Linux/C3/The-sed-command/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | sed - ষ্ট্ৰিম এদিতৰ (stream editor)ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:05 | এই টিউট’ৰিয়েলটোত, আমি sed ক’মান্দৰ ব্যৱ্হাৰ শিকিম |
| 00:11 | আমি ইয়াক কিছু উদাহৰণৰ সহায়ত কৰিম |
| 00:14 | এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, |
| 00:16 | মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) ভাৰ্চন 12.04 অপাৰেতিং চিষ্টেম (Operating System) আৰু GNU বেচ (BASH) ভাৰ্চন 4.2.24 |
| 00:26 | মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব |
| 00:34 | আগতীয়াকৈ, |
| 00:36 | আপুনি লিনাক্স টাৰ্মিনেলৰ (Linux terminal) মূল জানিব লাগিব |
| 00:39 | সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি দৰ্শিত ধৰণে আমাৰ ওৱেবচাইত চাওঁক: http://spoken-tutorial.org |
| 00:45 | আহক আমি sedৰ পৰিচয় এটাৰে আৰম্ভ কৰো: |
| 00:48 | sed হৈছে এটা ষ্ট্ৰিম এদিতৰ (stream editor) |
| 00:51 | sedএ ফাইল এটাৰ নিৰ্দিষ্ট ল’কেচন এটাত টেকস্তৰ কিছু পেতাৰ্ন বিচাৰে |
| 00:58 | ই কিবা দিচপ্লে বা এদিতিং ফাংচন প্ৰদৰ্শন কৰে- |
| 01:02 | মিলা টেকস্তত এদিতিং ফাংচন যেনে ইনচাৰচন, চাবষ্টিতিউচন আৰু দিলিচন |
| 01:10 | আহক কিছু উদাহৰণেৰে আৰম্ভ কৰো |
| 01:13 | আমি sed ক’মান্দ ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ চাম |
| 01:19 | মোৰ হ’ম দাইৰেক্তৰী (home directory) ভাৰ্চনত seddemo.txt নামৰ ফাইল এটা আছে |
| 01:24 | আহক আমি ইয়াৰ উপাদানক চাওঁ |
| 01:26 | এই ফাইলটোত আমাৰ কিছু এনত্ৰিচ আছে যেনে ৰোল নং, নাম, ষ্ট্ৰিম, মাৰ্কচ, পাচ বা ফেইল আৰু ষ্টিপেন্দ এমাউন্ততো |
| 01:39 | এতিয়া, ধৰক আমি ফাইলটোৰ দ্বিতীয় শাৰীটো প্ৰিন্ত কৰিব বিচাৰো |
| 01:44 | ইয়াৰ বাবে, আমি টাৰ্মিনেলটো (terminal) খুলিব লাগিব কীবৰ্দত Ctrl + Alt আৰু T কীজ একেলগে টিপি |
| 01:53 | এতিয়া লিখক: |
| 01:55 | sed স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘2p’ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 02:03 | এন্টাৰ (Enter) টিপক |
| 02:06 | ইয়াত, 2 এ ল’কেচনটো সূচায় যি হৈছে দ্বিতীয় শাৰী |
| 02:11 | p এ একচনটো সূচায়, যি হৈছে প্ৰিন্তিং (p) |
| 02:16 | এতিয়া আউতপুতটো চাওঁক |
| 02:18 | ই গোটেই ফাইলটো দেখায় কিন্তু চাওঁক যে দ্বিতীয় শাৰীটো দুবাৰ প্ৰিন্ত হৈছে |
| 02:25 | এইটো হৈছে p একচনৰ দিফল্ত আচৰন |
| 02:29 | মাত্ৰ দ্বিতীয় শাৰীটো প্ৰিন্ত কৰিবলৈ, |
| 02:31 | লিখক: |
| 02:33 | sed স্পেচ (space) -nস্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত ) 2p একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 02:44 | এন্টাৰ (Enter) টিপক |
| 02:46 | আমি দেখিছো মাত্ৰ দ্বিতীয় শাৰীটো প্ৰিন্ত হৈছে |
| 02:51 | -n চাইলেন্ত মোদৰ (‘silent mode’) বাবে যি সকলো অপ্ৰয়োজনীয় আউতপুতক নাইকীয়া কৰে |
| 02:58 | পাছত আমি ষ্ট্ৰিমত (stream) ল’কেচনটো দিওঁ যি আমি এদিত বা দিচপ্লে কৰিব বিচাৰো |
| 03:03 | আমি দ্বিতীয় শাৰীটো বাচিব বিচাৰো |
| 03:07 | p এ আমি ল’ব বিচৰা একচনটো সূচীত কৰে যি হৈছে দ্বিতীয় শাৰীটো প্ৰিন্ত কৰা |
| 03:12 | আৰু seddemo.txt হৈছে ফাইলটোৰ নাম |
| 03:18 | এইটো হৈছে sed ক’মান্দৰ (command) সাধাৰণ গাঠণি |
| 03:21 | এতিয়া আহক ফাইলটোৰ শেষ শাৰীটো প্ৰিন্ত কৰো |
| 03:26 | মই প্ৰমপ্তটো খালী কৰো |
| 03:29 | এতিয়া লিখক: |
| 03:32 | sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত (ডলাৰ) $p একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 03:42 | এন্টাৰ (Enter) টিপক । আমি দেখিছো যে শেষ শাৰীটো প্ৰিন্ত হৈছে |
| 03:49 | এতিয়া আমাৰ টেকস্ত এদিতৰলৈ ঘূৰি আহক |
| 03:51 | ধৰক আমি 3rdৰ পৰা 6th লৈকে এনত্ৰিচ প্ৰিন্ত কৰিব বিচাৰো |
| 03:57 | ইয়াৰ বাবে, আমি টাৰ্মিনেলত লিখিব লাগিব: |
| 04:00 | sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত 3 (ক’মা) ,6p’ স্পেচ (space) seddemo.txt |
| 04:14 | এন্টাৰ (Enter) টিপক |
| 04:16 | আউতপুতটো তৃতীয় শাৰীৰ পৰা ষষ্ঠ শাৰীলৈ দৰ্শিত হৈছে |
| 04:21 | যিকোনো একচনক ৰিভাৰ্চ কৰিব পাৰি একচনটোৰ আগতে এক্সক্লেমেচন মাৰ্ক ব্যৱ্হাৰ কৰি |
| 04:28 | ধৰক, যদি আমি 3rdৰ পৰা 6thক এৰি বাকী সকলো শাৰী প্ৰিন্ত কৰিব লাগে আমি লিখিম: sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘3 (ক’মা),6 (এক্সক্লেমেচন মাৰ্ক) !p |
| 04:44 | একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 04:51 | এন্টাৰ (Enter) টিপক |
| 04:53 | আউত্পুতটো দৰ্শিত হৈছে |
| 04:56 | আহক আমাৰ শ্লাইদচলৈ ঘূৰি যাওঁ |
| 04:58 | লাইন এদ্ৰেচিং (Line addressing) আৰু ক’নটেক্সত এদ্ৰেচিং (context addressing) |
| 05:03 | এতিয়ালৈকে, আমি ফাইলটোত শাৰীসমূহত কোনটো একচন ল’ব লাগে সূচীত কৰিছিলো |
| 05:09 | ইয়াক কোৱা হয় লাইন এদ্ৰেচিং (Line addressing)- |
| 05:12 | এদ্ৰেচক শাৰী সংখ্যাৰ দ্বাৰা সূচীত কৰা |
| 05:15 | এইটো হৈছে এদ্ৰেচ কৰাৰ এটা পথ |
| 05:18 | এদ্ৰেচ কৰাৰ আনএটা পথ হৈছে ক’নটেক্সত এদ্ৰেচিং (context addressing)- |
| 05:22 | শাৰী য’ত থাকে নিৰ্দিষ্ট ক’নটেক্সত ধৰক এটা নিৰ্দিষ্ট শব্দ |
| 05:28 | যদি আমি শাৰীত একচন ল’ব বিচাৰো য’ত এটা নিৰ্দিষ্ট শব্দ থাকে, আমি ক’নটেক্সত এদ্ৰেচিং (context addressing) ব্যৱ্হাৰ কৰো |
| 05:36 | ৰেগুলাৰ এক্সপ্ৰেচনচ ব্যৱ্হাৰ কৰিব পাৰি |
| 05:39 | আহক উদাহৰণ এটা চাওঁ |
| 05:42 | আমাৰ টেকস্ত এদিতৰলৈ ঘূৰি যাওঁ |
| 05:44 | ধৰক, আমি সেই শাৰীসমূহ প্ৰিন্ত কৰিব বিচাৰো য’ত কম্পিউতাৰচ (computers) শব্দটো আছে |
| 05:50 | আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক |
| 05:53 | এতিয়া লিখক:sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত শ্লাচ (আৰম্ভণী বৰ বন্ধনী) [cC] (সামৰণী বৰ বন্ধনী) omputers/p একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 06:20 | এন্টাৰ (Enter) টিপক |
| 06:23 | আমি দেখিছো কম্পিউতাৰচ (computers) শব্দটোৰ সৈতে শাৰীসমূহ দৰ্শিত হৈছে |
| 06:28 | আমি পেতাৰ্নক বৰ বন্ধনীৰ ভিতৰত লিখো |
| 06:31 | এইটো যিকোনো এটা বা দুয়োটা কেৰেক্তাৰক বৰ বন্ধনীৰ ভিতৰত মিলাবলৈ |
| 06:36 | যেতিয়া আমি পেতাৰ্নচ মিলাব লাগে, পেতাৰ্নটো ফ্ৰন্ত শ্লাচৰ মাজত লিখিব লাগে |
| 06:43 | আমি ইয়াক w অপচনটো ব্যৱ্হাৰ কৰি এটা ফাইলটো প্ৰিন্ত কৰিব পাৰো |
| 06:50 | ইয়াৰ বাবে লিখক: |
| 06:52 | sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত-শ্লাচ (আৰম্ভণী বৰ বন্ধনী) [cC] (সামৰণী বৰ বন্ধনী) omputers/w স্পেচ (space) computer_student.txt একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 07:18 | এন্টাৰ (Enter) টিপক |
| 07:21 | এতিয়া সকলো মিলা শাৰী computer_student.txt ফাইলটোলৈ যাব |
| 07:27 | আহক আমি computer_studentৰ উপাদান চাওঁ |
| 07:31 | লিখক: cat স্পেচ (space) computer_student.txt |
| 07:38 | এন্টাৰ (Enter) টিপক |
| 07:42 | আমি এনত্ৰিচ দেখিছো । আমি লগতে পেতাৰ্নচকো বিভিন্ন ফাইলত লিখিব পাৰো |
| 07:50 | আহক আমি প্ৰমপ্তটো খালী কৰো |
| 07:52 | লিখক: sed স্পেচ (space) -n স্পেচ (space) -e স্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) (ফ্ৰন্ত শ্লাচ) ‘/electronics/w স্পেচ (space) electro.txt’ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) -e স্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) (ফ্ৰন্ত শ্লাচ) ‘/civil/w স্পেচ (space) civil.txt’ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 08:24 | এন্টাৰ (Enter) টিপক |
| 08:28 | ইয়াত বহুতো পদ্ধতিক মিলাবলৈ -e ব্যৱহৃত হৈছে |
| 08:34 | ই দুটা ফাইল বনাব electro.txt আৰু civil.txt |
| 08:41 | তাত কি আছে চাবলৈ, লিখক: |
| 08:43 | cat স্পেচ (space) electro.txt |
| 08:49 | ই ইলেকট্ৰনিকচ ("electronics") শব্দটোৰ সৈতে এনত্ৰিচ দেখাব |
| 08:54 | আহক আমি চিভিল ফাইলটোৰ উপাদানক চাওঁ |
| 08:58 | লিখক: cat স্পেচ (space) civil.txt |
| 09:01 | এন্টাৰ (Enter) টিপক |
| 09:03 | ই চিভিল ("civil") শব্দটো থকা এনত্ৰিচ দেখাব |
| 09:08 | আমি কিছু অধিক ক’মান্দচৰ যোৰাক অন্য টিউট’ৰিয়েলত চাম |
| 09:12 | মই একেটা প্ৰোগ্ৰামকে ব্যৱ্হাৰ কৰিম |
| 09:14 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 09:18 | আহক শ্লাইদলৈ ঘূৰি যাওঁ |
| 09:20 | আমি মূলভাব চাম, |
| 09:22 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, sed: |
| 09:25 | sed ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ । লাইন এদ্ৰেচিং |
| 09:27 | ক’নটেক্সত এদ্ৰেচিং |
| 09:30 | এটা এচাইনমেন্ত হিচাবে, |
| 09:32 | একেটা টেকস্ত ফাইল seddemo.txt ব্যৱ্হাৰ কৰি, |
| 09:35 | 6thৰ পৰা 12th শাৰীলৈ ৰেকৰ্দচ প্ৰিন্ত কৰিবলৈ চেষ্টা কৰক |
| 09:40 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক |
| 09:42 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
| 09:46 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে |
| 09:51 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
| 09:53 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 09:55 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 10:00 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক |
| 10:07 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 10:11 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
| 10:18 | এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org\NMEICT-Intro ত উপলদ্ধ |
| 10:25 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |