Ngspice/C2/Operating-point-analysis-in-NGspice/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00.01 | মৰমৰ বন্ধুসকল, ngspice ৰ Operating point analysis(অপাৰেটিং পইন্ত এনালাইচিছ)ৰ spoken tutorial(স্পকেন টিউট’ৰিয়েল)লৈ স্বাগতম( Welcome) |
| 00.08 | এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিম( learn), |
| 00.10 | operating point analysis(অপাৰেটিং পইন্ত এনালাইচিছ) প্ৰদৰ্শন( perform) কৰিবলৈ |
| 00.13 | Kirchoff s ' voltage law প্ৰমাণ (verify)কৰিবলৈ interactive mode command-line interface আৰু netlist file ত সংলগ্ন( included) কৰা commandscriptৰ দ্বাৰা ngspice ব্যৱ্হাৰ কৰা হৈছে |
| 00.24 | Ubuntu(উবুন্তো)12.04 operating system(অপাৰেটিং ছিচটেম) ব্যৱ্হাৰ কৰাৰ লগতে ngspice version 23 install(ইনস্তল) কৰা হৈছে |
| 00.33 | এই tutorial(টিউট’ৰিয়েল)ৰ বাবে electronic circuits(ইলেকত্ৰনিক চাৰ্কিতচ)ৰ সাধাৰণ জ্ঞান( Basic knowledge)থকা প্ৰয়োজনীয়( prerequisite) |
| 00.38 | Ubuntu(উবুন্তো) Linux(লিনাস্ক)আৰুshell'commands(চেল ক’মান্দচ)ৰ ও সাধাৰণ জ্ঞান( Basic knowledge) থকা দৰকাৰ |
| 00.43 | আমি উদাহৰণত( example) দৰ্শিত( shown) circuit(চাৰ্কিত) টো ব্যৱ্হাৰ কৰিম |
| 00.47 | circuit'(চাৰ্কিত) টো তিনিটা prominent nodes(প্ৰ’মিনেন্ত ন’দচ) ৰে গঠিত |
| 00.52 | “a”, |
| 00.53 | “b” |
| 00.55 | আৰু “c”. |
| 00.57 | লগতে এটা চতুৰ্থ( fourth) node(ন’দ) যাক reference বা datum node বুলি কোৱা হ্য় তাক node “0” বুলি চিহ্নিত কৰিবই লাগিব |
| 01.06 | এইটো যিকোনো circuit(চাৰ্কিত) ৰ বাবে আৱ্শ্যকীয়( mandatory) |
| 01.09 | text editor.(টেক্স্ত এডিটৰ) ত আগতে দৰ্শিত circuit schematic ৰ লগত সংযুক্ত( corresponding) ngspice netlist example1.cir file টো খোলো আহক |
| 01.19 | মই ইতিমধ্যে gedit text editor ত এইটো খুলি থৈছো |
| 01.27 | মন কৰিব যে netlist file টো .cir extension ৰে save(ছেভ) কৰা হৈছে |
| 01.32 | আমি সকলোবিলাক components(কম্প’নেন্ত্চ) যেনে voltage source, resistors আৰু current source চাব পাৰো |
| 01.41 | লগতে সিহঁতক একেলগে সংযোগ( connecting) কৰা nodes(ন’দচ) ৰ বিষয়ে তথ্য( information) |
| 01.46 | netlist'file' ত সংলগ্ন( included) .op command টো operating point analysis প্ৰদৰ্শনত( perform) ব্যৱ্হাৰ কৰা হয় |
| 01.54 | এতিয়া আমি circuit'(চাৰ্কিত) টো simulate(চিমুলেত) কৰিম আৰু interactive mode-command-line interface ব্যৱ্হাৰ কৰি Kirchoff's voltage law টো প্ৰমান( verify) কৰিম |
| 02.02 | terminal(টাৰ্মিনেল) ৰ দ্বাৰা ngspice টো খোলো আহক |
| 02.06 | Ubuntu desktop screen ৰ ওপৰৰ বাওঁফালৰ চুকলৈ (top left corner)যাওঁক |
| 02.10 | Dash home(ডেচ হ’ম) ত ক্লিক কৰক |
| 02.13 | search bar(চাৰ্ছ বাৰ) ত terminal(টাৰ্মিনেল) লিখক আৰু Enter প্ৰেছ কৰক |
| 02.22 | ই Terminal window(টাৰ্মিনেল উইন্দ’)ক খুলিব |
| 02.26 | এই window(উইন্দ’) খনৰ মাপ পৰিবৰ্তন (resize) কৰো আহক |
| 02.30 | এতিয়া মই example1.cir নামৰ netlist file টো যিটো folderত save(ছেভ) হৈ আছে তালৈ যাম |
| 02.38 | মই এইটো তলত দিয়া ধৰণে কৰিম. |
| 02.40 | terminal(টাৰ্মিনেল) ত মই cd স্পেচ Desktop slash op hyphen analysis টাইপ কৰিম আৰু Enter প্ৰেছ কৰিম |
| 02.55 | এতিয়া আমি ngspice file টো simulate(চিমুলেত) কৰিম |
| 02.59 | এতিয়া আমি চাম এইটো কেনেকৈ কৰা হয় |
| 03.01 | terminal(টাৰ্মিনেল)ত ngspice স্পেচ example1.cir টাইপ কৰক আৰু Enter প্ৰেছ কৰক |
| 03.17 | ইয়াত আপুনি লক্ষ্য কৰিব যে আমি ngspice command line interfaceত প্ৰৱেশ( entered) কৰিছো |
| 03.23 | run(ৰান)টাইপ কৰক আৰু Enter প্ৰেছ কৰক |
| 03.28 | ই circuit'(চাৰ্কিত)টো simulate(চিমুলেত)কৰিব আৰু পৰিণামটো( results)সংৰক্ষণ(store) কৰিব |
| 03.33 | আমিKirchoff's voltage law ওপৰত ব্যৱ্হাৰ কৰা simulation(চিমুলেচন) ৰ পৰিণামৰ( results) সহায়ত প্ৰমাণ( verify) কৰিম |
| 03.39 | Kirchoff's voltage law,ৰ মতে outer loop(আউতাৰ লুপ)ৰ চাৰিওকাষৰ voltage(ভল্তেজ), dc voltage source V1ৰ মানৰ সৈতে সমান হ’ব লাগিব |
| 03.51 | outer loop (আউতাৰ লুপ)ৰ চাৰিওকাষৰvoltage(ভল্তেজ) গণনা( Calculate)কৰো |
| 03.54 | ইয়াৰ বাবে তলত দিয়া ধৰণে কৰো |
| 03.59 | ngspice command line interfaceৰ Terminal(টাৰ্মিনেল)ত |
| 04.03 | print স্পেচ v of a comma b plus v of b comma c plus v of cটাইপ কৰক আৰু Enterকী প্ৰেছ কৰক |
| 04.21 | ইয়াত v of a comma bয়ে a আৰু b nodes(ন’দচ)ৰ মাজৰ voltage drop(ভল্তেজ দ্ৰপ)ক সূচায়( denotes) আৰু তেনেদৰে |
| 04.29 | print commandয়ে ইয়াৰ সোফালে উল্লেখ( mentioned) কৰা গণনাৰ( calculation) পৰিণাম( results) দৰ্শায় |
| 04.36 | terminal(টাৰ্মিনেল)ত গণনাৰ(calculation) পৰিণাম( result) লক্ষ্য কৰক |
| 04.39 | এইটো 30 volt(ভল্ত)বুলি দৰ্শিত( shown) হৈছে |
| 04.42 | এতিয়া DC voltage source V1ৰ মান গণনা(calculate) কৰক যিতো v(a) হয় |
| 04.50 | print স্পেচ v of a টাইপ কৰক আৰু Enterপ্ৰেছ কৰক |
| 05.00 | terminal(টাৰ্মিনেল)ত গণনাৰ(calculation) পৰিণাম( result) লক্ষ্য কৰক |
| 05.04 | যদি দুয়োতা পৰিণাম( results) একে হয় তেন্তে Kirchoff's voltage law প্ৰ্মাণিত( verified) হ’ব |
| 05.10 | যিহেতো দুয়োতা voltage(ভল্তেজ)ৰ মান একে হয়,Kirchhoff's Voltage lawটো outer loop(আউতাৰ লুপ) a, b, c আৰু 0ৰ বাবে প্ৰমাণিত( verified) হ’ল |
| 05.21 | এতিয়া আমি এই circuit(চাৰ্কিত)টো simulate(চিমুলেত)কৰিম আৰু netlist fileত সংলগ্ন( included) command script(স্ক্ৰিপ্ত) ব্যৱ্হাৰ কৰি Kirchoff's voltage lawটো প্ৰমাণ( verify) কৰিম |
| 05.31 | সংশোধিত(Modified)netlist file example hyphen modified dot cirহিচাবে দৰ্শিত( shown) হৈছে |
| 05.40 | আপুনি দেখিব যে আমি command-line interfaceত কাৰ্যকৰী(execute) কৰা সকলো commands(ক’মান্দচ) এই netlistত control statements(ষ্টেটমেন্তচ)ৰুপে সংলগ্ন কৰা হৈছে |
| 05.50 | সেইতো হৈছে, dot controlআৰু dot endc statements(ষ্টেটমেন্তচ)ৰ মাজৰ statements(ষ্টেটমেন্তচ)বোৰ |
| 05.57 | Echo command(ক’মান্দ)য়ে terminal'window.(টাৰ্মিনেল উইন্দ’) ৰ সোফালে লিখা text(টেকস্ত)বোৰ echoকৰিব |
| 06.04 | আপুনি দেখিব যে আমি print statements(ষ্টেটমেন্তচ)টো netlistত সংলগ্ন( included) কৰিছো |
| 06.10 | এতিয়া আমি সংশোধিত(Modified) netlist fileটো কাৰ্যকৰী( execute) কৰিম |
| 06.14 | ngspice simulator environmentৰ পৰা netlistটো simulate কৰিবলৈ source command(ক’মান্দ) ব্যৱহাৰ কৰা হয় |
| 06.22 | terminal(টাৰ্মিনেল)ত source স্পেচ example hyphen modified dot cirটাইপ কৰক আৰু Enterকী প্ৰেছ কৰক |
| 06.37 | ই simulationটো run(ৰান) কৰিব আৰু KVL প্ৰমাণীকৰনৰ(verification)কাৰণে প্ৰত্যক্ষভাৱে( directly) পৰিণামটো( results) দৰ্শিত হ’ব |
| 06.43 | আপুনি দেখিব যে পৰিণামটো( results) আগতে দেখোৱাৰ সতে একে |
| 06.48 | ইয়াৰ দ্বাৰাই আমি এই tutorial(টিউট’ৰিয়েল)টোৰ সামৰণি মাৰিম |
| 06.52 | ngspice simulatorটো বন্ধ কৰিবলৈ quitটাইপ কৰক আৰু Enter কী প্ৰেছ কৰক |
| 07.00 | এতিয়া আমি এই tutorial (টিউট’ৰিয়েল)টোত কি শিকিলো তাৰ মূলভাৱ চাম |
| 07.03 | এই tutorial(টিউট’ৰিয়েল)টোত আমি শিকিলো, |
| 07.05 | এটা উল্লেখ কৰাcircuit(চাৰ্কিত)ত operating point analysis প্ৰদৰ্শন( perform) কৰা |
| 07.09 | Kirchoff s ' voltage law প্ৰমাণ (verify)কৰিবলৈ interactive mode command-line interface আৰু netlist file ত সংলগ্ন( included) কৰা commandscriptৰ দ্বাৰা ngspice ব্যৱ্হাৰ কৰা হৈছে |
| 07.20 | তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷ |
| 07.24 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
| 07.28 | আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷ |
| 07.32 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে |
| 07.34 | স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও( workshops) পাতে |
| 07.38 | অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে |
| 07.41 | অধিক জানিবলৈ অনুগ্রহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক |
| 07.47 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয় |
| 07.52 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 07.59 | এই মিচনৰ বিষয়ে অধিক তথ্য( information) পাব |
| 08.02 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 08.09 | সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ |
| 08.11 | আশা কৰিছো এই tutorial(টিউট’ৰিয়েল)টো আপোনাৰ বাবে বহুমূল্য হৈছে |
| 08.13 | মই মৌচম হাজৰিকা |
| 08.19 | ধন্যবাদ
|