LibreOffice-Suite-Calc/C3/Advanced-Formatting-and-Protection/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | LibreOffice ক্যালক এৰ Advanced Formatting and Protection সংক্রান্ত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম | |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম :
পাসওয়ার্ড দ্বাৰা স্প্রেডশীট ৰক্ষা কৰা পাসওয়ার্ড দ্বাৰা স্প্রেডশীটৰ এটা শীট বা এটা ট্যাবক ৰক্ষা কৰা | এটা ডাটাবেসৰ বাবে পৰিসীমা ধার্য কৰা | সাবটোটেল বিকল্পটো ব্যবহাৰ কৰা সেল যুক্তিগ্রাহ্য কৰা | |
00:25 | ইয়াতে আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো| |
00:35 | প্রথমে “Personal-Finance-Tracker.ods” ফাইলটো খুলক । |
00:40 | প্রথমে এই ফাইলটোক পাসওয়ার্ড দি ৰক্ষা কৰা শিকা যাওক | |
00:44 | এই বিকল্পটোয়ে নিশ্চিত কৰে যাতে কেবল পাসওয়ার্ডটো জনাজনেহে সেই ফাইলটো খুলিব পাৰে | |
00:51 | প্রধান মেনুৰ পৰা ফাইল আৰু তাৰপিছত Save Asত ক্লিক কৰক | |
00:55 | Save ডায়লগ বাক্স প্রদর্শিত হৈছে | |
00:58 | ইয়াতে Save with password বাক্সটোত টিক দিয়ক | |
01:03 | তাৰপিছত Saveত ক্লিক কৰক | |
01:06 | যিহেতু আমি Save As বিকল্পটো ব্যবহাৰ কৰিছো, আমি হয় এইটোক বেলেগ এটা ফাইল হিসাবে সংৰক্ষণ কৰিবলৈ পাৰিম অথবা আগৰ ফাইলটোকেই প্রতিস্থাপন কৰিবলৈ পাৰিম | |
01:15 | ইয়াতে ফাইলটো প্রতিস্থাপন কৰা যাওক | |
01:18 | Yesত ক্লিক কৰক | |
01:20 | তাৰপিছত এটা পাসওয়ার্ড লিখক | |
01:23 | আৰু এবাৰ পুনৰায় নিশ্চিতকৰণ বাক্সত পাসওয়ার্ড লিখক আৰু OKত ক্লিক কৰক | |
01:30 | তাৰপিছত Personal-Finance-Tracker.ods বন্ধ কৰক | |
01:36 | এতিয়া, এই ফাইলটো পুনৰায় খুলক আৰু পৰীক্ষা কৰক | |
01:41 | পাসওয়ার্ড লেখাৰ ডায়লগ বাক্স প্রদর্শিত হৈছে ! |
01:45 | ইয়াতে এটা ভুল পাসওয়ার্ড দিয়ক | |
01:48 | OKত ক্লিক কৰক | |
01:50 | আমি এটা ত্রুটিৰ বার্তা পাও, password is incorrect| |
01:56 | এতিয়া সঠিক পাসওয়ার্ডটো লিখক | |
01:59 | ফাইলটো খুলি গৈছে | |
02:01 | কিভাবে আমি পাসওয়ার্ড বিকল্পটো মুছি পেলাও? এইটোও খুব সহজ | |
02:07 | Save with password বিকল্পৰ পৰা টিকটো অতৰুৱাই দিয়ক | |
02:10 | আকৌ এবাৰ আমি Save বিকল্প ব্যবহাৰ কৰো, আমি হয়টো ইয়াক এটা পৃথক ফাইল ৰুপত সংৰক্ষণ কৰো অথবা একেই ফাইলত প্রতিস্থাপন কৰো | |
02:18 | ইয়াতে ফাইলটো প্রতিস্থাপন কৰো | |
02:21 | Yesত ক্লিক কৰক | |
02:23 | এই ফাইলটো বন্ধ কৰক আৰু আকৌ এবাৰ খুলক | |
02:27 | এতিয়া আপোনাৰ ফাইল খোলাৰ বাবে কোনো পাসওয়ার্ড-এৰ প্রয়োজন নহয় | |
02:31 | এতিয়া শিকা যাওক, কিভাবে ফাইল-এৰ শিট-বোৰক বেলেগ বেলেগ পাসওয়ার্ড দি ৰক্ষা কৰা যায় | |
02:37 | মেনু বাৰ পৰা, ক্লিক কৰক “Tools”, “Protect Document” আৰু “Sheet” | |
02:44 | “Protect Sheet” ডায়লগ বাক্স প্রদর্শিত হৈছে | |
02:47 | শীট ৰক্ষা কৰাৰ বাবে, প্রথমে, “Select Locked cells” আৰু “Select Unlocked cells” বিকল্পদুটাৰ টিকচিন্হ অতৰুৱাই দিয়ক | |
02:56 | এতিয়া, "পাসওয়ার্ড" ক্ষেত্রত, সৰু হাতৰ অাক্ষৰত লিখক - “abc” আৰু “Confirm” ক্ষেত্রত পাসওয়ার্ডটো পুনৰায় লিখক | |
03:07 | OKত ক্লিক কৰক | |
03:08 | এতিয়া, এটা সেলত তথ্য নির্বাচন কৰি পৰিবর্তন কৰাৰ চেষ্টা কৰক | |
03:15 | আমি কোনো এটা সেল নির্বাচন কৰিবলৈ পাৰা নাই ! |
03:18 | শীটটো পৰিবর্তন কৰা নাযায় ! |
03:22 | কিন্তু অন্য শীট-বোৰৰ কি খবৰ ? |
03:24 | Sheet2 এৰ উপৰত ক্লিক কৰক | |
03:27 | এটা সেল নির্বাচন কৰি সম্পাদনা কৰাৰ চেষ্টা কৰক | |
03:30 | ক্যালকে আমাৰ অন্যান্য শীটৰ সেলত সম্পাদনা কৰিবলৈ দিয়ে | |
03:35 | প্ৰথম শীটলৈ উভতি যাও | |
03:38 | এতিয়া, এই শীট-এৰ প্রতিৰক্ষা অতৰুৱাই দিও | |
03:41 | এইটো সহজ কাম | |
03:43 | মেনু বাৰ পৰা, "টুলস", “Protect Document” আৰু "শিট"ত ক্লিক কৰক | |
03:49 | এটা ডায়লগ বক্সএ, পাসওয়ার্ডৰ বাবে অনুৰোধ প্রদর্শিত হব | |
03:53 | সৰু হাতৰ অাক্ষৰত "“abc”" লিখক আৰু OKত ক্লিক কৰক | |
03:59 | আমি আকৌ এবাৰ সেল নির্বাচন কৰিবলৈ পাৰিছো ! |
04:03 | বলক “Ranges” সম্পর্কে জানা যাওক | |
04:06 | আপোনি এটা স্প্রেডশীটত সেলবোৰৰ এটা পৰিসীমা নির্ধাৰণ কৰিবলৈ পাৰিব আৰু ডাটাবেস হিসাবে ব্যবহাৰ কৰিবলৈ পাৰিব | |
04:12 | এই ডাটাবেস পৰিসীমাৰ প্রতিটো সাৰি এটা ডাটাবেস ৰেকর্ড-এৰ অনুৰুপ আৰু |
04:17 | এটা সাৰিৰ প্রতিটো সেল এটা ডাটাবেসৰ ক্ষেত্র | |
04:22 | আপোনি,ডাটাবেসৰ নিচিনাই এই পৰিসীমাত নির্দিষ্ট ক্রমত সজোৱা, দলবদ্ধকৰণ, অনুসন্ধান, আৰু যিকোনো গণনা কৰিবলৈ পাৰিব । |
04:30 | “Personal-Finance-Tracker.ods” -ত এটা ডাটাবেস তৈয়াৰ কৰক আৰু তথ্য নির্দিষ্ট ক্রমত সজাওক | |
04:38 | প্রথমে, সেই আইটেম নির্বাচন কৰা যাওক, যিবোৰ ডাটাবেসত দৰকাৰ | |
04:43 | "SN" পৰা অ্যাকাউন্টৰ শিৰোনামৰ অধীনত সকলো তথ্য একেলগে নির্বাচন কৰক | আমি ইতিমধেই জানো কিভাবে তথ্য নির্বাচন কৰে | |
04:53 | এতিয়া, ডেটাবেস-এৰ এটা নাম দিয়া যাওক | |
04:56 | মেনু বাৰ পৰা, "Data" ক্লিক কৰক আৰু তাৰপিছত “Define Range” ক্লিক কৰক | |
05:02 | “Name” ক্ষেত্রত, ডাটাবেসৰ শর্ট ফর্ম "dtbs" লিখক | |
05:08 | "OK"ত ক্লিক কৰক | |
05:10 | আকৌ এবাৰ, মেনু বাৰ পৰা, “Data” আৰু “Select Range"ত ক্লিক কৰক | |
05:15 | প্রদর্শিত “Select Database Range” ডায়লগ বাক্সত, ডেটাবেসৰ তালিকা "dtbs" হিচাবে দেখা গৈছে | |
05:24 | "OK" বাটনত ক্লিক কৰক | |
05:27 | এতিয়া ডাটাবেসৰ তথ্য নির্দিষ্ট ক্রমত সজাওক | |
05:31 | মেনু বাৰ পৰা, "Data " আৰু "Sort "ত ক্লিক কৰক | |
05:35 | প্রদর্শিত (Sort) ডায়লগ বাক্সৰ পৰা, (Sort –by) ক্ষেত্রটো ক্লিক কৰক আৰু নির্বাচন কৰক "SN " | |
05:42 | ইয়াৰ পিছত সোফালৰ পৰা , "“Descending”" নির্বাচন কৰক | |
05:47 | প্রথম “Then by” ক্ষেত্রত ড্রপ ডাউন বোতামত ক্লিক কৰক, আৰু “Cost” নির্বাচন কৰক | |
05:54 | আকৌ এবাৰ, সোফালৰ পৰা, “Descending” নির্বাচন কৰক | |
05:58 | দ্বিতীয় “Then by” ক্ষেত্রত, ড্রপ ডাউনত ক্লিক কৰক , নির্বাচন কৰক "স্পেন্ট" আৰু তাৰপিছত আকৌ এবাৰ “Descending” নির্বাচন কৰক | |
06:07 | OKত ক্লিক কৰক | |
06:09 | "SN" শিৰোনামৰ তলত তথ্য নিম্নক্রমত সজোৱা আছে ! |
06:15 | অনুৰুপ পদ্ধতিতে, আমি ডাটাবেসত অন্যান্য কামোও কৰিবলৈ পাৰো! |
06:21 | সর্টিং বাতিল( undo) কৰি মূল তথ্য পাবলৈ, CTRL + Z কী টিপক | |
06:28 | এতিয়া, ক্যালকত “Subtotal” বিকল্প কিভাবে ব্যবহাৰ কৰা হয় তাক শিকা যাওক | |
06:34 | "সব-টোটাল" বিকল্পয়ে, আমাৰ পছন্দৰ গাণিতিক ফাংশন ব্যবহাৰ কৰি বিভিন্ন শিৰোনামৰ তলত তথ্যবোৰৰ যোগফল দেখায় | |
06:43 | "Cost " শিৰোনামৰ তলৰ তথ্যবোৰৰ আংশিক যোগফল বিছৰা যাওক | |
06:49 | প্রথমে, সাৰি সংখ্যা 8 ত এন্ট্রিটো মুছি পেলোৱা যাওক | |
06:53 | একেলগে ‘SN’ ৰ পৰা অ্যাকাউন্টৰ অধীনত সমস্ত তথ্য নির্বাচন কৰক| |
06:59 | ইয়াৰ পিছত, মেনু বাৰ পৰা, "ডেটা" আৰু "Subtotals" ক্লিক কৰক | |
07:04 | প্রদর্শিত Subtotals ডায়লগ বাক্সৰ Group by ক্ষেত্র পৰা "SN" নির্বাচন কৰক | |
07:11 | এই ক্রমিক সংখ্যা দ্বাৰা তথ্য দলবদ্ধ কৰে | |
07:15 | ইয়াৰ পিছত Calculate subtotals for” ক্ষেত্রত, “Cost” বিকল্প ক্লিক কৰক | |
07:21 | এইটোৱে ইয়াৰ অধীনত থাকা সমস্ত তথ্যৰ সমষ্টি নির্ণয় কৰে | |
07:26 | “Use function” ক্ষেত্রত, “Sum” নির্বাচন কৰক আৰু OKত ক্লিক কৰক | |
07:33 | দেখিব যে স্প্রেডশিটত "“Costs” এৰ অধীনত ভুক্তিৰ ( entries) "গ্রান্ডটোটাল" প্রদর্শন কৰা হয় | |
07:41 | শীট এৰ বাও ফালে 3টা নতুন ট্যাব আছে"1" "2" আৰু "3" | |
07:47 | এই ট্যাববোৰে তথ্যৰ 3টা বিভিন্ন মতামত প্রদান কৰে | |
07:52 | এক নম্বৰ ট্যাবত ক্লিক কৰক | |
07:54 | "Costs" এৰ অধীনত তথ্যৰ মাত্র গ্রান্ড টোটেল প্রদর্শন কৰা হয় | |
08:00 | দ্বিতীয় ট্যাবত ক্লিক কৰক | |
08:02 | ""Costs" " এৰ অধীনত তথ্য আৰু লগতে গ্রান্ডটোটেলও প্রদর্শন কৰা হয় | |
08:08 | এতিয়া,তৃতীয় ট্যাবত ক্লিক কৰক | |
08:11 | আমি "Costs"" এৰ অধীনত তথ্যৰ গ্রান্ডটোটেল আৰু শীটৰ বিস্তাৰিত দেখিব পাৰো | |
08:18 | এই ফাইলটো এতিয়া বন্ধ কৰক | |
08:21 | এটা ডায়লগ বক্স বার্তা সহ পৰিবর্তনবোৰ সংৰক্ষণ বা বাতিল কৰিবলৈ প্রদর্শিত হব | |
08:26 | Discardত ক্লিক কৰক | |
08:28 | এতিয়া ফাইলটো পুনৰায় খুলক | |
08:31 | এতিয়া, LibreOffice ক্যালকত "Validity" বিকল্প সম্পর্কে শিকা যাওক | |
08:37 | "Validity" বিকল্পয়ে স্প্রেডশীট-এৰ তথ্য সমৰ্থন কৰে | |
08:41 | এইটো কৰিবলৈ স্প্রেডশীটত নির্বাচিত সেলৰ বাবে “Validation rules” নির্দিষ্ট কৰি কৰা হয় | |
08:49 | উদাহৰণস্বৰুপে, "পার্সোনেল-ফিনান্স -ট্র্যাকাৰ.ods"",ত আমি ভ্যালিডেশন ব্যবহাৰ কৰি কিনা দ্রব্যবোৰৰ বাবে পেমেন্ট মোড নির্দিষ্ট কৰিবলৈ পাৰো | |
08:59 | এতিয়া, "Date" আৰু তাৰ বিষয়বস্তু মুছি পেলোৱা যাওক | |
09:04 | “Received” শিৰোনামৰ পিছত অন্য এটা শিৰোনাম “Mode of Payment” এৰ বাবে “M-O-P” হিচাবে যোগ কৰক । |
09:12 | শিৰোনাম "“M-O-P”ৰ তলত",সেল বোৰ ব্যবহাৰ কৰি, পেমেন্ট মোড প্রদর্শন কৰিবলৈ, ডাটা এন্ট্রিৰ বাবে, "Items" শিৰোনামৰ অধীনত | |
09:21 | এইটো হল "”Salary”" "Electricity Bills”" আৰু অন্যান্য বস্তুবোৰ | |
09:27 | এতিয়া আমি শিৰোনাম " “M-O-P” ” তলৰ খালি সেলত ক্লিক কৰো | |
09:33 | এই উপাদানটো "“Salary” " এৰ বাবে পেমেন্ট মোড থাকিব | |
09:38 | এতিয়া, মেনু বাৰ পৰা, "Data" আৰু "Validity" ক্লিক কৰক | |
09:43 | “Validity” ডায়লগ বাক্সত প্রদর্শিত হৈছে | |
09:47 | এতিয়া “Criteria” ট্যাবত ক্লিক কৰক | |
09:50 | “Allow” ক্ষেত্রৰ ড্রপ ডাউন পৰা, “List”ত ক্লিক কৰক | |
09:55 | "এন্ট্রিস" বাক্সটো উলায় | |
09:58 | এতিয়া নির্বাচিত সেল সমর্থন কৰোতে প্রদর্শিত অপশনটো প্রবেশ কৰা যাওক | |
10:05 | এতিয়া পেমেন্ট এৰ প্রথম মোড “In Cash” "হিসাবে টাইপ কৰি আৰু তাৰপিছত কীবোর্ডৰ পৰা "এন্টাৰ" কী টিপক | |
10:13 | পৰবর্তী, ইয়াৰ দ্বিতীয় মোড টাইপ কৰা যাওক, "“Demand Draft” হিসাবে | |
10:19 | OK ক্লিক কৰক | |
10:21 | নির্বাচিত সেলবোৰ সমর্থন কৰা হৈ গৈছে ! |
10:25 | এতিয়া, নিম্নমুখী এৰো টিপক যি অাশেপাশে প্রদর্শন কৰা হয় | |
10:30 | আপোনি "এন্ট্রিস" বক্সত আমি পেমেন্ট মোড হিসাবে প্রবেশ কৰা অপশন দেখিব পাৰিছে? |
10:36 | তলৰ সেল সমর্থন কৰাৰ বাবে প্রথমে টুলবাৰত " "Format Paintbrush” অপশনত ক্লিক কৰক | |
10:43 | তাৰপিছত, বাও মাউস বাটন টিপি, আৰু তাৰপিছত সেল টানি আনি সমর্থন সেলৰ তলৰ সেল নির্বাচন কৰক | |
10:53 | এতিয়া, মাউস বোতামটো এৰি দিয়ক | |
10:57 | সমস্ত নির্বাচিত সেল একেই পদ্ধতিতে সমর্থন কৰা যায় | |
11:09 | এতিয়া “M-O-P” শিৰোনাম-এৰ ঠিক তলৰ সেল-ত ক্লিক কৰক আৰু তাৰপিছত নিম্নমুখী এৰোত ক্লিক কৰক | |
11:17 | উভয় অপশনক মোড অফ পেমেন্টৰ বাবে প্রদর্শন কৰা হয় | |
11:21 | "“In Cash” " অপশনটো নির্বাচন কৰা যাওক | |
11:25 | একেই পদ্ধতিতে, তৈয়াৰ কৰা মোড অফ পেমেন্টৰ মতে, আপোনি প্রতিটো সমর্থন সেলৰ বাবে“Cash” বা “Demand Draft” নির্বাচন কৰিবলৈ পাৰিব | |
11:36 | ইয়াতে আমি LibreOffice ক্যালক এই স্পোকেন টিউটোৰিয়েলৰ শেষলৈ আহিছো | |
11:42 | সংক্ষেপ, আমি শিকিছো কিভাবে:
এটা স্প্রেডশীট পাসওয়ার্ড দি ৰক্ষা কৰে এটা স্প্রেডশীট ফাইলত এটা একক শীট অথবা ট্যাব পাসওয়ার্ড দি ৰক্ষা কৰে | কিভাবে ডাটাবেসৰ বাবে ৰেঞ্জ নির্ধাৰণ কৰে | কিভাবে Subtotals ব্যবহাৰ কৰে| কিভাবে সেল সমর্থন কৰা হয়| |
12:01 | নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
12:04 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
12:07 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
12:11 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ দলটিয়ে |
12:13 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
12:17 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
12:20 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
12:27 | স্পোকেন্ টিউটোৰিয়েল্ Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
12:31 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:39 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
12:42 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12:50 | আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |