Moodle-Learning-Management-System/C2/Forums-and-Assignments-in-Moodle/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Moodle ত Forums and Assignments ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
বিভিন্ন প্ৰকাৰৰ forums আলোচনাৰ বাবে forum এটা কেনেকৈ যোগ কৰা হয় আৰু Assignments কেনেকৈ বনোৱা হয় |
| 00:21 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে:
উবুন্তো লিনাক্স OS 16.04, Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা, Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
| 00:44 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে । তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
| 00:56 | এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে আৰু আপোনাক অতি কমেওঁ এটা কৌৰ্চত নিয়োগ কৰিলে |
| 01:08 | ই লগতে ধৰে যে আপুনি কৌৰ্চত কিছু course material যোগ কৰিলে । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
| 01:22 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি কৌৰ্চত ষ্টুদেন্ত এজন যোগ কৰিব লাগিব |
| 01:28 | ষ্টুদেন্ত এজন কেনেকৈ যোগ কৰে জানিবলৈ, Users in Moodle টিউট’ৰিয়েলটো চাওঁক । মই মোৰ কৌৰ্চত ইতিমধ্যে এজন ষ্টুদেন্ত, Priya Sinha, যোগ কৰিলো |
| 01:40 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ Moodle চাইতত এজন শিক্ষক হিচাবে ল’গিন কৰক |
| 01:47 | Calculus কৌৰ্চত বাওঁফালৰ navigation মেনুত ক্লিক কৰক |
| 01:52 | মনত ৰাখিব আমি আগতে কিছু course material আৰু announcements যোগ কৰিছিলো |
| 01:59 | আহক Forums কি হয় বুজো |
| 02:03 | Forums ব্যৱ্হাৰ কৰিব পাৰে শিক্ষক আৰু ষ্টুদেন্তে আলোচনাৰ বাবে আৰু মত বিনিময় কৰিবলৈ |
| 02:12 | য’ত Announcements মাত্ৰ শিক্ষকে প’ষ্ট কৰে |
| 02:18 | শিক্ষকে এই আলোচনাক নিৰিক্ষণ কৰে, সকলো মেম্বাৰে গাইদলাইনচ অনুসৰণ কৰাক নিশ্বিত কৰিবলৈ |
| 02:26 | এতিয়া, আমি forum এটা যোগ কৰিবলৈ শিকিম । Moodle পৃষ্ঠালৈ যাওঁক |
| 02:33 | ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On ক্লিক কৰক |
| 02:40 | কমন চেকচনৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক |
| 02:47 | তললৈ স্ক্ৰ’ল কৰক আৰু এক্তিভিতি বচাত Forum বাচক |
| 02:53 | এক্তিভিতি বচাৰ তলত Add বুটামত ক্লিক কৰক |
| 02:59 | কৌৰ্চ পৃষ্ঠাটোত ফ’ৰামলৈ Forum name টো এটা লিংক হিচাবে দৰ্শিত হ’ব |
| 03:06 | মই লিখিম Interesting web resources on evolutes and involutes |
| 03:13 | Description ব্যৱ্হাৰ কৰিব পাৰি ষ্টুদেন্তক ফ’ৰামৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ । মই ইয়াত দেখুৱা ধৰণে টেকস্ত লিখিম |
| 03:23 | এই টেকস্ত এৰিয়াৰ তলত Display description on course page চেকবক্সত ক্লিক কৰক |
| 03:30 | পাছৰ অপচন হৈছে Forum type । দিফল্টভাবে, Standard forum for general use নিৰ্বাচিত হৈছে |
| 03:40 | Moodle ত ৫টা forum types আছে । দ্ৰপ-দাউনৰ কাষত Help icon ক্লিক কৰক ফ’ৰামচৰ প্ৰকাৰৰ বিষয়ে পঢ়িবলৈ |
| 03:50 | আপোনাৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি Forum type বাচিব পাৰে । মই Standard forum displayed in a blog-like format বাচিম |
| 04:01 | তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Save and display বুটামত ক্লিক কৰক |
| 04:09 | আমাক এটা নতুন পৃষ্ঠালৈ অনা হ’ল । ইয়াত, Add a new topic বুটামত ক্লিক কৰক |
| 04:17 | মই ইয়াত দেখুৱা ধৰণে Subject আৰু Message লিখিম । বাকি অপচনচ এটা ঘোষণাৰ দৰে একেই |
| 04:29 | তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Post to forum বুটামত ক্লিক কৰক |
| 04:36 | সফল বাৰ্তা এটা দেখিছো |
| 04:39 | মন কৰক বাৰ্তাটোৱে কয় যে প’ষ্টৰ লেখকে ৩০ মিনিটৰ ভিতৰত প’ষ্টটো এদিত কৰিব পাৰে । যদিওঁ, ই অশিক্ষক প্ৰোফাইলৰ বাবে সত্য |
| 04:54 | কৌৰ্চৰ মদাৰেতৰ আৰু নিৰ্মাতা শিক্ষকে, যিকোনো প’ষ্টক যিকোনো সময়ত এদিত আৰু দিলিত কৰিব পাৰে |
| 05:03 | মই এতিয়া ষ্টুদেন্ত Priya Sinha হিচাবে ল’গিন কৰিম । আমি তেতিয়া চাব পাৰিম ষ্টুদেন্ত এজনে এই ফ’ৰামক কেনেকৈ চায় |
| 05:15 | ৰিচৌৰ্চসমূহৰ তালিকাত forum নামত ক্লিক কৰক আলোচনাসমূহ চাবলৈ |
| 05:21 | এজন ষ্টুদেন্ত হিচাবে, মই হয়তু Add a new topic বা Discuss this topic কৰিব পাৰো । মই তলত সোঁফালে Discuss this topic লিংকত ক্লিক কৰিম |
| 05:35 | তেতিয়া Reply লিংকত ক্লিক কৰক । মই দেখুৱা ধৰণে কমেন্ত এটা যোগ কৰিম |
| 05:42 | তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Post to forum বুটামত ক্লিক কৰক । আপুনি চাব পাৰে এই থ্ৰেদৰ শেষত কমেন্তটো যোগ কৰা হ’ল |
| 05:53 | মই শিক্ষক Rebecca হিচাবে পুনৰ ল’গিন কৰিম, ষ্টুদেন্তে প’ষ্ট কৰা কমেন্তটো চাবলৈ |
| 06:01 | forum ৰ নামত ক্লিক কৰক । ইয়াত মন কৰক, আমি এই আলোচনা টপিকৰ বাবে 1 reply so far চাব পাৰো |
| 06:12 | প্ৰকৃত বাৰ্তাটো চাব পাৰি তলত সোঁফালে Discuss this topic লিংকত ক্লিক কৰাৰ পাছত |
| 06:21 | ইয়াত Split নামৰ আন এটা অপচন আছে । শিক্ষকৰ যদি মনে কয় উত্তৰটো বেলেগে আলোচনাযোগ্য, তেওঁ আলোচনাটোক ভাগ কৰিব পাৰে |
| 06:34 | আলোচনা এটাক ভাগ কৰিলে নতুন আলোচনা এটাৰ সৃষ্টি হয় । নতুন আলোচনা আৰু সেই থ্ৰেদৰ পাছৰ প’ষ্টসমূহক, এটা নতুন আলোচনা থ্ৰেদলৈ নিয়া হ’ব । মই ইয়াক এনেদৰেই ৰাখিম |
| 06:49 | আহক Calculus কৌৰ্চলৈ ঘূৰি যাওঁ |
| 06:53 | পাছত আমি assignment এটা বনাবলৈ শিকিম |
| 06:58 | Moodle ত Assignment অনলাইন চাবমিত কৰিব পাৰি, যি পেপাৰ বচায়:
ষ্টুদেন্তক মিদিয়া ফাইলচ যেনে অদিঅ, ভিদিঅ, powerpoint presentations, ইত্যাদি অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম কৰে আৰু ষ্টুদেন্তক অন্ধভাবে গ্ৰেদ দিবলৈ নিৰ্বাচিত কৰাৰ দ্বাৰা শিক্ষকক নিৰপেক্ষ হ’বলৈ সহায় কৰে |
| 07:20 | আহক ব্ৰাউজাৰলৈ ঘূৰি যাওঁ |
| 07:23 | অধিক ৰিচৌৰ্চ যোগ কৰিবলৈ Turn editing on |
| 07:28 | Basic Calculus চেকচনৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক |
| 07:35 | নতুন assignment এটা যোগ কৰিবলৈ তালিকাৰ পৰা Assignment ত দুবাৰ ক্লিক কৰক |
| 07:42 | ইয়াত দেখুৱা দৰে, মই assignment ৰ বাবে নাম এটা দিম |
| 07:47 | পাছত, assignment টো বিতংকৈ ব্যাখ্যা কৰক আৰু ষ্টুদেন্তে কি চাবমিত কৰাক আশা কৰে উল্লেখ কৰক |
| 07:55 | এইটো এটা সৰল ফৰমেত কৰা text editor, আপুনি সংলগ্ন কৰিব পাৰে tables, images, ইত্যাদি |
| 08:02 | মই AssignmentResource.odt ফাইলৰ পৰা ইয়াত লিখা টেকস্তক আপুনি ক’পি কৰিব পাৰে |
| 08:07 | ই এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ |
| 08:13 | Availability চেকচন চাবলৈ তলত স্ক্ৰ’ল কৰক |
| 08:17 | পাছ্ত, আমি তাৰিখ আৰু সময় সূচীত কৰিম যেতিয়াৰ পৰা চাবমিচন কৰিব পাৰিব । Enable বক্সসমূহ চেক কৰাক নিশ্বিত কৰক |
| 08:28 | আপুনি লগতে তাৰিখ নিৰ্বাচিত কৰিবলৈ কেলেন্দাৰ আইকণ ব্যৱ্হাৰ কৰিব পাৰে । মই ইয়াক 25 Nov 2018 হিচাবে চেত কৰিম |
| 08:39 | তেতিয়া মই Due date 15 Dec 2018 হিচাবে চেত কৰিম |
| 08:46 | Cut-off date আৰু Remind me to grade by তাৰিখৰ অৰ্থটো বিচাৰি চাবলৈ Help icon ক্লিক কৰক |
| 08:54 | সিহঁতক চেত কৰক যদি প্ৰয়োজন হয় বা নহ’লে নিস্ক্ৰিয় কৰক । মই নিস্ক্ৰিয় কৰিম |
| 09:02 | Always show description চেকবক্সক আনচেক কৰক । যদি এই ফিল্দ সক্ৰিয় হয়, তেন্তে ষ্টুদেন্তে Allow submissions from date ৰ আগতেওঁ অনুশিলনীৰ বিৱৰণ চাব পাৰে |
| 09:17 | পাছৰটো হৈছে Submission types চেকচন । সিদ্ধান্ত কৰক যে আপুনি ষ্টুদেন্তে অনলাইন টেকস্ত চাবমিত কৰাটো বিচাৰে নে মাত্ৰ ফাইলচ আপল’দ কৰাটো বচাৰে |
| 09:30 | মই Online text আৰু File submissions দুয়োটা চেক কৰিম । আপোনাৰ প্ৰয়োজন অনুসৰি, আপুনি হয়তো এটা বা দুয়োটা অপচন বাচিব পাৰে |
| 09:42 | মই Word limit সক্ৰিয় কৰিম আৰু ইয়াত 1000 ভৰাম |
| 09:48 | আপুনি লগতে প্ৰতিটো ষ্টুদেন্তে আপল’দ কৰিব পৰা ফাইলচৰ সংখ্যা সূচীত কৰিব পাৰে । অতিৰিক্তভাবে, আমি ফাইলৰ সৰ্বোচ্চ চাইজ আৰু গ্ৰহণযোগ্য ফাইলৰ প্ৰকাৰক সূচীত কৰিব পাৰো |
| 10:03 | মনত ৰাখিব: ই আমাৰ ক্ষেত্ৰত এদমিনৰ দ্বাৰা চেত কৰা ফাইলৰ সৰ্বোচ্চ চাইজক অভাৰৰাইদ কৰিব, যি হৈছে 128 MB |
| 10:14 | Accepted file types ৰ কাষত Help icon ক্লিক কৰক । ইয়াত আমি এই ফিল্দে গ্ৰহণ কৰা ফাইল প্ৰকাৰৰ বিষয়ে পঢ়িব পাৰো |
| 10:26 | মই ইয়াত লিখিম .pdf,.docx,.doc |
| 10:34 | Feedback types আৰু Submission settings ৰ ভিতৰত ফিল্দচ ৰিভিউ কৰক । আপুনি নিজৰ প্ৰয়োজন অনুসৰি সিহঁতক সক্ৰিয় বা নিস্ক্ৰিয় কৰিব পাৰে |
| 10:46 | মই দেখুৱা ধৰণে চেতিংগচ বাচিছো |
| 10:50 | এতিয়া, তললৈ স্ক্ৰ’ল কৰক আৰু Grade চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ |
| 10:57 | দিফল্টভাবে maximum grade হৈছে 100 । আমি ইয়াক এনেদৰেই থাকিব দিম |
| 11:04 | তেতিয়া মই Grade to pass 40 হিচাবে ভৰাম আৰু Blind marking Yes লৈ চেত কৰিম |
| 11:13 | ই ষ্টুদেন্তৰ পৰিচয়ক মূল্যায়নকাৰীৰ পৰা লুকুৱাব । গতিকে এতিয়া, এজন শিক্ষক হিচাবে, মই কোন ষ্টুদেন্তে কোনটো অনুশিলনী চাবমিত কৰিছে নাজানিম |
| 11:26 | যি সর্বদা, গ্রেডিং কৰাৰ সময়ত মোক নিৰপেক্ষ থাকোতে সহায় কৰে |
| 11:31 | মন কৰিব যে যিকোনো চাবমিচন কৰাৰ পাছত এই অনুশিলনীৰ বাবে Blind marking চেতিংগ সলাব নোৱাৰি |
| 11:40 | অনুশিলনীৰ বাবে বহুতো অন্য চেতিংগচ আছে যাক আপুনি নিজে চাব পাৰে |
| 11:46 | এতিয়া, তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক |
| 11:52 | আপুনি ইয়াত অনুশিলনীৰ বিষয়ে কিছু পৰিসংখ্যা চাব পাৰে আৰু View all submissions আৰু Grade লৈ এটা লিংক |
| 12:03 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 12:09 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
বিভিন্ন প্ৰকাৰৰ forums forum এটা কেনেকৈ যোগ কৰা হয় আৰু Assignments কেনেকৈ বনোৱা হয় |
| 12:20 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।
আগতে বনোৱা forum আলোচনাৰ বিষয়ে ৰিপ্লাই এটা যোগ কৰক । এই ৰিপ্লাইৰ পৰা আলোচনাক ভগাওঁক |
| 12:33 | assignment এটা বনাওঁক যি মাত্ৰ অনলাইন টেকস্ত চাবমিচন গ্ৰহণ কৰে । সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক |
| 12:44 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 12:52 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 13:02 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 13:06 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 13:20 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো |
| 13:31 | সংযোগ কৰাৰ বাবে ধন্যবাদ |