Ngspice/C2/Operating-point-analysis-in-NGspice/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00.01 মৰমৰ বন্ধুসকল, ngspice ৰ Operating point analysis(অপাৰেটিং পইন্ত এনালাইচিছ)ৰ spoken tutorial(স্পকেন টিউট’ৰিয়েল)লৈ স্বাগতম( Welcome)
00.08 এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিম( learn),
00.10 operating point analysis(অপাৰেটিং পইন্ত এনালাইচিছ) প্ৰদৰ্শন( perform) কৰিবলৈ
00.13 Kirchoff s ' voltage law প্ৰমাণ (verify)কৰিবলৈ interactive mode command-line interface আৰু netlist file ত সংলগ্ন( included) কৰা commandscriptৰ দ্বাৰা ngspice ব্যৱ্হাৰ কৰা হৈছে
00.24 Ubuntu(উবুন্তো)12.04 operating system(অপাৰেটিং ছিচটেম) ব্যৱ্হাৰ কৰাৰ লগতে ngspice version 23 install(ইনস্তল) কৰা হৈছে
00.33 এই tutorial(টিউট’ৰিয়েল)ৰ বাবে electronic circuits(ইলেকত্ৰনিক চাৰ্কিতচ)ৰ সাধাৰণ জ্ঞান( Basic knowledge)থকা প্ৰয়োজনীয়( prerequisite)
00.38 Ubuntu(উবুন্তো) Linux(লিনাস্ক)আৰুshell'commands(চেল ক’মান্দচ)ৰ ও সাধাৰণ জ্ঞান( Basic knowledge) থকা দৰকাৰ
00.43 আমি উদাহৰণত( example) দৰ্শিত( shown) circuit(চাৰ্কিত) টো ব্যৱ্হাৰ কৰিম
00.47 circuit'(চাৰ্কিত) টো তিনিটা prominent nodes(প্ৰ’মিনেন্ত ন’দচ) ৰে গঠিত
00.52 “a”,
00.53 “b”
00.55 আৰু “c”.
00.57 লগতে এটা চতুৰ্থ( fourth) node(ন’দ) যাক reference বা datum node বুলি কোৱা হ্য় তাক node “0” বুলি চিহ্নিত কৰিবই লাগিব
01.06 এইটো যিকোনো circuit(চাৰ্কিত) ৰ বাবে আৱ্শ্যকীয়( mandatory)
01.09 text editor.(টেক্স্ত এডিটৰ) ত আগতে দৰ্শিত circuit schematic ৰ লগত সংযুক্ত( corresponding) ngspice netlist example1.cir file টো খোলো আহক
01.19 মই ইতিমধ্যে gedit text editor ত এইটো খুলি থৈছো
01.27 মন কৰিব যে netlist file টো .cir extension ৰে save(ছেভ) কৰা হৈছে
01.32 আমি সকলোবিলাক components(কম্প’নেন্ত্চ) যেনে voltage source, resistors আৰু current source চাব পাৰো
01.41 লগতে সিহঁতক একেলগে সংযোগ( connecting) কৰা nodes(ন’দচ) ৰ বিষয়ে তথ্য( information)
01.46 netlist'file' ত সংলগ্ন( included) .op command টো operating point analysis প্ৰদৰ্শনত( perform) ব্যৱ্হাৰ কৰা হয়
01.54 এতিয়া আমি circuit'(চাৰ্কিত) টো simulate(চিমুলেত) কৰিম আৰু interactive mode-command-line interface ব্যৱ্হাৰ কৰি Kirchoff's voltage law টো প্ৰমান( verify) কৰিম
02.02 terminal(টাৰ্মিনেল) ৰ দ্বাৰা ngspice টো খোলো আহক
02.06 Ubuntu desktop screen ৰ ওপৰৰ বাওঁফালৰ চুকলৈ (top left corner)যাওঁক
02.10 Dash home(ডেচ হ’ম) ত ক্লিক কৰক
02.13 search bar(চাৰ্ছ বাৰ) ত terminal(টাৰ্মিনেল) লিখক আৰু Enter প্ৰেছ কৰক
02.22 Terminal window(টাৰ্মিনেল উইন্দ’)ক খুলিব
02.26 এই window(উইন্দ’) খনৰ মাপ পৰিবৰ্তন (resize) কৰো আহক
02.30 এতিয়া মই example1.cir নামৰ netlist file টো যিটো foldersave(ছেভ) হৈ আছে তালৈ যাম
02.38 মই এইটো তলত দিয়া ধৰণে কৰিম.
02.40 terminal(টাৰ্মিনেল) ত মই cd স্পেচ Desktop slash op hyphen analysis টাইপ কৰিম আৰু Enter প্ৰেছ কৰিম
02.55 এতিয়া আমি ngspice file টো simulate(চিমুলেত) কৰিম
02.59 এতিয়া আমি চাম এইটো কেনেকৈ কৰা হয়
03.01 terminal(টাৰ্মিনেল)ত ngspice স্পেচ example1.cir টাইপ কৰক আৰু Enter প্ৰেছ কৰক
03.17 ইয়াত আপুনি লক্ষ্য কৰিব যে আমি ngspice command line interfaceত প্ৰৱেশ( entered) কৰিছো
03.23 run(ৰান)টাইপ কৰক আৰু Enter প্ৰেছ কৰক
03.28 circuit'(চাৰ্কিত)টো simulate(চিমুলেত)কৰিব আৰু পৰিণামটো( results)সংৰক্ষণ(store) কৰিব
03.33 আমিKirchoff's voltage law ওপৰত ব্যৱ্হাৰ কৰা simulation(চিমুলেচন) ৰ পৰিণামৰ( results) সহায়ত প্ৰমাণ( verify) কৰিম
03.39 Kirchoff's voltage law,ৰ মতে outer loop(আউতাৰ লুপ)ৰ চাৰিওকাষৰ voltage(ভল্তেজ), dc voltage source V1ৰ মানৰ সৈতে সমান হ’ব লাগিব
03.51 outer loop (আউতাৰ লুপ)ৰ চাৰিওকাষৰvoltage(ভল্তেজ) গণনা( Calculate)কৰো
03.54 ইয়াৰ বাবে তলত দিয়া ধৰণে কৰো
03.59 ngspice command line interfaceTerminal(টাৰ্মিনেল)ত
04.03 print স্পেচ v of a comma b plus v of b comma c plus v of cটাইপ কৰক আৰু Enterকী প্ৰেছ কৰক
04.21 ইয়াত v of a comma bয়ে a আৰু b nodes(ন’দচ)ৰ মাজৰ voltage drop(ভল্তেজ দ্ৰপ)ক সূচায়( denotes) আৰু তেনেদৰে
04.29 print commandয়ে ইয়াৰ সোফালে উল্লেখ( mentioned) কৰা গণনাৰ( calculation) পৰিণাম( results) দৰ্শায়
04.36 terminal(টাৰ্মিনেল)ত গণনাৰ(calculation) পৰিণাম( result) লক্ষ্য কৰক
04.39 এইটো 30 volt(ভল্ত)বুলি দৰ্শিত( shown) হৈছে
04.42 এতিয়া DC voltage source V1ৰ মান গণনা(calculate) কৰক যিতো v(a) হয়
04.50 print স্পেচ v of a টাইপ কৰক আৰু Enterপ্ৰেছ কৰক
05.00 terminal(টাৰ্মিনেল)ত গণনাৰ(calculation) পৰিণাম( result) লক্ষ্য কৰক
05.04 যদি দুয়োতা পৰিণাম( results) একে হয় তেন্তে Kirchoff's voltage law প্ৰ্মাণিত( verified) হ’ব
05.10 যিহেতো দুয়োতা voltage(ভল্তেজ)ৰ মান একে হয়,Kirchhoff's Voltage lawটো outer loop(আউতাৰ লুপ) a, b, c আৰু 0ৰ বাবে প্ৰমাণিত( verified) হ’ল
05.21 এতিয়া আমি এই circuit(চাৰ্কিত)টো simulate(চিমুলেত)কৰিম আৰু netlist fileত সংলগ্ন( included) command script(স্ক্ৰিপ্ত) ব্যৱ্হাৰ কৰি Kirchoff's voltage lawটো প্ৰমাণ( verify) কৰিম
05.31 সংশোধিত(Modified)netlist file example hyphen modified dot cirহিচাবে দৰ্শিত( shown) হৈছে
05.40 আপুনি দেখিব যে আমি command-line interfaceত কাৰ্যকৰী(execute) কৰা সকলো commands(ক’মান্দচ) এই netlistcontrol statements(ষ্টেটমেন্তচ)ৰুপে সংলগ্ন কৰা হৈছে
05.50 সেইতো হৈছে, dot controlআৰু dot endc statements(ষ্টেটমেন্তচ)ৰ মাজৰ statements(ষ্টেটমেন্তচ)বোৰ
05.57 Echo command(ক’মান্দ)য়ে terminal'window.(টাৰ্মিনেল উইন্দ’) ৰ সোফালে লিখা text(টেকস্ত)বোৰ echoকৰিব
06.04 আপুনি দেখিব যে আমি print statements(ষ্টেটমেন্তচ)টো netlistত সংলগ্ন( included) কৰিছো
06.10 এতিয়া আমি সংশোধিত(Modified) netlist fileটো কাৰ্যকৰী( execute) কৰিম
06.14 ngspice simulator environmentৰ পৰা netlistটো simulate কৰিবলৈ source command(ক’মান্দ) ব্যৱহাৰ কৰা হয়
06.22 terminal(টাৰ্মিনেল)ত source স্পেচ example hyphen modified dot cirটাইপ কৰক আৰু Enterকী প্ৰেছ কৰক
06.37 simulationটো run(ৰান) কৰিব আৰু KVL প্ৰমাণীকৰনৰ(verification)কাৰণে প্ৰত্যক্ষভাৱে( directly) পৰিণামটো( results) দৰ্শিত হ’ব
06.43 আপুনি দেখিব যে পৰিণামটো( results) আগতে দেখোৱাৰ সতে একে
06.48 ইয়াৰ দ্বাৰাই আমি এই tutorial(টিউট’ৰিয়েল)টোৰ সামৰণি মাৰিম
06.52 ngspice simulatorটো বন্ধ কৰিবলৈ quitটাইপ কৰক আৰু Enter কী প্ৰেছ কৰক
07.00 এতিয়া আমি এই tutorial (টিউট’ৰিয়েল)টোত কি শিকিলো তাৰ মূলভাৱ চাম
07.03 এই tutorial(টিউট’ৰিয়েল)টোত আমি শিকিলো,
07.05 এটা উল্লেখ কৰাcircuit(চাৰ্কিত)ত operating point analysis প্ৰদৰ্শন( perform) কৰা
07.09 Kirchoff s ' voltage law প্ৰমাণ (verify)কৰিবলৈ interactive mode command-line interface আৰু netlist file ত সংলগ্ন( included) কৰা commandscriptৰ দ্বাৰা ngspice ব্যৱ্হাৰ কৰা হৈছে
07.20 তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷
07.24 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
07.28 আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷
07.32 স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে
07.34 স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও( workshops) পাতে
07.38 অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে
07.41 অধিক জানিবলৈ অনুগ্রহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
07.47 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয়
07.52 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07.59 এই মিচনৰ বিষয়ে অধিক তথ্য( information) পাব
08.02 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
08.09 সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ
08.11 আশা কৰিছো এই tutorial(টিউট’ৰিয়েল)টো আপোনাৰ বাবে বহুমূল্য হৈছে
08.13 মই মৌচম হাজৰিকা
08.19 ধন্যবাদ


Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya