LibreOffice-Suite-Calc/C3/Advanced-Formatting-and-Protection/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice ক্যালক এৰ  Advanced Formatting and Protection সংক্রান্ত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:07 এই টিউটোৰিয়েলত আমি শিকিম :

পাসওয়ার্ড দ্বাৰা স্প্রেডশীট ৰক্ষা কৰা পাসওয়ার্ড দ্বাৰা স্প্রেডশীটৰ এটা শীট বা এটা ট্যাবক ৰক্ষা কৰা | এটা ডাটাবেসৰ বাবে পৰিসীমা ধার্য কৰা | সাবটোটেল বিকল্পটো ব্যবহাৰ কৰা সেল যুক্তিগ্রাহ্য কৰা |

00:25 ইয়াতে আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো|
00:35 প্রথমে “Personal-Finance-Tracker.ods” ফাইলটো খুলক ।
00:40 প্রথমে এই ফাইলটোক পাসওয়ার্ড দি ৰক্ষা কৰা শিকা যাওক |
00:44 এই বিকল্পটোয়ে নিশ্চিত কৰে যাতে কেবল পাসওয়ার্ডটো জনাজনেহে সেই ফাইলটো খুলিব পাৰে |
00:51 প্রধান মেনুৰ পৰা ফাইল আৰু তাৰপিছত Save Asত ক্লিক কৰক |
00:55 Save ডায়লগ বাক্স প্রদর্শিত হৈছে |
00:58 ইয়াতে Save with password বাক্সটোত টিক দিয়ক |
01:03 তাৰপিছত Saveত ক্লিক কৰক |
01:06 যিহেতু আমি Save As বিকল্পটো ব্যবহাৰ কৰিছো, আমি হয় এইটোক বেলেগ এটা ফাইল হিসাবে সংৰক্ষণ কৰিবলৈ পাৰিম অথবা আগৰ ফাইলটোকেই প্রতিস্থাপন কৰিবলৈ পাৰিম |
01:15 ইয়াতে ফাইলটো প্রতিস্থাপন কৰা যাওক |
01:18 Yesত ক্লিক কৰক |
01:20 তাৰপিছত এটা পাসওয়ার্ড লিখক |
01:23 আৰু এবাৰ পুনৰায় নিশ্চিতকৰণ বাক্সত পাসওয়ার্ড লিখক আৰু OKত ক্লিক কৰক |
01:30 তাৰপিছত Personal-Finance-Tracker.ods বন্ধ কৰক |
01:36 এতিয়া, এই ফাইলটো পুনৰায় খুলক আৰু পৰীক্ষা কৰক |
01:41 পাসওয়ার্ড লেখাৰ ডায়লগ বাক্স প্রদর্শিত হৈছে !
01:45 ইয়াতে এটা ভুল পাসওয়ার্ড দিয়ক |
01:48 OKত ক্লিক কৰক |
01:50 আমি এটা ত্রুটিৰ বার্তা পাও, password is incorrect|
01:56 এতিয়া সঠিক পাসওয়ার্ডটো লিখক |
01:59 ফাইলটো খুলি গৈছে |
02:01 কিভাবে আমি পাসওয়ার্ড বিকল্পটো মুছি পেলাও? এইটোও খুব সহজ |
02:07 Save with password বিকল্পৰ পৰা টিকটো অতৰুৱাই দিয়ক |
02:10 আকৌ এবাৰ আমি Save বিকল্প ব্যবহাৰ কৰো, আমি হয়টো ইয়াক এটা পৃথক ফাইল ৰুপত সংৰক্ষণ কৰো অথবা একেই ফাইলত প্রতিস্থাপন কৰো |
02:18 ইয়াতে ফাইলটো প্রতিস্থাপন কৰো |
02:21 Yesত ক্লিক কৰক |
02:23 এই ফাইলটো বন্ধ কৰক আৰু আকৌ এবাৰ খুলক |
02:27 এতিয়া আপোনাৰ ফাইল খোলাৰ বাবে কোনো পাসওয়ার্ড-এৰ প্রয়োজন নহয় |
02:31 এতিয়া শিকা যাওক, কিভাবে ফাইল-এৰ শিট-বোৰক বেলেগ বেলেগ পাসওয়ার্ড দি ৰক্ষা কৰা যায় |
02:37 মেনু বাৰ পৰা, ক্লিক কৰক “Tools”, “Protect Document” আৰু “Sheet” |
02:44 “Protect Sheet” ডায়লগ বাক্স প্রদর্শিত হৈছে |
02:47 শীট ৰক্ষা কৰাৰ বাবে, প্রথমে, “Select Locked cells” আৰু “Select Unlocked cells” বিকল্পদুটাৰ টিকচিন্হ অতৰুৱাই দিয়ক |
02:56 এতিয়া, "পাসওয়ার্ড" ক্ষেত্রত, সৰু হাতৰ অাক্ষৰত লিখক - “abc” আৰু “Confirm” ক্ষেত্রত পাসওয়ার্ডটো পুনৰায় লিখক |
03:07 OKত ক্লিক কৰক |
03:08 এতিয়া, এটা সেলত তথ্য নির্বাচন কৰি পৰিবর্তন কৰাৰ চেষ্টা কৰক |
03:15 আমি কোনো এটা সেল নির্বাচন কৰিবলৈ পাৰা নাই !
03:18 শীটটো পৰিবর্তন কৰা নাযায় !
03:22 কিন্তু অন্য শীট-বোৰৰ কি খবৰ ?
03:24 Sheet2 এৰ উপৰত ক্লিক কৰক |
03:27 এটা সেল নির্বাচন কৰি সম্পাদনা কৰাৰ চেষ্টা কৰক |
03:30 ক্যালকে আমাৰ অন্যান্য শীটৰ সেলত সম্পাদনা কৰিবলৈ দিয়ে |
03:35 প্ৰথম শীটলৈ উভতি যাও |
03:38 এতিয়া, এই শীট-এৰ প্রতিৰক্ষা অতৰুৱাই দিও |
03:41 এইটো সহজ কাম |
03:43 মেনু বাৰ পৰা, "টুলস", “Protect Document” আৰু "শিট"ত ক্লিক কৰক |
03:49 এটা ডায়লগ বক্সএ, পাসওয়ার্ডৰ বাবে অনুৰোধ প্রদর্শিত হব |
03:53 সৰু হাতৰ অাক্ষৰত "“abc”" লিখক আৰু OKত ক্লিক কৰক |
03:59 আমি আকৌ এবাৰ সেল নির্বাচন কৰিবলৈ পাৰিছো !
04:03 বলক “Ranges” সম্পর্কে জানা যাওক |
04:06 আপোনি এটা স্প্রেডশীটত সেলবোৰৰ এটা পৰিসীমা নির্ধাৰণ কৰিবলৈ পাৰিব আৰু ডাটাবেস হিসাবে ব্যবহাৰ কৰিবলৈ পাৰিব |
04:12 এই ডাটাবেস পৰিসীমাৰ প্রতিটো সাৰি এটা ডাটাবেস ৰেকর্ড-এৰ অনুৰুপ আৰু
04:17 এটা সাৰিৰ প্রতিটো সেল এটা ডাটাবেসৰ ক্ষেত্র |
04:22 আপোনি,ডাটাবেসৰ নিচিনাই এই পৰিসীমাত নির্দিষ্ট ক্রমত সজোৱা, দলবদ্ধকৰণ, অনুসন্ধান, আৰু যিকোনো গণনা কৰিবলৈ পাৰিব ।
04:30 “Personal-Finance-Tracker.ods” -ত এটা ডাটাবেস তৈয়াৰ কৰক আৰু তথ্য নির্দিষ্ট ক্রমত সজাওক |
04:38 প্রথমে, সেই আইটেম নির্বাচন কৰা যাওক, যিবোৰ ডাটাবেসত দৰকাৰ |
04:43 "SN" পৰা অ্যাকাউন্টৰ শিৰোনামৰ অধীনত সকলো তথ্য একেলগে নির্বাচন কৰক | আমি ইতিমধেই জানো কিভাবে তথ্য নির্বাচন কৰে |
04:53 এতিয়া, ডেটাবেস-এৰ এটা নাম দিয়া যাওক |
04:56 মেনু বাৰ পৰা, "Data" ক্লিক কৰক আৰু তাৰপিছত “Define Range” ক্লিক কৰক |
05:02 “Name” ক্ষেত্রত, ডাটাবেসৰ শর্ট ফর্ম "dtbs" লিখক |
05:08 "OK"ত ক্লিক কৰক |
05:10 আকৌ এবাৰ, মেনু বাৰ পৰা, “Data” আৰু “Select Range"ত ক্লিক কৰক |
05:15 প্রদর্শিত “Select Database Range” ডায়লগ বাক্সত, ডেটাবেসৰ তালিকা "dtbs" হিচাবে দেখা গৈছে |
05:24 "OK" বাটনত ক্লিক কৰক |
05:27 এতিয়া ডাটাবেসৰ তথ্য নির্দিষ্ট ক্রমত সজাওক |
05:31 মেনু বাৰ পৰা, "Data " আৰু "Sort "ত ক্লিক কৰক |
05:35 প্রদর্শিত (Sort) ডায়লগ বাক্সৰ পৰা, (Sort –by) ক্ষেত্রটো ক্লিক কৰক আৰু নির্বাচন কৰক "SN " |
05:42 ইয়াৰ পিছত সোফালৰ পৰা , "“Descending”" নির্বাচন কৰক |
05:47 প্রথম “Then by” ক্ষেত্রত ড্রপ ডাউন বোতামত ক্লিক কৰক, আৰু “Cost” নির্বাচন কৰক |
05:54 আকৌ এবাৰ, সোফালৰ পৰা, “Descending” নির্বাচন কৰক |
05:58 দ্বিতীয় “Then by” ক্ষেত্রত, ড্রপ ডাউনত ক্লিক কৰক , নির্বাচন কৰক "স্পেন্ট" আৰু তাৰপিছত আকৌ এবাৰ “Descending” নির্বাচন কৰক |
06:07 OKত ক্লিক কৰক |
06:09 "SN" শিৰোনামৰ তলত তথ্য নিম্নক্রমত সজোৱা আছে !
06:15 অনুৰুপ পদ্ধতিতে, আমি ডাটাবেসত অন্যান্য কামোও কৰিবলৈ পাৰো!
06:21 সর্টিং বাতিল( undo) কৰি মূল তথ্য পাবলৈ, CTRL + Z কী টিপক |
06:28 এতিয়া, ক্যালকত “Subtotal” বিকল্প কিভাবে ব্যবহাৰ কৰা হয় তাক শিকা যাওক |
06:34 "সব-টোটাল" বিকল্পয়ে, আমাৰ পছন্দৰ গাণিতিক ফাংশন ব্যবহাৰ কৰি বিভিন্ন শিৰোনামৰ তলত তথ্যবোৰৰ যোগফল দেখায় |
06:43 "Cost " শিৰোনামৰ তলৰ তথ্যবোৰৰ আংশিক যোগফল বিছৰা যাওক |
06:49 প্রথমে, সাৰি সংখ্যা 8 ত এন্ট্রিটো মুছি পেলোৱা যাওক |
06:53 একেলগে ‘SN’ ৰ পৰা অ্যাকাউন্টৰ অধীনত সমস্ত তথ্য নির্বাচন কৰক|
06:59 ইয়াৰ পিছত, মেনু বাৰ পৰা, "ডেটা" আৰু "Subtotals" ক্লিক কৰক |
07:04 প্রদর্শিত Subtotals ডায়লগ বাক্সৰ Group by ক্ষেত্র পৰা "SN" নির্বাচন কৰক |
07:11 এই ক্রমিক সংখ্যা দ্বাৰা তথ্য দলবদ্ধ কৰে |
07:15 ইয়াৰ পিছত Calculate subtotals for” ক্ষেত্রত, “Cost” বিকল্প ক্লিক কৰক |
07:21 এইটোৱে ইয়াৰ অধীনত থাকা সমস্ত তথ্যৰ সমষ্টি নির্ণয় কৰে |
07:26 “Use function” ক্ষেত্রত, “Sum” নির্বাচন কৰক আৰু OKত ক্লিক কৰক |
07:33 দেখিব যে স্প্রেডশিটত "“Costs” এৰ অধীনত ভুক্তিৰ ( entries) "গ্রান্ডটোটাল" প্রদর্শন কৰা হয় |
07:41 শীট এৰ বাও ফালে 3টা নতুন ট্যাব আছে"1" "2" আৰু "3" |
07:47 এই ট্যাববোৰে তথ্যৰ 3টা বিভিন্ন মতামত প্রদান কৰে |
07:52 এক নম্বৰ ট্যাবত ক্লিক কৰক |
07:54 "Costs" এৰ অধীনত তথ্যৰ মাত্র গ্রান্ড টোটেল প্রদর্শন কৰা হয় |
08:00 দ্বিতীয় ট্যাবত ক্লিক কৰক |
08:02 ""Costs" " এৰ অধীনত তথ্য আৰু লগতে গ্রান্ডটোটেলও প্রদর্শন কৰা হয় |
08:08 এতিয়া,তৃতীয় ট্যাবত ক্লিক কৰক |
08:11 আমি "Costs"" এৰ অধীনত তথ্যৰ গ্রান্ডটোটেল আৰু শীটৰ বিস্তাৰিত দেখিব পাৰো |
08:18 এই ফাইলটো এতিয়া বন্ধ কৰক |
08:21 এটা ডায়লগ বক্স বার্তা সহ পৰিবর্তনবোৰ সংৰক্ষণ বা বাতিল কৰিবলৈ প্রদর্শিত হব  |
08:26 Discardত ক্লিক কৰক |
08:28 এতিয়া ফাইলটো পুনৰায় খুলক |
08:31 এতিয়া, LibreOffice ক্যালকত "Validity" বিকল্প সম্পর্কে শিকা যাওক |
08:37 "Validity" বিকল্পয়ে স্প্রেডশীট-এৰ তথ্য সমৰ্থন কৰে |
08:41 এইটো কৰিবলৈ স্প্রেডশীটত নির্বাচিত সেলৰ বাবে “Validation rules” নির্দিষ্ট কৰি কৰা হয় |
08:49 উদাহৰণস্বৰুপে, "পার্সোনেল-ফিনান্স -ট্র্যাকাৰ.ods"",ত আমি ভ্যালিডেশন ব্যবহাৰ কৰি কিনা দ্রব্যবোৰৰ বাবে পেমেন্ট মোড নির্দিষ্ট কৰিবলৈ পাৰো |
08:59 এতিয়া, "Date" আৰু তাৰ বিষয়বস্তু মুছি পেলোৱা যাওক |
09:04 “Received” শিৰোনামৰ পিছত অন্য এটা শিৰোনাম “Mode of Payment” এৰ বাবে “M-O-P” হিচাবে যোগ কৰক ।
09:12 শিৰোনাম "“M-O-P”ৰ তলত",সেল বোৰ ব্যবহাৰ কৰি, পেমেন্ট মোড প্রদর্শন কৰিবলৈ, ডাটা এন্ট্রিৰ বাবে, "Items" শিৰোনামৰ অধীনত |
09:21 এইটো হল "”Salary”" "Electricity Bills”" আৰু অন্যান্য বস্তুবোৰ |
09:27 এতিয়া আমি শিৰোনাম " “M-O-P” ” তলৰ খালি সেলত ক্লিক কৰো |
09:33 এই উপাদানটো "“Salary” " এৰ বাবে পেমেন্ট মোড থাকিব |
09:38 এতিয়া, মেনু বাৰ পৰা, "Data" আৰু "Validity" ক্লিক কৰক |
09:43 “Validity” ডায়লগ বাক্সত প্রদর্শিত হৈছে |
09:47 এতিয়া “Criteria” ট্যাবত ক্লিক কৰক |
09:50 “Allow” ক্ষেত্রৰ ড্রপ ডাউন পৰা, “List”ত ক্লিক কৰক |
09:55 "এন্ট্রিস" বাক্সটো উলায় |
09:58 এতিয়া নির্বাচিত সেল সমর্থন কৰোতে প্রদর্শিত অপশনটো প্রবেশ কৰা যাওক |
10:05 এতিয়া পেমেন্ট এৰ প্রথম মোড “In Cash” "হিসাবে টাইপ কৰি আৰু তাৰপিছত কীবোর্ডৰ পৰা "এন্টাৰ" কী টিপক |
10:13 পৰবর্তী, ইয়াৰ দ্বিতীয় মোড টাইপ কৰা যাওক, "“Demand Draft” হিসাবে |
10:19 OK ক্লিক কৰক |
10:21 নির্বাচিত সেলবোৰ সমর্থন কৰা হৈ গৈছে !
10:25 এতিয়া, নিম্নমুখী এৰো টিপক যি অাশেপাশে প্রদর্শন কৰা হয় |
10:30 আপোনি "এন্ট্রিস" বক্সত আমি পেমেন্ট মোড হিসাবে প্রবেশ কৰা অপশন  দেখিব পাৰিছে? 
10:36 তলৰ সেল সমর্থন কৰাৰ বাবে প্রথমে টুলবাৰত " "Format Paintbrush” অপশনত ক্লিক কৰক |
10:43 তাৰপিছত, বাও মাউস বাটন টিপি, আৰু তাৰপিছত সেল টানি আনি সমর্থন সেলৰ তলৰ সেল নির্বাচন কৰক |
10:53 এতিয়া, মাউস বোতামটো এৰি দিয়ক |
10:57 সমস্ত নির্বাচিত সেল একেই পদ্ধতিতে সমর্থন কৰা যায় |
11:09 এতিয়া “M-O-P” শিৰোনাম-এৰ ঠিক তলৰ সেল-ত ক্লিক কৰক আৰু তাৰপিছত নিম্নমুখী এৰোত ক্লিক কৰক |
11:17 উভয় অপশনক মোড অফ পেমেন্টৰ বাবে প্রদর্শন কৰা হয় |
11:21 "“In Cash” " অপশনটো নির্বাচন কৰা যাওক |
11:25 একেই পদ্ধতিতে, তৈয়াৰ কৰা মোড অফ পেমেন্টৰ মতে, আপোনি প্রতিটো সমর্থন সেলৰ বাবে“Cash” বা “Demand Draft” নির্বাচন কৰিবলৈ পাৰিব |
11:36 ইয়াতে আমি LibreOffice ক্যালক এই স্পোকেন টিউটোৰিয়েলৰ শেষলৈ আহিছো |
11:42 সংক্ষেপ, আমি শিকিছো কিভাবে:

এটা স্প্রেডশীট  পাসওয়ার্ড দি ৰক্ষা কৰে এটা স্প্রেডশীট ফাইলত এটা একক শীট অথবা ট্যাব পাসওয়ার্ড দি ৰক্ষা কৰে | কিভাবে ডাটাবেসৰ বাবে ৰেঞ্জ নির্ধাৰণ কৰে | কিভাবে Subtotals ব্যবহাৰ কৰে| কিভাবে সেল সমর্থন কৰা হয়|

12:01 নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
12:04 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12:07 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
12:11 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ দলটিয়ে
12:13 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
12:17   এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
12:20   অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
12:27 স্পোকেন্ টিউটোৰিয়েল্ Talk to a Teacher  প্ৰকল্পৰ এটা অংগ।
12:31 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:39   এই মিশ্যন সম্পৰ্কত অধিক তথ্য
12:42   spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:50 আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika