Java/C2/if-else/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | জাভাত If else কনস্ট্রাকটৰৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:09 | কন্ডিশনেল স্টেটমেন্ট সম্পর্কে, |
00:11 | কন্ডিশনেল স্টেটমেন্টেৰ প্ৰকাৰ আৰু |
00:13 | জাভা প্রোগ্রামত কন্ডিশনেল স্টেটমেন্টৰ ব্যবহাৰ। |
00:18 | ইয়াত আমি
উবুন্টু সংস্কৰণ 11.10 jdk 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
00:27 | টিউটোৰিয়েলটি অনুসৰণ কৰিবলৈ |
00:31 | Arithmetic, Relational আৰু Logical operators সম্পর্কে জনা আবশ্যক। |
00:35 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক। |
00:42 | কন্ডিশনেল স্টেটমেন্ট, কোডত ভিন্ন সিদ্ধান্তৰ বাবে ভিন্ন কাম সঞ্চালন কৰিব লাগিব |
00:48 | এইক্ষেত্রত আপোনি কন্ডিশনেল স্টেটমেন্ট ব্যবহাৰ কৰিব পাৰিব। |
00:52 | এটা কন্ডিশনেল স্টেটমেন্টে প্রোগ্রামৰ সঞ্চালনৰ প্রবাহ নিয়ন্ত্রণ কৰিবলৈ সাহায্য কৰে। |
00:57 | জাভাত নিম্নলিখিত কন্ডিশনেল স্টেটমেন্ট আছে: |
01:01 | If স্টেটমেন্ট; |
01:02 | If...Else স্টেটমেন্ট; |
01:03 | If...Else if স্টেটমেন্ট; |
01:05 | Nested If স্টেটমেন্ট |
01:06 | Switch স্টেটমেন্ট |
01:08 | এই টিউটোৰিয়েলত, আমি If, If...Else আৰু If...Else If statements সম্পর্কে বিস্তাৰিতভাবে শিকিম। |
01:15 | If স্টেটমেন্ট; কন্ডিশনৰ উপৰত ভিত্তি কৰি স্টেটমেন্টৰ ব্লক এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়। |
01:22 | ইয়াক single conditional স্টেটমেন্ট বোলা হয়। |
01:26 | If স্টেটমেন্টেৰ বাবে সিনট্যাক্স; |
01:28 | If স্টেটমেন্টত, কন্ডিশন true হলে, ব্লক এক্সিকিউট কৰা হয়। |
01:34 | কন্ডিশন false হলে, ব্লক skipped মানে বাদ দিয়া হয় আৰু এক্সিকিউট কৰা নহয়। |
01:40 | এতিয়া If স্টেটমেন্টৰ ব্যবহাৰ কিভাবে কৰা হয় তাক বুজিবলৈএটা উদাহৰনেৰে দেখা যাওক। |
01:45 | eclipse লৈ যাও। |
01:48 | এজন ব্যক্তি Minor হয় নে নহয় তাক চিহ্নিত কৰিবলৈ এটা প্রোগ্রাম লিখিম। |
01:53 | আমি ইতিমধ্যে Person নামৰ এটা ক্লাস তৈয়াৰ কৰিছো । |
01:56 | এতিয়া, মেন মেথডত int টাইপৰ ভ্যাৰিয়েবল ‘age’ ঘোষনা কৰিম । |
02:02 | সেয়ে মেন মেথডত লিখক int age = 20 সেমিকোলন। |
02:14 | এতিয়া, আমি নিম্নৰুপে If স্টেটমেন্ট লিখিম : |
02:18 | পিছৰ লাইনত if বন্ধনীত age < 21 ওপেন কাৰ্ড়লী বন্ধনী। enter টিপক। |
02:30 | ইয়াত আমি অনুসন্ধান কৰো যদি বয়স 21 কৈ কম হয়। |
02:34 | বন্ধনীত যি কিছু আছে if ব্লকৰ অন্তর্ভুক্ত হয়। |
02:38 | সেয়ে বন্ধনীৰ ভিতৰত লিখক |
02:41 | System dot out dot println বন্ধনী আৰু উদ্ধৃতিৰতThe person is Minor সেমিকোলন। |
02:56 | ইয়াত, বয়স 21ত কৈ কম হলে, “The person is minor” বোলি প্রদর্শিত হব। |
03:03 | সেয়ে ফাইল সংৰক্ষণ কৰক ৰান কৰক । |
03:08 | আমি নিম্নৰুপে আউটপুট পাও, The person is minor. |
03:14 | এইক্ষেত্রত, ব্যক্তিৰ বয়স হল 20, যি 21 কৈ কম হয় । |
03:20 | সেয়ে, আমি “The person is minor” হিসাবে আউটপুট পাও। |
03:24 | এতিয়া আমি if...else স্টেটমেন্ট সম্পর্কে শিকিম। |
03:27 | If...Else স্টেটমেন্ট বিকল্প স্টেটমেন্ট এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়। |
03:31 | এইবোৰ একক কন্ডিশনৰ উপৰত ভিত্তি কৰে। |
03:34 | If…Else স্টেটমেন্ট লিখাৰ বাবে সিনট্যাক্স দেখো। |
03:38 | কন্ডিশন true হলে, স্টেটমেন্ট বা কোডৰ ব্লক এক্সিকিউট কৰা হয়। |
03:44 | অন্যথা এটি অন্য স্টেটমেন্ট বা কোডৰ ব্লকক এক্সিকিউট কৰে। |
03:49 | এতিয়া আমি চাও যে If…else স্টেটমেন্ট প্রোগ্রামত কিভাবে ব্যবহাৰ কৰা হয় । |
03:54 | eclipse লৈ যোৱা যাওক। |
03:57 | এজন ব্যক্তি মাইনৰ বা মেজৰ হয় নে নহয় তাক চিহ্নিত কৰিবলৈ এটি প্রোগ্রাম লিখো। |
04:03 | সেয়ে মেন মেথডত লিখক; int age = 25 |
04:12 | তাৰপিছত if বন্ধনীত age > 21, |
04:19 | কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনীত The person is Major. |
04:28 | পৰবর্তী লাইনত লিখক, |
04:32 | else নহলে কাৰ্ড়লী বন্ধনীত লিখক , |
04:38 | System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The person is Minor সেমিকোলন। |
04:51 | ইয়াত, বয়স 21কৈ কম হলে, “The person is minor” প্রদর্শিত হব। |
04:58 | অন্যথা “The person is Major” প্রদর্শিত হব। |
05:02 | এতিয়া চাওক প্রোগ্রাম সংৰক্ষণ কৰা ৰান কৰা। |
05:07 | আমি আউটপুট পাও The person is Major. |
05:11 | এইক্ষেত্রত, ব্যক্তিৰ বয়স হল 25, যি 21কৈ বেচি । |
05:17 | সেয়ে প্রোগ্রামে আউটপুট “The person is Major” হিসাবে প্রদর্শন কৰে। |
05:22 | If…Else If স্টেটমেন্ট স্টেটমেন্টৰ বিভিন্ন সেট এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়। |
05:29 | এইবোৰ দুটি কন্ডিশনৰ উপৰত ভিত্তি কৰে। |
05:33 | প্রয়োজনীয়তাৰ উপৰত নির্ভৰ কৰি আপোনি আৰু কন্ডিশন যোগ কৰিবলৈ পাৰে। |
05:38 | এইটোক branching বা decision making স্টেটমেন্ট বোলিও কোৱা হয়। |
05:43 | এতিয়া If…Else If স্টেটমেন্ট লেখাৰ বাবে সিনট্যাক্স চোৱা যাওক। |
05:48 | If' স্টেটমেন্টে প্রথমে condition 1ৰ বাবে প্ৰসিক্ষন কৰে। |
05:53 | Condition 1 true হলে, এইটোৱে স্টেটমেন্ট বা ব্লকৰ কদ এক্সিকিউট কৰে। |
05:59 | অন্যথা ই আকৌ condition 2ৰ বাবে পৰীক্ষা কৰে। |
06:02 | Condition 2 true হলে, ই স্টেটমেন্ট বা ব্লক 2 এক্সিকিউট কৰে। |
06:09 | অন্যথা ই স্টেটমেন্ট 3 বা ব্লক কোড 3 এক্সিকিউট কৰে। |
06:13 | এইভাবে, আমি If…Else ব্লকৰ দ্বাৰা কোড বিস্তৃত কৰিব পাৰো। |
06:17 | এই ব্লকৰ একাধিক কন্ডিশন ও থাকিব পাৰে। |
06:20 | সংশ্লিষ্ট কোড এক্সিকিউট কৰা হব যেতিয়ালৈকে ই true কন্ডিশন বিচাৰি নাপায় |
06:25 | যদি সকলো কন্ডিশন false হয়, ই অন্তিম Else বিভাগ এক্সিকিউট কৰে। |
06:30 | আমি দেখিম যে If…Else If স্টেটমেন্ট প্রোগ্রামত কিভাবে ব্যবহাৰ কৰা হয়। |
06:35 | Eclipse লৈ যাওক । |
06:37 | আমি ইতিমধ্যে Student নামৰ ক্লাস তৈয়াৰ কৰিছো । |
06:40 | শিক্ষার্থীৰ গ্রেড চিহ্নিত কৰিবলৈ এটা প্রোগ্রাম লেখা যাওক। |
06:44 | এইটো স্কোৰ শতাংশৰ উপৰত ভিত্তি কৰি কৰা হয়। |
06:47 | সেয়ে মেন মেথডত লিখক, int স্পেস testScore = 70 সেমিকোলন। |
06:58 | ‘testScore’ নামৰ ইনপুট ভ্যাৰিয়েবল স্কোৰ শতাংশ পাবলৈ ব্যবহৃত হয়। |
07:05 | পিছৰ লাইন লিখক if বন্ধনীত testScore < 35, কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত C grade সেমিকোলন। |
07:28 | testScore 35 কৈ কম হলে, প্রোগ্রামে "C Grade" প্রদর্শন কৰে । |
07:34 | পিছৰ লাইনত লিখক else |
07:37 | পিছৰ লাইনত লিখক if বন্ধনীত testScore >= 35 আৰু testScore <= 60. সম্পূর্ণ কন্ডিশন বন্ধনীত ৰাখক কাৰ্ড়লী বন্ধনী খুলক enter টিপক |
08:03 | লিখক System dot out dot println বন্ধনীত B grade সেমিকোলন। |
08:13 | ইয়াত, প্রোগ্রামে Else If সেকশনত দ্বিতীয় কন্ডিশনৰ বাবে প্ৰশিক্ষন কৰিব। |
08:18 | যদি testScore 35 আৰু 60ৰ ভিতৰত হয়, প্রোগ্রামে "B Grade" প্রদর্শন কৰে |
08:24 | পিছৰ লাইনত লিখক else কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত A grade সেমিকোলন। |
08:42 | অবশেষত, উভয় কন্ডিশন False হলে, প্রোগ্রামে “A Grade" প্রদর্শন কৰে। |
08:48 | এতিয়া কোড সংৰক্ষণ কৰক ৰান কৰক । |
08:51 | আমি A Grade হিসাবে আউটপুট পাও। |
08:55 | এই প্রোগ্রামত, শিক্ষার্থীৰ testScore হল 70. |
09:00 | সেয়ে আউটপুট “A Grade” হিসাবে প্রদর্শিত হব। |
09:02 | এতিয়া testScore 55 লৈ সলনি কৰক। |
09:07 | এতিয়া প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । |
09:10 | এইক্ষেত্রত, আউটপুট “B Grade” হিসাবে প্রদর্শিত হব। |
09:16 | আমি কন্ডিশনৰ সংখ্যাও বৃদ্ধি কৰিব পাৰো। |
09:19 | “B grade” আউটপুট সেকশনৰ পিছত আৰু এটি কন্ডিশন যোগ কৰো । |
09:23 | সেয়ে ইয়াত লিখক , else, পিছৰ লাইনত if বন্ধনীত testScore >= 60 আৰু testScore <= 70. |
09:47 | কাৰ্লী বন্ধনী খুলক enter টিপক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত O grade সেমিকোলন। |
10:01 | ইয়াত testScore যদি 60 আৰু 70ৰ মাজত হয়, প্রোগ্রামে "O Grade" প্রদর্শন কৰিব। |
10:07 | এতিয়া, শিক্ষার্থীৰ testScore 70 লৈ সলনি কৰক। |
10:12 | ফাইল সংৰক্ষণ কৰক ৰান কৰক । |
10:15 | আমি নিম্নৰুপে আউটপুট পাও। |
10:17 | প্রোগ্রামে “O grade” হিসাবে আউটপুট প্রদর্শন কৰিব। |
10:20 | এইটো পূর্ব প্রদর্শিত “A grade” নহয়। |
10:23 | প্রোগ্রামে 70 তকৈ অধিক testScoreৰ বাবে “A grade” প্রদর্শন কৰিব । |
10:28 | কন্ডিশনাল স্ট্রাকচাৰ কোডিং ৰ সময়ত: |
10:30 | এটা স্টেটমেন্ট সমাপ্ত কৰাৰ সময়ত সেমিকোলন যোগ কৰিবলৈ সদায় মনত ৰাখিব । |
10:35 | কিন্তু কন্ডিশনৰ পিছত সেমিকোলন যোগ নকৰিব। |
10:40 | কাৰ্লী বন্ধনীত কোডৰ ব্লক যোগ কৰক। |
10:43 | কাৰ্লী ধনুর্বন্ধনীবোৰ optional মানে বিকল্পিত হয়, যদি ব্লকত এটা স্টেটমেন্ট থাকে। |
10:49 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
10:51 | এই টিউটোৰিয়ালত, |
10:53 | আমি কন্ডিশনেল স্টেটমেন্ট ব্যাখ্যা কৰিছো । |
10:56 | কন্ডিশনেল স্টেটমেন্টৰ ধৰনবোৰ তালিকাভুক্ত কৰিছে। |
10:59 | জাভাত কন্ডিশনেল স্টেটমেন্ট: if, if...else আৰু if...else if ব্যবহাৰ কৰিছো । |
11:04 | এতিয়া কন্ডিশনেল স্টেটমেন্ট: if, if...else আৰু if...else if ব্যবহাৰ কৰি জাভা প্রোগ্রাম লেখাৰ নির্দেশিত কাম কৰক। |
11:12 | if স্টেটমেন্ট ব্যবহাৰ কৰি দুটি মান তুলনা কৰিবলৈ জাভা প্রোগ্রাম লিখক । |
11:17 | দিয়া সংখ্যা জোড় নে বিজোড় হয়, তাক চাবলৈ জাভা প্রোগ্রাম লিখক ।ইঙ্গিত: if...else স্টেটমেন্টে ব্যবহাৰ কৰক । |
11:23 | তিনটা সংখ্যাৰ ভিতৰত বৃহত্ত সংখ্যা টো বিচাৰিবলৈ জাভা প্রোগ্রাম লিখক । ইঙ্গিত: if...else if স্টেটমেন্টে ব্যবহাৰ কৰক। |
11:29 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
11:32 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
11:35 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
11:38 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11:42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
11:44 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
11:47 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:56 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
12:00 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:06 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12:15 | এই পাঠটো অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে, IIT Bombay ৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো.যোগদানৰ বাবে ধনয়বাদ । |