Netbeans/C2/Developing-a-Sample-Web-Application/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ বন্ধুগণ। |
00:02 | Netbeans IDE ত ওয়েব অ্যাপ্লিকেশন ডেভেলপৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:08 | আমি ধৰো আপোনি netbeans সম্পর্কে কিছু জানে। |
00:12 | নহলে Netbeans ত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত যাওক। |
00:19 | প্রথম টিউটোৰিয়েল চাও |
00:22 | সংস্থাপন আৰু Netbeans ইন্টাৰফেসৰ সৈতে পৰিচয় হও। |
00:25 | আগৰ টিউটোৰিয়েলতও নতুন প্রজেক্ট তৈয়াৰ সম্পর্কে কোৱা হৈছে। |
00:29 | ইয়াৰ বাবে আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v11.04 আৰু Netbeans IDE v7.1.1 ব্যবহাৰ কৰিছো। |
00:40 | এই টিউটোৰিয়েল আপোনি ওয়েব অ্যাপ্লিকেশন বিকাশৰ সৈতে বুনিয়াদী Netbeans ইয়াৰ সাধাৰণ তথ্য সম্পর্কে বোঝাব। |
00:45 | আমি চাম, |
00:46 | ওয়েব অ্যাপ্লিকেশন প্রজেক্ট সেট কৰা। |
00:49 | ওয়েব-অ্যাপ্লিকেশন সোর্স ফাইল বনোৱা বা এডিট কৰা। |
00:52 | জাভা প্যাকেজ আৰু জাভা সোর্স ফাইল বনোৱা। |
00:56 | Getter আৰু Setter মেথড তৈয়াৰ কৰা। |
00:59 | ডিফল্ট জাভা সার্ভাৰ পেজ ফাইল এডিট কৰা। |
01:02 | জাভা সার্ভাৰ পেজ ফাইল তৈয়াৰ কৰা। |
01:05 | আৰু ওয়েব-অ্যাপ্লিকেশন প্রজেক্ট ৰান কৰা। |
01:08 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ দৰকাৰ হব Netbeans IDE |
01:13 | জাভা ডেভেলপমেন্ট কিট (JDK) সংস্কৰণ 6 |
01:17 | GlassFish সার্ভাৰ ওপেন সোর্স সংস্কৰণ। |
01:20 | উপৰোক্ত সবকিছু প্রদর্শিত লিঙ্কৰ পৰা একেসৈতে ডাউনলোড কৰা যাব পাৰে। |
01:26 | এই টিউটোৰিয়েল সহজ ওয়েব অ্যাপ্লিকেশন তৈয়াৰ কৰা দেখায়। |
01:30 | সার্ভাৰত এইটোৱে কিভাবে স্থাপন কৰে। |
01:32 | ব্রাউজাৰত ইয়াৰ উপস্থাপনা কিভাবে দেখে। |
01:35 | অ্যাপ্লিকেশন এমপ্লয়ী (JSP) জাভা সার্ভাৰ পেজ আপোনাক আপোনাৰ নাম ইনপুট কৰিবলৈ কয়। |
01:42 | এইটোৱে আৰু এবাৰ HTTP সেশনৰ দৰুন স্থিৰ নাম বজায় ৰাখিবলৈ JavaBeans কম্পোনেন্ট ব্যবহাৰ কৰে। |
01:48 | তাৰপিছত দ্বিতীয় JSP পৃষ্ঠাত আউটপুট আহৰন বেৰ কৰে। |
01:51 | এতিয়া Netbeans ত যাওক আৰু ওয়েব-অ্যাপ্লিকেশন প্রজেক্ট তৈয়াৰ কৰক। |
01:58 | Fileৰ পৰা New Project চয়ন কৰক। |
02:01 | Categoriesৰ পৰা Java Web চয়ন কৰক। |
02:04 | Projectsৰ পৰা Web Application চয়ন কৰি Next ত টিপক। |
02:09 | প্রজেক্টৰ নাম দিয়ক। আমি প্রজেক্টক HelloWeb নাম দিও। |
02:15 | আপোনাৰ কম্পিউটাৰত যি কোনো ডাইৰেক্টৰিত প্রজেক্টৰ স্থান উল্লেখ কৰক। |
02:20 | Next ত টিপক। |
02:22 | Server and Settings প্যানেল খোলে। |
02:25 | জাভা সংস্কৰণ চয়ন কৰক, যি আপোনি অ্যাপ্লিকেশনৰ সৈতে ব্যবহাৰ কৰিবলৈ চাও। |
02:29 | সার্ভাৰ চয়ন কৰক যি আপোনি অ্যাপ্লিকেশনত স্থাপিত কৰিবলৈ চাওক। |
02:34 | Next টিপক। |
02:36 | Frameworks প্যানেলত |
02:38 | প্রজেক্ট তৈয়াৰ কৰিবলৈ Finish ত টিপক। |
02:41 | IDE, HelloWeb প্রজেক্ট ফোল্ডাৰ বনায়। |
02:46 | এই ফোল্ডাৰত সকলো সোর্সস আৰু প্রজেক্ট মেটাডাটা আছে। |
02:51 | ওয়েলকাম পেজ- index.jsp মেন উইন্ডোত সোর্স এডিটৰত খোলে। |
02:57 | আপোনি ইয়াত বাও ফালে ফাইল উইন্ডোত প্রজেক্টৰ ফাইল গঠন দেখিব পাৰো। |
03:05 | এইটোৱে প্রজেক্ট উইন্ডোত এটা লজিক্যাল গঠন। |
03:10 | সোর্স ফাইল তৈয়াৰ কৰি এডিট কৰা সবতচে গুৰুত্বপূর্ণ ফাংশন যি IDE প্রদান কৰে। |
03:15 | এতিয়া Projects উইন্ডোত Source Packages নোড খোলে। |
03:20 | Source Packages নোডত মাত্র এটা খালি default package নোড আছে। |
03.25 | Source Packages ত সো ক্লিক কৰক আৰু New > Java Class চয়ন কৰক। |
03:32 | আপোনাৰ ক্লাসক নাম দিয়ক। আমি ক্লাসৰ নাম NameHandler দিও। |
03:40 | Package কম্বো-বাক্সত, আমি লিখো org.mypackage.hello |
03:54 | আৰু Finish ত টিপক। |
03:57 | NameHandler.java ফাইল সোর্স এডিটৰত খোলে। |
04:01 | এতিয়া ক্লাস ডিক্লেৰেশনৰ তলতস্ট্রিং ভ্যাৰিয়েবল ঘোষিত কৰো। |
04:07 | আমি এটা স্ট্রিং ভ্যাৰিয়েবল String name ঘোষিত কৰিম আৰু |
04:12 | আমি ক্লাসত public NameHandler কন্সট্রাকটৰ ও জুড়িব। |
04:23 | এতিয়া আমি কন্সট্রাকটৰৰ ভিতৰত name = null ও জুড়াম। |
04:30 | এতিয়া Getter আৰু Setter মেথড তৈয়াৰ কৰো। |
04:33 | সোর্স এডিটৰত name ফীল্ডত সো ক্লিক কৰক, contextual মেনুৰ পৰা Refactor আৰু Encapsulate ফীল্ডস চয়ন কৰক। |
04:46 | Refactoring পর্যবেক্ষণযোগ্য আচৰণ নসলোৱাকৈবিদ্যমান কোডৰ গঠন উন্নত কৰাৰ এটা সুশৃঙ্খল কৌশল। |
04:56 | সংক্ষেপে, আমি আচৰণ নসলোৱাকৈ কোডৰ গঠন সলাব পাৰো। |
05:01 | Refactoring ইয়াৰ সৈতে ফীল্ড, মেথডস বা ক্লাসেস জিনিচবোৰ আলাদা না কৰে স্থানান্তৰিত কৰিবলৈ পাৰি। |
05:08 | IDE ত উভতি যাও। |
05:11 | ডায়ালগ নেম ফীল্ড সূচীৰ সৈতে খোলে। |
05:16 | লক্ষ্য কৰক যে Fields visibility, private ত সেট আছে। |
05:20 | Accessors visibility ডিফল্টৰুপে হল public. |
05:24 | এইটোৱে দেখায় যে ক্লাস ভ্যাৰিয়েবলৰ বাবে এক্সেস মডিফায়াৰ private ৰুপত নির্দিষ্ট হব। |
05:30 | যতনেকি getter আৰু setter মেথড ক্রমশ public মডিফায়াৰৰ সৈতে তৈয়াৰ হব। |
05:36 | Refactor ত টিপক। |
05:39 | Getter আৰু Setter মেথডস name ফীল্ডৰ বাবে তৈয়াৰ হয়। |
05:46 | ক্লাস ভ্যাৰিয়েবলৰ বাবে মডিফায়াৰর্স private সেট হয় যতনেকি getter আৰু setter মেথডস public মডিফায়াৰৰ সৈতে তৈয়াৰ হয়। |
05:56 | আপোনাৰ জাভা ক্লাস শেষত এইৰকমে হোৱা উচিত। |
05:59 | এতিয়া Default JavaServer Pages ফাইল এডিট কৰক। |
06:04 | সোর্স এডিটৰৰ উপৰত প্রদর্শিত ইয়াৰ ট্যাবত টিপি index.jsp ফাইলত আৰু এবাৰ ধ্যান দিয়ক। |
06:11 | এতিয়া Tools মেনু > Palette ত গৈ Palette manager খুলক আৰু HTML/JSP code clips ত টিপক। |
06:21 | Palatte manager খোলে। |
06:26 | palette managerত HTML forms ইয়াৰ বিকল্প দেখায়। |
06:31 | Form আইটেম চয়ন কৰক। |
06:34 | এইটোক টানক আৰু সোর্স এডিটৰত h1 ট্যাগসৰ পিছৰ পয়েন্টসত ৰাখক। |
06:42 | Insert form ডায়ালগ বাক্স খোলে। |
06:45 | স্ক্রীনত দেখোৱা ভ্যালু নির্দিষ্ট কৰক। |
06:49 | Action ত response.jsp |
06:54 | Methodত GET |
06:56 | আৰু Name input form ৰুপত আপোনাৰ ফর্মৰ নাম দিয়ক। |
07:04 | OK ত টিপক। |
07:07 | index.jsp ফাইলত এটা HTML ফর্ম জুড়া যায়। |
07:13 | এতিয়া Palette manager পৰা Text Input আইটেম চয়ন কৰক, এইটোৱে টানক আৰু ক্লোসিং ফর্ম ট্যাগৰ প্রথম পয়েন্টত এইটোক ৰাখক। |
07:25 | Insert text input ডায়ালগ বাক্সত Name ৰুপত নাম উল্লেখ কৰক। |
07:32 | Type ত text ৰাখক। |
07:34 | আৰু OK ত টিপক। |
07:36 | HTML ইনপুট ট্যাগ ফর্ম ট্যাগসৰ মাঝত জুড়া যায়। |
07:41 | ইনপুট ট্যাগৰ পৰা খালি ভ্যালু অ্যাট্রিবিউট মুছি পেলাওক। |
07:49 | এতিয়া paletteৰ পৰা Button আইটেম চয়ন কৰক। |
07:53 | এইটোক টানক আৰু ক্লোসিং ফর্ম ট্যাগৰ আগৰ পয়েন্টত ৰাখক। |
07:58 | Label ত OK |
08:00 | Typeত submit নির্দিষ্ট কৰক। |
08:03 | আৰু OK ত আৰু এবাৰ টিপক। |
08:05 | এতিয়া HTML বোতাম ফর্ম ট্যাগসত জুড়া যায়। |
08:12 | প্রথমে input tag ইয়াৰ আগত Enter your name টেক্সট লিখক। |
08:22 | আৰু h1 ট্যাগসৰ মাঝত ডিফল্ট টেক্সট সলাওক। |
08:28 | আমি টেক্সট Entry form ত সলাও। |
08:34 | এতিয়া সো ক্লিক কৰক এতিয়াৰ বাবে আমি palette ম্যানেজাৰ বন্ধ কৰো। |
08:38 | সোর্স এডিটৰত সো ক্লিক কৰক। |
08:41 | কোডৰ ফৰম্যাট সঠিক কৰিবলৈ Format বিকল্প চয়ন কৰক। |
08:46 | আপোনাৰ index.jsp ফাইল এতিয়া এইৰকম হোৱা উচিত। |
08:49 | এতিয়া JavaServer Pages ফাইল বনাওক। |
08:53 | প্রজেক্ট উইন্ডোত HelloWeb প্রজেক্ট নোডত সো ক্লিক কৰক, New > JSP চয়ন কৰক। |
09:01 | New JSP ফাইল উইজার্ড খোলে। |
09:05 | ফাইলক response নাম দিওক আৰু Finish ত টিপক। |
09:14 | লক্ষ্য কৰক যে response.jsp ফাইল নোড index.jsp ফাইলৰ তলতProjects উইন্ডোত দেখায়। |
09:23 | সোর্স এডিটৰত নতুন ফাইল খোলে। |
09:26 | Palette ম্যানেজাৰ আৰু এবাৰ খুলক। |
09:35 | এতিয়া JSP বিকল্প প্রদর্শিত হয়। |
09:39 | Use Bean আইটেম চয়ন কৰক, এইটোৱে টানক আৰু বডিৰ ঠিক তলত পয়েন্টত এইটোৱে ৰাখক। |
09:53 | Insert Use Bean ডায়ালগ খোলে। |
09:56 | ভ্যালু নির্দিষ্ট কৰক। |
09:58 | ID ত mybean |
10:01 | Class ত org.mypackage.hello.NameHandler |
10:13 | Scope ত session সেট কৰক। |
10:15 | আৰু OK ত টিপক। |
10:18 | লক্ষ্য কৰক যে jsp:useBean ট্যাগ বডি ট্যাগৰ তলত জুড়া যায়। |
10:30 | JavaBeans জাভাৰ বাবে পুনঃ উপযোগিত সফটওয়্যাৰ কম্পোনেন্ট। |
10:34 | তাৰ ব্যবহাৰ সিঙ্গল অবজেক্টত অনেক অবজেক্টস encapsulateসুপুন্ঠিত কৰিবলৈ কৰা হয়। |
10:38 | যাতে তাৰ মাল্টিপল ব্যক্তিগত অবজেক্টৰ সলনি সিঙ্গল bean অবজেক্ট ৰুপত পাশ কৰা যাব পাৰে। |
10:46 | Palette ম্যানেজাৰ পৰা, setbean property আইটেম চয়ন কৰি এইটোক টানক আৰু h1 ট্যাগৰ আগত পয়েন্টত ৰাখক। |
11:03 | আৰু OK ত টিপক। |
11:12 | ইয়াত jsp:setProperty ট্যাগত সেইটো দেখা দিয়ে, খালি ভ্যালু অ্যাট্রিবিউট মুছি দিয়ক। |
11:21 | নেম অ্যাট্রিবিউটৰ বাবে mybean আৰু Property ইয়াৰ বাবে name সেট কৰক। |
11:30 | এতিয়া h1 ট্যাগসৰ মাঝত টেক্সটক Hello কমা স্পেস আৰু exclamation চিহ্নত সলাওক। |
11:40 | Palette ম্যানেজাৰ পৰা Get Bean property আইটেম চয়ন কৰি এইটোক টানক আৰু এইটোক h1 ট্যাগৰ মাঝত Hello text ইয়াৰ পিছত ৰাখক। |
11:51 | Get Bean Property আইটেমত, |
11:53 | Bean Name ত mybean |
11:57 | আৰু Property Name ত name সেট কৰক। |
11:59 | OK ত টিপক। |
12:01 | এতিয়া jsp:getProperty ট্যাগ এতিয়া h1 ট্যাগসৰ মাঝত জুড়া যায়। |
12:07 | সোর্স এডিটৰত আৰু এবাৰ সো ক্লিক কৰক, দৰকাৰ হলে কোডৰ ফৰম্যাট ঠিক কৰিবলৈ Formatত টিপক। |
12:16 | পিছৰ ধাপ হল Web Application প্রজেক্ট ৰান কৰা। |
12:20 | আমি palette ম্যানেজাৰ বন্ধ কৰো। |
12:26 | প্রজেক্ট উইন্ডোত HelloWeb প্রজেক্ট নোডত সো ক্লিক কৰি Run বিকল্প চয়ন কৰক। |
12:32 | প্রজেক্ট ৰান কৰিবলৈ টুলবাৰত Run বিকল্পও টিপিবলৈ পাৰে বা কীবোর্ডত F6 কী টিপিব পাৰে। |
12:41 | প্রজেক্ট ৰান কৰিবলৈ টুলবাৰত বোতাম চয়ন কৰিম। |
12:44 | আপোনি Web application ৰান কৰিলে IDE অ্যাপ্লিকেশন কোড বনায় আৰু কম্পাইল কৰে। |
12:53 | সার্ভাৰ লঞ্চ কৰক আৰু সার্ভাৰত অ্যাপ্লিকেশন স্থাপিত কৰক। |
12:58 | অবশেষত ব্রাইজাৰ উইন্ডোত অ্যাপ্লিকেশন প্রদর্শিত হয়। |
13:02 | এই প্রক্রিয়া দেখিব, উইন্ডো মেনু পৰা আউটপুট উইন্ডো খুলে Output বিকল্প চয়ন কৰিবলৈ পাৰে। |
13:10 | আপোনি দেখিব পাৰে যে আপোনাৰ অ্যাপ্লিকেশন সফলভাবে নির্মিত হৈছে। |
13:17 | index.jsp পেজ আপোনাৰ ডিফল্ট ব্রাউসাৰত খোলে। |
13:23 | প্রজেক্ট আৰু এবাৰ ৰান কৰক। |
13:27 | এইটো ইয়াত আছে, এইটোৱে আপোনাৰ ডিফল্ট ব্রাউজাৰত খোলে। |
13:32 | ব্রাউসাৰ কেতিয়াবা IDE ইয়াৰ সার্ভাৰ আউটপুট প্রদর্শন কৰাৰ পূর্বে খুলা যায়। |
13:38 | এতিয়া ব্রাউজাৰত টেক্সট বাক্সত নাম লিখক। |
13:42 | উদাহৰণস্বৰুপে Ubuntu, OK ত টিপক। |
13:46 | response.jsp পেজ আপোনাক সাধাৰণ সুবিধা দিয়াৰ সৈতে খোলে। |
13:52 | এতিয়া নির্দেশিত কাম। |
13:56 | ওয়েব অ্যাপ্লিকেশন প্রজেক্টত এক্সটেনশন ৰুপে আৰু দুটা টেক্সট ফীল্ড ৰাখক অর্থাৎ অ্যাপ্লিকেশনত মোট তিনটা ইনপুট টেক্সট ফীল্ডস আছে। |
14:06 | bean প্রোপার্টি সেট কৰিবলৈ JavaBeans কম্পোনেন্ট ব্যবহাৰ কৰক |
14:09 | ব্রাউসাৰত তাৰ উপস্থাপনা চাওক। |
14:12 | অবশেষত দ্বিতীয় JSP পেজত আউটপুট পুনৰায় প্রাপ্ত কৰক। |
14:17 | আমি আমাৰ নির্দেশিত কাম আগতেই কৰিছো। |
14:21 | আমি আমাৰ নির্দেশিত কাম খুলি আৰু এই IDE ত ৰান কৰো। |
14:30 | আমি 3 ইনপুট টেক্সট ফীল্ডসৰ সৈতে উপস্থাপিত কৰিছো। |
14:35 | বিবৰণ লিখক আৰু OK ত টিপক। |
14:42 | আউটপুটৰ সৈতে এইৰকমে উপস্থাপনা হোৱা উচিত। |
14:47 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক। |
14:51 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
14:54 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
14:59 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
15:05 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
15:09 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
15:16 | 'স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পেৰ অংশবিশেষ। |
15:21 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
15:28 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
15:40 | আই আই বোম্বে পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
15:43 | অংশগ্রহনৰ বাবে ধন্যবাদ। |