KTurtle/C3/Question-Glues/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ আৰু ' KTurtle ত  ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:08 এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues শিকিম and, not
00:16 আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো
00:29 আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে
00:39 যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:46 আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
00:51 question glue wordsয়ে আমাক সৰু প্ৰশ্নৰ পৰা এটা ডাঙৰ প্ৰশ্নলৈ সংযোগ কৰাত সক্ষম কৰে .
01:00 “and”, “or” আৰু “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় .
01:11 এটা নতুন ' KTurtle '  Application খুলক .
01:15 ' ড্যাশ হোম ত ' ক্লিক কৰক.
01:18 অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
01:22 আৰু অপশনত ক্লিক কৰক.
01:24 glue শব্দ andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
01:28 আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্ৰোগ্ৰাম আছে.
01:33 আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো.
01:40 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰাম টাইপ কৰক.
01:46 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
01:50 আমি প্ৰোগ্ৰাম টেকস্টত  জুম কৰো .
01:52 ই সম্ভব অলপমান অস্পষ্ট হব পাৰে 
01:56 কোডটো চোৱা যাওক .
01:59 reset কমান্ডে Turtleক  ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে
02:04 message " " কিৱৰ্দৰ পিছত এটা প্ৰোগ্ৰামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
02:10   '“message”কমান্ডে ইনপুট হিসাবে ' " স্ট্ৰিং " লয় .
02:14 ই এটা স্ট্ৰিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্ৰিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
02:24 $a, $b' and $c বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
02:30 “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয়
02:36 if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে .
02:49 যেতিয়া দুটা  প্ৰশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
02:55 if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে
03:05 যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ  যায়
03:12 ই ত্ৰিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
03:17 ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03:22 go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
03:35 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্ৰিং প্ৰৰ্দশন কৰে .
03:41 'elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
03:48 print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্ৰৰ্দশন কৰে
03:54 else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
03:57 ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.
04:03 else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্ৰৰ্দশন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.
04:12 প্ৰোগ্ৰামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
04:15 এটা বার্তা ডায়লগ বক্স উলায় (Pops-up). আমি ওকেত ক্লিক কৰু .
04:20   AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04:25 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04:29 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04:33 ' "এটা scalene মানে বিষমভুজ ত্ৰিভুজ কেনভাচত প্ৰৰ্দশন কৰা হক. '
04:37 আৰু এবাৰ চলোৱা হক .
04:40 এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
04:44 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
04:58 ক্যানভাসত “ Not a scalene triangle”প্ৰৰ্দশিত কৰা হয়.
05:02 ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক .
05:06 এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু. 
05:11 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05:16 BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05:20 ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05:24 'ক্যানভাসত " Does not satisfy triangle's inequality "প্ৰৰ্দশিত হয়.
05:30 এতিয়া এই প্ৰোগ্ৰামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
05:40 not শর্ত সৈতে কাম কৰা যাওক.
05:43 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো
05:51 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
05:56 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
06:01 আমি প্ৰোগ্ৰাম টেকস্টটোলৈ জুম কৰো আৰু প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
06:05 'reset'  কমান্ডে  Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে .
06:09 $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
06:15   if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত  প্ৰশিক্ষন কৰে
06:27 'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
06:36 উদাহৰনস্ৱৰুপে যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে
06:42 আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
06:48 print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে  .
06:55 যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্ৰৰ্দশন কৰা হয় .
07:01   print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে 
07:07 'go 100,100 য়ে  Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে
07:20 repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত  এটা সমবাহু ত্ৰিভুজ আকিবলৈ কম্মান্দ কৰে
07:32 আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্ৰোগ্ৰামটো ৰান কৰা যাওক .
07:36 কোডটো ৰান কৰিবলৈ  F5 টিপক  .
07:40 AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07:45 BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07:48 AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07:54 ক্যানভাসত “Triangle is not equilateral”'প্ৰৰ্দশিত হয়.
07:58 আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08:05   BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08:09 AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08:13   ক্যানভাসত “Triangle is equilateral”' বোলি প্ৰৰ্দশিত হয়. কেনভাচত এটা সমবাহু ত্ৰিভুজ অকা হয় .
08:21 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
08:25 সংক্ষেপ কৰা যাওক
08:28 এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো
08:35 এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্ৰোগ্ৰাম এটা লিখক
08:40 question glue “or”ব্যবহাৰ কৰি  right angled  ত্ৰিভুজ বাবে এঙ্গেল ধাৰণা
08:48 if or condition" ৰ গঠন    
08:51 if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition.
08:59 কাৰ্লী  বন্ধনীত do something.
09:02 'elseকাৰ্লী  বন্ধনীত do something.
09:06 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
09:10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09:23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:34 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:38 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:44 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:49 আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble