Linux/C2/The-Linux-Environment/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
0:00 নমস্কাৰ দৰ্শক সকল. লিনাক্স এনভাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷
0:07 এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে উবানটু লাগতিয়াল হয়৷
0:13 আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷
0:22 যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়েৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক.
0:32 অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিংৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে
0:36 আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিউতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷
0:46 লিনাক্স এনভাইৰনমেন্ট নির্ধাৰণ কৰে কিভাবে অপাৰেটিং সিস্টেম আপোনাৰ সৈতে আচৰণ কৰে, আপোনাৰ কমান্ডক ৰেসপন্দ কৰে, আপোনাৰ কর্ম আদি ব্যাখ্যা কৰে
0:55 শেলৰ সেটিংক পৰিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকৰণ কৰিব পাৰে.
0:58 আমি বোজো কিভাবে এই সকলো কৰা যায়
0:59 শেলৰ ব্যবহাৰ সাধাৰণতে শেল ভেৰিয়েবলবোৰ দ্বাৰা নির্ধাৰিত কৰা যায়.
1:04 দুই ধৰনৰ shell ভেৰিয়েবল আছে: এনভাইৰনমেন্ট ভেৰিয়েৱলচ আৰু লোকেল ভেৰিয়েৱলচ
1:12 এইডাইৰনমেন্ট ভেৰিয়েৱলচবোৰ নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷
1:19 এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্ধ হয়
1:24 লোকেল ভেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্ধ হয়৷
1:31 এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্ধ নহয়
1:36 যিহেতু এই টিউটৰিয়েলত আমি এনভেইৰনমেন্ট ভেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷
1:48 বৰ্তমান চেলত থকা সকলো ভেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷
1:53 টাৰ্মিনেলত লিখক "set স্পেচ 'pipeline character' more" আৰু এন্টাৰ টিপক
2:00 আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো,
2:04 উদাহৰণস্বৰুপে: HOME এনভাইৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান মন কৰক.
2:15 তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক
2:21 ইয়াত ভেৰিয়েবোলৰ তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো পাইপলাইন্দ কৰা হৈছে.
2:38 এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ
2:45 টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' more" আৰু এন্টাৰ টিপক
2:52 উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash .
3:00 আকৌ আপোনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক
3:07 এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিষয়ে আলোচনা কৰো.
3:11 ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম.
3:15 বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয়
3:19 প্রকৃততে এটা ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটা ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব
3:30 প্রথম এনভাইৰনমেন্ট ভেৰিয়েবল যি আমি চাও সেইটো হৈছে SHELL ভেৰিয়েবল .
3:35 ই বর্তমান শেলৰ নাম সঞ্চয় কৰে .
3:37 SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক.
3:55 ইয়াত স্ল্যাশ bin স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো.
4:02 পিছৰ ভেৰিয়েবলো হল HOME.
4:05 যেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়৷
4:11 এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷
4:17 ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত H-O-M-E " আৰু এন্টাৰ টিপক৷
4:29 ইয়াৰ পিছৰ এনভাইৰনমেন্ট ভেৰিয়াবেলটো হ’ল PATH.
4:32 PATH ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকু টেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে
4:40 এতিয়া পাথ ভেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷
4:43 আকৌ টাৰমিনেলত টাইপ কৰক "echo space dollar ডাঙৰ আখৰত P-A-T-H" আৰু এন্টাৰ প্ৰেছ কৰক৷
4:51 মোৰ কম্পিউটাৰতও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ user স্ল্যাশ local স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ local স্ল্যাশ bin স্ল্যাশ user স্ল্যাশ sbin স্ল্যাশ user স্ল্যাশ bin ইত্যাদি
5:04 এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷
5:07 এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷
5:18 ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডিৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷
5:25 আমাৰ ডিৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷
5:29 ডাঙৰ আখৰত P-A-T-H 'equal to' dollar আকৌ এবাৰ ডাঙৰ আখৰত P-A-T-H colon slash home slash নিজৰ home directory আৰু এন্টাৰ টিপক ৷
5:54 যদি আমি PATHৰ মূল্য echo (ইকো) কৰো৷
6:04 আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো PATH ভেৰিয়াব্লেৰ অংগ হব৷
6:10 চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷
6:16 আন এটা উল্লেখযোগ্য ডেৰিয়াবেল হ’ল LOGNAME.
6:20 যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷
6:24 ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo স্পেচ dollar LOGNAME" আৰু এন্টাৰ টিপক
6:35 যেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, যিটো প্ৰম্পত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷
6:42 এনভাইৰনমেন্ট ভেৰিয়াবেল পিএস১ ই প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷
6:47 ইয়াত এটা চেকেণ্ডাৰি প্ৰম্পট ষ্ট্ৰিংগো আছে৷
6:50 যদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷
7:00 এনভবাইৰনমেন্ট ভেৰিয়াবেলে PS2 এ secondary prompt ষ্ট্ৰিংবোৰ প্ৰতিনিধিত্ব কৰে৷
7:05 চেকেণ্ডাৰী কামাণ্ড প্ৰমপ্টৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo স্পেচ dollar PS2 আৰু এন্টাৰ টিপক৷
7:20 আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংগ সলনি কৰিব পাৰো যেনে "at the rate"<@> at the prompt.
7:28 এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া কোট্চত 'at the rate' " আৰু এন্টাৰ টিপক৷
7:41 এতিয়া dollar চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷
7:50 আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ যেনে আমি প্ৰমপ্টত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷
7:56 কেৱল টাইপ কৰক "PS1 ডাঙৰ আখৰত 'eqal to' কোট্চত dollar LOGNAME" আৰু এন্টাৰ টিপক৷
8:12 এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷
8:16 পিছলৈ যাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' কোট্চত আৰু এন্টাৰ টিপক
8:28 আমি বহুত এনভাইৰমেন্ট ভেৰিয়েৱলৰবোৰক ভেলু এচাইন কৰিলো৷
8:32 কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছেচনৰ কাৰণেহে প্ৰয়োজ্য৷
8:37 যেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ভেৰিয়েৱললৈ যোগ কৰিছিলো৷
8:40 যদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ভেৰিয়াবোল নিৰিক্ষণ কৰক
9:00 আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷
9:05 ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷
9:13 প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ একজিকিউট কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত একজিকিউট কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷
9:22 নহয়, ইয়াৰ বহুটো সমাধান আছে৷
9:26 প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷
9:33 কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷
9:37 আগৰ অৱস্থানলৈ যাবলৈ দাউন কি ডবাওক৷
9:42 কিন্তু যেতিয়া আপোনি কম্মন্দ বোৰ দ্ৱাৰা স্ক্ৰোল কৰে এইটো আলপ সালমিলনি হৈ যায়. history কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি .
9:52 পৰম্পত টাইপ কৰক history৷
9:58 আৰু এন্টাৰ টিপক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷
10:04 যদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷
10:08 টাইপ কৰক "history স্পেচ 10" আৰু এন্টাৰ প্ৰেছ কৰক৷
10:20 এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷
10:27 এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷
10:32 কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark. উদাহৰণ স্বৰুপে মোৰ কেচত 442 একজিকিউট হব echo স্পেচ dollar path
10:51 যদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ টিপক৷
11:03 পিছত আমি tilde চাবস্টিটিউছন চাম. হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়.
11:12 ধৰি লওক আপোনাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, আপোনি "cd স্পেচ 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰিব৷
11:25 এই কম্মন্দ cd 'tilde' minus বা মাত্ৰ cd minus বয়ৱহাৰ কৰি এজনে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ মাজত তগ্গল কৰিব পাৰে
11:35 এতিয়া আমি testtree ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷
11:41 সেয়া যদি আমি cd স্পেচ মাইনাচ ৰান কৰো আৰু এন্টাৰ টিপো, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷
11:47 আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ testtree ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব
11:55 এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড alias কামাণ্ডক চাম৷
11:59 কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷
12:04 এই ক্ষেত্ৰত আমি ইয়াক সৰু alias নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো
12:11 ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে যি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷
12:20 টাইপ কৰক" alias স্পেচ cdMusic 'equal-to' ডবল কোট্চত cd স্পেচ slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷|-
12:47 এতিয়াৰপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপোনি কেৱল cdMusic লিখক আৰু এন্টাৰ ডবাওক৷
12:55 চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ভিতৰত আছে৷
12:58 এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ minus
13:08 এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্পেচ cdMusic আৰু এন্টাৰ টিপক
13:20 এতিয়া আকৌ যদি আপুনি টাৰমিনেলৰ পৰা cdMusicটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷
13:30 ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে,test1 আৰু test2৷
13:38 যদি আমি rm test1, নাইকিয়া কৰি দিও, test1 নিজে আতৰি ঘাব৷
13:45 আমি জানো যে rm কামাণ্ডৰ hyphen i অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷
13:52 সেয়ে আমি alias rm equal-to, এতিয়া কোট্চত “rm স্পেচ hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷
14:03 এতিয়া যেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷
14:13 সেয়ে দেখিলো ঘে test1 দিলিত কৰাৰ পিছত চিষ্টেমে test2 দিলিত কৰাৰ আগতে আমাক সুধিব৷
14:20 সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনভাইৰনমেন্ট ভেৰিয়েৱলচ, history আৰু aliasing.
14:25 আমি এই টিউটৰিয়েলৰ শেষলৈ আহিলো৷
14:28 স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
14:36 অধিক জানিৰে বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক
14:39 এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে৷
14:42 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো.

ধন্যবাদ .

Contributors and Content Editors

Mousumi, PoojaMoolya, Udaya