Linux/C3/The-sed-command/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 sed - ষ্ট্ৰিম এদিতৰ (stream editor)ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি sed ক’মান্দৰ ব্যৱ্হাৰ শিকিম
00:11 আমি ইয়াক কিছু উদাহৰণৰ সহায়ত কৰিম
00:14 এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ,
00:16 মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) ভাৰ্চন 12.04 অপাৰেতিং চিষ্টেম (Operating System) আৰু GNU বেচ (BASH) ভাৰ্চন 4.2.24
00:26 মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব
00:34 আগতীয়াকৈ,
00:36 আপুনি লিনাক্স টাৰ্মিনেলৰ (Linux terminal) মূল জানিব লাগিব
00:39 সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি দৰ্শিত ধৰণে আমাৰ ওৱেবচাইত চাওঁক: http://spoken-tutorial.org
00:45 আহক আমি sedৰ পৰিচয় এটাৰে আৰম্ভ কৰো:
00:48 sed হৈছে এটা ষ্ট্ৰিম এদিতৰ (stream editor)
00:51 sedএ ফাইল এটাৰ নিৰ্দিষ্ট ল’কেচন এটাত টেকস্তৰ কিছু পেতাৰ্ন বিচাৰে
00:58 ই কিবা দিচপ্লে বা এদিতিং ফাংচন প্ৰদৰ্শন কৰে-
01:02 মিলা টেকস্তত এদিতিং ফাংচন যেনে ইনচাৰচন, চাবষ্টিতিউচন আৰু দিলিচন
01:10 আহক কিছু উদাহৰণেৰে আৰম্ভ কৰো
01:13 আমি sed ক’মান্দ ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ চাম
01:19 মোৰ হ’ম দাইৰেক্তৰী (home directory) ভাৰ্চনত seddemo.txt নামৰ ফাইল এটা আছে
01:24 আহক আমি ইয়াৰ উপাদানক চাওঁ
01:26 এই ফাইলটোত আমাৰ কিছু এনত্ৰিচ আছে যেনে ৰোল নং, নাম, ষ্ট্ৰিম, মাৰ্কচ, পাচ বা ফেইল আৰু ষ্টিপেন্দ এমাউন্ততো
01:39 এতিয়া, ধৰক আমি ফাইলটোৰ দ্বিতীয় শাৰীটো প্ৰিন্ত কৰিব বিচাৰো
01:44 ইয়াৰ বাবে, আমি টাৰ্মিনেলটো (terminal) খুলিব লাগিব কীবৰ্দত Ctrl + Alt আৰু T কীজ একেলগে টিপি
01:53 এতিয়া লিখক:
01:55 sed স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘2p’ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
02:03 এন্টাৰ (Enter) টিপক
02:06 ইয়াত, 2 এ ল’কেচনটো সূচায় যি হৈছে দ্বিতীয় শাৰী
02:11 p এ একচনটো সূচায়, যি হৈছে প্ৰিন্তিং (p)
02:16 এতিয়া আউতপুতটো চাওঁক
02:18 ই গোটেই ফাইলটো দেখায় কিন্তু চাওঁক যে দ্বিতীয় শাৰীটো দুবাৰ প্ৰিন্ত হৈছে
02:25 এইটো হৈছে p একচনৰ দিফল্ত আচৰন
02:29 মাত্ৰ দ্বিতীয় শাৰীটো প্ৰিন্ত কৰিবলৈ,
02:31 লিখক:
02:33 sed স্পেচ (space) -nস্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত ) 2p একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
02:44 এন্টাৰ (Enter) টিপক
02:46 আমি দেখিছো মাত্ৰ দ্বিতীয় শাৰীটো প্ৰিন্ত হৈছে
02:51 -n চাইলেন্ত মোদৰ (‘silent mode’) বাবে যি সকলো অপ্ৰয়োজনীয় আউতপুতক নাইকীয়া কৰে
02:58 পাছত আমি ষ্ট্ৰিমত (stream) ল’কেচনটো দিওঁ যি আমি এদিত বা দিচপ্লে কৰিব বিচাৰো
03:03 আমি দ্বিতীয় শাৰীটো বাচিব বিচাৰো
03:07 p এ আমি ল’ব বিচৰা একচনটো সূচীত কৰে যি হৈছে দ্বিতীয় শাৰীটো প্ৰিন্ত কৰা
03:12 আৰু seddemo.txt হৈছে ফাইলটোৰ নাম
03:18 এইটো হৈছে sed ক’মান্দৰ (command) সাধাৰণ গাঠণি
03:21 এতিয়া আহক ফাইলটোৰ শেষ শাৰীটো প্ৰিন্ত কৰো
03:26 মই প্ৰমপ্তটো খালী কৰো
03:29 এতিয়া লিখক:
03:32 sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত (ডলাৰ) $p একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
03:42 এন্টাৰ (Enter) টিপক । আমি দেখিছো যে শেষ শাৰীটো প্ৰিন্ত হৈছে
03:49 এতিয়া আমাৰ টেকস্ত এদিতৰলৈ ঘূৰি আহক
03:51 ধৰক আমি 3rdৰ পৰা 6th লৈকে এনত্ৰিচ প্ৰিন্ত কৰিব বিচাৰো
03:57 ইয়াৰ বাবে, আমি টাৰ্মিনেলত লিখিব লাগিব:
04:00 sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত 3 (ক’মা) ,6p’ স্পেচ (space) seddemo.txt
04:14 এন্টাৰ (Enter) টিপক
04:16 আউতপুতটো তৃতীয় শাৰীৰ পৰা ষষ্ঠ শাৰীলৈ দৰ্শিত হৈছে
04:21 যিকোনো একচনক ৰিভাৰ্চ কৰিব পাৰি একচনটোৰ আগতে এক্সক্লেমেচন মাৰ্ক ব্যৱ্হাৰ কৰি
04:28 ধৰক, যদি আমি 3rdৰ পৰা 6thক এৰি বাকী সকলো শাৰী প্ৰিন্ত কৰিব লাগে আমি লিখিম: sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘3 (ক’মা),6 (এক্সক্লেমেচন মাৰ্ক) !p
04:44 একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
04:51 এন্টাৰ (Enter) টিপক
04:53 আউত্পুতটো দৰ্শিত হৈছে
04:56 আহক আমাৰ শ্লাইদচলৈ ঘূৰি যাওঁ
04:58 লাইন এদ্ৰেচিং (Line addressing) আৰু ক’নটেক্সত এদ্ৰেচিং (context addressing)
05:03 এতিয়ালৈকে, আমি ফাইলটোত শাৰীসমূহত কোনটো একচন ল’ব লাগে সূচীত কৰিছিলো
05:09 ইয়াক কোৱা হয় লাইন এদ্ৰেচিং (Line addressing)-
05:12 এদ্ৰেচক শাৰী সংখ্যাৰ দ্বাৰা সূচীত কৰা
05:15 এইটো হৈছে এদ্ৰেচ কৰাৰ এটা পথ
05:18 এদ্ৰেচ কৰাৰ আনএটা পথ হৈছে ক’নটেক্সত এদ্ৰেচিং (context addressing)-
05:22 শাৰী য’ত থাকে নিৰ্দিষ্ট ক’নটেক্সত ধৰক এটা নিৰ্দিষ্ট শব্দ
05:28 যদি আমি শাৰীত একচন ল’ব বিচাৰো য’ত এটা নিৰ্দিষ্ট শব্দ থাকে, আমি ক’নটেক্সত এদ্ৰেচিং (context addressing) ব্যৱ্হাৰ কৰো
05:36 ৰেগুলাৰ এক্সপ্ৰেচনচ ব্যৱ্হাৰ কৰিব পাৰি
05:39 আহক উদাহৰণ এটা চাওঁ
05:42 আমাৰ টেকস্ত এদিতৰলৈ ঘূৰি যাওঁ
05:44 ধৰক, আমি সেই শাৰীসমূহ প্ৰিন্ত কৰিব বিচাৰো য’ত কম্পিউতাৰচ (computers) শব্দটো আছে
05:50 আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক
05:53 এতিয়া লিখক:sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত শ্লাচ (আৰম্ভণী বৰ বন্ধনী) [cC] (সামৰণী বৰ বন্ধনী) omputers/p একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
06:20 এন্টাৰ (Enter) টিপক
06:23 আমি দেখিছো কম্পিউতাৰচ (computers) শব্দটোৰ সৈতে শাৰীসমূহ দৰ্শিত হৈছে
06:28 আমি পেতাৰ্নক বৰ বন্ধনীৰ ভিতৰত লিখো
06:31 এইটো যিকোনো এটা বা দুয়োটা কেৰেক্তাৰক বৰ বন্ধনীৰ ভিতৰত মিলাবলৈ
06:36 যেতিয়া আমি পেতাৰ্নচ মিলাব লাগে, পেতাৰ্নটো ফ্ৰন্ত শ্লাচৰ মাজত লিখিব লাগে
06:43 আমি ইয়াক w অপচনটো ব্যৱ্হাৰ কৰি এটা ফাইলটো প্ৰিন্ত কৰিব পাৰো
06:50 ইয়াৰ বাবে লিখক:
06:52 sed স্পেচ (space) -n স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত-শ্লাচ (আৰম্ভণী বৰ বন্ধনী) [cC] (সামৰণী বৰ বন্ধনী) omputers/w স্পেচ (space) computer_student.txt একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
07:18 এন্টাৰ (Enter) টিপক
07:21 এতিয়া সকলো মিলা শাৰী computer_student.txt ফাইলটোলৈ যাব
07:27 আহক আমি computer_studentৰ উপাদান চাওঁ
07:31 লিখক: cat স্পেচ (space) computer_student.txt
07:38 এন্টাৰ (Enter) টিপক
07:42 আমি এনত্ৰিচ দেখিছো । আমি লগতে পেতাৰ্নচকো বিভিন্ন ফাইলত লিখিব পাৰো
07:50 আহক আমি প্ৰমপ্তটো খালী কৰো
07:52 লিখক: sed স্পেচ (space) -n স্পেচ (space) -e স্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) (ফ্ৰন্ত শ্লাচ) ‘/electronics/w স্পেচ (space) electro.txt’ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) -e স্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) (ফ্ৰন্ত শ্লাচ) ‘/civil/w স্পেচ (space) civil.txt’ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
08:24 এন্টাৰ (Enter) টিপক
08:28 ইয়াত বহুতো পদ্ধতিক মিলাবলৈ -e ব্যৱহৃত হৈছে
08:34 ই দুটা ফাইল বনাব electro.txt আৰু civil.txt
08:41 তাত কি আছে চাবলৈ, লিখক:
08:43 cat স্পেচ (space) electro.txt
08:49 ই ইলেকট্ৰনিকচ ("electronics") শব্দটোৰ সৈতে এনত্ৰিচ দেখাব
08:54 আহক আমি চিভিল ফাইলটোৰ উপাদানক চাওঁ
08:58 লিখক: cat স্পেচ (space) civil.txt
09:01 এন্টাৰ (Enter) টিপক
09:03 ই চিভিল ("civil") শব্দটো থকা এনত্ৰিচ দেখাব
09:08 আমি কিছু অধিক ক’মান্দচৰ যোৰাক অন্য টিউট’ৰিয়েলত চাম
09:12 মই একেটা প্ৰোগ্ৰামকে ব্যৱ্হাৰ কৰিম
09:14 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
09:18 আহক শ্লাইদলৈ ঘূৰি যাওঁ
09:20 আমি মূলভাব চাম,
09:22 এই টিউট’ৰিয়েলটোত আমি শিকিলো, sed:
09:25 sed ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ । লাইন এদ্ৰেচিং
09:27 ক’নটেক্সত এদ্ৰেচিং
09:30 এটা এচাইনমেন্ত হিচাবে,
09:32 একেটা টেকস্ত ফাইল seddemo.txt ব্যৱ্হাৰ কৰি,
09:35 6thৰ পৰা 12th শাৰীলৈ ৰেকৰ্দচ প্ৰিন্ত কৰিবলৈ চেষ্টা কৰক
09:40 তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক
09:42 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
09:46 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে
09:51 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে:
09:53 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
09:55 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
10:00 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক
10:07 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
10:11 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
10:18 এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org\NMEICT-Intro ত উপলদ্ধ
10:25 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9