Netbeans/C2/Developing-a-Sample-Web-Application/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ বন্ধুগণ।
00:02 Netbeans IDE ত ওয়েব অ্যাপ্লিকেশন ডেভেলপৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:08 আমি ধৰো আপোনি netbeans সম্পর্কে কিছু জানে।
00:12 নহলে Netbeans ত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত যাওক।
00:19 প্রথম টিউটোৰিয়েল চাও
00:22 সংস্থাপন আৰু Netbeans ইন্টাৰফেসৰ সৈতে পৰিচয় হও।
00:25 আগৰ টিউটোৰিয়েলতও নতুন প্রজেক্ট তৈয়াৰ সম্পর্কে কোৱা হৈছে।
00:29 ইয়াৰ বাবে আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v11.04 আৰু Netbeans IDE v7.1.1 ব্যবহাৰ কৰিছো।
00:40 এই টিউটোৰিয়েল আপোনি ওয়েব অ্যাপ্লিকেশন বিকাশৰ সৈতে বুনিয়াদী Netbeans ইয়াৰ সাধাৰণ তথ্য সম্পর্কে বোঝাব।
00:45 আমি চাম,
00:46 ওয়েব অ্যাপ্লিকেশন প্রজেক্ট সেট কৰা।
00:49 ওয়েব-অ্যাপ্লিকেশন সোর্স ফাইল বনোৱা বা এডিট কৰা।
00:52 জাভা প্যাকেজ আৰু জাভা সোর্স ফাইল বনোৱা।
00:56 Getter আৰু Setter মেথড তৈয়াৰ কৰা।
00:59 ডিফল্ট জাভা সার্ভাৰ পেজ ফাইল এডিট কৰা।
01:02 জাভা সার্ভাৰ পেজ ফাইল তৈয়াৰ কৰা।
01:05 আৰু ওয়েব-অ্যাপ্লিকেশন প্রজেক্ট ৰান কৰা।
01:08 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ দৰকাৰ হব Netbeans IDE
01:13 জাভা ডেভেলপমেন্ট কিট (JDK) সংস্কৰণ 6
01:17 GlassFish সার্ভাৰ ওপেন সোর্স সংস্কৰণ।
01:20 উপৰোক্ত সবকিছু প্রদর্শিত লিঙ্কৰ পৰা একেসৈতে ডাউনলোড কৰা যাব পাৰে।
01:26 এই টিউটোৰিয়েল সহজ ওয়েব অ্যাপ্লিকেশন তৈয়াৰ কৰা দেখায়।
01:30 সার্ভাৰত এইটোৱে কিভাবে স্থাপন কৰে।
01:32 ব্রাউজাৰত ইয়াৰ উপস্থাপনা কিভাবে দেখে।
01:35 অ্যাপ্লিকেশন এমপ্লয়ী (JSP) জাভা সার্ভাৰ পেজ আপোনাক আপোনাৰ নাম ইনপুট কৰিবলৈ কয়।
01:42 এইটোৱে আৰু এবাৰ HTTP সেশনৰ দৰুন স্থিৰ নাম বজায় ৰাখিবলৈ JavaBeans কম্পোনেন্ট ব্যবহাৰ কৰে।
01:48 তাৰপিছত দ্বিতীয় JSP পৃষ্ঠাত আউটপুট আহৰন বেৰ কৰে।
01:51 এতিয়া Netbeans ত যাওক আৰু ওয়েব-অ্যাপ্লিকেশন প্রজেক্ট তৈয়াৰ কৰক।
01:58 Fileৰ পৰা New Project চয়ন কৰক।
02:01 Categoriesৰ পৰা Java Web চয়ন কৰক।
02:04 Projectsৰ পৰা Web Application চয়ন কৰি Next ত টিপক।
02:09 প্রজেক্টৰ নাম দিয়ক। আমি প্রজেক্টক HelloWeb নাম দিও।
02:15 আপোনাৰ কম্পিউটাৰত যি কোনো ডাইৰেক্টৰিত প্রজেক্টৰ স্থান উল্লেখ কৰক।
02:20 Next ত টিপক।
02:22 Server and Settings প্যানেল খোলে।
02:25 জাভা সংস্কৰণ চয়ন কৰক, যি আপোনি অ্যাপ্লিকেশনৰ সৈতে ব্যবহাৰ কৰিবলৈ চাও।
02:29 সার্ভাৰ চয়ন কৰক যি আপোনি অ্যাপ্লিকেশনত স্থাপিত কৰিবলৈ চাওক।
02:34 Next টিপক।
02:36 Frameworks প্যানেলত
02:38 প্রজেক্ট তৈয়াৰ কৰিবলৈ Finish ত টিপক।
02:41 IDE, HelloWeb প্রজেক্ট ফোল্ডাৰ বনায়।
02:46 এই ফোল্ডাৰত সকলো সোর্সস আৰু প্রজেক্ট মেটাডাটা আছে।
02:51 ওয়েলকাম পেজ- index.jsp মেন উইন্ডোত সোর্স এডিটৰত খোলে।
02:57 আপোনি ইয়াত বাও ফালে ফাইল উইন্ডোত প্রজেক্টৰ ফাইল গঠন দেখিব পাৰো।
03:05 এইটোৱে প্রজেক্ট উইন্ডোত এটা লজিক্যাল গঠন।
03:10 সোর্স ফাইল তৈয়াৰ কৰি এডিট কৰা সবতচে গুৰুত্বপূর্ণ ফাংশন যি IDE প্রদান কৰে।
03:15 এতিয়া Projects উইন্ডোত Source Packages নোড খোলে।
03:20 Source Packages নোডত মাত্র এটা খালি default package নোড আছে।
03.25 Source Packages ত সো ক্লিক কৰক আৰু New > Java Class চয়ন কৰক।
03:32 আপোনাৰ ক্লাসক নাম দিয়ক। আমি ক্লাসৰ নাম NameHandler দিও।
03:40 Package কম্বো-বাক্সত, আমি লিখো org.mypackage.hello
03:54 আৰু Finish ত টিপক।
03:57 NameHandler.java ফাইল সোর্স এডিটৰত খোলে।
04:01 এতিয়া ক্লাস ডিক্লেৰেশনৰ তলতস্ট্রিং ভ্যাৰিয়েবল ঘোষিত কৰো।
04:07 আমি এটা স্ট্রিং ভ্যাৰিয়েবল String name ঘোষিত কৰিম আৰু
04:12 আমি ক্লাসত public NameHandler কন্সট্রাকটৰ ও জুড়িব।
04:23 এতিয়া আমি কন্সট্রাকটৰৰ ভিতৰত name = null ও জুড়াম।
04:30 এতিয়া Getter আৰু Setter মেথড তৈয়াৰ কৰো।
04:33 সোর্স এডিটৰত name ফীল্ডত সো ক্লিক কৰক, contextual মেনুৰ পৰা Refactor আৰু Encapsulate ফীল্ডস চয়ন কৰক।
04:46 Refactoring পর্যবেক্ষণযোগ্য আচৰণ নসলোৱাকৈবিদ্যমান কোডৰ গঠন উন্নত কৰাৰ এটা সুশৃঙ্খল কৌশল।
04:56 সংক্ষেপে, আমি আচৰণ নসলোৱাকৈ কোডৰ গঠন সলাব পাৰো।
05:01 Refactoring ইয়াৰ সৈতে ফীল্ড, মেথডস বা ক্লাসেস জিনিচবোৰ আলাদা না কৰে স্থানান্তৰিত কৰিবলৈ পাৰি।
05:08 IDE ত উভতি যাও।
05:11 ডায়ালগ নেম ফীল্ড সূচীৰ সৈতে খোলে।
05:16 লক্ষ্য কৰক যে Fields visibility, private ত সেট আছে।
05:20 Accessors visibility ডিফল্টৰুপে হল public.
05:24 এইটোৱে দেখায় যে ক্লাস ভ্যাৰিয়েবলৰ বাবে এক্সেস মডিফায়াৰ private ৰুপত নির্দিষ্ট হব।
05:30 যতনেকি getter আৰু setter মেথড ক্রমশ public মডিফায়াৰৰ সৈতে তৈয়াৰ হব।
05:36 Refactor ত টিপক।
05:39 Getter আৰু Setter মেথডস name ফীল্ডৰ বাবে তৈয়াৰ হয়।
05:46 ক্লাস ভ্যাৰিয়েবলৰ বাবে মডিফায়াৰর্স private সেট হয় যতনেকি getter আৰু setter মেথডস public মডিফায়াৰৰ সৈতে তৈয়াৰ হয়।
05:56 আপোনাৰ জাভা ক্লাস শেষত এইৰকমে হোৱা উচিত।
05:59 এতিয়া Default JavaServer Pages ফাইল এডিট কৰক।
06:04 সোর্স এডিটৰৰ উপৰত প্রদর্শিত ইয়াৰ ট্যাবত টিপি index.jsp ফাইলত আৰু এবাৰ ধ্যান দিয়ক।
06:11 এতিয়া Tools মেনু > Palette ত গৈ Palette manager খুলক আৰু HTML/JSP code clips ত টিপক।
06:21 Palatte manager খোলে।
06:26 palette managerত HTML forms ইয়াৰ বিকল্প দেখায়।
06:31 Form আইটেম চয়ন কৰক।
06:34 এইটোক টানক আৰু সোর্স এডিটৰত h1 ট্যাগসৰ পিছৰ পয়েন্টসত ৰাখক।
06:42 Insert form ডায়ালগ বাক্স খোলে।
06:45 স্ক্রীনত দেখোৱা ভ্যালু নির্দিষ্ট কৰক।
06:49 Action ত response.jsp
06:54 Methodত GET
06:56 আৰু Name input form ৰুপত আপোনাৰ ফর্মৰ নাম দিয়ক।
07:04 OK ত টিপক।
07:07 index.jsp ফাইলত এটা HTML ফর্ম জুড়া যায়।
07:13 এতিয়া Palette manager পৰা Text Input আইটেম চয়ন কৰক, এইটোৱে টানক আৰু ক্লোসিং ফর্ম ট্যাগৰ প্রথম পয়েন্টত এইটোক ৰাখক।
07:25 Insert text input ডায়ালগ বাক্সত Name ৰুপত নাম উল্লেখ কৰক।
07:32 Type ত text ৰাখক।
07:34 আৰু OK ত টিপক।
07:36 HTML ইনপুট ট্যাগ ফর্ম ট্যাগসৰ মাঝত জুড়া যায়।
07:41 ইনপুট ট্যাগৰ পৰা খালি ভ্যালু অ্যাট্রিবিউট মুছি পেলাওক।
07:49 এতিয়া paletteৰ পৰা Button আইটেম চয়ন কৰক।
07:53 এইটোক টানক আৰু ক্লোসিং ফর্ম ট্যাগৰ আগৰ পয়েন্টত ৰাখক।
07:58 Label ত OK
08:00 Typeত submit নির্দিষ্ট কৰক।
08:03 আৰু OK ত আৰু এবাৰ টিপক।
08:05 এতিয়া HTML বোতাম ফর্ম ট্যাগসত জুড়া যায়।
08:12 প্রথমে input tag ইয়াৰ আগত Enter your name টেক্সট লিখক।
08:22 আৰু h1 ট্যাগসৰ মাঝত ডিফল্ট টেক্সট সলাওক।
08:28 আমি টেক্সট Entry form ত সলাও।
08:34 এতিয়া সো ক্লিক কৰক এতিয়াৰ বাবে আমি palette ম্যানেজাৰ বন্ধ কৰো।
08:38 সোর্স এডিটৰত সো ক্লিক কৰক।
08:41 কোডৰ ফৰম্যাট সঠিক কৰিবলৈ Format বিকল্প চয়ন কৰক।
08:46 আপোনাৰ index.jsp ফাইল এতিয়া এইৰকম হোৱা উচিত।
08:49 এতিয়া JavaServer Pages ফাইল বনাওক।
08:53 প্রজেক্ট উইন্ডোত HelloWeb প্রজেক্ট নোডত সো ক্লিক কৰক, New > JSP চয়ন কৰক।
09:01 New JSP ফাইল উইজার্ড খোলে।
09:05 ফাইলক response নাম দিওক আৰু Finish ত টিপক।
09:14 লক্ষ্য কৰক যে response.jsp ফাইল নোড index.jsp ফাইলৰ তলতProjects উইন্ডোত দেখায়।
09:23 সোর্স এডিটৰত নতুন ফাইল খোলে।
09:26 Palette ম্যানেজাৰ আৰু এবাৰ খুলক।
09:35 এতিয়া JSP বিকল্প প্রদর্শিত হয়।
09:39 Use Bean আইটেম চয়ন কৰক, এইটোৱে টানক আৰু বডিৰ ঠিক তলত পয়েন্টত এইটোৱে ৰাখক।
09:53 Insert Use Bean ডায়ালগ খোলে।
09:56 ভ্যালু নির্দিষ্ট কৰক।
09:58 ID ত mybean
10:01 Class ত org.mypackage.hello.NameHandler
10:13 Scope ত session সেট কৰক।
10:15 আৰু OK ত টিপক।
10:18 লক্ষ্য কৰক যে jsp:useBean ট্যাগ বডি ট্যাগৰ তলত জুড়া যায়।
10:30 JavaBeans জাভাৰ বাবে পুনঃ উপযোগিত সফটওয়্যাৰ কম্পোনেন্ট।
10:34 তাৰ ব্যবহাৰ সিঙ্গল অবজেক্টত অনেক অবজেক্টস encapsulateসুপুন্ঠিত কৰিবলৈ কৰা হয়।
10:38 যাতে তাৰ মাল্টিপল ব্যক্তিগত অবজেক্টৰ সলনি সিঙ্গল bean অবজেক্ট ৰুপত পাশ কৰা যাব পাৰে।
10:46 Palette ম্যানেজাৰ পৰা, setbean property আইটেম চয়ন কৰি এইটোক টানক আৰু h1 ট্যাগৰ আগত পয়েন্টত ৰাখক।
11:03 আৰু OK ত টিপক।
11:12 ইয়াত jsp:setProperty ট্যাগত সেইটো দেখা দিয়ে, খালি ভ্যালু অ্যাট্রিবিউট মুছি দিয়ক।
11:21 নেম অ্যাট্রিবিউটৰ বাবে mybean আৰু Property ইয়াৰ বাবে name সেট কৰক।
11:30 এতিয়া h1 ট্যাগসৰ মাঝত টেক্সটক Hello কমা স্পেস আৰু exclamation চিহ্নত সলাওক।
11:40 Palette ম্যানেজাৰ পৰা Get Bean property আইটেম চয়ন কৰি এইটোক টানক আৰু এইটোক h1 ট্যাগৰ মাঝত Hello text ইয়াৰ পিছত ৰাখক।
11:51 Get Bean Property আইটেমত,
11:53 Bean Name ত mybean
11:57 আৰু Property Name ত name সেট কৰক।
11:59 OK ত টিপক।
12:01 এতিয়া jsp:getProperty ট্যাগ এতিয়া h1 ট্যাগসৰ মাঝত জুড়া যায়।
12:07 সোর্স এডিটৰত আৰু এবাৰ সো ক্লিক কৰক, দৰকাৰ হলে কোডৰ ফৰম্যাট ঠিক কৰিবলৈ Formatত টিপক।
12:16 পিছৰ ধাপ হল Web Application প্রজেক্ট ৰান কৰা।
12:20 আমি palette ম্যানেজাৰ বন্ধ কৰো।
12:26 প্রজেক্ট উইন্ডোত HelloWeb প্রজেক্ট নোডত সো ক্লিক কৰি Run বিকল্প চয়ন কৰক।
12:32 প্রজেক্ট ৰান কৰিবলৈ টুলবাৰত Run বিকল্পও টিপিবলৈ পাৰে বা কীবোর্ডত F6 কী টিপিব পাৰে।
12:41 প্রজেক্ট ৰান কৰিবলৈ টুলবাৰত বোতাম চয়ন কৰিম।
12:44 আপোনি Web application ৰান কৰিলে IDE অ্যাপ্লিকেশন কোড বনায় আৰু কম্পাইল কৰে।
12:53 সার্ভাৰ লঞ্চ কৰক আৰু সার্ভাৰত অ্যাপ্লিকেশন স্থাপিত কৰক।
12:58 অবশেষত ব্রাইজাৰ উইন্ডোত অ্যাপ্লিকেশন প্রদর্শিত হয়।
13:02 এই প্রক্রিয়া দেখিব, উইন্ডো মেনু পৰা আউটপুট উইন্ডো খুলে Output বিকল্প চয়ন কৰিবলৈ পাৰে।
13:10 আপোনি দেখিব পাৰে যে আপোনাৰ অ্যাপ্লিকেশন সফলভাবে নির্মিত হৈছে।
13:17 index.jsp পেজ আপোনাৰ ডিফল্ট ব্রাউসাৰত খোলে।
13:23 প্রজেক্ট আৰু এবাৰ ৰান কৰক।
13:27 এইটো ইয়াত আছে, এইটোৱে আপোনাৰ ডিফল্ট ব্রাউজাৰত খোলে।
13:32 ব্রাউসাৰ কেতিয়াবা IDE ইয়াৰ সার্ভাৰ আউটপুট প্রদর্শন কৰাৰ পূর্বে খুলা যায়।
13:38 এতিয়া ব্রাউজাৰত টেক্সট বাক্সত নাম লিখক।
13:42 উদাহৰণস্বৰুপে Ubuntu, OK ত টিপক।
13:46 response.jsp পেজ আপোনাক সাধাৰণ সুবিধা দিয়াৰ সৈতে খোলে।
13:52 এতিয়া নির্দেশিত কাম।
13:56 ওয়েব অ্যাপ্লিকেশন প্রজেক্টত এক্সটেনশন ৰুপে আৰু দুটা টেক্সট ফীল্ড ৰাখক অর্থাৎ অ্যাপ্লিকেশনত মোট তিনটা ইনপুট টেক্সট ফীল্ডস আছে।
14:06 bean প্রোপার্টি সেট কৰিবলৈ JavaBeans কম্পোনেন্ট ব্যবহাৰ কৰক
14:09 ব্রাউসাৰত তাৰ উপস্থাপনা চাওক।
14:12 অবশেষত দ্বিতীয় JSP পেজত আউটপুট পুনৰায় প্রাপ্ত কৰক।
14:17 আমি আমাৰ নির্দেশিত কাম আগতেই কৰিছো।
14:21 আমি আমাৰ নির্দেশিত কাম খুলি আৰু এই IDE ত ৰান কৰো।
14:30 আমি 3 ইনপুট টেক্সট ফীল্ডসৰ সৈতে উপস্থাপিত কৰিছো।
14:35 বিবৰণ লিখক আৰু OK ত টিপক।
14:42 আউটপুটৰ সৈতে এইৰকমে উপস্থাপনা হোৱা উচিত।
14:47 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক।
14:51 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
14:54 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
14:59 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
15:05 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
15:09 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
15:16 'স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পেৰ অংশবিশেষ।
15:21 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
15:28 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
15:40 আই আই বোম্বে পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
15:43 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi