KTurtle/C2/Introduction-to-KTurtle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল। Introduction to KTurtle এই টিউটৰিয়েললৈ আপোনাক স্বাগতম জনালো।
00:07 এই টিউটৰিয়েল’ত, মই KTurtle আৰম্ভ কৰিবলৈ প্ৰাথমিকবোৰ শিকাম।
00:14 এই টিউটৰিয়েলত আমি শিকিম
00:17 KTurtle Window
00:19 Editor, Canvas
00:21 Menu Bar, Toolbar
00:24 আমি শিকিম,
00:26 Turtle মোভ কৰা
00:28 ৰেখা অকা আৰু দিশ সলনি কৰক।
00:32 “triangle”(ত্ৰিভূজ) অকা
00:34 এই টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ মই Ubuntu Linux OS version 12.04 KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো।
00:47 KTurtle কি?
00:49 KTurtle প্ৰাথমিক প্ৰোগ্ৰামিঙ শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।.
00:53 এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু।
00:59 KTurtle ডাউনলোদ কৰিবলৈ এই লিন্কত http://edu.kde.org/kturtle/ত উপলব্ধ।
01:12 KTurtle’এ প্ৰোগ্ৰামিঙ সহজ আৰু একচেছেবল (accessible) বনাই।.
01:18 সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।.
01:22 কম্মান্দবোৰ প্ৰোগ্ৰামাৰ কথিত ভাষাত অনুবাদ কৰে।
01:27 কম্মান্দ’বোৰ ভিজুয়েলচ (visuals)’লৈ অনুবাদ কৰে।.
01:31 আমি KTurtle Synaptic Package Manager ব্যৱহাৰ কৰি ইন্সটলকৰিব পাৰো।
01:36 Synaptic Package Manager ৰ ওপৰত তথ্য
01:40 এই ৱেবচাইট http://spoken-tutorial.org”ত ইয়াত Ubuntu Linux টিউটৰিয়েলত উল্লেখ আছে।
01:46 ব’লক আমি KTurtleৰ নতুন এপলিকাছন (Application) এটা খোলো।
01:50 Dash homeত ক্লিক কৰক।.
01:52 Search bar’ত KTurtle টাইপ কৰক।
01:55 আৰু KTurtle আইকনত ক্লিক কৰক।
01:59 KTurtle’ৰ ৱিন্দো দেখাত এনেকোৱা।.
02:02 এইটো হ’ল Menubar.
02:04 Menu bar’ৰ ওপৰত,
02:06 আপোনি menu items পাব
02:08 File, Edit, Canvas, Run, Tools, Settings আৰু help options
02:17 Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব।
02:23 এদিটৰ বাওঁপিনে, য’ত আপোনি TurtleScript কম্মান্দ টাইপ কৰিব পাৰে।
02:30 File আৰু Edit menu’ত এদিটৰ’ৰ বেছিভাগ ফাংছনে (function) পোৱা যায়।
02:37 এদিটৰ’ত কোড লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে।
02:42 এটা উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল।
02:46 File menu’লৈ যাওক> Examples বাচনি কৰক।
02:50 ইয়াত মই flower বাচনি কৰিম।
02:53 এদিটৰ’ত এই উদাহৰণটোৰ কোড’টো খোলে।
02:58 কোড’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run বটন’ত ক্লিক কৰক ।
03:04 আন এটা উপায় হ’ল আপোনাৰ কোড’টো এদিটৰত টাইপ কৰক
03:10 বা এদিটৰত আন কোনো কোড copy/paste কৰক।
03:13 উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা
03:18 কেনভাছ সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ।
03:24 Turtleএ কেনভাছত (canvas) থকা এদিটৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে।
03:32 Tool bar’ত থকা Run অপছনে এদিটৰ’ত থকা আদেশবোৰ ‘একজিকিউট কৰে।
03:39 ই একজিকিউট স্পীদৰ (speeds) এখন সূচী উপস্থাপন কৰে।
03:43 Full speed(No highlighting and inspector),
03:46 Full speed,
03:48 Slow,
03:49 Slower,
03:51 Slowest আৰু
03:52 Step-by-Step
03:55 Abort আৰু pause অপছনে একজিকিউছন বন্ধ কৰিবলৈ আৰু ৰখিবলৈ অনুমতি দিয়ে।
04:03 ব’লক কোড’টো “Run” কৰো।
04:06 Turtleএ কেনভেছত flower এটা আকিঁব।
04:11 যেতিয়া আপোনি নতুন KTurtle এপলিকেছন এটা খোলিব
04:15 Turtle কেনভাছৰ মাজত থাকে default হিচাপে।
04:19 ব’লক আমি এতিয়া Turtleমোভ কৰোঁ।
04:22 Turtleএ তিনিধৰণেৰে মোভ কৰিব পাৰে:
04:25 সি আগলৈ যাব পাৰে। সি পাছলৈও যাব পাৰে।
04:29 সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে।
04:32 ই স্ক্ৰীণৰ এটা জাগালৈ এবাৰতেও যাব পাৰে।
04:38 প্ৰোগ্ৰাম টেক্সট’লৈ অলপ জোম কৰো, অলপ ধোৱা নিচিনা হ’ব পাৰে।
04:44 ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ।
04:48 আপোনাৰ এদিটৰ’ত এই কম্মান্দ টাইপ কৰক:
04:52 reset
04:55 forward 100
04:58 turnright 120
05:02 forward 100
05:07 turnright 120
05:11 forward 100
05:15 turnright 120
05:18 মন কৰিব যে আমি লিখি যাওঁতে কোড’ৰ কালাৰ সলনি বদলি হৈ যায়।
05:23 এইটোত highlighting বোলা হয়।
05:26 বিভিন্ন ধৰণৰ কম্মান্দ বিভিন্ন ধৰণত হাইলাইট হয়,
05:31 যি কাৰণে দীঘল দীঘল কোড পঢ়াত সহায় হয়।
05:36 মই এতিয়া কোড’টো ব্যাখ্যা কৰিম।
05:38 reset কম্মান্দ’এ Turtle’ৰ স্হান defaultলৈ লৈ যায়।
05:42 forward 100 কম্মান্দে’ Turtleক 100 pixels আগলৈ নিয়ে।
05:49 turnright 120 কম্মান্দে Turtleক 120 degrees anti-clockwise ঘূৰাই।
05:56 মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা কম্মান্দ ৩ বাৰ ব্যৱহাৰ কৰিছিলো।
06:03 এতিয়া ব’লক কোড একজিউট কৰো।
06:06 মই Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি কম্মান্দ একজিউট হৈছে।
06:16 ইয়াতে ত্ৰিভূজ অকাঁ হ’ল।
06:19 ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ কেনভাছ এখন কেনেকৈ শুৱনি কৰে।
06:26 ব’লক ত্ৰিভূজ এটা আকোঁ repeat কম্মান্দ ব্যৱহাৰ কৰি।
06:30 মই বৰ্তমান প্ৰোগ্ৰাম কাটি দিওঁ।
06:33 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ।
06:38 এদিটৰr’ত তলত উল্লেখিত কম্মান্দ টাইপ কৰক:
06:41 reset
06:44 canvassize space 200,200
06:51 canvascolor space 0,255,0
07:00 pencolor space 0,0,255
07:08 penwidth space 2
07:12 repeat space 3 কাৰ্লী ব্ৰেকেটৰ মাজত {
07:19 forward 100
07:23 turnleft 120

}

07:27 মই এতিয়া কোডটো বাখয়া কৰিম।
07:30 reset কম্মান্দ’এ Turtleৰ স্হানটো default লৈ লৈ যায়।
07:34 canvassize 200,200এ কেনভাছ’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ চেট কৰে
07:42 canvascolor 0,255,0 ই কেনভাছ’ৰ ৰং সেউজীয়া কৰে।
07:48 0,255,0 হ’ল RGB Combination য’ত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0
08:03 এইটোৱে কেনভাছ’ৰ ৰং সেউজীয়া কৰি দিয়ে।
08:07 pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে।
08:14 RGB combination য’ত নিলাৰ মূল্য 255
08:20 penwidth 2ই pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে।
08:27 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা নং আৰু কম্মান্দ’ৰ সূচীয়ে repeat কম্মান্দ অনুসৰণ কৰে।
08:33 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা কম্মান্দবোৰৰ নিৰ্দিষ্ট সংখ্যক বোৰৰ বাবে পুনৰাবৃত্তি ঘতে।
08:39 কম্মান্দ forward 100 আৰু turnleft 120 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থাকে।
08:47 repeat কম্মান্দ’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩ টা বাহু থাকে।
08:54 এই কম্মান্দবোৰ ৩বাৰ loop’ত run হয়।.
08:59 ত্ৰিভূজৰ ৩ টা বাহু অকাঁ হ’ল।
09:02 ব’লক কোডটো run কৰো।
09:05 প্ৰোগ্ৰামটো একজিউট কৰিবলৈ মই slow অপচনটো বাচি ল’ম।
09:09 কেনভাছৰ কালাৰ সেউজীয়া হয় আৰু Turtle' য়ে এটা ত্ৰিভুজ আকে.
09:20 ব’লক ফাইলটো save কৰো।
09:23 File menu > Save As
09:27 Save As ডায়লগ বক্চ খোল খাব।
09:30 ফাইলটো save কৰিবলৈ মই Document folder’টো বাচিলো।
09:34 ফাইল’ৰ নাম মই Triangle টাইপ কৰিলো আৰু Save বটন’ত ক্লিক কৰিলো।
09:41 মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle ফাইল’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব
09:53 ইয়াৰ লগতেই আমি এই টিউটৰিয়েলৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো।
09:57 আহক ইয়াৰ সাৰাংশটো চাওঁ।
09:59 এই টিউটৰিয়েল’ত আমি শিকিলো,
10:02 KTurtle ৰ editor, canvas, menubar আৰু toolbar
10:07 Turtle’ক মোভ কৰোওৱা
10:09 লাইনবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন
10:13 ত্ৰিভূজ অকাঁ
10:15 এটা কাৰ্য হিচাপে মই আপোনালোকক কম্মান্দ’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো।
10:21 forward, backward, turnleft, turnright আৰু repeat
10:26 * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor চেট কৰক।
10:32 RGB combination’ৰ মূল্য সলনি কৰক।
10:37 http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক।
10:40 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ এয়াই সাৰাংশিত ৰূপ।
10:44 আপোনাৰ ভাল বেন্দৱিথ (bandwidth) নাথাকিলে, আপোনি ডাউনলোদ কৰিও চাব পাৰে।
10:48 স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিএ :
10:50 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতে
10:53 অনলাইন টেস্ট উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়।
10:56 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org
11:03 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
11:08 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
11:15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
11:20 এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱ্ৰৰা যুগ্দান কৰা হইচে
11:24 মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble