Linux/C2/The-Linux-Environment/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 0:00 | নমস্কাৰ দৰ্শক সকল. লিনাক্স এনভাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷ |
| 0:07 | এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে উবানটু লাগতিয়াল হয়৷ |
| 0:13 | আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷ |
| 0:22 | যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়েৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক. |
| 0:32 | অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিংৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে |
| 0:36 | আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিউতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷ |
| 0:46 | লিনাক্স এনভাইৰনমেন্ট নির্ধাৰণ কৰে কিভাবে অপাৰেটিং সিস্টেম আপোনাৰ সৈতে আচৰণ কৰে, আপোনাৰ কমান্ডক ৰেসপন্দ কৰে, আপোনাৰ কর্ম আদি ব্যাখ্যা কৰে |
| 0:55 | শেলৰ সেটিংক পৰিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকৰণ কৰিব পাৰে. |
| 0:58 | আমি বোজো কিভাবে এই সকলো কৰা যায় |
| 0:59 | শেলৰ ব্যবহাৰ সাধাৰণতে শেল ভেৰিয়েবলবোৰ দ্বাৰা নির্ধাৰিত কৰা যায়. |
| 1:04 | দুই ধৰনৰ shell ভেৰিয়েবল আছে: এনভাইৰনমেন্ট ভেৰিয়েৱলচ আৰু লোকেল ভেৰিয়েৱলচ |
| 1:12 | এইডাইৰনমেন্ট ভেৰিয়েৱলচবোৰ নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷ |
| 1:19 | এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্ধ হয় |
| 1:24 | লোকেল ভেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্ধ হয়৷ |
| 1:31 | এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্ধ নহয় |
| 1:36 | যিহেতু এই টিউটৰিয়েলত আমি এনভেইৰনমেন্ট ভেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ |
| 1:48 | বৰ্তমান চেলত থকা সকলো ভেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ |
| 1:53 | টাৰ্মিনেলত লিখক "set স্পেচ 'pipeline character' more" আৰু এন্টাৰ টিপক |
| 2:00 | আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, |
| 2:04 | উদাহৰণস্বৰুপে: HOME এনভাইৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান মন কৰক. |
| 2:15 | তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক |
| 2:21 | ইয়াত ভেৰিয়েবোলৰ তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো পাইপলাইন্দ কৰা হৈছে. |
| 2:38 | এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ |
| 2:45 | টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' more" আৰু এন্টাৰ টিপক |
| 2:52 | উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . |
| 3:00 | আকৌ আপোনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক |
| 3:07 | এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিষয়ে আলোচনা কৰো. |
| 3:11 | ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. |
| 3:15 | বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় |
| 3:19 | প্রকৃততে এটা ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটা ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব |
| 3:30 | প্রথম এনভাইৰনমেন্ট ভেৰিয়েবল যি আমি চাও সেইটো হৈছে SHELL ভেৰিয়েবল . |
| 3:35 | ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . |
| 3:37 | SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. |
| 3:55 | ইয়াত স্ল্যাশ bin স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. |
| 4:02 | পিছৰ ভেৰিয়েবলো হল HOME. |
| 4:05 | যেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়৷ |
| 4:11 | এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ |
| 4:17 | ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত H-O-M-E " আৰু এন্টাৰ টিপক৷ |
| 4:29 | ইয়াৰ পিছৰ এনভাইৰনমেন্ট ভেৰিয়াবেলটো হ’ল PATH. |
| 4:32 | PATH ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকু টেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
| 4:40 | এতিয়া পাথ ভেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ |
| 4:43 | আকৌ টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত P-A-T-H" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 4:51 | মোৰ কম্পিউটাৰতও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ user স্ল্যাশ local স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ local স্ল্যাশ bin স্ল্যাশ user স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ bin ইত্যাদি |
| 5:04 | এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ |
| 5:07 | এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ |
| 5:18 | ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডিৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ |
| 5:25 | আমাৰ ডিৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ |
| 5:29 | ডাঙৰ আখৰত P-A-T-H 'equal to' dollar আকৌ এবাৰ ডাঙৰ আখৰত P-A-T-H colon slash home slash নিজৰ home directory আৰু এন্টাৰ টিপক ৷ |
| 5:54 | যদি আমি PATHৰ মূল্য echo (ইকো) কৰো৷ |
| 6:04 | আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো PATH ভেৰিয়াব্লেৰ অংগ হব৷ |
| 6:10 | চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ |
| 6:16 | আন এটা উল্লেখযোগ্য ডেৰিয়াবেল হ’ল LOGNAME. |
| 6:20 | যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ |
| 6:24 | ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo স্পেচ dollar LOGNAME" আৰু এন্টাৰ টিপক |
| 6:35 | যেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, যিটো প্ৰম্পত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ |
| 6:42 | এনভাইৰনমেন্ট ভেৰিয়াবেল পিএস১ ই প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ |
| 6:47 | ইয়াত এটা চেকেণ্ডাৰি প্ৰম্পট ষ্ট্ৰিংগো আছে৷ |
| 6:50 | যদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ |
| 7:00 | এনভবাইৰনমেন্ট ভেৰিয়াবেলে PS2 এ secondary prompt ষ্ট্ৰিংবোৰ প্ৰতিনিধিত্ব কৰে৷ |
| 7:05 | চেকেণ্ডাৰী কামাণ্ড প্ৰমপ্টৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo স্পেচ dollar PS2 আৰু এন্টাৰ টিপক৷ |
| 7:20 | আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংগ সলনি কৰিব পাৰো যেনে "at the rate"<@> at the prompt. |
| 7:28 | এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া কোট্চত 'at the rate' " আৰু এন্টাৰ টিপক৷ |
| 7:41 | এতিয়া dollar চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ |
| 7:50 | আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ যেনে আমি প্ৰমপ্টত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ |
| 7:56 | কেৱল টাইপ কৰক "PS1 ডাঙৰ আখৰত 'eqal to' কোট্চত dollar LOGNAME" আৰু এন্টাৰ টিপক৷ |
| 8:12 | এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ |
| 8:16 | পিছলৈ যাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' কোট্চত আৰু এন্টাৰ টিপক |
| 8:28 | আমি বহুত এনভাইৰমেন্ট ভেৰিয়েৱলৰবোৰক ভেলু এচাইন কৰিলো৷ |
| 8:32 | কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছেচনৰ কাৰণেহে প্ৰয়োজ্য৷ |
| 8:37 | যেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ভেৰিয়েৱললৈ যোগ কৰিছিলো৷ |
| 8:40 | যদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ভেৰিয়াবোল নিৰিক্ষণ কৰক |
| 9:00 | আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ |
| 9:05 | ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ |
| 9:13 | প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ একজিকিউট কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত একজিকিউট কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ |
| 9:22 | নহয়, ইয়াৰ বহুটো সমাধান আছে৷ |
| 9:26 | প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ |
| 9:33 | কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ |
| 9:37 | আগৰ অৱস্থানলৈ যাবলৈ দাউন কি ডবাওক৷ |
| 9:42 | কিন্তু যেতিয়া আপোনি কম্মন্দ বোৰ দ্ৱাৰা স্ক্ৰোল কৰে এইটো আলপ সালমিলনি হৈ যায়. history কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি . |
| 9:52 | পৰম্পত টাইপ কৰক history৷ |
| 9:58 | আৰু এন্টাৰ টিপক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷ |
| 10:04 | যদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ |
| 10:08 | টাইপ কৰক "history স্পেচ 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
| 10:20 | এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ |
| 10:27 | এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ |
| 10:32 | কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark. উদাহৰণ স্বৰুপে মোৰ কেচত 442 একজিকিউট হব echo স্পেচ dollar path |
| 10:51 | যদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ টিপক৷ |
| 11:03 | পিছত আমি tilde চাবস্টিটিউছন চাম. হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. |
| 11:12 | ধৰি লওক আপোনাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, আপোনি "cd স্পেচ 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰিব৷ |
| 11:25 | এই কম্মন্দ cd 'tilde' minus বা মাত্ৰ cd minus বয়ৱহাৰ কৰি এজনে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ মাজত তগ্গল কৰিব পাৰে |
| 11:35 | এতিয়া আমি testtree ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ |
| 11:41 | সেয়া যদি আমি cd স্পেচ মাইনাচ ৰান কৰো আৰু এন্টাৰ টিপো, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ |
| 11:47 | আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ testtree ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব |
| 11:55 | এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড alias কামাণ্ডক চাম৷ |
| 11:59 | কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ |
| 12:04 | এই ক্ষেত্ৰত আমি ইয়াক সৰু alias নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো |
| 12:11 | ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে যি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ |
| 12:20 | টাইপ কৰক" alias স্পেচ cdMusic 'equal-to' ডবল কোট্চত cd স্পেচ slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷|- |
| 12:47 | এতিয়াৰপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপোনি কেৱল cdMusic লিখক আৰু এন্টাৰ ডবাওক৷ |
| 12:55 | চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ভিতৰত আছে৷ |
| 12:58 | এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ minus |
| 13:08 | এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্পেচ cdMusic আৰু এন্টাৰ টিপক |
| 13:20 | এতিয়া আকৌ যদি আপুনি টাৰমিনেলৰ পৰা cdMusicটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ |
| 13:30 | ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে,test1 আৰু test2৷ |
| 13:38 | যদি আমি rm test1, নাইকিয়া কৰি দিও, test1 নিজে আতৰি ঘাব৷ |
| 13:45 | আমি জানো যে rm কামাণ্ডৰ hyphen i অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ |
| 13:52 | সেয়ে আমি alias rm equal-to, এতিয়া কোট্চত “rm স্পেচ hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ |
| 14:03 | এতিয়া যেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ |
| 14:13 | সেয়ে দেখিলো ঘে test1 দিলিত কৰাৰ পিছত চিষ্টেমে test2 দিলিত কৰাৰ আগতে আমাক সুধিব৷ |
| 14:20 | সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনভাইৰনমেন্ট ভেৰিয়েৱলচ, history আৰু aliasing. |
| 14:25 | আমি এই টিউটৰিয়েলৰ শেষলৈ আহিলো৷ |
| 14:28 | স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 14:36 | অধিক জানিৰে বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক |
| 14:39 | এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে৷ |
| 14:42 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো.
ধন্যবাদ . |