Koha-Library-Management-System/C2/How-to-create-a-library/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | How to create a Library in Koha স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ এটা library আৰু এটা Group বনোৱা হয় |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux Operating System 16.04 |
00:24 | আৰু Koha ভাৰ্চন 16.05 |
00:29 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:35 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:41 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:46 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:53 | আহক আৰম্ভ কৰো । মই ইতিমধ্যে মোৰ চিষ্টেমত Koha ইনষ্টল কৰিলো |
00:59 | মই Koha interface লৈ যাম |
01:03 | ইনষ্টলেচনৰ সময়ত দিয়া ইউজাৰনেম আৰু পাচৱৰ্দ দি Koha ত ল’গিন কৰক |
01:10 | মোৰ চিষ্টেমত, মই ইউজাৰনেম koha underscore library হিচাবে দিছো |
01:17 | এতিয়া, conf.xml ফাইলটোৰ পৰা লিখি ৰখা পাচৱৰ্দটো লিখক |
01:25 | Koha মূল পৃষ্ঠাটো খুলিছে |
01:27 | মন কৰিব Koha সজাওঁতে -, আমি প্ৰতিটো Branch library ৰ সবিশেষ যোগ কৰিব লাগিব যাক আমি Koha ত বনাম |
01:38 | এই দাতা পাছত Koha ৰ বিভিন্ন ক্ষেত্ৰত ব্যৱ্হাৰ হ’ব |
01:43 | এতিয়া, আহক এটা নতুন library যোগ কৰো |
01:47 | Koha ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
01:50 | Home লৈ যাওঁক আৰু Koha Administration ত ক্লিক কৰক |
01:56 | Basic parameters চেকচনটো বিচাৰক |
02:00 | Libraries and groups ত ক্লিক কৰক |
02:04 | নতুন লাইব্ৰেৰী এটা যোগ কৰিবলৈ, '+ New Library' টেবত ক্লিক কৰক |
02:10 | আমি এতিয়াৰ বাবে groups চেকচনটো বাদ দিম |
02:15 | এই পৃষ্ঠাটোত, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা সকলো ফিল্দ বাধ্যতামূলক |
02:21 | আপোনাৰ লাইব্ৰেৰীৰ বাবে Library code আৰু Name ফিল্দত লিখক, মই ইয়াত কৰাৰ দৰে |
02:29 | মন কৰিব লগীয়া কিছু গুৰুত্বপূৰ্ণ কথা হৈছে- Library code ত স্পেচ দিব নোৱাৰিব |
02:36 | আৰু ই দহটা আখৰতকৈ কম হ’ব লাগিব |
02:40 | এই ক’দটো দাতাবেচত এটা বেলেগ চিহ্নিতকাৰক হিচাবে ব্যৱ্হাৰ হ’ব |
02:46 | পাছৰ চেকচনটোত আমি আমাৰ লাইব্ৰেৰীৰ সম্পৰ্ক সবিশেষ ভৰাব লাগিব যেনে-
ঠিকনা, ফোন নাম্বাৰ ইত্যাদি |
02:58 | মই ইয়াত দেখুৱা ধৰণে সবিশেষ ভৰালো |
03:01 | যদি ইয়াৰ যিকোনো ফিল্দৰ বাবে আপোনাৰ তথ্য নাই, তেন্তে তাক খালী ৰাখক |
03:08 | এনেদৰেই, এই পৃষ্ঠাটোত আপোনাৰ লাইব্ৰেৰীৰ সবিশেষ ভৰাওঁক |
03:13 | ঠিকনা আৰু ফোন নাম্বাৰৰ সবিশেষ পাছত আপোনাৰ লাইব্ৰেৰীৰ বাবে কাষ্টম ন’তিচ বনাবলৈ ব্যৱ্হাৰ কৰিব পাৰি |
03:20 | এই সবিশেষ লগতে মেম্বাৰসকলে লাইব্ৰেৰীলৈ সম্পৰ্ক কৰিবলৈ ব্যৱ্হাৰ কৰিব পাৰে |
03:26 | Email id ফিল্দটো বাধ্যতামূলক নহয়, যি আপুনি দেখিছে |
03:31 | কিন্তু, আপুনি বনোৱা লাইব্ৰেৰীৰ বাবে email id এটা থকাটো অতিশয় দৰকাৰ |
03:38 | এই email id টোৰ পৰাই মেম্বাৰসকললৈ ন’তিচ যায় আৰু আহে |
03:45 | Gmail id উন্নত হয় কাৰণ ইয়াক মেইল পঠাবলৈ বা পাবলৈ সহজে কনফিগাৰ কৰিব পাৰি |
03:54 | Email id ফিল্দৰ তলত, আমাৰ Reply-To আৰু Return-Path ফিল্দচ আছে |
04:01 | Reply-To- যদি আপুনি ন’তিচৰ সকলো উত্তৰৰ বাবে আনএটা দিফল্ট email address সূচীত কৰিব বিচাৰে, আপুনি তাক ইয়াত কৰিব পাৰে |
04:11 | মই Reply-To email id stlibreoffice@gmail.com হিচাবে যোগ কৰিম |
04:20 | যদি ইয়াক খালী ৰখা হয়, তেন্তে সকলো উত্তৰ ওপৰত দিয়া Email id টোলৈ যাব |
04:27 | Return-Path- লৈ আহো, এই email address লৈ সকলো বাউঞ্চ বাৰ্তা যাব |
04:34 | যদি ইয়াক খালী ৰখা হয়, তেন্তে সকলো বাউঞ্চ বাৰ্তা ওপৰত দিয়া Email id টোলৈ যাব |
04:42 | গতিকে, মূলত তিনিটা বেলেগ বেলেগ email id ব্যৱ্হাৰ কৰিব পাৰি |
04:48 | Email id, |
04:50 | Reply-To আৰু |
04:52 | Return-Path |
04:55 | তথাপি, যদি মাত্ৰ এটা email id দিয়া হয় তেন্তে দিফল্টভাবে, Koha এ ইয়াক সকলো তিনিটা ফিল্দৰ বাবে ব্যৱ্হাৰ কৰিব |
05:04 | পাছত, ফিল্দত আপোনাৰ লাইব্ৰেৰীৰ URL দিয়ক, মই ইয়াত দিয়াৰ দৰে |
05:10 | URL field ভৰালে, বিশেষ লাইব্ৰেৰীৰ নাম OPAC ত holdings table ত জোৰ খাব |
05:18 | ইয়াৰ পাছত, আমি OPAC info ভৰাব লাগিব |
05:23 | ইয়াত আপুনি লাইব্ৰেৰীৰ বিষয়ে তথ্য ৰাখিব লাগিব |
05:28 | মই ইয়াত মোৰ লাইব্ৰেৰীৰ বিষয়ে কিছু তথ্য দিছো |
05:33 | এই তথ্য OPAC ত দৰ্শিত হ’ব, যেতিয়া আমি কাৰ্চৰ দাল holdings table ত লাইব্ৰেৰী নামৰ ওপৰত থওঁ |
05:41 | যদি কোনো বিশেষ branch লাইব্ৰেৰীৰ বাবে URL এই ফিল্দত থোৱা হয় তেন্তে OPAC এ আমাক branch লাইব্ৰেৰীটো ক’ব য’ত কিতাপখন উপলদ্ধ |
05:52 | hyper-link ঠিকনাৰ তথ্য পাবলৈ, মাউচটো লিংকত ঘূৰাওঁক |
05:58 | ই নিৰ্দিষ্ট branch লাইব্ৰেৰীটোৰ ঠিকনা দিব য’ৰ পৰা কিতাপখন ইছু কৰিব পাৰি |
06:05 | আহক Koha interface লৈ ঘূৰি যাওঁ |
06:09 | পাছত আমাৰ IP address আছে |
06:12 | যদি আপুনি Koha admin access ক এটা নিৰ্দিষ্ট IP address লৈ প্ৰতিবন্ধিত কৰিব বিচাৰে তেন্তে আপুনি ইয়াত IP সূচীত কৰিব পাৰে |
06:22 | অন্যথা, আপুনি ইয়াক খালি ৰাখিব পাৰে |
06:25 | মই ইয়াক খালি ৰাখিম |
06:28 | শেষত, আমাৰ Notes field আছে |
06:32 | ইয়াত আপুনি ভবিষ্যতৰ বাবে যিকোনো ন’ত ভৰাব পাৰে |
06:37 | ই OPAC ত দৰ্শিত নহ’ব |
06:40 | সকলো সবিশেষ ভৰাই, Submit বুটামত ক্লিক কৰক |
06:46 | নতুনকৈ যোগ কৰা লাইব্ৰেৰীৰ নামটো Libraries পৃষ্ঠাত দৰ্শিত হয় |
06:51 | আমাৰ ক্ষেত্ৰত, Spoken Tutorial Library |
06:55 | আহক এতিয়া চাওঁ Group Library অপচনটো কেতিয়া ব্যৱহাৰ কৰা হয় |
07:00 | যদি আপুনি এটা নতুন group যোগ কৰিব বিচাৰে, '+ New Group' টেবত ক্লিক কৰক |
07:07 | ধৰক আপোনাৰ ওচৰত কিছু branch লাইব্ৰেৰী আছে উদাহৰণস্বৰূপে - কেমিষ্ট্ৰি লাইব্ৰেৰী, ফিজিকচ লাইব্ৰেৰী আৰু বায়’ল’জি লাইব্ৰেৰী আৰু আপুনি সিহতক group কৰিব বিচাৰে |
07:19 | এনেকুৱা পৰিস্থিতিত Group Library অপচন ব্যৱ্হাৰ কৰক |
07:24 | এই গ্ৰোপক Science library হিচাবে নাম দিয়ক যি মূল লাইব্ৰেৰীৰ অন্তৰ্গত হয় |
07:31 | গ্ৰোপিং সমানতা বা একে বিশেষত্ব আদিৰ ওপৰত ভিত্তি কৰি কৰিব পাৰি |
07:40 | Database administrative user হিচাবে আপোনাৰ বৰ্তমান চেচনৰ পৰা ল’গ আউত কৰক |
07:45 | তাক কৰিবলৈ, ওপৰত সফালে চুকলৈ যাওঁক আৰু No Library Set ত ক্লিক কৰক |
07:52 | দ্ৰপ-দাউনৰ পৰা, Logout ত ক্লিক কৰক |
07:57 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
08:01 | আহক মূলভাব চাওঁ |
08:03 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো - লাইব্ৰেৰী এটা আৰু নতুন গ্ৰোপ এটা বনাবলৈ |
08:11 | অনুশিলনী হিচাবে - নতুন লাইব্ৰেৰী এটা আৰু নতুন গ্ৰোপ এটা বনাওঁক |
08:17 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
08:25 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
08:35 | বিশিষ্ট প্ৰশ্নৰ বাবে ফ’ৰাম :
আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? |
08:42 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে |
08:49 | আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
08:51 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
08:55 | বিশিষ্ট প্ৰশ্নৰ বাবে ফ’ৰাম : |
08:58 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম (Spoken Tutorial forum) হৈছে এই টিউট’ৰিয়েলটোৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
09:03 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
09:08 | ইয়াৰ দ্বাৰা অব্যৱ্স্থা কমোৱাত সহায় হ’ব |
09:11 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষণ সামগ্ৰীৰ ৰূপত ব্যৱ্হাৰ কৰিব পাৰিম |
09:17 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
09:23 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
09:28 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |