Linux-Old/C2/Ubuntu-Desktop-10.10/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | উবন্টু ডেস্কটপৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আদৰনি জনাইছো৷ |
00:04 | এই ট্যুটৰিয়েল ব্যৱহাৰ কৰি আমি পৰিচিত হম জিনম এনডাইৰনমেন্টন উবুন্টু ডেস্কটপৰ সৈতে৷ |
00:12 | ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু ১০.১০ |
00:19 | আপোনালোকে এতিয়া যি দেখিছে সেইয়া হৈছে উবন্টু ডেস্কটপ৷ |
00:24 | উপৰৰ বাওহাতৰ চাইদৰ কোণত আমি দেখিবলৈ পাম মেইন মেন্যু৷ |
00:31 | এইটো খোলিবলৈ অল্ট- এফ১ টিপক বা এপ্লিকেশ্যনলৈ যাওক আৰু ক্লিক কৰক৷ |
00:40 | এই এপ্লিকেশ্যন মেন্যুত সকলো উঞ্চটল কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷ |
00:48 | আহক এই এপ্লিকেশ্যন মেন্যুত কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷ |
00:55 | আহক আমি যাও এপ্লিকেশ্যন একচে্চৰিজ ক্যেলকুলেটৰলৈ৷ |
01:04 | ক্যেলকুলেটৰে এৰিথম্যমতিক ছাইন্টফিক আৰু ফাইনেন্সিয়েল ক্যেলকুলশ্যনত সহায় কৰে৷ |
01:12 | আহক এইটো খোলো৷ ক্যেলকুলেটৰত ক্লিক কৰক৷ |
01:18 | কিছুমান সাধশৰন ক্যেল্কুলেশ্যন কৰি চাও৷ |
01:22 | টাইপ কৰক ৫ (ইন্টু)৮ আৰু = চাইন টিপক৷ |
01:32 | = চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷ |
01:39 | ক্লজ বাটন টিপি ক্যেলকুলেটৰৰ পৰা ওলাই আহক৷ |
01:46 | আহক এটা বেলগ এপ্লিকেশ্যন চাও৷ |
01:50 | তাৰবাবে এপ্লিকেশ্যনলৈ ঘূৰি ঘাওক আৰু এক্সেচৰিজলৈ ঘাওক৷ |
01:59 | এক্সেচৰিজত টেকষ্ট এডিতৰ অপেন কৰক৷ ইয়াত ক্লিক কৰক৷ |
02:09 | এতিয়া আপোনি স্ক্ৰিনত ঘি দেখিব সেইয়া হৈছে জিএডিত টেকষ্ট এডিতৰ৷ |
02:16 | ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেভ কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷ |
02:28 | এইটো চেভ কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেভত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেভ কৰিম৷ |
02:45 | এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব যত ফাইলটো চেড হব৷ |
02:56 | মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেভ বাটনত ক্লিক কৰিম৷ |
03:15 | এতিয়া এই জিএডিটতো ক্লজ কৰক আৰু চাও আহক আমাৰ ফাইলটো ডেস্কপত চেড হলনে নাই৷ |
03:24 | এতিয়া ডেস্কটপত আপোনি হ্যালো টেক্সট্ ফাইলটো দেখা পাব৷ |
03:30 | সেয়ে আমাৰ text file টো সফলভাবে চেভ হ’ল |
03:35 | মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷ |
03:40 | বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷ |
03:44 | ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বিষয়ে জানিব পৰা যায়৷ |
03:50 | http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷ |
04:00 | আহক টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷ |
04:12 | এতিয়া এপ্লিকেশন এক্সেচৰিজ ঘূৰি ঘাও আৰু তাৰপিছত ট্যৰমিনেলটল: |
04:19 | ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইয়াৰ পৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷ |
04:25 | আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷ |
04:30 | ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷ |
04:36 | ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷ |
04:41 | ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷ |
04:48 | এই ফাইল আৰু ফল্ডাৰবোৰ হয় ফল্ডাৰৰ পৰা দেখুৱাইছে৷ |
04:55 | এই টিউটৰিয়েলত হম ফল্ডাৰকি হ’ম আমি পিছত দেখা পাম৷ |
05:01 | আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http://spoken-tutorial.org ত ভালদৰে বুজাই দিয়া হৈছে৷ |
05:17 | ট্যাৰমিনেল ক্লজ কৰক৷ |
05:20 | এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷ |
05:27 | ইয়াৰ বাবে এপ্লিকেশ্যন ইন্টাৰনেত ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ যাওক। ইয়াত ক্লিক কৰক৷ |
05:36 | পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷ |
05:43 | ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷ |
05:53 | মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷ |
06:00 | মই টাইপ কৰিম "www.gmail.com" |
06:04 | মই যেতিয়া টাইপ কৰিম ফাইয়াৰ ফক্সে কিছুমান সম্ভাবনা দেখুৱাব পাৰে৷ |
06:09 | ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷ |
06:15 | ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷ |
06:22 | এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷ |
06:36 | এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷ |
06:45 | এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন৷ |
06:53 | অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্রেডশীত আৰু প্ৰেজেন্টেশ্যন৷ |
07:03 | ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷ |
07:07 | ভবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷ |
07:12 | আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক এপ্লিকেশ্যন চাউন্ড আৰু ভিডিঅ৷ |
07:21 | ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷ |
07:35 | মই এতিয়া পেন দ্ৰাইভৰ পৰা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোৰ পেন দ্ৰাইডটো এটা ইউচবি স্লটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷ |
07:48 | ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷ |
07:53 | তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাব৷ |
08:08 | আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ভাৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ডি টিপিম৷ |
08:37 | ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইভটো উপস্থিত আছে৷ |
08:42 | দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷ |
08:46 | এতিয়া মই ubuntuhumanity.ogv মোভী ফাইলটো প্লে কৰিবলৈ বাছি লম৷ |
08:57 | ইয়াত এইটো মোৰ ফাইল। এতিয়া ইয়াক খুলিবলৈ ডবল ক্লিক কৰিম। |
09:09 | ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷ |
09:13 | আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷ |
09:18 | তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷ |
09:27 | ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷ |
09:29 | উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷ |
09:34 | আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷ |
09:42 | ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutorial.org ৰ পৰা৷ |
09:56 | আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো। |
10:08 | লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷ |
10:16 | আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷ |
10:25 | তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷ |
10.31 | ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷ |
10:37 | তাৰবাবে চিচট্যেম প্ৰিফাৰেন্সেজ এপিয়াৰেন্সলৈ ঘাওক আৰু ক্লিক কৰক৷ |
10:44 | ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটল্দ থিমচত থাকিব৷ আহক আমি ক্লিয়াৰলুক বাছি লও৷ |
10:52 | এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷ |
10:58 | বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ভালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰি ফন্ডাৰলৈ ঘুৰি ঘাও৷ |
11:10 | যিটো থিম ভাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি উলাই ঘাব পাৰিব৷ |
11:18 | এই ট্যুটৰিয়েল ইয়াতেই সামৰনি মাৰিছো৷ |
11:21 | ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে,মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা আইকনবোৰৰ বিষয়ে৷ |
11:31 | স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয় যি ICT দ্ৱাৰা নেছনেল মিছন অন এদুকেছন দ্ৱাৰা সমৰ্থিত |
11:41 | ইয়াৰ উপৰত আধিক তথয় জানিবলৈ এই লিন্কত থকা তথয়বোৰ চাওক |
11:47 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই, মই মৌচুমি মেধি আই আই টি বম্বেৰপৰা চাইন অফ কৰিছো যোগদানৰ বাবে ধনয়বাদ |