Java/C2/if-else/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 জাভাত If else কনস্ট্রাকটৰৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 কন্ডিশনেল স্টেটমেন্ট সম্পর্কে,
00:11 কন্ডিশনেল স্টেটমেন্টেৰ প্ৰকাৰ আৰু
00:13 জাভা প্রোগ্রামত কন্ডিশনেল স্টেটমেন্টৰ ব্যবহাৰ।
00:18 ইয়াত আমি

উবুন্টু সংস্কৰণ 11.10 jdk 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

00:27 টিউটোৰিয়েলটি অনুসৰণ কৰিবলৈ
00:31 Arithmetic, Relational আৰু Logical operators সম্পর্কে জনা আবশ্যক।
00:35 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।
00:42 কন্ডিশনেল স্টেটমেন্ট, কোডত ভিন্ন সিদ্ধান্তৰ বাবে ভিন্ন কাম সঞ্চালন কৰিব লাগিব
00:48 এইক্ষেত্রত আপোনি কন্ডিশনেল স্টেটমেন্ট ব্যবহাৰ কৰিব পাৰিব।
00:52 এটা কন্ডিশনেল স্টেটমেন্টে প্রোগ্রামৰ সঞ্চালনৰ প্রবাহ নিয়ন্ত্রণ কৰিবলৈ সাহায্য কৰে।
00:57 জাভাত নিম্নলিখিত কন্ডিশনেল স্টেটমেন্ট আছে:
01:01 If স্টেটমেন্ট;
01:02 If...Else স্টেটমেন্ট;
01:03 If...Else if স্টেটমেন্ট;
01:05 Nested If স্টেটমেন্ট
01:06 Switch স্টেটমেন্ট
01:08 এই টিউটোৰিয়েলত, আমি If, If...Else আৰু If...Else If statements সম্পর্কে বিস্তাৰিতভাবে শিকিম।
01:15 If স্টেটমেন্ট; কন্ডিশনৰ উপৰত ভিত্তি কৰি স্টেটমেন্টৰ ব্লক এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়।
01:22 ইয়াক single conditional স্টেটমেন্ট বোলা হয়।
01:26 If স্টেটমেন্টেৰ বাবে সিনট্যাক্স;
01:28 If স্টেটমেন্টত, কন্ডিশন true হলে, ব্লক এক্সিকিউট কৰা হয়।
01:34 কন্ডিশন false হলে, ব্লক skipped মানে বাদ দিয়া হয় আৰু এক্সিকিউট কৰা নহয়।
01:40 এতিয়া If স্টেটমেন্টৰ ব্যবহাৰ কিভাবে কৰা হয় তাক বুজিবলৈএটা উদাহৰনেৰে দেখা যাওক।
01:45 eclipse লৈ যাও।
01:48 এজন ব্যক্তি Minor হয় নে নহয় তাক চিহ্নিত কৰিবলৈ এটা প্রোগ্রাম লিখিম।
01:53 আমি ইতিমধ্যে Person নামৰ এটা ক্লাস তৈয়াৰ কৰিছো ।
01:56 এতিয়া, মেন মেথডত int টাইপৰ ভ্যাৰিয়েবল ‘age’ ঘোষনা কৰিম ।
02:02 সেয়ে মেন মেথডত লিখক int age = 20 সেমিকোলন।
02:14 এতিয়া, আমি নিম্নৰুপে If স্টেটমেন্ট লিখিম :
02:18 পিছৰ লাইনত if বন্ধনীত age < 21 ওপেন কাৰ্ড়লী বন্ধনী। enter টিপক।
02:30 ইয়াত ‍আমি অনুসন্ধান কৰো যদি বয়স 21 কৈ কম হয়।
02:34 বন্ধনীত যি কিছু আছে if ব্লকৰ অন্তর্ভুক্ত হয়।
02:38 সেয়ে বন্ধনীৰ ভিতৰত লিখক
02:41 System dot out dot println বন্ধনী আৰু উদ্ধৃতিৰতThe person is Minor সেমিকোলন।
02:56 ইয়াত, বয়স 21ত কৈ কম হলে, “The person is minor” বোলি প্রদর্শিত হব।
03:03 সেয়ে ফাইল সংৰক্ষণ কৰক ৰান কৰক ।
03:08 আমি নিম্নৰুপে আউটপুট পাও, The person is minor.
03:14 এইক্ষেত্রত, ব্যক্তিৰ বয়স হল 20, যি 21 কৈ কম হয় ।
03:20 সেয়ে, আমি “The person is minor” হিসাবে আউটপুট পাও।
03:24 এতিয়া আমি if...else স্টেটমেন্ট সম্পর্কে শিকিম।
03:27 If...Else স্টেটমেন্ট বিকল্প স্টেটমেন্ট এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়।
03:31 এইবোৰ একক কন্ডিশনৰ উপৰত ভিত্তি কৰে।
03:34 If…Else স্টেটমেন্ট লিখাৰ বাবে সিনট্যাক্স দেখো।
03:38 কন্ডিশন true হলে, স্টেটমেন্ট বা কোডৰ ব্লক এক্সিকিউট কৰা হয়।
03:44 অন্যথা এটি অন্য স্টেটমেন্ট বা কোডৰ ব্লকক এক্সিকিউট কৰে।
03:49 এতিয়া আমি চাও যে If…else স্টেটমেন্ট প্রোগ্রামত কিভাবে ব্যবহাৰ কৰা হয় ।
03:54 eclipse লৈ যোৱা যাওক।
03:57 এজন ব্যক্তি মাইনৰ বা মেজৰ হয় নে নহয় তাক চিহ্নিত কৰিবলৈ এটি প্রোগ্রাম লিখো।
04:03 সেয়ে মেন মেথডত লিখক; int age = 25
04:12 তাৰপিছত if বন্ধনীত age > 21,
04:19 কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনীত The person is Major.
04:28 পৰবর্তী লাইনত লিখক,
04:32 else নহলে কাৰ্ড়লী বন্ধনীত লিখক ,
04:38 System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The person is Minor সেমিকোলন।
04:51 ইয়াত, বয়স 21কৈ কম হলে, “The person is minor” প্রদর্শিত হব।
04:58 অন্যথা “The person is Major” প্রদর্শিত হব।
05:02 এতিয়া চাওক প্রোগ্রাম সংৰক্ষণ কৰা ৰান কৰা।
05:07 আমি আউটপুট পাও The person is Major.
05:11 এইক্ষেত্রত, ব্যক্তিৰ বয়স হল 25, যি 21কৈ বেচি ।
05:17 সেয়ে প্রোগ্রামে আউটপুট “The person is Major” হিসাবে প্রদর্শন কৰে।
05:22 If…Else If স্টেটমেন্ট স্টেটমেন্টৰ বিভিন্ন সেট এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়।
05:29 এইবোৰ দুটি কন্ডিশনৰ উপৰত ভিত্তি কৰে।
05:33 প্রয়োজনীয়তাৰ উপৰত নির্ভৰ কৰি আপোনি আৰু কন্ডিশন যোগ কৰিবলৈ পাৰে।
05:38 এইটোক branching বা decision making স্টেটমেন্ট বোলিও কোৱা হয়।
05:43 এতিয়া If…Else If স্টেটমেন্ট লেখাৰ বাবে সিনট্যাক্স চোৱা যাওক।
05:48 If' স্টেটমেন্টে প্রথমে condition 1ৰ বাবে প্ৰসিক্ষন কৰে।
05:53 Condition 1 true হলে, এইটোৱে স্টেটমেন্ট বা ব্লকৰ কদ এক্সিকিউট কৰে।
05:59 অন্যথা ই আকৌ condition 2ৰ বাবে পৰীক্ষা কৰে।
06:02 Condition 2 true হলে, ই স্টেটমেন্ট বা ব্লক 2 এক্সিকিউট কৰে।
06:09 অন্যথা ই স্টেটমেন্ট 3 বা ব্লক কোড 3 এক্সিকিউট কৰে।
06:13 এইভাবে, আমি If…Else ব্লকৰ দ্বাৰা কোড বিস্তৃত কৰিব পাৰো।
06:17 এই ব্লকৰ একাধিক কন্ডিশন ও থাকিব পাৰে।
06:20 সংশ্লিষ্ট কোড এক্সিকিউট কৰা হব যেতিয়ালৈকে ই true কন্ডিশন বিচাৰি নাপায়
06:25 যদি সকলো কন্ডিশন false হয়, ই অন্তিম Else বিভাগ এক্সিকিউট কৰে।
06:30 আমি দেখিম যে If…Else If স্টেটমেন্ট প্রোগ্রামত কিভাবে ব্যবহাৰ কৰা হয়।
06:35 Eclipse লৈ যাওক ।
06:37 আমি ইতিমধ্যে Student নামৰ ক্লাস তৈয়াৰ কৰিছো ।
06:40 শিক্ষার্থীৰ গ্রেড চিহ্নিত কৰিবলৈ এটা প্রোগ্রাম লেখা যাওক।
06:44 এইটো স্কোৰ শতাংশৰ উপৰত ভিত্তি কৰি কৰা হয়।
06:47 সেয়ে মেন মেথডত লিখক, int স্পেস testScore = 70 সেমিকোলন।
06:58 ‘testScore’ নামৰ ইনপুট ভ্যাৰিয়েবল স্কোৰ শতাংশ পাবলৈ ব্যবহৃত হয়।
07:05 পিছৰ লাইন লিখক if বন্ধনীত testScore < 35, কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত C grade সেমিকোলন।
07:28 testScore 35 কৈ কম হলে, প্রোগ্রামে "C Grade" প্রদর্শন কৰে ।
07:34 পিছৰ লাইনত লিখক else
07:37 পিছৰ লাইনত লিখক if বন্ধনীত testScore >= 35 আৰু testScore <= 60. সম্পূর্ণ কন্ডিশন বন্ধনীত ৰাখক কাৰ্ড়লী বন্ধনী খুলক enter টিপক
08:03 লিখক System dot out dot println বন্ধনীত B grade সেমিকোলন।
08:13 ইয়াত, প্রোগ্রামে Else If সেকশনত দ্বিতীয় কন্ডিশনৰ বাবে প্ৰশিক্ষন কৰিব।
08:18 যদি testScore 35 আৰু 60ৰ ভিতৰত হয়, প্রোগ্রামে "B Grade" প্রদর্শন কৰে
08:24 পিছৰ লাইনত লিখক else কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত A grade সেমিকোলন।
08:42 অবশেষত, উভয় কন্ডিশন False হলে, প্রোগ্রামে “A Grade" প্রদর্শন কৰে।
08:48 এতিয়া কোড সংৰক্ষণ কৰক ৰান কৰক ।
08:51 আমি A Grade হিসাবে আউটপুট পাও।
08:55 এই প্রোগ্রামত, শিক্ষার্থীৰ testScore হল 70.
09:00 সেয়ে আউটপুট “A Grade” হিসাবে প্রদর্শিত হব।
09:02 এতিয়া testScore 55 লৈ সলনি কৰক।
09:07 এতিয়া প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক ।
09:10 এইক্ষেত্রত, আউটপুট “B Grade” হিসাবে প্রদর্শিত হব।
09:16 আমি কন্ডিশনৰ সংখ্যাও বৃদ্ধি কৰিব পাৰো।
09:19 “B grade” আউটপুট সেকশনৰ পিছত আৰু এটি কন্ডিশন যোগ কৰো ।
09:23 সেয়ে ইয়াত লিখক , else, পিছৰ লাইনত if বন্ধনীত testScore >= 60 আৰু testScore <= 70.
09:47 কাৰ্লী বন্ধনী খুলক enter টিপক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত O grade সেমিকোলন।
10:01 ইয়াত testScore যদি 60 আৰু 70ৰ মাজত হয়, প্রোগ্রামে "O Grade" প্রদর্শন কৰিব।
10:07 এতিয়া, শিক্ষার্থীৰ testScore 70 লৈ সলনি কৰক।
10:12 ফাইল সংৰক্ষণ কৰক ৰান কৰক ।
10:15 আমি নিম্নৰুপে আউটপুট পাও।
10:17 প্রোগ্রামে “O grade” হিসাবে আউটপুট প্রদর্শন কৰিব।
10:20 এইটো পূর্ব প্রদর্শিত “A grade” নহয়।
10:23 প্রোগ্রামে 70 তকৈ অধিক testScoreৰ বাবে “A grade” প্রদর্শন কৰিব ।
10:28 কন্ডিশনাল স্ট্রাকচাৰ কোডিং ৰ সময়ত:
10:30 এটা স্টেটমেন্ট সমাপ্ত কৰাৰ সময়ত সেমিকোলন যোগ কৰিবলৈ সদায় মনত ৰাখিব ।
10:35 কিন্তু কন্ডিশনৰ পিছত সেমিকোলন যোগ নকৰিব।
10:40 কাৰ্লী বন্ধনীত কোডৰ ব্লক যোগ কৰক।
10:43 কাৰ্লী ধনুর্বন্ধনীবোৰ optional মানে বিকল্পিত হয়, যদি ব্লকত এটা স্টেটমেন্ট থাকে।
10:49 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
10:51 এই টিউটোৰিয়ালত,
10:53 আমি কন্ডিশনেল স্টেটমেন্ট ব্যাখ্যা কৰিছো ।
10:56 কন্ডিশনেল স্টেটমেন্টৰ ধৰনবোৰ তালিকাভুক্ত কৰিছে।
10:59 জাভাত কন্ডিশনেল স্টেটমেন্ট: if, if...else আৰু if...else if ব্যবহাৰ কৰিছো ।
11:04 এতিয়া কন্ডিশনেল স্টেটমেন্ট: if, if...else আৰু if...else if ব্যবহাৰ কৰি জাভা প্রোগ্রাম লেখাৰ নির্দেশিত কাম কৰক।
11:12 if স্টেটমেন্ট ব্যবহাৰ কৰি দুটি মান তুলনা কৰিবলৈ জাভা প্রোগ্রাম লিখক ।
11:17 দিয়া সংখ্যা জোড় নে বিজোড় হয়, তাক চাবলৈ জাভা প্রোগ্রাম লিখক ।ইঙ্গিত: if...else স্টেটমেন্টে ব্যবহাৰ কৰক ।
11:23 তিনটা সংখ্যাৰ ভিতৰত বৃহত্ত সংখ্যা টো বিচাৰিবলৈ জাভা প্রোগ্রাম লিখক । ইঙ্গিত: if...else if স্টেটমেন্টে ব্যবহাৰ কৰক।
11:29 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
11:32 তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
11:35 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:38 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11:44 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:56 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
12:00 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:06 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:15 এই পাঠটো অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে, IIT Bombay ৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো.যোগদানৰ বাবে ধনয়বাদ ।

Contributors and Content Editors

Mousumi, Pratik kamble