Moodle-Learning-Management-System/C2/Forums-and-Assignments-in-Moodle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 MoodleForums and Assignments ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

বিভিন্ন প্ৰকাৰৰ forums

আলোচনাৰ বাবে forum এটা কেনেকৈ যোগ কৰা হয় আৰু

Assignments কেনেকৈ বনোৱা হয়

00:21 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে:

উবুন্তো লিনাক্স OS 16.04,

Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

00:44 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে । তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:56 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে আৰু আপোনাক অতি কমেওঁ এটা কৌৰ্চত নিয়োগ কৰিলে
01:08 ই লগতে ধৰে যে আপুনি কৌৰ্চত কিছু course material যোগ কৰিলে । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:22 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি কৌৰ্চত ষ্টুদেন্ত এজন যোগ কৰিব লাগিব
01:28 ষ্টুদেন্ত এজন কেনেকৈ যোগ কৰে জানিবলৈ, Users in Moodle টিউট’ৰিয়েলটো চাওঁক । মই মোৰ কৌৰ্চত ইতিমধ্যে এজন ষ্টুদেন্ত, Priya Sinha, যোগ কৰিলো
01:40 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ Moodle চাইতত এজন শিক্ষক হিচাবে ল’গিন কৰক
01:47 Calculus কৌৰ্চত বাওঁফালৰ navigation মেনুত ক্লিক কৰক
01:52 মনত ৰাখিব আমি আগতে কিছু course material আৰু announcements যোগ কৰিছিলো
01:59 আহক Forums কি হয় বুজো
02:03 Forums ব্যৱ্হাৰ কৰিব পাৰে শিক্ষক আৰু ষ্টুদেন্তে আলোচনাৰ বাবে আৰু মত বিনিময় কৰিবলৈ
02:12 য’ত Announcements মাত্ৰ শিক্ষকে প’ষ্ট কৰে
02:18 শিক্ষকে এই আলোচনাক নিৰিক্ষণ কৰে, সকলো মেম্বাৰে গাইদলাইনচ অনুসৰণ কৰাক নিশ্বিত কৰিবলৈ
02:26 এতিয়া, আমি forum এটা যোগ কৰিবলৈ শিকিম । Moodle পৃষ্ঠালৈ যাওঁক
02:33 ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On ক্লিক কৰক
02:40 কমন চেকচনৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক
02:47 তললৈ স্ক্ৰ’ল কৰক আৰু এক্তিভিতি বচাত Forum বাচক
02:53 এক্তিভিতি বচাৰ তলত Add বুটামত ক্লিক কৰক
02:59 কৌৰ্চ পৃষ্ঠাটোত ফ’ৰামলৈ Forum name টো এটা লিংক হিচাবে দৰ্শিত হ’ব
03:06 মই লিখিম Interesting web resources on evolutes and involutes
03:13 Description ব্যৱ্হাৰ কৰিব পাৰি ষ্টুদেন্তক ফ’ৰামৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ । মই ইয়াত দেখুৱা ধৰণে টেকস্ত লিখিম
03:23 এই টেকস্ত এৰিয়াৰ তলত Display description on course page চেকবক্সত ক্লিক কৰক
03:30 পাছৰ অপচন হৈছে Forum type । দিফল্টভাবে, Standard forum for general use নিৰ্বাচিত হৈছে
03:40 Moodle ত ৫টা forum types আছে । দ্ৰপ-দাউনৰ কাষত Help icon ক্লিক কৰক ফ’ৰামচৰ প্ৰকাৰৰ বিষয়ে পঢ়িবলৈ
03:50 আপোনাৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি Forum type বাচিব পাৰে । মই Standard forum displayed in a blog-like format বাচিম
04:01 তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Save and display বুটামত ক্লিক কৰক
04:09 আমাক এটা নতুন পৃষ্ঠালৈ অনা হ’ল । ইয়াত, Add a new topic বুটামত ক্লিক কৰক
04:17 মই ইয়াত দেখুৱা ধৰণে Subject আৰু Message লিখিম । বাকি অপচনচ এটা ঘোষণাৰ দৰে একেই
04:29 তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Post to forum বুটামত ক্লিক কৰক
04:36 সফল বাৰ্তা এটা দেখিছো
04:39 মন কৰক বাৰ্তাটোৱে কয় যে প’ষ্টৰ লেখকে ৩০ মিনিটৰ ভিতৰত প’ষ্টটো এদিত কৰিব পাৰে । যদিওঁ, ই অশিক্ষক প্ৰোফাইলৰ বাবে সত্য
04:54 কৌৰ্চৰ মদাৰেতৰ আৰু নিৰ্মাতা শিক্ষকে, যিকোনো প’ষ্টক যিকোনো সময়ত এদিত আৰু দিলিত কৰিব পাৰে
05:03 মই এতিয়া ষ্টুদেন্ত Priya Sinha হিচাবে ল’গিন কৰিম । আমি তেতিয়া চাব পাৰিম ষ্টুদেন্ত এজনে এই ফ’ৰামক কেনেকৈ চায়
05:15 ৰিচৌৰ্চসমূহৰ তালিকাত forum নামত ক্লিক কৰক আলোচনাসমূহ চাবলৈ
05:21 এজন ষ্টুদেন্ত হিচাবে, মই হয়তু Add a new topic বা Discuss this topic কৰিব পাৰো । মই তলত সোঁফালে Discuss this topic লিংকত ক্লিক কৰিম
05:35 তেতিয়া Reply লিংকত ক্লিক কৰক । মই দেখুৱা ধৰণে কমেন্ত এটা যোগ কৰিম
05:42 তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Post to forum বুটামত ক্লিক কৰক । আপুনি চাব পাৰে এই থ্ৰেদৰ শেষত কমেন্তটো যোগ কৰা হ’ল
05:53 মই শিক্ষক Rebecca হিচাবে পুনৰ ল’গিন কৰিম, ষ্টুদেন্তে প’ষ্ট কৰা কমেন্তটো চাবলৈ
06:01 forum ৰ নামত ক্লিক কৰক । ইয়াত মন কৰক, আমি এই আলোচনা টপিকৰ বাবে 1 reply so far চাব পাৰো
06:12 প্ৰকৃত বাৰ্তাটো চাব পাৰি তলত সোঁফালে Discuss this topic লিংকত ক্লিক কৰাৰ পাছত
06:21 ইয়াত Split নামৰ আন এটা অপচন আছে । শিক্ষকৰ যদি মনে কয় উত্তৰটো বেলেগে আলোচনাযোগ্য, তেওঁ আলোচনাটোক ভাগ কৰিব পাৰে
06:34 আলোচনা এটাক ভাগ কৰিলে নতুন আলোচনা এটাৰ সৃষ্টি হয় । নতুন আলোচনা আৰু সেই থ্ৰেদৰ পাছৰ প’ষ্টসমূহক, এটা নতুন আলোচনা থ্ৰেদলৈ নিয়া হ’ব । মই ইয়াক এনেদৰেই ৰাখিম
06:49 আহক Calculus কৌৰ্চলৈ ঘূৰি যাওঁ
06:53 পাছত আমি assignment এটা বনাবলৈ শিকিম
06:58 MoodleAssignment অনলাইন চাবমিত কৰিব পাৰি, যি পেপাৰ বচায়:

ষ্টুদেন্তক মিদিয়া ফাইলচ যেনে অদিঅ, ভিদিঅ, powerpoint presentations, ইত্যাদি অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম কৰে আৰু

ষ্টুদেন্তক অন্ধভাবে গ্ৰেদ দিবলৈ নিৰ্বাচিত কৰাৰ দ্বাৰা শিক্ষকক নিৰপেক্ষ হ’বলৈ সহায় কৰে

07:20 আহক ব্ৰাউজাৰলৈ ঘূৰি যাওঁ
07:23 অধিক ৰিচৌৰ্চ যোগ কৰিবলৈ Turn editing on
07:28 Basic Calculus চেকচনৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক
07:35 নতুন assignment এটা যোগ কৰিবলৈ তালিকাৰ পৰা Assignment ত দুবাৰ ক্লিক কৰক
07:42 ইয়াত দেখুৱা দৰে, মই assignment ৰ বাবে নাম এটা দিম
07:47 পাছত, assignment টো বিতংকৈ ব্যাখ্যা কৰক আৰু ষ্টুদেন্তে কি চাবমিত কৰাক আশা কৰে উল্লেখ কৰক
07:55 এইটো এটা সৰল ফৰমেত কৰা text editor, আপুনি সংলগ্ন কৰিব পাৰে tables, images, ইত্যাদি
08:02 মই AssignmentResource.odt ফাইলৰ পৰা ইয়াত লিখা টেকস্তক আপুনি ক’পি কৰিব পাৰে
08:07 ই এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ
08:13 Availability চেকচন চাবলৈ তলত স্ক্ৰ’ল কৰক
08:17 পাছ্ত, আমি তাৰিখ আৰু সময় সূচীত কৰিম যেতিয়াৰ পৰা চাবমিচন কৰিব পাৰিব । Enable বক্সসমূহ চেক কৰাক নিশ্বিত কৰক
08:28 আপুনি লগতে তাৰিখ নিৰ্বাচিত কৰিবলৈ কেলেন্দাৰ আইকণ ব্যৱ্হাৰ কৰিব পাৰে । মই ইয়াক 25 Nov 2018 হিচাবে চেত কৰিম
08:39 তেতিয়া মই Due date 15 Dec 2018 হিচাবে চেত কৰিম
08:46 Cut-off date আৰু Remind me to grade by তাৰিখৰ অৰ্থটো বিচাৰি চাবলৈ Help icon ক্লিক কৰক
08:54 সিহঁতক চেত কৰক যদি প্ৰয়োজন হয় বা নহ’লে নিস্ক্ৰিয় কৰক । মই নিস্ক্ৰিয় কৰিম
09:02 Always show description চেকবক্সক আনচেক কৰক । যদি এই ফিল্দ সক্ৰিয় হয়, তেন্তে ষ্টুদেন্তে Allow submissions from date ৰ আগতেওঁ অনুশিলনীৰ বিৱৰণ চাব পাৰে
09:17 পাছৰটো হৈছে Submission types চেকচন । সিদ্ধান্ত কৰক যে আপুনি ষ্টুদেন্তে অনলাইন টেকস্ত চাবমিত কৰাটো বিচাৰে নে মাত্ৰ ফাইলচ আপল’দ কৰাটো বচাৰে
09:30 মই Online text আৰু File submissions দুয়োটা চেক কৰিম । আপোনাৰ প্ৰয়োজন অনুসৰি, আপুনি হয়তো এটা বা দুয়োটা অপচন বাচিব পাৰে
09:42 মই Word limit সক্ৰিয় কৰিম আৰু ইয়াত 1000 ভৰাম
09:48 আপুনি লগতে প্ৰতিটো ষ্টুদেন্তে আপল’দ কৰিব পৰা ফাইলচৰ সংখ্যা সূচীত কৰিব পাৰে । অতিৰিক্তভাবে, আমি ফাইলৰ সৰ্বোচ্চ চাইজ আৰু গ্ৰহণযোগ্য ফাইলৰ প্ৰকাৰক সূচীত কৰিব পাৰো
10:03 মনত ৰাখিব: ই আমাৰ ক্ষেত্ৰত এদমিনৰ দ্বাৰা চেত কৰা ফাইলৰ সৰ্বোচ্চ চাইজক অভাৰৰাইদ কৰিব, যি হৈছে 128 MB
10:14 Accepted file types ৰ কাষত Help icon ক্লিক কৰক । ইয়াত আমি এই ফিল্দে গ্ৰহণ কৰা ফাইল প্ৰকাৰৰ বিষয়ে পঢ়িব পাৰো
10:26 মই ইয়াত লিখিম .pdf,.docx,.doc
10:34 Feedback types আৰু Submission settings ৰ ভিতৰত ফিল্দচ ৰিভিউ কৰক । আপুনি নিজৰ প্ৰয়োজন অনুসৰি সিহঁতক সক্ৰিয় বা নিস্ক্ৰিয় কৰিব পাৰে
10:46 মই দেখুৱা ধৰণে চেতিংগচ বাচিছো
10:50 এতিয়া, তললৈ স্ক্ৰ’ল কৰক আৰু Grade চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ
10:57 দিফল্টভাবে maximum grade হৈছে 100 । আমি ইয়াক এনেদৰেই থাকিব দিম
11:04 তেতিয়া মই Grade to pass 40 হিচাবে ভৰাম আৰু Blind marking Yes লৈ চেত কৰিম
11:13 ই ষ্টুদেন্তৰ পৰিচয়ক মূল্যায়নকাৰীৰ পৰা লুকুৱাব । গতিকে এতিয়া, এজন শিক্ষক হিচাবে, মই কোন ষ্টুদেন্তে কোনটো অনুশিলনী চাবমিত কৰিছে নাজানিম
11:26 যি সর্বদা, গ্রেডিং কৰাৰ সময়ত মোক নিৰপেক্ষ থাকোতে সহায় কৰে
11:31 মন কৰিব যে যিকোনো চাবমিচন কৰাৰ পাছত এই অনুশিলনীৰ বাবে Blind marking চেতিংগ সলাব নোৱাৰি
11:40 অনুশিলনীৰ বাবে বহুতো অন্য চেতিংগচ আছে যাক আপুনি নিজে চাব পাৰে
11:46 এতিয়া, তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক
11:52 আপুনি ইয়াত অনুশিলনীৰ বিষয়ে কিছু পৰিসংখ্যা চাব পাৰে আৰু View all submissions আৰু Grade লৈ এটা লিংক
12:03 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:09 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

বিভিন্ন প্ৰকাৰৰ forums

forum এটা কেনেকৈ যোগ কৰা হয় আৰু

Assignments কেনেকৈ বনোৱা হয়

12:20 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।

আগতে বনোৱা forum আলোচনাৰ বিষয়ে ৰিপ্লাই এটা যোগ কৰক ।

এই ৰিপ্লাইৰ পৰা আলোচনাক ভগাওঁক

12:33 assignment এটা বনাওঁক যি মাত্ৰ অনলাইন টেকস্ত চাবমিচন গ্ৰহণ কৰে । সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক
12:44 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:52 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:02 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:20 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো
13:31 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9