PERL/C3/Special-Variables-in-PERL/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Special variables in Perlৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:04 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Global special variables Special command line variables Global special constantsৰ বিষয়ে
00:13 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে
00:27 আগতীয়াকৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব
00:32 যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক
00:38 স্পেচিয়েল ভেৰিয়েবলচ (special variables) কি হয়?
00:41 Special variables হৈছে পূৰ্বেসূচীত ভেৰিয়েবলচ যাৰ পাৰ্লত এটা বিশেষ অৰ্থ আছে
00:46 ইহতক ব্যৱ্হাৰ কৰাৰ আগতে ইনিচিয়ালাইজ কৰিব নালাগে
00:50 ইহত চাৰ্চৰ ফলাফল ধৰি ৰাখিবলৈ ব্যৱহৃত হয়, environment variables আৰু ফ্লেগচ (flags) দিবাগিংক (debugging) নিয়্ন্ত্ৰণ কৰিবলৈ
00:58 প্ৰথমে, আমি Global special variables ৰ বিষয়ে শিকিম
01:02 '$_': (Dollar Underscore) । এইটো এটা বহলভাবে ব্যৱহৃত বিশেষ ভেৰিয়েবল
01:06 $_ - ডলাৰ আন্দাৰস্ক’ৰ হৈছে দিফল্ট পাৰামিতাৰ বহুতো ফাংচন আৰু পেতাৰ্ন চাৰ্চিং ষ্ট্ৰিংগচৰ বাবে
01:14 আহক আমি '$_' (ডলাৰ আন্দাৰস্ক’ৰৰ) ব্যৱ্হাৰক এটা চেম্প’ল প্ৰোগ্ৰাম ব্যৱ্হাৰ কৰি বুজো
01:20 মই special dot pl ফাইলটো খুলিম যাক মই আগতে বনাইছিলো
01:26 টাৰ্মিনেলটোলৈ যাওঁক আৰু লিখক: gedit special dot pl ampersand আৰু এন্টাৰ (Enter) টিপক
01:32 special dot pl ফাইলটো এতিয়া geditত খুলিছে । পৰ্দাত দৰ্শিত ধৰণে ক’ডটো লিখক । মই এতিয়া ক’ডটো বৰ্ণনা কৰিম
01:42 ইয়াত দুটা foreach লোপ আছে । এই দুয়োটা foreach লোপে একেটা ফলাফলক এক্সিকিউত কৰিব
01:49 লোপটোৰ প্ৰতিটো ইতিৰেচনত, বৰ্তমান ষ্ট্ৰিংগটো '$_'ত যায়
01:54 আৰু দিফল্টভাবে ইয়াক প্ৰিন্ত ষ্টেতমেন্তটোৱে ব্যৱ্হাৰ কৰিব । $_ (Dollar Underscore) এ এটা অতিৰিক্ত ভেৰিয়েবল $colorৰ ব্যৱ্হাৰক ছেভ কৰে
02:03 Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
02:06 পাছত টাৰ্মিনেলটোলৈ যাওঁক আৰু পাৰ্ল স্ক্ৰিপ্তটো এক্সিকিউত কৰক লিখি perl special dot pl আৰু এন্টাৰ টিপক
02:13 ইয়াত, দুয়োটা foreach লোপে একেটা আউতপুত দিয়ে
02:18 এতিয়া, আহক আন এটা উদাহৰণ চাওঁ ব্যাখ্যা কৰিবলৈ যে '$_' (Dollar Underscore) ভেৰিয়েবলটো কেনেকৈ ইমপ্লিচিত হয় । special dot pl ফাইলটোলৈ ঘূৰি যাওঁক
02:27 পৰ্দাত দৰ্শিত ক’ডৰ অংশটো লিখক
02:30 এই প্ৰোগ্ৰামটোৱে এটা টেকস্ত ফাইল "first.txt" ক শাৰী শাৰীকৈ পঢ়ে । পাছত ই দাতা ফাইলটোৰ দ্বাৰা লোপ হয়, সকলো শাৰী পঢ়ি হোৱালৈকে
02:40 print $_ ভেৰিয়েবলে 'first.txt' ফাইলৰ পৰা বৰ্তমান শাৰীৰ উপাদানক প্ৰিন্ত কৰে । হোৱাইল ('while') লোপত, '$_'ৰ ব্যৱ্হাৰটো ইমপ্লিচিত হয়
02:51 আমি ইয়াৰ বিষয়ে অধিক ভৰিষ্যতৰ টিউট’ৰিয়েলচত চাম
02:55 At the rate underscore হৈছে চাবৰুতিন পাৰামিতাৰচ (subroutine parameters) জমা কৰিবলৈ ব্যৱহৃত বিশেষ ভেৰিয়েবল
03:01 চাবৰুতিন এটাৰ বাবে আৰগুমেন্ত (Argument) এই এৰে ভেৰিয়েবলত জমা হয়
03:06 pop/shiftৰ দৰে এৰে অপাৰেচনচ এই ভেৰিয়েবলত কৰিব পাৰি, আমি সাধাৰণ এৰেত কৰাৰ দৰে
03:13 মই ইয়াৰ বাবে এটা উদাহৰণ দেখুৱাম । আহক আমি পুনৰ এবাৰ special dot pl ফাইলটোলৈ যাওঁ
03:19 পৰ্দাত দৰ্শিত ধৰণে ক’ডটো লিখক
03:22 এই প্ৰোগ্ৰামটোৱে দুটা সংখ্যাৰ মাজৰ উচ্চতম মানটো ঘূৰাই দিব । @_ (At the rate underscore) হৈছে এটা ল’কেল এৰে যি দুটা আৰগুমেন্ত জমা কৰে, ডলাৰ 'a' ক’মা ডলাৰ 'b'
03:35 সেইবাবে, ই ডলাৰ underscore index of zero আৰু ডলাৰ underscore index of oneৰ ভিতৰত জমা হয়
03:43 প্ৰিন্ত ষ্টেতমেন্তটোৱে প্ৰদত্ত সংখ্যা দুটাৰ উচ্চতমটোক প্ৰিন্ত কৰে
03:47 Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
03:51 টাৰ্মিনেলটোলৈ যাওঁক আৰু পাৰ্ল স্ক্ৰিপ্তটো এক্সিকিউত কৰক লিখি perl special dot pl আৰু এন্টাৰ (Enter) টিপক
03:58 উচ্চতম মানটো আউতপুত হিচাবে দৰ্শিত হৈছে । আহক আগবাঢ়ো
04:02 এনভাইৰ’মেন্ত ভেৰিয়েবলচক (Environment variables) পাৰচেন্তেজ (%) বৰফলা 'ENV'ৰ সৈতে ৰিপ্ৰেজেন্ত কৰা হয়
04:10 এনভাইৰ’মেন্ত ভেৰিয়েবলত বৰ্তমান এনভাইৰ’মেন্ত ভেৰিয়েবলটোৰ ক’পি এটা থাকে, তলত দৰ্শিত দৰে
04:17 আহক আমি %ENV ভেৰিয়েবলক চেম্প’ল প্ৰোগ্ৰাম এটা ব্যৱ্হাৰ কৰি বুজো
04:23 আমি special dot pl ফাইলটোলৈ ঘূৰি যাম
04:26 পৰ্দাত দৰ্শিত ধৰণে তলৰ ক’ডটো লিখক
04:30 Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ । টাৰ্মিনেলটোলৈ যাওঁক আৰু পাৰ্ল স্ক্ৰিপ্তটো এক্সিকিউত কৰক
04:37 লিখক: perl special dot pl আৰু এন্টাৰ (Enter) টিপক
04:42 আমি বৰ্তমান এনভাইৰ’মেন্ত সবিশেষ দেখিছো যেনে PWD (present working directory), ইউজাৰনেম, লেংগুৱেজ ইত্যাদি
04:51 পাছত, আমি আন এটা বিশেষ ভেৰিয়েবল ডলাৰ জিৰ’ৰ (dollar zero) বিষয়ে চাম
04:55 বিশেষ ভেৰিয়েবল ডলাৰ জিৰ’ত ('$0') বৰ্তমান পাৰ্ল প্ৰোগ্ৰামৰ নাম থাকে যি এক্সিকিউত হৈছে
05:02 ই সাধাৰণতে ল’গিং উদ্দেশ্যৰ বাবে ব্যৱহৃত হয়
05:05 উদাহৰণস্বৰূপে: মোৰ 'First.pl' নামৰ ফাইল এটা আছে য’ত মই '$0' ভেৰিয়েবল ব্যৱ্হাৰ কৰিছো, ইয়াত দৰ্শিত ধৰণে
05:14 এক্সিকিউত কৰিলে, ই First dot pl ফাইলনেমটো প্ৰিন্ত কৰিব
05:19 পাৰ্লৰ চৰ্ত (sort) নামৰ বুইল্ত-ইন ফাংচন ( built-in function) আছে যি এৰে এটাক চৰ্ত কৰে
05:24 কম্পেৰিজন ফাংচন (comparison function) এটাই ইয়াৰ পাৰামিতাৰক নিউমেৰিকেল কম্পেৰিজন অপাৰেতৰ ( numerical comparison operator) ব্যৱ্হাৰ কৰি তুলনা কৰিব
05:30 এই অপাৰেতৰক ৰিপ্ৰেজেন্ত কৰা হয় লেচাৰ দেন ইকুৱেল তু গ্ৰেতাৰ দেন চিম্বলৰ দ্বাৰা, ইয়াত দৰ্শিত ধৰণে
05:38 আহক আমি ইয়াৰ বাবে উদাহৰণ এটা চাওঁ
05:40 টাৰ্মিনেলটো খোলক আৰু লিখক: gedit sort.pl ampersand আৰু এন্টাৰ (Enter) টিপক
05:47 sort.pl ফাইলটো এতিয়া 'gedit' টেকস্ত এদিতৰত খুল খাইছে । পৰ্দাত দৰ্শিত ধৰণে তলৰ ক’ডটো লিখক
05:56 মই ক’ডটো বৰ্ণনা কৰো । প্ৰথম শাৰীটোৱে সংখ্যাৰ এৰে এটাক দিক্লেয়াৰ কৰে
06:02 নিউমেৰিকেল কম্পেৰিজন অপাৰেতৰে মান দুটাক সংখ্যা হিচাবে তুলনা কৰিব
06:08 ডলাৰ a আৰু ডলাৰ b হৈছে স্পেচিয়েল পেকেজ ল’কেল ভেৰিয়েবলচ য’ত তুলনা কৰিব লগা মানক ল’দ কৰা হয়
06:16 আৰু, এই চৰ্ত ফাংচনে সংখ্যাসমূহক উৰ্দ্ধক্ৰমত চৰ্ত কৰিব
06:21 আহক আমি এতিয়া প্ৰোগ্ৰামটো ছেভ আৰু এক্সিকিউত কৰো
06:25 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl sort.pl আৰু এন্টাৰ (Enter) টিপক
06:31 আমি দেখিছো যে সংখ্যাসমূহক উৰ্দ্ধক্ৰমত চৰ্ত হৈছে
06:35 আহক আন এটা বিশেষ ভেৰিয়েবল চাওঁ ডলাৰ এক্সক্লেমেচন (dollar exclamation)
06:39 ডলাৰ এক্সক্লেমেচন যদি ষ্ট্ৰিংগ কনটেক্সত ব্যৱ্হাৰ কৰা হয়, চিষ্টেম এৰ’ৰ ষ্ট্ৰিংগটো (system error string) ঘূৰাই । এইটো ইয়াৰ ব্যৱ্হাৰৰ এটা উদাহৰণ
06:48 যদি 'hello.txt' ফাইলটো উপলদ্ধ নহয়, ই এৰ’ৰ মেচেজ এটা প্ৰিন্ত কৰিব, যেনে: "Cannot open file for reading : No such file or directory"
06:59 এতিয়া আহক আন এটা বিশেষ ভেৰিয়েবল চাওঁ, dollar at the rate নামৰ
07:04 ই আন এটা বহলভাবে ব্যৱহৃত ভেৰিয়েবল । ই এৰ’ৰ মেচেজ এটা ঘূৰাই, eval বা require কমান্দৰ পৰা
07:12 এই উদাহৰণে প্ৰিন্ত কৰিব: "could not divide Illegal division by zero"
07:17 ডলাৰ ডলাৰ (dollar dollar) হৈছে আন এটা বিশেষ ভেৰিয়েবল । ই এই স্ক্ৰিপ্তটো চলাই থকা পাৰ্ল ইন্তাৰপ্ৰিতাৰৰ (Perl interpreter) process ID টো ধৰি ৰাখে
07:26 দাইমন্দ অপাৰেতৰটো (diamond operator) কমান্দ লাইনত সূচীত কৰা ফাইলচৰ পৰা প্ৰতিটো শাৰী পঢ়িবলৈ ব্যৱহৃত হয়
07:32 আহক আমি ইয়াৰ বাবে এটা উদাহৰণ চাওঁ
07:35 টাৰ্মিনেলটো খুলক আৰু লিখক: gedit commandline.pl ampersand আৰু এন্টাৰ (Enter) টিপক
07:42 'commandline.pl' ফাইলটো এতিয়া geditত খুলিছে
07:46 পৰ্দাত দৰ্শিত ধৰণে ক’ডটো লিখক
07:49 ফাইলটো ছেভ (Save) কৰক
07:51 আহক মই আপোনাক sample dot txt নামৰ ফাইল এটাত থকা টেকস্ত দেখুৱাওঁ
07:56 এতিয়া, কমান্দ লাইনৰ পৰা প্ৰোগ্ৰামটো ৰান কৰক লিখি: perl commandline dot pl space sample dot txt আৰু এন্টাৰ (Enter) টিপক
08:07 এইটোৱেই হৈছে আমাৰ sample dot txt ফাইলত থকা টেকস্ত
08:11 যদি ফাইলচ সূচীত কৰা নহয়, ই ষ্টেনদাৰ্দ ইনপুতৰ (standard input) পৰা পঢ়ে যি হৈছে কীবৰ্দ
08:17 পাৰ্লৰ এটা এৰেৰ বিশেষ ভেৰিয়েবল at the rate capital A R G V আছে । ই কমান্দ লাইনৰ পৰা সকলো মানক ধৰি ৰাখে
08:27 at the rate capital A R G V এৰেক ব্যৱ্হাৰ কৰোতে, ভেৰিয়েবলচ দিক্লেয়াৰ কৰাৰ প্ৰয়োজন নাই
08:33 কমান্দ লাইনৰ পৰা মানসমূহ স্বয়ংক্ৰিয়্ভাবে এই ভেৰিয়েবলত যায়
08:37 আহক এতিয়া গ্ল’বেল স্পেচিয়েল কনষ্টেন্তলৈ (Global Special Constants) যাওঁ
08:41 underscore underscore E N D (সকলো বৰফলাত) underscore underscore এ প্ৰোগ্ৰামটোৰ ল’জিকেল শেষক সূচায়
08:50 এই বিশেষ ভেৰিয়েবলৰ সৈতে যিকোনো টেকস্তক অৱজ্ঞা কৰা হয় এই ষ্টেতমেন্তৰ পাছত
08:55 underscore underscore FILE (বৰফলাত) underscore underscore এ প্ৰোগ্ৰামটোৰ ফাইলনেমক ৰিপ্ৰেজেন্ত কৰে, ইয়াক ব্যৱ্হাৰ কৰা ঠাইত
09:06 underscore underscore LINE (বৰফলাত) underscore underscore এ বৰ্তমান লাইন নাম্বাৰক ৰিপ্ৰেজেন্ত কৰে
09:13 underscore underscore PACKAGE (বৰফলাত) underscore underscore এ বৰ্তমান পেকেজ নেমটো কম্পাইল টাইমত ৰিপ্ৰেজেন্ত কৰে বা অসূচীত কৰে যদি কোনো বৰ্তমান পেকেজ নাথাকে
09:25 আমি এটা চেম্প’ল প্ৰোগ্ৰাম চাম গ্ল’বেল স্পেচিয়েল কনষ্টেন্তচ কেনেকৈ ব্যৱহৃত হয়
09:30 টাৰ্মিনেলটো খুলক আৰু লিখক: gedit specialconstant dot pl ampersand আৰু এন্টাৰ (Enter) টিপক
09:39 specialconstant dot pl ফাইলটো এতিয়া geditত খুলিছে
09:44 পৰ্দাত দৰ্শিত ধৰণে তলৰ ক’ডটো লিখক । মই এতিয়া ক’ডটো বৰ্ণনা কৰিম
09:50 স্পেচিয়েল লিতাৰেলচ "PACKAGE, FILE, LINE" এ পেকেজ নেম, বৰ্তমান ফাইলনেম আৰু লাইন নাম্বাৰক ৰিপ্ৰেজেন্ত কৰে, প্ৰোগ্ৰামটোত সেই ঠাইত
10:00 আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
10:02 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl specialconstant.pl আৰু এন্টাৰ (Enter) টিপক
10:09 আমাৰ প্ৰোগ্ৰামটোৰ বৰ্তমান পেকেজ নেম, ফাইলনেম আৰু লাইন নাম্বাৰ দেখিছো
10:15 আমি মূলভাব চাওঁ
10:19 এই টিউট’ৰিয়েলটোত, আমি পাৰ্লত কিছু কমনভাবে ব্যৱহৃত বিশেষ ভেৰিয়েবলৰ বিষয়ে শিকিলো
10:25 এটা এচাইনমেন্ত হিচাবে, তলত দিয়াটো কৰক । পাৰ্ল স্ক্ৰিপ্ত এটা লিখক তলৰ সংখ্যাৰ এৰেটো উৰ্দ্ধ আৰু নিম্ন ক্ৰমত চৰ্ত কৰিবলৈ
10:34 মন কৰক: নিম্ন ক্ৰমৰ বাবে, তলৰ ক’ড ব্যৱ্হাৰ কৰক তুলনাৰ বাবে
10:39 চৰ্ত কৰা ফলাফলটো প্ৰিন্ত কৰক হোৱাইল (while) লোপ আৰু বিশেষ ভেৰিয়েবল $_ (Dollar Underscore) ব্যৱ্হাৰ কৰি
10:45 প্ৰোগ্ৰামটো ছেভ আৰু এক্সিকিউত কৰক
10:47 এতিয়া ফলাফল চাওঁক
10:49 তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক
10:56 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
11:03 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত
11:13 এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
11:17 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9