| 01:49 | লোপটোৰ প্ৰতিটো ইতিৰেচনত, বৰ্তমান ষ্ট্ৰিংগটো '$_'ত যায় |
| 01:54 | আৰু দিফল্টভাবে ইয়াক প্ৰিন্ত ষ্টেতমেন্তটোৱে ব্যৱ্হাৰ কৰিব । $_ (Dollar Underscore) এ এটা অতিৰিক্ত ভেৰিয়েবল $colorৰ ব্যৱ্হাৰক ছেভ কৰে |
| 02:03 | Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 02:06 | পাছত টাৰ্মিনেলটোলৈ যাওঁক আৰু পাৰ্ল স্ক্ৰিপ্তটো এক্সিকিউত কৰক লিখি perl special dot pl আৰু এন্টাৰ টিপক |
| 02:13 | ইয়াত, দুয়োটা foreach লোপে একেটা আউতপুত দিয়ে |
| 02:18 | এতিয়া, আহক আন এটা উদাহৰণ চাওঁ ব্যাখ্যা কৰিবলৈ যে '$_' (Dollar Underscore) ভেৰিয়েবলটো কেনেকৈ ইমপ্লিচিত হয় । special dot pl ফাইলটোলৈ ঘূৰি যাওঁক |
| 02:27 | পৰ্দাত দৰ্শিত ক’ডৰ অংশটো লিখক |
| 02:30 | এই প্ৰোগ্ৰামটোৱে এটা টেকস্ত ফাইল "first.txt" ক শাৰী শাৰীকৈ পঢ়ে । পাছত ই দাতা ফাইলটোৰ দ্বাৰা লোপ হয়, সকলো শাৰী পঢ়ি হোৱালৈকে |
| 02:40 | print $_ ভেৰিয়েবলে 'first.txt' ফাইলৰ পৰা বৰ্তমান শাৰীৰ উপাদানক প্ৰিন্ত কৰে । হোৱাইল ('while') লোপত, '$_'ৰ ব্যৱ্হাৰটো ইমপ্লিচিত হয় |
| 02:51 | আমি ইয়াৰ বিষয়ে অধিক ভৰিষ্যতৰ টিউট’ৰিয়েলচত চাম |
| 02:55 | At the rate underscore হৈছে চাবৰুতিন পাৰামিতাৰচ (subroutine parameters) জমা কৰিবলৈ ব্যৱহৃত বিশেষ ভেৰিয়েবল |
| 03:01 | চাবৰুতিন এটাৰ বাবে আৰগুমেন্ত (Argument) এই এৰে ভেৰিয়েবলত জমা হয় |
| 03:06 | pop/shiftৰ দৰে এৰে অপাৰেচনচ এই ভেৰিয়েবলত কৰিব পাৰি, আমি সাধাৰণ এৰেত কৰাৰ দৰে |
| 03:13 | মই ইয়াৰ বাবে এটা উদাহৰণ দেখুৱাম । আহক আমি পুনৰ এবাৰ special dot pl ফাইলটোলৈ যাওঁ |
| 03:19 | পৰ্দাত দৰ্শিত ধৰণে ক’ডটো লিখক |
| 03:22 | এই প্ৰোগ্ৰামটোৱে দুটা সংখ্যাৰ মাজৰ উচ্চতম মানটো ঘূৰাই দিব । @_ (At the rate underscore) হৈছে এটা ল’কেল এৰে যি দুটা আৰগুমেন্ত জমা কৰে, ডলাৰ 'a' ক’মা ডলাৰ 'b' |
| 03:35 | সেইবাবে, ই ডলাৰ underscore index of zero আৰু ডলাৰ underscore index of oneৰ ভিতৰত জমা হয় |
| 03:43 | প্ৰিন্ত ষ্টেতমেন্তটোৱে প্ৰদত্ত সংখ্যা দুটাৰ উচ্চতমটোক প্ৰিন্ত কৰে |
| 03:47 | Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 03:51 | টাৰ্মিনেলটোলৈ যাওঁক আৰু পাৰ্ল স্ক্ৰিপ্তটো এক্সিকিউত কৰক লিখি perl special dot pl আৰু এন্টাৰ (Enter) টিপক |
| 03:58 | উচ্চতম মানটো আউতপুত হিচাবে দৰ্শিত হৈছে । আহক আগবাঢ়ো |
| 04:02 | এনভাইৰ’মেন্ত ভেৰিয়েবলচক (Environment variables) পাৰচেন্তেজ (%) বৰফলা 'ENV'ৰ সৈতে ৰিপ্ৰেজেন্ত কৰা হয় |
| 04:10 | এনভাইৰ’মেন্ত ভেৰিয়েবলত বৰ্তমান এনভাইৰ’মেন্ত ভেৰিয়েবলটোৰ ক’পি এটা থাকে, তলত দৰ্শিত দৰে |
| 04:17 | আহক আমি %ENV ভেৰিয়েবলক চেম্প’ল প্ৰোগ্ৰাম এটা ব্যৱ্হাৰ কৰি বুজো |
| 04:23 | আমি special dot pl ফাইলটোলৈ ঘূৰি যাম |
| 04:26 | পৰ্দাত দৰ্শিত ধৰণে তলৰ ক’ডটো লিখক |
| 04:30 | Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ । টাৰ্মিনেলটোলৈ যাওঁক আৰু পাৰ্ল স্ক্ৰিপ্তটো এক্সিকিউত কৰক |
| 04:37 | লিখক: perl special dot pl আৰু এন্টাৰ (Enter) টিপক |
| 04:42 | আমি বৰ্তমান এনভাইৰ’মেন্ত সবিশেষ দেখিছো যেনে PWD (present working directory), ইউজাৰনেম, লেংগুৱেজ ইত্যাদি |
| 04:51 | পাছত, আমি আন এটা বিশেষ ভেৰিয়েবল ডলাৰ জিৰ’ৰ (dollar zero) বিষয়ে চাম |
| 04:55 | বিশেষ ভেৰিয়েবল ডলাৰ জিৰ’ত ('$0') বৰ্তমান পাৰ্ল প্ৰোগ্ৰামৰ নাম থাকে যি এক্সিকিউত হৈছে |
| 05:02 | ই সাধাৰণতে ল’গিং উদ্দেশ্যৰ বাবে ব্যৱহৃত হয় |
| 05:05 | উদাহৰণস্বৰূপে: মোৰ 'First.pl' নামৰ ফাইল এটা আছে য’ত মই '$0' ভেৰিয়েবল ব্যৱ্হাৰ কৰিছো, ইয়াত দৰ্শিত ধৰণে |
| 05:14 | এক্সিকিউত কৰিলে, ই First dot pl ফাইলনেমটো প্ৰিন্ত কৰিব |
| 05:19 | পাৰ্লৰ চৰ্ত (sort) নামৰ বুইল্ত-ইন ফাংচন ( built-in function) আছে যি এৰে এটাক চৰ্ত কৰে |
| 05:24 | কম্পেৰিজন ফাংচন (comparison function) এটাই ইয়াৰ পাৰামিতাৰক নিউমেৰিকেল কম্পেৰিজন অপাৰেতৰ ( numerical comparison operator) ব্যৱ্হাৰ কৰি তুলনা কৰিব |
| 05:30 | এই অপাৰেতৰক ৰিপ্ৰেজেন্ত কৰা হয় লেচাৰ দেন ইকুৱেল তু গ্ৰেতাৰ দেন চিম্বলৰ দ্বাৰা, ইয়াত দৰ্শিত ধৰণে |
| 05:38 | আহক আমি ইয়াৰ বাবে উদাহৰণ এটা চাওঁ |
| 05:40 | টাৰ্মিনেলটো খোলক আৰু লিখক: gedit sort.pl ampersand আৰু এন্টাৰ (Enter) টিপক |
| 05:47 | sort.pl ফাইলটো এতিয়া 'gedit' টেকস্ত এদিতৰত খুল খাইছে । পৰ্দাত দৰ্শিত ধৰণে তলৰ ক’ডটো লিখক |
| 05:56 | মই ক’ডটো বৰ্ণনা কৰো । প্ৰথম শাৰীটোৱে সংখ্যাৰ এৰে এটাক দিক্লেয়াৰ কৰে |
| 06:02 | নিউমেৰিকেল কম্পেৰিজন অপাৰেতৰে মান দুটাক সংখ্যা হিচাবে তুলনা কৰিব |
| 06:08 | ডলাৰ a আৰু ডলাৰ b হৈছে স্পেচিয়েল পেকেজ ল’কেল ভেৰিয়েবলচ য’ত তুলনা কৰিব লগা মানক ল’দ কৰা হয় |
| 06:16 | আৰু, এই চৰ্ত ফাংচনে সংখ্যাসমূহক উৰ্দ্ধক্ৰমত চৰ্ত কৰিব |
| 06:21 | আহক আমি এতিয়া প্ৰোগ্ৰামটো ছেভ আৰু এক্সিকিউত কৰো |
| 06:25 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl sort.pl আৰু এন্টাৰ (Enter) টিপক |
| 06:31 | আমি দেখিছো যে সংখ্যাসমূহক উৰ্দ্ধক্ৰমত চৰ্ত হৈছে |
| 06:35 | আহক আন এটা বিশেষ ভেৰিয়েবল চাওঁ ডলাৰ এক্সক্লেমেচন (dollar exclamation) |
| 06:39 | ডলাৰ এক্সক্লেমেচন যদি ষ্ট্ৰিংগ কনটেক্সত ব্যৱ্হাৰ কৰা হয়, চিষ্টেম এৰ’ৰ ষ্ট্ৰিংগটো (system error string) ঘূৰাই । এইটো ইয়াৰ ব্যৱ্হাৰৰ এটা উদাহৰণ |
| 06:48 | যদি 'hello.txt' ফাইলটো উপলদ্ধ নহয়, ই এৰ’ৰ মেচেজ এটা প্ৰিন্ত কৰিব, যেনে: "Cannot open file for reading : No such file or directory" |
| 06:59 | এতিয়া আহক আন এটা বিশেষ ভেৰিয়েবল চাওঁ, dollar at the rate নামৰ |
| 07:04 | ই আন এটা বহলভাবে ব্যৱহৃত ভেৰিয়েবল । ই এৰ’ৰ মেচেজ এটা ঘূৰাই, eval বা require কমান্দৰ পৰা |
| 07:12 | এই উদাহৰণে প্ৰিন্ত কৰিব: "could not divide Illegal division by zero" |
| 07:17 | ডলাৰ ডলাৰ (dollar dollar) হৈছে আন এটা বিশেষ ভেৰিয়েবল । ই এই স্ক্ৰিপ্তটো চলাই থকা পাৰ্ল ইন্তাৰপ্ৰিতাৰৰ (Perl interpreter) process ID টো ধৰি ৰাখে |
| 07:26 | দাইমন্দ অপাৰেতৰটো (diamond operator) কমান্দ লাইনত সূচীত কৰা ফাইলচৰ পৰা প্ৰতিটো শাৰী পঢ়িবলৈ ব্যৱহৃত হয় |
| 07:32 | আহক আমি ইয়াৰ বাবে এটা উদাহৰণ চাওঁ |
| 07:35 | টাৰ্মিনেলটো খুলক আৰু লিখক: gedit commandline.pl ampersand আৰু এন্টাৰ (Enter) টিপক |
| 07:42 | 'commandline.pl' ফাইলটো এতিয়া geditত খুলিছে |
| 07:46 | পৰ্দাত দৰ্শিত ধৰণে ক’ডটো লিখক |
| 07:49 | ফাইলটো ছেভ (Save) কৰক |
| 07:51 | আহক মই আপোনাক sample dot txt নামৰ ফাইল এটাত থকা টেকস্ত দেখুৱাওঁ |
| 07:56 | এতিয়া, কমান্দ লাইনৰ পৰা প্ৰোগ্ৰামটো ৰান কৰক লিখি: perl commandline dot pl space sample dot txt আৰু এন্টাৰ (Enter) টিপক |
| 08:07 | এইটোৱেই হৈছে আমাৰ sample dot txt ফাইলত থকা টেকস্ত |
| 08:11 | যদি ফাইলচ সূচীত কৰা নহয়, ই ষ্টেনদাৰ্দ ইনপুতৰ (standard input) পৰা পঢ়ে যি হৈছে কীবৰ্দ |
| 08:17 | পাৰ্লৰ এটা এৰেৰ বিশেষ ভেৰিয়েবল at the rate capital A R G V আছে । ই কমান্দ লাইনৰ পৰা সকলো মানক ধৰি ৰাখে |
| 08:27 | at the rate capital A R G V এৰেক ব্যৱ্হাৰ কৰোতে, ভেৰিয়েবলচ দিক্লেয়াৰ কৰাৰ প্ৰয়োজন নাই |
| 08:33 | কমান্দ লাইনৰ পৰা মানসমূহ স্বয়ংক্ৰিয়্ভাবে এই ভেৰিয়েবলত যায় |
| 08:37 | আহক এতিয়া গ্ল’বেল স্পেচিয়েল কনষ্টেন্তলৈ (Global Special Constants) যাওঁ |
| 08:41 | underscore underscore E N D (সকলো বৰফলাত) underscore underscore এ প্ৰোগ্ৰামটোৰ ল’জিকেল শেষক সূচায় |
| 08:50 | এই বিশেষ ভেৰিয়েবলৰ সৈতে যিকোনো টেকস্তক অৱজ্ঞা কৰা হয় এই ষ্টেতমেন্তৰ পাছত |
| 08:55 | underscore underscore FILE (বৰফলাত) underscore underscore এ প্ৰোগ্ৰামটোৰ ফাইলনেমক ৰিপ্ৰেজেন্ত কৰে, ইয়াক ব্যৱ্হাৰ কৰা ঠাইত |
| 09:06 | underscore underscore LINE (বৰফলাত) underscore underscore এ বৰ্তমান লাইন নাম্বাৰক ৰিপ্ৰেজেন্ত কৰে |
| 09:13 | underscore underscore PACKAGE (বৰফলাত) underscore underscore এ বৰ্তমান পেকেজ নেমটো কম্পাইল টাইমত ৰিপ্ৰেজেন্ত কৰে বা অসূচীত কৰে যদি কোনো বৰ্তমান পেকেজ নাথাকে |
| 09:25 | আমি এটা চেম্প’ল প্ৰোগ্ৰাম চাম গ্ল’বেল স্পেচিয়েল কনষ্টেন্তচ কেনেকৈ ব্যৱহৃত হয় |
| 09:30 | টাৰ্মিনেলটো খুলক আৰু লিখক: gedit specialconstant dot pl ampersand আৰু এন্টাৰ (Enter) টিপক |
| 09:39 | specialconstant dot pl ফাইলটো এতিয়া geditত খুলিছে |
| 09:44 | পৰ্দাত দৰ্শিত ধৰণে তলৰ ক’ডটো লিখক । মই এতিয়া ক’ডটো বৰ্ণনা কৰিম |
| 09:50 | স্পেচিয়েল লিতাৰেলচ "PACKAGE, FILE, LINE" এ পেকেজ নেম, বৰ্তমান ফাইলনেম আৰু লাইন নাম্বাৰক ৰিপ্ৰেজেন্ত কৰে, প্ৰোগ্ৰামটোত সেই ঠাইত |
| 10:00 | আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো |
| 10:02 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl specialconstant.pl আৰু এন্টাৰ (Enter) টিপক |
| 10:09 | আমাৰ প্ৰোগ্ৰামটোৰ বৰ্তমান পেকেজ নেম, ফাইলনেম আৰু লাইন নাম্বাৰ দেখিছো |
| 10:15 | আমি মূলভাব চাওঁ |
| 10:19 | এই টিউট’ৰিয়েলটোত, আমি পাৰ্লত কিছু কমনভাবে ব্যৱহৃত বিশেষ ভেৰিয়েবলৰ বিষয়ে শিকিলো |
| 10:25 | এটা এচাইনমেন্ত হিচাবে, তলত দিয়াটো কৰক । পাৰ্ল স্ক্ৰিপ্ত এটা লিখক তলৰ সংখ্যাৰ এৰেটো উৰ্দ্ধ আৰু নিম্ন ক্ৰমত চৰ্ত কৰিবলৈ |
| 10:34 | মন কৰক: নিম্ন ক্ৰমৰ বাবে, তলৰ ক’ড ব্যৱ্হাৰ কৰক তুলনাৰ বাবে |
| 10:39 | চৰ্ত কৰা ফলাফলটো প্ৰিন্ত কৰক হোৱাইল (while) লোপ আৰু বিশেষ ভেৰিয়েবল $_ (Dollar Underscore) ব্যৱ্হাৰ কৰি |
| 10:45 | প্ৰোগ্ৰামটো ছেভ আৰু এক্সিকিউত কৰক |
| 10:47 | এতিয়া ফলাফল চাওঁক |
| 10:49 | তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
| 10:56 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 11:03 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 11:06 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত |
| 11:13 | এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ |
| 11:17 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |