KTurtle/C3/Question-Glues/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:01 | নমস্কাৰ আৰু ' KTurtle ত ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
00:08 | এই টিউটোৰিয়েলত , আমি নিম্নলিখিত question glues শিকিম and, not |
00:16 | আমি এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04 KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো |
00:29 | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে |
00:39 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00:46 | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো . |
00:51 | question glue wordsয়ে আমাক সৰু প্ৰশ্নৰ পৰা এটা ডাঙৰ প্ৰশ্নলৈ সংযোগ কৰাত সক্ষম কৰে . |
01:00 | “and”, “or” আৰু “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় . |
01:11 | এটা নতুন ' KTurtle ' Application খুলক . |
01:15 | ' ড্যাশ হোম ত ' ক্লিক কৰক. |
01:18 | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক. |
01:22 | আৰু অপশনত ক্লিক কৰক. |
01:24 | glue শব্দ andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক. |
01:28 | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্ৰোগ্ৰাম আছে. |
01:33 | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো. |
01:40 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰাম টাইপ কৰক. |
01:46 | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. |
01:50 | আমি প্ৰোগ্ৰাম টেকস্টত জুম কৰো . |
01:52 | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে |
01:56 | কোডটো চোৱা যাওক . |
01:59 | reset কমান্ডে Turtleক ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে |
02:04 | message " " কিৱৰ্দৰ পিছত এটা প্ৰোগ্ৰামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে . |
02:10 | '“message”কমান্ডে ইনপুট হিসাবে ' " স্ট্ৰিং " লয় . |
02:14 | ই এটা স্ট্ৰিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্ৰিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে . |
02:24 | $a, $b' and $c বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. |
02:30 | “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় |
02:36 | if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে . |
02:49 | যেতিয়া দুটা প্ৰশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় . |
02:55 | if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে |
03:05 | যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ যায় |
03:12 | ই ত্ৰিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে. |
03:17 | ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে |
03:22 | go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে . |
03:35 | 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে . |
03:41 | 'elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয় |
03:48 | print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্ৰৰ্দশন কৰে |
03:54 | else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে . |
03:57 | ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়. |
04:03 | else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্ৰৰ্দশন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো. |
04:12 | প্ৰোগ্ৰামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক. |
04:15 | এটা বার্তা ডায়লগ বক্স উলায় (Pops-up). আমি ওকেত ক্লিক কৰু . |
04:20 | AB' দৈর্ঘ্য বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক |
04:25 | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক |
04:29 | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক |
04:33 | ' "এটা scalene মানে বিষমভুজ ত্ৰিভুজ কেনভাচত প্ৰৰ্দশন কৰা হক. ' |
04:37 | আৰু এবাৰ চলোৱা হক . |
04:40 | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. . |
04:44 | 'AB দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
04:58 | ক্যানভাসত “ Not a scalene triangle”প্ৰৰ্দশিত কৰা হয়. |
05:02 | ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক . |
05:06 | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু. |
05:11 | 'AB দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
05:16 | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
05:20 | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
05:24 | 'ক্যানভাসত " Does not satisfy triangle's inequality "প্ৰৰ্দশিত হয়. |
05:30 | এতিয়া এই প্ৰোগ্ৰামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয় . |
05:40 | not শর্ত সৈতে কাম কৰা যাওক. |
05:43 | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো |
05:51 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. |
05:56 | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. |
06:01 | আমি প্ৰোগ্ৰাম টেকস্টটোলৈ জুম কৰো আৰু প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক. |
06:05 | 'reset' কমান্ডে Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে . |
06:09 | $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. |
06:15 | if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত প্ৰশিক্ষন কৰে |
06:27 | 'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে . |
06:36 | উদাহৰনস্ৱৰুপে যদি দিয়া শর্ত সত্য হয় , not য়ে ইয়াক false কৰি তোলে |
06:42 | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব. |
06:48 | print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে . |
06:55 | যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্ৰৰ্দশন কৰা হয় . |
07:01 | print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে |
07:07 | 'go 100,100 য়ে Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে |
07:20 | repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত এটা সমবাহু ত্ৰিভুজ আকিবলৈ কম্মান্দ কৰে |
07:32 | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্ৰোগ্ৰামটো ৰান কৰা যাওক . |
07:36 | কোডটো ৰান কৰিবলৈ F5 টিপক . |
07:40 | AB দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
07:45 | BC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
07:48 | AC দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
07:54 | ক্যানভাসত “Triangle is not equilateral”'প্ৰৰ্দশিত হয়. |
07:58 | আকৌ এবাৰ চলোৱা যাওক. AB দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
08:05 | BC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
08:09 | AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
08:13 | ক্যানভাসত “Triangle is equilateral”' বোলি প্ৰৰ্দশিত হয়. কেনভাচত এটা সমবাহু ত্ৰিভুজ অকা হয় . |
08:21 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
08:25 | সংক্ষেপ কৰা যাওক |
08:28 | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো |
08:35 | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্ৰোগ্ৰাম এটা লিখক |
08:40 | question glue “or”ব্যবহাৰ কৰি right angled ত্ৰিভুজ বাবে এঙ্গেল ধাৰণা |
08:48 | if or condition" ৰ গঠন |
08:51 | if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition. |
08:59 | কাৰ্লী বন্ধনীত do something. |
09:02 | 'elseকাৰ্লী বন্ধনীত do something. |
09:06 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
09:10 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09:13 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09:18 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09:20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09:23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09:27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09:34 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:38 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:44 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:49 | আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |