KTurtle/C2/Introduction-to-KTurtle/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল। Introduction to KTurtle এই টিউটৰিয়েললৈ আপোনাক স্বাগতম জনালো। |
00:07 | এই টিউটৰিয়েল’ত, মই KTurtle আৰম্ভ কৰিবলৈ প্ৰাথমিকবোৰ শিকাম। |
00:14 | এই টিউটৰিয়েলত আমি শিকিম |
00:17 | KTurtle Window |
00:19 | Editor, Canvas |
00:21 | Menu Bar, Toolbar |
00:24 | আমি শিকিম, |
00:26 | Turtle মোভ কৰা |
00:28 | ৰেখা অকা আৰু দিশ সলনি কৰক। |
00:32 | “triangle”(ত্ৰিভূজ) অকা |
00:34 | এই টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ মই Ubuntu Linux OS version 12.04 KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো। |
00:47 | KTurtle কি? |
00:49 | KTurtle প্ৰাথমিক প্ৰোগ্ৰামিঙ শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।. |
00:53 | এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু। |
00:59 | KTurtle ডাউনলোদ কৰিবলৈ এই লিন্কত http://edu.kde.org/kturtle/ত উপলব্ধ। |
01:12 | KTurtle’এ প্ৰোগ্ৰামিঙ সহজ আৰু একচেছেবল (accessible) বনাই।. |
01:18 | সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।. |
01:22 | কম্মান্দবোৰ প্ৰোগ্ৰামাৰ কথিত ভাষাত অনুবাদ কৰে। |
01:27 | কম্মান্দ’বোৰ ভিজুয়েলচ (visuals)’লৈ অনুবাদ কৰে।. |
01:31 | আমি KTurtle Synaptic Package Manager ব্যৱহাৰ কৰি ইন্সটলকৰিব পাৰো। |
01:36 | Synaptic Package Manager ৰ ওপৰত তথ্য |
01:40 | এই ৱেবচাইট http://spoken-tutorial.org”ত ইয়াত Ubuntu Linux টিউটৰিয়েলত উল্লেখ আছে। |
01:46 | ব’লক আমি KTurtleৰ নতুন এপলিকাছন (Application) এটা খোলো। |
01:50 | Dash homeত ক্লিক কৰক।. |
01:52 | Search bar’ত KTurtle টাইপ কৰক। |
01:55 | আৰু KTurtle আইকনত ক্লিক কৰক। |
01:59 | KTurtle’ৰ ৱিন্দো দেখাত এনেকোৱা।. |
02:02 | এইটো হ’ল Menubar. |
02:04 | Menu bar’ৰ ওপৰত, |
02:06 | আপোনি menu items পাব |
02:08 | File, Edit, Canvas, Run, Tools, Settings আৰু help options |
02:17 | Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব। |
02:23 | এদিটৰ বাওঁপিনে, য’ত আপোনি TurtleScript কম্মান্দ টাইপ কৰিব পাৰে। |
02:30 | File আৰু Edit menu’ত এদিটৰ’ৰ বেছিভাগ ফাংছনে (function) পোৱা যায়। |
02:37 | এদিটৰ’ত কোড লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে। |
02:42 | এটা উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল। |
02:46 | File menu’লৈ যাওক> Examples বাচনি কৰক। |
02:50 | ইয়াত মই flower বাচনি কৰিম। |
02:53 | এদিটৰ’ত এই উদাহৰণটোৰ কোড’টো খোলে। |
02:58 | কোড’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run বটন’ত ক্লিক কৰক । |
03:04 | আন এটা উপায় হ’ল আপোনাৰ কোড’টো এদিটৰত টাইপ কৰক |
03:10 | বা এদিটৰত আন কোনো কোড copy/paste কৰক। |
03:13 | উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা |
03:18 | কেনভাছ সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ। |
03:24 | Turtleএ কেনভাছত (canvas) থকা এদিটৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে। |
03:32 | Tool bar’ত থকা Run অপছনে এদিটৰ’ত থকা আদেশবোৰ ‘একজিকিউট কৰে। |
03:39 | ই একজিকিউট স্পীদৰ (speeds) এখন সূচী উপস্থাপন কৰে। |
03:43 | Full speed(No highlighting and inspector), |
03:46 | Full speed, |
03:48 | Slow, |
03:49 | Slower, |
03:51 | Slowest আৰু |
03:52 | Step-by-Step |
03:55 | Abort আৰু pause অপছনে একজিকিউছন বন্ধ কৰিবলৈ আৰু ৰখিবলৈ অনুমতি দিয়ে। |
04:03 | ব’লক কোড’টো “Run” কৰো। |
04:06 | Turtleএ কেনভেছত flower এটা আকিঁব। |
04:11 | যেতিয়া আপোনি নতুন KTurtle এপলিকেছন এটা খোলিব |
04:15 | Turtle কেনভাছৰ মাজত থাকে default হিচাপে। |
04:19 | ব’লক আমি এতিয়া Turtleমোভ কৰোঁ। |
04:22 | Turtleএ তিনিধৰণেৰে মোভ কৰিব পাৰে: |
04:25 | সি আগলৈ যাব পাৰে। সি পাছলৈও যাব পাৰে। |
04:29 | সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে। |
04:32 | ই স্ক্ৰীণৰ এটা জাগালৈ এবাৰতেও যাব পাৰে। |
04:38 | প্ৰোগ্ৰাম টেক্সট’লৈ অলপ জোম কৰো, অলপ ধোৱা নিচিনা হ’ব পাৰে। |
04:44 | ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ। |
04:48 | আপোনাৰ এদিটৰ’ত এই কম্মান্দ টাইপ কৰক: |
04:52 | reset |
04:55 | forward 100 |
04:58 | turnright 120 |
05:02 | forward 100 |
05:07 | turnright 120 |
05:11 | forward 100 |
05:15 | turnright 120 |
05:18 | মন কৰিব যে আমি লিখি যাওঁতে কোড’ৰ কালাৰ সলনি বদলি হৈ যায়। |
05:23 | এইটোত highlighting বোলা হয়। |
05:26 | বিভিন্ন ধৰণৰ কম্মান্দ বিভিন্ন ধৰণত হাইলাইট হয়, |
05:31 | যি কাৰণে দীঘল দীঘল কোড পঢ়াত সহায় হয়। |
05:36 | মই এতিয়া কোড’টো ব্যাখ্যা কৰিম। |
05:38 | reset কম্মান্দ’এ Turtle’ৰ স্হান defaultলৈ লৈ যায়। |
05:42 | forward 100 কম্মান্দে’ Turtleক 100 pixels আগলৈ নিয়ে। |
05:49 | turnright 120 কম্মান্দে Turtleক 120 degrees anti-clockwise ঘূৰাই। |
05:56 | মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা কম্মান্দ ৩ বাৰ ব্যৱহাৰ কৰিছিলো। |
06:03 | এতিয়া ব’লক কোড একজিউট কৰো। |
06:06 | মই Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি কম্মান্দ একজিউট হৈছে। |
06:16 | ইয়াতে ত্ৰিভূজ অকাঁ হ’ল। |
06:19 | ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ কেনভাছ এখন কেনেকৈ শুৱনি কৰে। |
06:26 | ব’লক ত্ৰিভূজ এটা আকোঁ repeat কম্মান্দ ব্যৱহাৰ কৰি। |
06:30 | মই বৰ্তমান প্ৰোগ্ৰাম কাটি দিওঁ। |
06:33 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ। |
06:38 | এদিটৰr’ত তলত উল্লেখিত কম্মান্দ টাইপ কৰক: |
06:41 | reset |
06:44 | canvassize space 200,200 |
06:51 | canvascolor space 0,255,0 |
07:00 | pencolor space 0,0,255 |
07:08 | penwidth space 2 |
07:12 | repeat space 3 কাৰ্লী ব্ৰেকেটৰ মাজত { |
07:19 | forward 100 |
07:23 | turnleft 120
} |
07:27 | মই এতিয়া কোডটো বাখয়া কৰিম। |
07:30 | reset কম্মান্দ’এ Turtleৰ স্হানটো default লৈ লৈ যায়। |
07:34 | canvassize 200,200এ কেনভাছ’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ চেট কৰে |
07:42 | canvascolor 0,255,0 ই কেনভাছ’ৰ ৰং সেউজীয়া কৰে। |
07:48 | 0,255,0 হ’ল RGB Combination য’ত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0। |
08:03 | এইটোৱে কেনভাছ’ৰ ৰং সেউজীয়া কৰি দিয়ে। |
08:07 | pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে। |
08:14 | RGB combination য’ত নিলাৰ মূল্য 255 |
08:20 | penwidth 2ই pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে। |
08:27 | কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা নং আৰু কম্মান্দ’ৰ সূচীয়ে repeat কম্মান্দ অনুসৰণ কৰে। |
08:33 | কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা কম্মান্দবোৰৰ নিৰ্দিষ্ট সংখ্যক বোৰৰ বাবে পুনৰাবৃত্তি ঘতে। |
08:39 | কম্মান্দ forward 100 আৰু turnleft 120 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থাকে। |
08:47 | repeat কম্মান্দ’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩ টা বাহু থাকে। |
08:54 | এই কম্মান্দবোৰ ৩বাৰ loop’ত run হয়।. |
08:59 | ত্ৰিভূজৰ ৩ টা বাহু অকাঁ হ’ল। |
09:02 | ব’লক কোডটো run কৰো। |
09:05 | প্ৰোগ্ৰামটো একজিউট কৰিবলৈ মই slow অপচনটো বাচি ল’ম। |
09:09 | কেনভাছৰ কালাৰ সেউজীয়া হয় আৰু Turtle' য়ে এটা ত্ৰিভুজ আকে. |
09:20 | ব’লক ফাইলটো save কৰো। |
09:23 | File menu > Save As |
09:27 | Save As ডায়লগ বক্চ খোল খাব। |
09:30 | ফাইলটো save কৰিবলৈ মই Document folder’টো বাচিলো। |
09:34 | ফাইল’ৰ নাম মই Triangle টাইপ কৰিলো আৰু Save বটন’ত ক্লিক কৰিলো। |
09:41 | মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle ফাইল’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব |
09:53 | ইয়াৰ লগতেই আমি এই টিউটৰিয়েলৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো। |
09:57 | আহক ইয়াৰ সাৰাংশটো চাওঁ। |
09:59 | এই টিউটৰিয়েল’ত আমি শিকিলো, |
10:02 | KTurtle ৰ editor, canvas, menubar আৰু toolbar |
10:07 | Turtle’ক মোভ কৰোওৱা |
10:09 | লাইনবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন |
10:13 | ত্ৰিভূজ অকাঁ |
10:15 | এটা কাৰ্য হিচাপে মই আপোনালোকক কম্মান্দ’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো। |
10:21 | forward, backward, turnleft, turnright আৰু repeat |
10:26 | * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor চেট কৰক। |
10:32 | RGB combination’ৰ মূল্য সলনি কৰক। |
10:37 | ‘http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক। |
10:40 | স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ এয়াই সাৰাংশিত ৰূপ। |
10:44 | আপোনাৰ ভাল বেন্দৱিথ (bandwidth) নাথাকিলে, আপোনি ডাউনলোদ কৰিও চাব পাৰে। |
10:48 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিএ : |
10:50 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতে |
10:53 | অনলাইন টেস্ট উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়। |
10:56 | অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org |
11:03 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
11:08 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
11:15 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
11:20 | এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱ্ৰৰা যুগ্দান কৰা হইচে |
11:24 | মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ |