Koha-Library-Management-System/C2/How-to-create-a-library/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | How to create a Library in Koha স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ এটা library আৰু এটা Group বনোৱা হয় |
| 00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux Operating System 16.04 |
| 00:24 | আৰু Koha ভাৰ্চন 16.05 |
| 00:29 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:35 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
| 00:41 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
| 00:46 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:53 | আহক আৰম্ভ কৰো । মই ইতিমধ্যে মোৰ চিষ্টেমত Koha ইনষ্টল কৰিলো |
| 00:59 | মই Koha interface লৈ যাম |
| 01:03 | ইনষ্টলেচনৰ সময়ত দিয়া ইউজাৰনেম আৰু পাচৱৰ্দ দি Koha ত ল’গিন কৰক |
| 01:10 | মোৰ চিষ্টেমত, মই ইউজাৰনেম koha underscore library হিচাবে দিছো |
| 01:17 | এতিয়া, conf.xml ফাইলটোৰ পৰা লিখি ৰখা পাচৱৰ্দটো লিখক |
| 01:25 | Koha মূল পৃষ্ঠাটো খুলিছে |
| 01:27 | মন কৰিব Koha সজাওঁতে -, আমি প্ৰতিটো Branch library ৰ সবিশেষ যোগ কৰিব লাগিব যাক আমি Koha ত বনাম |
| 01:38 | এই দাতা পাছত Koha ৰ বিভিন্ন ক্ষেত্ৰত ব্যৱ্হাৰ হ’ব |
| 01:43 | এতিয়া, আহক এটা নতুন library যোগ কৰো |
| 01:47 | Koha ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
| 01:50 | Home লৈ যাওঁক আৰু Koha Administration ত ক্লিক কৰক |
| 01:56 | Basic parameters চেকচনটো বিচাৰক |
| 02:00 | Libraries and groups ত ক্লিক কৰক |
| 02:04 | নতুন লাইব্ৰেৰী এটা যোগ কৰিবলৈ, '+ New Library' টেবত ক্লিক কৰক |
| 02:10 | আমি এতিয়াৰ বাবে groups চেকচনটো বাদ দিম |
| 02:15 | এই পৃষ্ঠাটোত, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা সকলো ফিল্দ বাধ্যতামূলক |
| 02:21 | আপোনাৰ লাইব্ৰেৰীৰ বাবে Library code আৰু Name ফিল্দত লিখক, মই ইয়াত কৰাৰ দৰে |
| 02:29 | মন কৰিব লগীয়া কিছু গুৰুত্বপূৰ্ণ কথা হৈছে- Library code ত স্পেচ দিব নোৱাৰিব |
| 02:36 | আৰু ই দহটা আখৰতকৈ কম হ’ব লাগিব |
| 02:40 | এই ক’দটো দাতাবেচত এটা বেলেগ চিহ্নিতকাৰক হিচাবে ব্যৱ্হাৰ হ’ব |
| 02:46 | পাছৰ চেকচনটোত আমি আমাৰ লাইব্ৰেৰীৰ সম্পৰ্ক সবিশেষ ভৰাব লাগিব যেনে-
ঠিকনা, ফোন নাম্বাৰ ইত্যাদি |
| 02:58 | মই ইয়াত দেখুৱা ধৰণে সবিশেষ ভৰালো |
| 03:01 | যদি ইয়াৰ যিকোনো ফিল্দৰ বাবে আপোনাৰ তথ্য নাই, তেন্তে তাক খালী ৰাখক |
| 03:08 | এনেদৰেই, এই পৃষ্ঠাটোত আপোনাৰ লাইব্ৰেৰীৰ সবিশেষ ভৰাওঁক |
| 03:13 | ঠিকনা আৰু ফোন নাম্বাৰৰ সবিশেষ পাছত আপোনাৰ লাইব্ৰেৰীৰ বাবে কাষ্টম ন’তিচ বনাবলৈ ব্যৱ্হাৰ কৰিব পাৰি |
| 03:20 | এই সবিশেষ লগতে মেম্বাৰসকলে লাইব্ৰেৰীলৈ সম্পৰ্ক কৰিবলৈ ব্যৱ্হাৰ কৰিব পাৰে |
| 03:26 | Email id ফিল্দটো বাধ্যতামূলক নহয়, যি আপুনি দেখিছে |
| 03:31 | কিন্তু, আপুনি বনোৱা লাইব্ৰেৰীৰ বাবে email id এটা থকাটো অতিশয় দৰকাৰ |
| 03:38 | এই email id টোৰ পৰাই মেম্বাৰসকললৈ ন’তিচ যায় আৰু আহে |
| 03:45 | Gmail id উন্নত হয় কাৰণ ইয়াক মেইল পঠাবলৈ বা পাবলৈ সহজে কনফিগাৰ কৰিব পাৰি |
| 03:54 | Email id ফিল্দৰ তলত, আমাৰ Reply-To আৰু Return-Path ফিল্দচ আছে |
| 04:01 | Reply-To- যদি আপুনি ন’তিচৰ সকলো উত্তৰৰ বাবে আনএটা দিফল্ট email address সূচীত কৰিব বিচাৰে, আপুনি তাক ইয়াত কৰিব পাৰে |
| 04:11 | মই Reply-To email id stlibreoffice@gmail.com হিচাবে যোগ কৰিম |
| 04:20 | যদি ইয়াক খালী ৰখা হয়, তেন্তে সকলো উত্তৰ ওপৰত দিয়া Email id টোলৈ যাব |
| 04:27 | Return-Path- লৈ আহো, এই email address লৈ সকলো বাউঞ্চ বাৰ্তা যাব |
| 04:34 | যদি ইয়াক খালী ৰখা হয়, তেন্তে সকলো বাউঞ্চ বাৰ্তা ওপৰত দিয়া Email id টোলৈ যাব |
| 04:42 | গতিকে, মূলত তিনিটা বেলেগ বেলেগ email id ব্যৱ্হাৰ কৰিব পাৰি |
| 04:48 | Email id, |
| 04:50 | Reply-To আৰু |
| 04:52 | Return-Path |
| 04:55 | তথাপি, যদি মাত্ৰ এটা email id দিয়া হয় তেন্তে দিফল্টভাবে, Koha এ ইয়াক সকলো তিনিটা ফিল্দৰ বাবে ব্যৱ্হাৰ কৰিব |
| 05:04 | পাছত, ফিল্দত আপোনাৰ লাইব্ৰেৰীৰ URL দিয়ক, মই ইয়াত দিয়াৰ দৰে |
| 05:10 | URL field ভৰালে, বিশেষ লাইব্ৰেৰীৰ নাম OPAC ত holdings table ত জোৰ খাব |
| 05:18 | ইয়াৰ পাছত, আমি OPAC info ভৰাব লাগিব |
| 05:23 | ইয়াত আপুনি লাইব্ৰেৰীৰ বিষয়ে তথ্য ৰাখিব লাগিব |
| 05:28 | মই ইয়াত মোৰ লাইব্ৰেৰীৰ বিষয়ে কিছু তথ্য দিছো |
| 05:33 | এই তথ্য OPAC ত দৰ্শিত হ’ব, যেতিয়া আমি কাৰ্চৰ দাল holdings table ত লাইব্ৰেৰী নামৰ ওপৰত থওঁ |
| 05:41 | যদি কোনো বিশেষ branch লাইব্ৰেৰীৰ বাবে URL এই ফিল্দত থোৱা হয় তেন্তে OPAC এ আমাক branch লাইব্ৰেৰীটো ক’ব য’ত কিতাপখন উপলদ্ধ |
| 05:52 | hyper-link ঠিকনাৰ তথ্য পাবলৈ, মাউচটো লিংকত ঘূৰাওঁক |
| 05:58 | ই নিৰ্দিষ্ট branch লাইব্ৰেৰীটোৰ ঠিকনা দিব য’ৰ পৰা কিতাপখন ইছু কৰিব পাৰি |
| 06:05 | আহক Koha interface লৈ ঘূৰি যাওঁ |
| 06:09 | পাছত আমাৰ IP address আছে |
| 06:12 | যদি আপুনি Koha admin access ক এটা নিৰ্দিষ্ট IP address লৈ প্ৰতিবন্ধিত কৰিব বিচাৰে তেন্তে আপুনি ইয়াত IP সূচীত কৰিব পাৰে |
| 06:22 | অন্যথা, আপুনি ইয়াক খালি ৰাখিব পাৰে |
| 06:25 | মই ইয়াক খালি ৰাখিম |
| 06:28 | শেষত, আমাৰ Notes field আছে |
| 06:32 | ইয়াত আপুনি ভবিষ্যতৰ বাবে যিকোনো ন’ত ভৰাব পাৰে |
| 06:37 | ই OPAC ত দৰ্শিত নহ’ব |
| 06:40 | সকলো সবিশেষ ভৰাই, Submit বুটামত ক্লিক কৰক |
| 06:46 | নতুনকৈ যোগ কৰা লাইব্ৰেৰীৰ নামটো Libraries পৃষ্ঠাত দৰ্শিত হয় |
| 06:51 | আমাৰ ক্ষেত্ৰত, Spoken Tutorial Library |
| 06:55 | আহক এতিয়া চাওঁ Group Library অপচনটো কেতিয়া ব্যৱহাৰ কৰা হয় |
| 07:00 | যদি আপুনি এটা নতুন group যোগ কৰিব বিচাৰে, '+ New Group' টেবত ক্লিক কৰক |
| 07:07 | ধৰক আপোনাৰ ওচৰত কিছু branch লাইব্ৰেৰী আছে উদাহৰণস্বৰূপে - কেমিষ্ট্ৰি লাইব্ৰেৰী, ফিজিকচ লাইব্ৰেৰী আৰু বায়’ল’জি লাইব্ৰেৰী আৰু আপুনি সিহতক group কৰিব বিচাৰে |
| 07:19 | এনেকুৱা পৰিস্থিতিত Group Library অপচন ব্যৱ্হাৰ কৰক |
| 07:24 | এই গ্ৰোপক Science library হিচাবে নাম দিয়ক যি মূল লাইব্ৰেৰীৰ অন্তৰ্গত হয় |
| 07:31 | গ্ৰোপিং সমানতা বা একে বিশেষত্ব আদিৰ ওপৰত ভিত্তি কৰি কৰিব পাৰি |
| 07:40 | Database administrative user হিচাবে আপোনাৰ বৰ্তমান চেচনৰ পৰা ল’গ আউত কৰক |
| 07:45 | তাক কৰিবলৈ, ওপৰত সফালে চুকলৈ যাওঁক আৰু No Library Set ত ক্লিক কৰক |
| 07:52 | দ্ৰপ-দাউনৰ পৰা, Logout ত ক্লিক কৰক |
| 07:57 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 08:01 | আহক মূলভাব চাওঁ |
| 08:03 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো - লাইব্ৰেৰী এটা আৰু নতুন গ্ৰোপ এটা বনাবলৈ |
| 08:11 | অনুশিলনী হিচাবে - নতুন লাইব্ৰেৰী এটা আৰু নতুন গ্ৰোপ এটা বনাওঁক |
| 08:17 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 08:25 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 08:35 | বিশিষ্ট প্ৰশ্নৰ বাবে ফ’ৰাম :
আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? |
| 08:42 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে |
| 08:49 | আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
| 08:51 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 08:55 | বিশিষ্ট প্ৰশ্নৰ বাবে ফ’ৰাম : |
| 08:58 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম (Spoken Tutorial forum) হৈছে এই টিউট’ৰিয়েলটোৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
| 09:03 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
| 09:08 | ইয়াৰ দ্বাৰা অব্যৱ্স্থা কমোৱাত সহায় হ’ব |
| 09:11 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষণ সামগ্ৰীৰ ৰূপত ব্যৱ্হাৰ কৰিব পাৰিম |
| 09:17 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 09:23 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 09:28 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |